Class 11 Business Studies MCQ Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies MCQ Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ Question Answer in Assamese and select need one. AHSEC Class 11 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 11 Solutions.
Class 11 Business Studies MCQ Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Multiple Choice Solutions in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Business Studies MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.
ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ
Chapter: 3
| প্রথম খণ্ড: ব্যৱসায়ৰ বুনিয়াদ |
১। চৰকাৰে পিছ পৰি থকা অঞ্চলসমূহত মনোযোগ দিয়াৰ উদ্দেশ্যে ৰাজহুৱা খণ্ডৰ উদ্যোগ স্থাপন কৰিছিল—
(ক) ১৯৪৭ চনৰ পাছত।
(খ) ১৯৫০ চনৰ পাছত।
(গ) ১৯৫১ চনৰ পাছত।
(ঘ) ১৯৬১ চনৰ পাছত।
উত্তৰঃ (গ) ১৯৫১ চনৰ পাছত।
২। বিধিবদ্ধ নিগমবোৰ কি?
(ক) ৰাজহুৱা উদ্যোগ।
(খ) নিগম নিকায়।
(গ) ব্যক্তিগত কোম্পানী।
(ঘ) যৌথ খণ্ড উদ্যোগ।
উত্তৰঃ (খ) নিগম নিকায়।
৩। কিমান চনৰ ঔদ্যোগিক নীতিৰ প্ৰস্তাৱত ঔদ্যোগিক উন্নয়নত ভাৰত চৰকাৰৰ দৃষ্টিভঙ্গী (approach) সুনিদ্দিষ্ট কৰা হৈছিল?
(ক) ১৯৫৮ চনৰ।
(খ) ১৯৭৬ চনৰ।
(গ) ১৯৪৮ চনৰ।
(ঘ) ১৯৯৯ চনৰ।
উত্তৰঃ (গ) ১৯৪৮ চনৰ।
৪। আমাৰ অৰ্থনীতিক কেইটা খণ্ডত ভাগ কৰিব পাৰি?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
৫। মিশ্র অর্থনীতি ব্যৱস্থাত কেইবিধ উদ্যোগক কার্য সম্পাদন কৰিবলৈ অনুমতি দিয়া হয়?
(ক) পাঁচবিধ।
(খ) চাৰিবিধ।
(গ) তিনিবিধ।
(ঘ) দুয়োবিধ।
উত্তৰঃ (ঘ) দুয়োবিধ।
৬। বিভাগীয় সংগঠনৰ কৰ্মচাৰীসকল কিহৰ অন্তৰ্গত?
(ক) ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী।
(খ) স্বায়ত্ব সংস্থাৰ কৰ্মচাৰী।
(গ) চুক্তিভিত্তিক কৰ্মচাৰী।
(ঘ) চৰকাৰী চাকৰিয়াল।
উত্তৰঃ (ঘ) চৰকাৰী চাকৰিয়াল।
৭। সংশ্লিষ্ট উদ্যোগৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ৰূপৰ কি নির্ণয় কৰা হয়?
(ক) গঠন।
(খ) উপযুক্ততা।
(গ) দৰমহা।
(ঘ) নিয়ন্ত্ৰণ।
উত্তৰঃ (খ) উপযুক্ততা।
৮। বিভাগীয় সংগঠনবোৰৰ সীমাৱদ্ধতা কেনেকুৱা?
(ক) অধিক লাভ।
(খ) অধিক স্বাধীনতা।
(গ) নমনীয়তা কম।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) নমনীয়তা কম।
৯। ব্যৱসায় এটা সুচাৰুৰূপে চলাবলৈ হ’লে কিহৰ অতি প্রয়োজন?
(ক) নিয়ন্ত্ৰণ।
(খ) নমনীয়তা।
(গ) মূলধন।
(ঘ) লাভ।
উত্তৰঃ (খ) নমনীয়তা।
১০। নিজৰ নামত কাৰ্য কৰাৰ ক্ষমতা থকা সংস্থাসমূহক কি বুলি কোৱা হয়?
(ক) ব্যক্তি উদ্যোগ।
(খ) গোটীয়াকৈ মালিকানা।
(গ) একচনদীয়া ব্যক্তি।
(ঘ) বিভাগীয় সংগঠন।
উত্তৰঃ (গ) একচনদীয়া ব্যক্তি।
১১। তলৰ কোনটো অৰ্থনৈতিক উন্নয়নৰ মূল্যৱান আহিলা?
(ক) বিধিবদ্ধ নিগমবোৰ।
(খ) ব্যক্তিগত উদ্যোগ।
(গ) যৌথ খণ্ড উদ্যোগ।
(ঘ) বিদেশী বিনিয়োগ।
উত্তৰঃ (ক) বিধিবদ্ধ নিগমবোৰ।
১২। কেনেকুৱা লেনদেনৰ ক্ষেত্ৰত দুর্নীতি দেখিবলৈ পোৱা যায়?
(ক) ব্যক্তিগত।
(খ) আন্তৰাষ্ট্ৰীয়।
(গ) ৰাজহুৱা।
(ঘ) বেংকিং।
উত্তৰঃ (গ) ৰাজহুৱা।
১৩। চৰকাৰী কোম্পানী হিচাপে গণ্য হ’বৰ বাবে কিমান শতাংশ মূলধন চৰকাৰৰ হ’ব লাগিব?
(ক) ২৫%
(খ) ৪৯%
(গ) ৫১%
(ঘ) ৭৫%
উত্তৰঃ (গ) ৫১%
১৪। কিমান চনত এচ. বি. আই (SBI) য়ে ভাবমূর্তি নিৰ্ম্মাণৰ বিশাল প্রয়াস এটা হাতত হৈছিল?
(ক) ১৭৮৯ চনত।
(খ) ২৭৮৯ চনত।
(গ) ২০০৫ চনত।
(ঘ) ১৯৯৯ চনত।
উত্তৰঃ (গ) ২০০৫ চনত।
১৫। দেশ এখনৰ ঔদ্যোদিকীকৰণৰ পূর্বস্বত্ব কি?
(ক) জনসংখ্যা বৃদ্ধি।
(খ) শিক্ষা বিস্তাৰ।
(গ) আন্তঃগাঁথনি উন্নয়ন।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) আন্তঃগাঁথনি উন্নয়ন।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



