Complaint Against Out of Order Mobile Connection | মোবাইল ফোন কিছুদিন বন্ধ থকাৰ বাবে অভিযোগ পত্ৰ

Complaint against out-of-order mobile connection

To

The Area Manager.

Reliance Infocomm.

Barasat Zone. Barasat.

Date________

Sub: Complaint against out-of-order mobile connection.

Sir,

This is to inform you that I have been a consumer of your company since January 25, 2004. For the last 4 days, my phone has had almost neither any incoming nor outgoing calls can be made. I face terrible difficulties as I am completely detached from the outer world.

My business suffers a lot. Please restore the connection as soon as possible.

Thanking you.                 

Yours faithfully

Chinu Rani Das.

Madhyamgram. Kol-129.

Phone No ______________

মোবাইল ফোন কিছুদিন বন্ধ থকাৰ বাবে অভিযোগ পত্ৰ।

প্ৰতি

এৰিয়া মেনেজাৰ,

ৰিলায়েঞ্চ ইনফোকম

………………………

তাৰিখ………….

বিষয়: মোবাইল ফোন কিছুদিন বন্ধ থকাৰ বাবে অভিযোগ পত্ৰ।

মহাশয়,

যোৱা ২৫ জানুৱাৰী, ২০০৪ পৰা মই আপোনালোকৰ গ্ৰাহক। যোৱা চাৰিদিন ধৰি মোৰ ফোনটো মৃত হৈ আছে। কোনো কল অহাও নাই আৰু যোৱাও নাই। এই বাবে মোৰ খুবেই অসুবিধা হৈছে। ব্যৱসায়ত অনেক ক্ষতি হৈছে। অনুমান হৈছে মই যেন বাহিৰৰ পৃথিৱীৰ পৰা ছিচ্ছিন্ন হৈ আছো। অনুগ্ৰহ কৰি যিমান সোনকালে সম্ভৱ মোৰ ফোনৰ সংযোগ ঠিক কৰি দিয়ে যেন।

ধন্যবাদ।                           

আপোনাৰ বিশ্বাসী

…………………….

ফোন নং…………

ঠিকনা…………

Read Also:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top