Application to change the scheme of mobile phone.
To
The Area Manager
Reliance Infocomm
Guwahati Zone
Date________
Sub: Application to change the scheme of mobile phone.
Sir,
I beg most respectfully to state that I have been a consumer of your company under the Post paid scheme since 5th February, 2004. But facing a few problems I would like to switch over to your prepaid scheme with cash card facility. Hope you will kindly help me accelerating the procedure as soon as possible.
Thank you.
Yours faithfully
_____________
মোবাইল ফোনৰ ক্সীম পৰিৱৰ্তনৰ কাৰণে আবেদন।
প্ৰতি,
এৰিয়া মেনেজাৰ,
ৰিলায়েঞ্চ ইনফোকম
গুৱাহাটী জোন
তাৰিখ……………
বিষয়: মোবাইল ফোনৰ ক্সীম পৰিৱৰ্তনৰ কাৰণে আবেদন।
মহাশয়,
যথাযোগ্য সন্মানেৰে সৈতে জনাব বিচাৰো যে যোৱা ৫ ফেব্ৰুৱাৰী ২০০৪ৰ পৰা মই আপোনাৰ কোম্পানীৰ পোষ্টপেইড ক্সীমৰ এজন গ্ৰাহক। কিন্তু ব্যক্তিগত অসুবিধাৰ কাৰণে বৰ্তমান মই প্ৰিপেইড ক্সীমৰ(কেছ কাৰ্ড সহ) গ্ৰাহক হ’ব বিচাৰো। আশাকৰো আপুনি যিমান সোনকালে সম্ভৱ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰি মোক সহায় কৰিব।
ধন্যবাদ।
আপোনাৰ বিশ্বাসী
………………………
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 7 Mathematics Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.