Class 11 Business Studies Important Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ

Class 11 Business Studies Important Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.

Class 11 Business Studies Important Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 6

দ্বিতীয় খণ্ড: কোম্পানী সংগঠন , বিত্ত আৰু বেহা-বেপাৰ
IMPORTANT QUESTION AND ANSWER

১। ব্যৱসায় প্ৰতিষ্ঠানৰ এক আৱশ্যকীয় দায়ৱদ্ধতা কি?

উত্তৰঃ ব্যৱসায় প্ৰতিষ্ঠানৰ এক আৱশ্যকীয় দায়ৱদ্ধতা হ’ল- সামাজিক দায়বদ্ধতা।

২। কিহৰ ভিত্তিত প্ৰতিটো প্রতিষ্ঠানক সমাজে বিচৰা ধৰণে কাম কৰিব লাগে?

উত্তৰঃ সামাজিক দায়ৱদ্ধতাৰ ভিত্তিত প্ৰতিটো প্রতিষ্ঠানক সমাজে বিচৰা ধৰণে কাম কৰিব লাগে।

৩। সামাজিক দায়ৱদ্ধতা কি ধৰণৰ প্রত্যাহ্বানৰ সৈতে জড়িত?

উত্তৰঃ সামাজিক দায়ৱদ্ধতা ন্যায়িক, নৈতিক, বাণিজ্যিক আৰু অন্যান্য প্রত্যাহ্বানৰ সৈতে জড়িত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। নিগমৰ সামাজিক দায়ৱদ্ধতাত কি কি অক্ষুন্ন ৰাখিবলৈ কোৱা হৈছে?

উত্তৰঃ নিগমৰ সামাজিক দায়ৱদ্ধতাত নৈতিক মূল্যবোধ, ৰাইজ তথা সম্প্ৰদায়ৰ শ্রদ্ধা, আৰু প্ৰাকৃতিক পৰিৱেশ অক্ষুন্ন ৰাখিবলৈ কোৱা হৈছে।

৫। নিগমৰ সামাজিক দায়ৱদ্ধতাত কোন কোন পক্ষৰ স্বাৰ্থ অক্ষুন্ন ৰাখিবলৈ কোৱা হৈছে?

উত্তৰঃ নিগমৰ সামাজিক দায়ৱদ্ধতাত অংশধাৰক, ঋণদাতা, উপভোক্তা, প্রতিদ্বন্দী, শ্রমিক, চৰকাৰ, আৰু বৃহত্তৰ সমাজ পক্ষৰ স্বাৰ্থ অক্ষুন্ন ৰাখিবলৈ কোৱা হৈছে।

৬। পৰিৱেশ বুলিলে কি বুজোৱা হয়?

উত্তৰঃ আমাৰ চাৰিওফালে থকা প্ৰাকৃতিক আৰু মানৱসৃষ্ট সামগ্ৰিক অৱস্থাটোক পৰিৱেশ বুলি কোৱা হয়।

৭। পৰিৱেশৰ প্ৰাকৃতিক সম্পদসমূহৰ উদাহৰণ দিয়া।

উত্তৰঃ পৰিৱেশৰ প্ৰাকৃতিক সম্পদসমূহৰ উদাহৰণ হ’ল- মাটি, পানী, উদ্ভিদ, প্রাণী আৰু কেঁচামাল ইত্যাদি।

৮। পৰিৱেশৰ মানৱসৃষ্ট সম্পদবোৰ কি কি?

উত্তৰঃ পৰিৱেশৰ মানৱসৃষ্ট সম্পদবোৰ হ’ল- সাংস্কৃতিক ঐতিহ্য আৰু আৰ্থ-সামাজিক অনুষ্ঠান।

৯। বৰ্তমান সময়ত ব্যৱসায়ৰ সৈতে জড়িত সৰ্বাধিক গুৰুত্বপূৰ্ণ সমস্যা কোনটো?

উত্তৰঃ বৰ্তমান সময়ত ব্যৱসায়ৰ সৈতে জড়িত সৰ্বাধিক গুৰুত্বপূৰ্ণ সমস্যা হ’ল- পৰিৱেশ সম্পৰ্কীয় সুৰক্ষা।

১০। প্ৰদূষণৰ ফলত কি কি দিশ ক্ষতিগ্ৰস্ত হৈছে?

উত্তৰঃ প্ৰদূষণৰ ফলত মাটি, পানী, বায়ু, মানুহৰ স্বাস্থ্য, উদ্ভিদ আৰু জীৱ-জন্তুৰ দিশ ক্ষতিগ্ৰস্ত হৈছে।

১১। কোন চহৰসমূহত পৰিৱেশৰ অৱনতি বিশেষভাৱে লক্ষ্য কৰা গৈছে?

উত্তৰঃ কানপুৰ, জয়পুৰ, দিল্লী আৰু কলিকতা আদি চহৰত পৰিৱেশৰ অৱনতি বিশেষভাৱে লক্ষ্য কৰা গৈছে।

১২। প্ৰদূষণৰ প্রধান উৎস কোনটো?

উত্তৰঃ কল-কাৰখানা বা উদ্যোগসমূহ প্ৰদূষণৰ প্রধান উৎস।

১৩। কোন ধৰণৰ ব্যৱসায়িক কাৰ্য্যসমূহে প্ৰদূষণ সৃষ্টি কৰে?

উত্তৰঃ উৎপাদন, বিতৰণ, পৰিবহন আৰু মজুতকৰণ আদি কাৰ্য্যসমূহে প্ৰদূষণ সৃষ্টি কৰে।

১৪। ব্যৱসায়িক কাৰ্য্যসমূহে পৰিৱেশৰ কোন কোন দিশত প্ৰদূষণ ঘটায়?

উত্তৰঃ ব্যৱসায়িক কাৰ্য্যসমূহে পৰিৱেশৰ বায়ু, পানী, মাটি আৰু শব্দত প্ৰদূষণ ঘটায়।

১৫। কল-কাৰখানাৰ প্ৰভাৱত কোন ধৰণৰ প্ৰদূষণ হোৱা দেখা যায়?

উত্তৰঃ কল-কাৰখানাৰ প্ৰভাৱত বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ হোৱা দেখা যায়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top