Class 11 Business Studies MCQ Chapter 4 ব্যৱসায়িক সেৱা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies MCQ Chapter 4 ব্যৱসায়িক সেৱা Question Answer in Assamese and select need one. AHSEC Class 11 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 11 Solutions.
Class 11 Business Studies MCQ Chapter 4 ব্যৱসায়িক সেৱা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Multiple Choice Solutions in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Business Studies MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.
ব্যৱসায়িক সেৱা
Chapter: 4
| প্রথম খণ্ড: ব্যৱসায়ৰ বুনিয়াদ |
১। বহলাৰ্থত সেৱাক কেইটা ভাগত ভগাব পাৰি?
(ক) চাৰিটা।
(খ) পাঁচটা।
(গ) ছয়টা।
(ঘ) তিনিটা।
উত্তৰঃ (ঘ) তিনিটা।
২। GATS-এ অনুসৰণ কৰা তালিকাত কেইটা মূল সেৱা বিভাগ আছে?
(ক) ১৬ টা।
(খ) ১৩ টা।
(গ) ১২ টা।
(ঘ) ১৯ টা।
উত্তৰঃ (গ) ১২ টা।
৩। GATT কিহৰ ক্ষেত্ৰত সাধাৰণ বুজাবুজিৰ চুক্তি হিচাপে গণ্য কৰা হয়?
(ক) কৃষি।
(খ) সেৱা ব্যৱসায়।
(গ) পেট্ৰ’লিয়াম।
(ঘ) শিক্ষাৰ উন্নয়ন।
উত্তৰঃ (খ) সেৱা ব্যৱসায়।
৪। GATT চুক্তিখন কোন ৰাউণ্ডত সম্পাদিত হৈছিল?
(ক) দোহা ৰাউণ্ড।
(খ) নাইৰোবি ৰাউণ্ড।
(গ) উৰুগুৱে ৰাউণ্ড।
(ঘ) জেনেভা ৰাউণ্ড।
উত্তৰঃ (গ) উৰুগুৱে ৰাউণ্ড।
৫। GATT চুক্তিৰ মুখ্য উদ্দেশ্য কি আছিল?
(ক) নতুন কৰ ব্যৱস্থা সৃষ্টি।
(খ) পৰিবহণ উন্নয়ন।
(গ) বহুমুখী ব্যৱসায় পদ্ধতি উন্নয়ন।
(ঘ) ভাৰতীয় পুঁজিৰ বিস্তাৰ।
উত্তৰঃ (গ) বহুমুখী ব্যৱসায় পদ্ধতি উন্নয়ন।
৬। GATS-এ কি প্ৰদান কৰে, যি আটাইতকৈ আৱশ্যক উপাদান বুলি বিবেচিত?
(ক) বানিজ্যিক লাভ।
(খ) সেৱাৰ শ্ৰেণীবিভাগ।
(গ) টেক্স হ্ৰাস।
(ঘ) ৰাজনৈতিক স্থিতি।
উত্তৰঃ (খ) সেৱাৰ শ্ৰেণীবিভাগ।
৭। ১২টা সেৱা বিভাগৰ ভিতৰত ১২ নম্বৰ বিভাগটো কিহৰ সৈতে সম্পৰ্কিত?
(ক) শিক্ষাৰ।
(খ) কৃষিৰ।
(গ) বিবিধ সেৱাৰ।
(ঘ) আৰ্থিক সেৱাৰ।
উত্তৰঃ (গ) বিবিধ সেৱাৰ।
৮। পর্যটন বিভাগটো কোন দুটা উপবিভাগত বিভক্ত?
(ক) পৰিবহণ আৰু গাইড।
(খ) বিমান আৰু স্থল পৰিবহণ।
(গ) হোটেল আৰু ৰেষ্টুৰেণ্ট।
(ঘ) গাইড আৰু হেল্থ কেয়াৰ।
উত্তৰঃ (গ) হোটেল আৰু ৰেষ্টুৰেণ্ট।
৯। সেৱাৰ কিমানটা মূল বৈশিষ্ট্য আছে?
(ক) ৩ টা।
(খ) ৪ টা।
(গ) ৫ টা।
(ঘ) ৬ টা।
উত্তৰঃ (গ) ৫ টা।
১০। সেৱাৰ ৫টা বৈশিষ্ট্যক সাধাৰণতে কি নামেৰে জনা যায়?
(ক) 5 Gs of Goods.
(খ) 5 Ts of Trade.
(গ) 5 Ps of Product.
(ঘ) 5 Is of Services.
উত্তৰঃ (ঘ) 5 Is of Services.
১১। তলৰ কোনটো “বস্তু” আৰু “সেৱা”ৰ ভিতৰত পাৰ্থক্য বুজাবলৈ ব্যৱহাৰ হয়?
(ক) চুক্তি মূল্য।
(খ) সেৱাৰ বৈশিষ্ট্য।
(গ) বজাৰ বিৱৰণ।
(ঘ) পৰিবহণ খৰচ।
উত্তৰঃ (খ) সেৱাৰ বৈশিষ্ট্য।
১২। সৰ্বসাধাৰণতে সেৱা খণ্ডই অর্থনৈতিক ক্ষেত্ৰত কিমান শতাংশ প্রভাৱ পেলায়?
(ক) ৩০–৪০%
(খ) ৪৫–৫০%
(গ) ৬০–৬৫%
(ঘ) ৭০–৭৫%
উত্তৰঃ (গ) ৬০–৬৫%
১৩। OECD ৰ সম্পূৰ্ণ ৰূপটো লিখা?
(ক) Organisation for Environmental Control and Development.
(খ) Organisation for Educational Cooperation and Development.
(গ) Organisation for Economic Corperation and Development.
(ঘ) Office of European Council and Development.
উত্তৰঃ (গ) Organisation for Economic Corperation and Development.
১৪। ক্ৰম ক্ষমতাৰ ক্ষেত্ৰত জনবহুল ভাৰতবৰ্ষই বিশ্বৰ ভিতৰত কিমান স্থানত আছে?
(ক) তৃতীয় স্থান।
(খ) দ্বিতীয় স্থান।
(গ) চতুৰ্থ স্থান।
(ঘ) প্ৰথম স্থান।
উত্তৰঃ (খ) দ্বিতীয় স্থান।
১৫। ভাৰতে কেতিয়ালৈকে বিশ্বৰ অৰ্থনীতিত তৃতীয় স্থানলৈ উন্নীত হোৱাৰ আশা কৰিছে?
(ক) ২০২৩ চনত।
(খ) ২০২৪ চনত।
(গ) ২০২৫ চনত।
(ঘ) ২০৩০ চনত।
উত্তৰঃ (গ) ২০২৫ চনত।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.





