Class 11 Business Studies MCQ Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য

Class 11 Business Studies MCQ Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies MCQ Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য Question Answer in Assamese and select need one. AHSEC Class 11 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 11 Solutions.

Class 11 Business Studies MCQ Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Multiple Choice Solutions in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Business Studies MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 1

প্রথম খণ্ড: ব্যৱসায়ৰ বুনিয়াদ

১। ব্যৱসায় শব্দটো কোনটো শব্দৰ পৰা গ্রহ উৎপত্তি হৈছে?

(ক) বেনিফিট (benefit)।

(খ) ক্রয় (buy)।

(গ) ব্যস্ততা (busy)।

(ঘ) ভিত্তি (base)।

উত্তৰঃ (গ) ব্যস্ততা (busy)।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ধন উপাৰ্জনৰ অর্থে মানুহে কৰা যিকোনো ধাৰাবাহিক পেচা বা কাম-কাজক কি বোলে?

(ক) বিনিয়োগ।

(খ) ব্যৱস্থাপনা।

(গ) ব্যৱসায়।

(ঘ) উৎপাদন।

উত্তৰঃ (গ) ব্যৱসায়।

৩। দৈনন্দিন খৰছ বহন কৰিবলৈ কিহৰ আৱশ্যক?

(ক) লাভ।

(খ) উপভোগ।

(গ) মূলধন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) মূলধন।

৪। মাটি, ঘৰবাৰী, যন্ত্রপাতি আৰু সা-সৰঞ্জাম এইবোৰ কি?

(ক) চলন্ত পৰিসম্পত্তি।

(খ) স্থায়ী পৰিসম্পত্তি।

(গ) ভোগ্য বস্তু।

(ঘ) বিত্তীয় দায়।

উত্তৰঃ (খ) স্থায়ী পৰিসম্পত্তি।

৫। বিনিয়োগৰ বাবে কিহৰ আৱশ্যক?

(ক) মূলধন।

(খ) উপভোগ।

(গ) লাভ।

(ঘ) উৎপাদন।

উত্তৰঃ (ক) মূলধন।

৬। ব্যৱসায়ত কেই প্ৰকাৰৰ উদ্ভাৱন আছে?

(ক) তিনি প্ৰকাৰৰ।

(খ) চাৰি প্ৰকাৰৰ।

(গ) পাঁচ প্ৰকাৰৰ।

(ঘ) দুই প্ৰকাৰৰ।

উত্তৰঃ (ঘ) দুই প্ৰকাৰৰ।

৭। কিবা এটা কৰা বা প্রস্তুতিৰ ক্ষেত্ৰত নতুন ধাৰণা বা পদ্ধতিৰ প্ৰৱৰ্তন কৰাক কি বুজায়?

(ক) উৎপাদন।

(খ) উৎপাদনশীলতা।

(গ) উদ্ভাৱন।

(ঘ) বজাৰৰ স্থিতি।

উত্তৰঃ (গ) উদ্ভাৱন।

৮। প্রতিযোগী সকলৰ তুলনাত এটা প্রতিষ্ঠানৰ স্থিতি বা অৱস্থানৰ কথা কিহক বুজায়?

(ক) বজাৰ ব্যৱস্থাপনা।

(খ) পুঁজিৰ গঠন।

(গ) ব্যৱসায়িক লক্ষ্য।

(ঘ) বজাৰৰ স্থিতি।

উত্তৰঃ (ঘ) বজাৰৰ স্থিতি।

৯। ব্যৱসায়ত বিভিন্ন ধৰণৰ কি জড়িত থাকে?

(ক) বিপদ-শংকা।

(খ) স্থায়ী চাকৰি।

(গ) নিঃস্বার্থ সেৱা।

(ঘ) নিশ্চয়তা।

উত্তৰঃ (ক) বিপদ-শংকা।

১০। বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা কি কৰাৰ ক্ষেত্ৰত কোম্পানীৰ প্রৱৰ্ত্তন কাৰী সকলক সহায় কৰে?

(ক) নিঃস্বার্থ সেৱা।

(খ) পণ্য উৎপাদন।

(গ) কৰ পৰিশোধ।

(ঘ) মূলধন সংগ্ৰহ।

উত্তৰঃ (ঘ) মূলধন সংগ্ৰহ।

১১। বিক্রী বৃদ্ধি কৰাৰ এটা অন্যতম গুৰুত্বপূর্ণ পদ্ধতি কি?

(ক) কৰ বৃদ্ধি।

(খ) বিজ্ঞাপন।

(গ) সংৰক্ষণ।

(ঘ) মূল্য হ্রাস।

উত্তৰঃ (খ) বিজ্ঞাপন।

১২। কিহে উৎপাদন স্থলীলৈ কেঁচামালৰ সঞ্চালন বা স্থানান্তৰ সম্ভৱ কৰি তোলে?

(ক) বিজ্ঞাপন।

(খ) ভোক্তা।

(গ) পৰিবহন।

(ঘ) উৎপাদন।

উত্তৰঃ (গ) পৰিবহন।

১৩। তলৰ কোনটো কাৰ্য্যই বণিকসকলক বিত্তীয় সহায় প্রদান কৰে?

(ক) পৰিবহন।

(খ) বেংকিং।

(গ) বিজ্ঞাপন।

(ঘ) উৎপাদন।

উত্তৰঃ (খ) বেংকিং।

১৪। তলৰ কোনটো পণ্যৰ বিক্ৰী, হস্তান্তৰ বা বিনিময় কার্য্যক বুজায়?

(ক) পৰিবহন।

(খ) উৎপাদন।

(গ) বেহা-বেপাৰ।

(ঘ) যোগাযোগ।

উত্তৰঃ (গ) বেহা-বেপাৰ।

১৫। বেহা-বেপাৰক কেইটা ভাগত ভগাব পাৰি?

(ক) দুটা ভাগত।

(খ) তিনিটা ভাগত।

(গ) চাৰি ভাগত।

(ঘ) পাঁচ ভাগত।

উত্তৰঃ (ক) দুটা ভাগত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top