Class 11 Business Studies MCQ Chapter 5 ব্যৱসায়ৰ উদগমনৰ ধৰণসমূহ

Class 11 Business Studies MCQ Chapter 5 ব্যৱসায়ৰ উদগমনৰ ধৰণসমূহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies MCQ Chapter 5 ব্যৱসায়ৰ উদগমনৰ ধৰণসমূহ Question Answer in Assamese and select need one. AHSEC Class 11 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 11 Solutions.

Class 11 Business Studies MCQ Chapter 5 ব্যৱসায়ৰ উদগমনৰ ধৰণসমূহ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Multiple Choice Solutions in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Business Studies MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 5

প্রথম খণ্ড: ব্যৱসায়ৰ বুনিয়াদ

১। ৰাষ্ট্ৰসংঘৰ শেহতীয়া মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি, শিল্পোন্নত দেশসমূহত কিমান শতাংশ ইণ্টাৰনেট ব্যৱহাৰকাৰী বাস কৰে?

(ক) ১৫%

(খ) ২৫%

(গ) ৫০%

(ঘ) ৮৮%

উত্তৰঃ (ঘ) ৮৮%

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ শিল্পোন্নত দেশত বাস কৰে?

(ক) ১৫%

(খ) ৩০%

(গ) ৫০%

(ঘ) ৮৫%

উত্তৰঃ (ক) ১৫%

৩। দক্ষিণ এছিয়াত বিশ্বৰ জনসংখ্যাৰ প্ৰায় কিমান ভাগ বাস কৰে?

(ক) ৫ ভাগ।

(খ) ২০ ভাগ।

(গ) ১ ভাগ।

(ঘ) ২৫ ভাগ।

উত্তৰঃ (ক) ৫ ভাগ।

৪। দক্ষিণ এছিয়াত অনলাইন ব্যৱহাৰকাৰীৰ সংখ্যা কিমান?

(ক) ১০%তকৈ কম।

(খ) ৫%তকৈ কম।

(গ) ১%তকৈ কম।

(ঘ) ২০%তকৈ কম।

উত্তৰঃ (গ) ১%তকৈ কম।

৫। আফ্ৰিকাৰ মুঠ জনসংখ্যা কিমান বুলি উল্লেখ কৰা হৈছে?

(ক) ৭৩৯ নিযুত।

(খ) ৫০০ নিযুত।

(গ) ১ বিলিয়ন।

(ঘ) ১০০ নিযুত।

উত্তৰঃ (ক) ৭৩৯ নিযুত।

৬। আফ্ৰিকাত ফোন লাইনৰ সংখ্যা কিমান?

(ক) ৭৩৯ নিযুত।

(খ) ২০ নিযুত।

(গ) ৫০ নিযুত।

(ঘ) ১৪ নিযুত।

উত্তৰঃ (ঘ) ১৪ নিযুত।

৭। ফোন লাইনৰ ৮০ শতাংশ আফ্ৰিকাৰ কিমানখন দেশত আছে?

(ক) ১০ খন।

(খ) ৮ খন।

(গ) ৬ খন।

(ঘ) ৫ খন।

উত্তৰঃ (গ) ৬ খন।

৮। গ্ৰেট বৃটেইনত কিমান ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে?

(ক) ১ নিযুত।

(খ) ১০-৫ নিযুত।

(গ) ২০ নিযুত।

(ঘ) ৭৩ নিযুত।

উত্তৰঃ (খ) ১০-৫ নিযুত।

৯। আফ্ৰিকাত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা কিমান?

(ক) ৫ নিযুত।

(খ) ১০ নিযুত।

(গ) ১ নিযুত।

(ঘ) ২০ নিযুত।

উত্তৰঃ (গ) ১ নিযুত।

১০। তথ্য বিপ্লৱৰ পৰা দুখীয়া মানুহ কিয় আঁতৰত থাকে?

(ক) ধনৰ অভাৱ।

(খ) শৈক্ষিক সুবিধাৰ অভাৱ।

(গ) নিৰক্ষৰতা আৰু কম্পিউটাৰ জ্ঞানৰ অভাৱ।

(ঘ) ভাষা সমস্যাৰ বাবে।

উত্তৰঃ (গ) নিৰক্ষৰতা আৰু কম্পিউটাৰ জ্ঞানৰ অভাৱ।

১১। বেনিনৰ মুঠ জনসংখ্যাৰ কিমান শতাংশতকৈ অধিক নিৰক্ষৰ?

(ক) ৩০%

(খ) ৬০%

(গ) ৫০%

(ঘ) ২০%

উত্তৰঃ (খ) ৬০%

১২। তথ্য-যোগাযোগ ব্যৱস্থাৰ মূল আধাৰ কি?

(ক) কম্পিউটাৰ।

(খ) মোবাইল ফোন।

(গ) ফোনৰ লাইন।

(ঘ) ই-মেইল।

উত্তৰঃ (গ) ফোনৰ লাইন।

১৩। ‘ই-ব্যৱসায়’ বুলিলে কি বুজোৱা হয়?

(ক) কেৱল অনলাইন পেমেন্ট।

(খ) ইলেক্ট্ৰনিক মাধ্যমত চলা সকলো ধৰণৰ ব্যৱসায়িক কার্য।

(গ) কেৱল বিজ্ঞাপন প্ৰসাৰণ।

(ঘ) কেৱল ই-মেইল ব্যৱহাৰ।

উত্তৰঃ (খ) ইলেক্ট্ৰনিক মাধ্যমত চলা সকলো ধৰণৰ ব্যৱসায়িক কার্য।

১৪। ‘ই-বাণিজ্য’ বুলিলে কি বুজোৱা হয়?

(ক) উৎপাদন ব্যৱস্থা।

(খ) অনলাইন শ্বপিং আৰু লেনদেন।

(গ) অফলাইন বিপণি ব্যৱস্থা।

(ঘ) কাগজত ব্যৱসায় কৰাৰ পদ্ধতি।

উত্তৰঃ (খ) অনলাইন শ্বপিং আৰু লেনদেন।

১৫। তলত দিয়া কোনটো ই-ব্যৱসায়ৰ অংশ নহয়?

(ক) উৎপাদন।

(খ) ভৰাল পৰিচালনা।

(গ) অনলাইন বিক্ৰি।

(ঘ) খেলপথাৰত প্ৰতিযোগিতা।

উত্তৰঃ (ঘ) খেলপথাৰত প্ৰতিযোগিতা।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top