Class 11 Business Studies Important Chapter 4 ব্যৱসায়িক সেৱা

Class 11 Business Studies Important Chapter 4 ব্যৱসায়িক সেৱা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 4 ব্যৱসায়িক সেৱা Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.

Class 11 Business Studies Important Chapter 4 ব্যৱসায়িক সেৱা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 4

প্রথম খণ্ড: ব্যৱসায়ৰ বুনিয়াদ
IMPORTANT QUESTION AND ANSWER

১। GATT কি?

উত্তৰঃ GATT হৈছে সেৱা ব্যৱসায়ৰ ক্ষেত্ৰ সাধাৰণ বুজাবুজিৰ চুক্তি।

২। ৰিজাৰ্ভ বেঙ্ক অৱ ইণ্ডিয়া কি?

উত্তৰঃ ৰিজাৰ্ভ বেঙ্ক অৱ ইণ্ডিয়া হৈছে ভাৰতৰ কেন্দ্ৰীয় বেঙ্ক।

৩। ভাৰতীয় বীমা খণ্ডৰ প্ৰসাৰৰ প্ৰধান কাৰণ কি?

উত্তৰঃ উৎপাদন আৰু সেৱা খণ্ডৰ বৃদ্ধি হোৱাৰ ফলত অধিক বীমা সেৱাৰ প্ৰয়োজন হৈছে, যাৰ ফলত ভাৰতীয় বীমা খণ্ডৰ প্ৰসাৰ ঘটিছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ভাৰতীয় অর্থনীতি সম্প্রতি কোন তিনিটা খণ্ডৰ ভাল ফলৰ বাবেই সম্ভৱপৰ হৈছে?

উত্তৰঃ ভাৰতীয় অর্থনীতি সম্প্রতি তিনিটা খণ্ডৰ ভাল ফলৰ বাবেই সম্ভৱপৰ হৈছে।

সেই কেইটা হ’ল-

(i) কৃষি।

(ii) শিল্প। আৰু

(iii) সেৱাৰ খণ্ড।

৫। অগ্নিদ্বাৰা ক্ষতিগ্রস্ত হোৱা লোকচানৰ পৰিমাণৰ দাবী কৰিবলৈ কোন দুটা চৰ্ত্ত মানিব লাগে?

উত্তৰঃ অগ্নিদ্বাৰা ক্ষতিগ্রস্ত হোৱা লোকচানৰ পৰিমাণৰ দাবী কৰিবলৈ তলৰ চৰ্ত্ত দুটা মানিব লাগে-

(ক) প্রকৃত লোকচান হ’বই লাগিব।

(খ) অগ্নি দুর্ঘটনাৰ দ্বাৰা ঘটিব লাগিব আৰু উদ্দেশ্য প্রণোদিত হ’ব নালাগিব।

৬। অগ্নি বীমা কি?

উত্তৰঃ অগ্নি বীমা হৈছে প্ৰকৃতাৰ্থত ক্ষতিপূৰণৰ কঠোৰ চুক্তি।

৭। বীমা প্ৰাধিকাৰীয়ে কেতিয়া ক্ষতিপূৰণ আদায় দিবলৈ বাধ্য হয়?

উত্তৰঃ বীমা প্ৰাধিকাৰীয়ে তেতিয়াহে ক্ষতিপূৰণ আদায় দিবলৈ বাধ্য যেতিয়া অগ্নিয়েই তাৎক্ষণিক লোকচানৰ কাৰক।

৮। সাগৰীয় দুৰ্দ্দশা কি?

উত্তৰঃ সাগৰীয় দুৰ্দ্দশা হৈছে- সাগৰৰ মাজত থকা শিলাখণ্ডত জাহাজৰ খুন্দা লাগি হোৱা দুর্ঘটনা, জলদস্যুৰ আক্ৰমণ, অগ্নি আৰু জাহাজৰ কেপ্তেইন (মূৰবী) আৰু জাহাজ চলোৱা সকলৰ কাজ-কর্ম আদিয়েই সাগৰীয়া দুর্ঘটনা।

৯। কিয় মানুহে জীৱন বীমা কৰাৰ সিদ্ধান্ত লয়?

উত্তৰঃ জীৱন অনিশ্চিত হোৱাৰ বাবে, ভৱিষ্যতে সম্ভৱপৰ বিপদৰ পৰা আত্মৰক্ষা আৰু পৰিয়ালক আৰ্থিক সুৰক্ষা দিয়াৰ উদ্দেশ্যে মানুহে জীৱন বীমা কৰাৰ সিদ্ধান্ত লয়।

১০। মৃত্যুৰ পিছত বীমা কৰা ব্যক্তিৰ পৰিয়ালৰ কি লাভ হয়?

উত্তৰঃ মৃত্যুৰ পাছত বীমা কোম্পানীয়ে নিদ্দিষ্ট পৰিমাণৰ ধন উত্তৰাধিকাৰীক দিয়ে, যাৰ ফলত পৰিয়ালে আৰ্থিক সহায় পায়।

১১। জীৱন বীমা কোম্পানী কি ধৰণৰ পলিচি আগবঢ়ায়?

উত্তৰঃ জীৱন বীমা কোম্পানীয়ে স্বাস্থ্য, চিকিৎসা, বার্ষিক প্রাপ্যতা আৰ প্ৰকৃত জীৱন বীমা পলিচি আগবঢ়ায়।

১২। বীমাৰ বাবে দিয়া ধনক কি বোলে?

উত্তৰঃ বীমাৰ বাবে দিয়া ধনক ‘প্ৰিমিয়াম’ বোলে।

১৩। ‘ক্ষতিপূৰণ’ৰ চুক্তি কি?

উত্তৰঃ অগ্নি আৰু নৌ বিষয়ৰ বীমা হৈছে ‘ক্ষতিপূৰণ’ৰ চুক্তি।

১৪। অগ্নি বীমাৰ ক্ষেত্ৰত কোন ধৰণৰ তথ্য ব্যক্ত কৰিব লাগিব?

উত্তৰঃ অগ্নি বীমাৰ বাবে ঘৰ বন্ধা কাৰ্য্য, অগ্নি ধৰা পৰা কাৰ্য্য, আৰু অগ্নি নিৰূপক সা-সৰঞ্জামৰ ব্যৱহাৰৰ বিৱৰণ ব্যক্ত কৰিব লাগে।

১৫। যান-বাহন বীমাৰ ক্ষেত্ৰত কি তথ্য দিয়া প্রয়োজন?

উত্তৰঃ যান-বাহন বীমাৰ ক্ষেত্ৰত বাহনৰ প্ৰকাৰ আৰু চালকৰ সবিশেষ দিব লাগিব।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top