SEBA Class 6 Maths Chapter 9 সমমিতি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Maths Chapter 9 সমমিতি Question Answer Assamese Medium and select need one. Class 6 Maths Textbook Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Class 6 Mathematics Textbook Solutions.
SEBA Class 6 Maths Chapter 9 সমমিতি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Maths Chapter 9 সমমিতি Notes are part of All Subject Solutions. Here we have given SEBA Class 6 Maths Solutions Assamese Medium for All Chapters, You can practice these here.
সমমিতি
Chapter: 9
| কৰি চাওঁ আহা 9.1 |
1. তোমাৰ চৌপাশে থকা পাঁচবিধ সমমিত আকৃতিৰ বস্তুৰ নাম লিখা আৰু চিত্র আঁকা।
উত্তৰঃ (i) চিলা (ii) পখিলা (iii) ব্লেড (iv) গছৰ পাত (v) বটল।
2. কাষৰ সমমিত চিত্ৰটোত থকা ৰেখাসমূহৰ পৰা সমমিতি ৰেখাডাল চিনাক্ত কৰা।
উত্তৰঃ l₁ আৰু l₁
3. তলৰ চিত্ৰবোৰত সমমিতি ৰেখা অংকন কৰা।
উত্তৰঃ
4. লেখকাগজত L, M, N ৰেখা কেইডালৰ ওপৰত তলত দিয়া চিত্ৰসমূহ অংকন কৰোঁ আহা। চিত্ৰকেইটা এনেদৰে সম্পূৰ্ণ কৰা যাতে প্রদত্ত ৰেখা সাপেক্ষে চিত্রকেইটা সমমিত হয়।
উত্তৰঃ
| কৰি চাওঁ আহা 9.2 |
1. সুষম পঞ্চভুজ (যাৰ সকলো বাহু আৰু সকলো কোণ সমান) এটা সমমিত চিত্র। সুষম পঞ্চভুজটোৰ কিমানডাল সমমিতি ৰেখা আছে?
উত্তৰঃ 5 ডাল।
| কৰি চাওঁ আহা 9.3 |
1. তলত দিয়া আকৃতিসমূহত সমমিতি ৰেখা অংকন কৰা। আকৃতিসমূহত কিমানডালকৈ সমমিতি ৰেখা আছে উল্লেখ কৰা।
উত্তৰঃ এডাল।
উত্তৰঃ এডাল।
(c)
উত্তৰঃ এডাল।
উত্তৰঃ দুডাল।
উত্তৰঃ তিনিডাল।
উত্তৰঃ তিনিডাল।
2. লেখ কাগজত আঁকা কেইটামান জ্যামিতিক আকৃতি তলত দিয়া আছে। প্ৰতিটো চিত্ৰৰ সমমিতি ৰেখাবোৰ আঁকি দেখুওৱা।
(i)
উত্তৰঃ
(ii)
উত্তৰঃ
3. 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9 লৈ অংকসমূহক একোটা জ্যামিতিক চিত্ৰ হিচাপে ধৰি লৈ এইবোৰৰ কোনকেইটা চিত্র সমমিত উল্লেখ কৰা, লগতে সমমিত চিত্ৰবোৰৰ ক্ষেত্ৰত সমমিতি ৰেখাৰ সংখ্যা কিমান লিখা।
উত্তৰঃ
0 ৰ সমমিত ৰেখাৰ সংখ্যা 2 ডাল।
3 ৰ সমমিত ৰেখাৰ সংখ্যা 1 ডাল।
8 ৰ সমমিত ৰেখাৰ সংখ্যা 2 ডাল।
4. ইংৰাজী বৰ্ণমালাৰ ছপা ৰূপৰ ডাঙৰ হাতৰ আখৰবোৰক একোটা জ্যামিতিক চিত্র হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্রস্তুত কৰা, লগতে এইবোৰৰ সমমিতি ৰেখাৰ সংখ্যা উল্লেখ কৰা।
উত্তৰঃ
| ইংৰাজী বৰ্ণমালা | সমমিতি ৰেখাৰ সংখ্যা |
| A | 1 ডাল |
| B | 1 ডাল |
| C | 1 ডাল |
| D | 1 ডাল |
| E | 1 ডাল |
| H | 1 ডাল |
| I | 1 ডাল |
| K | 1 ডাল |
| M | 1 ডাল |
| O | 1 ডাল |
| U | 1 ডাল |
| V | 1 ডাল |
| W | 1 ডাল |
| X | 1 ডাল |
5. কাষৰ চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে?
উত্তৰঃ 6 ডাল।
6. তলত উল্লেখ কৰা মতে অংকন কৰা:
(i) কেৱল মাত্র এডাল সমমিতি ৰেখা থকা এটা চতুর্ভুজ।
উত্তৰঃ
(ii) কেৱল মাত্র দুডাল সমমিতি ৰেখা থকা এটা চতুর্ভুজ।
উত্তৰঃ
(iii) কেৱল মাত্ৰ চাৰিডাল সমমিতি ৰেখা থকা এটা চতুর্ভুজ।
উত্তৰঃ
(iv) কেৱল মাত্র তিনিডাল সমমিতি ৰেখা থকা এটা ত্রিভুজ।
উত্তৰঃ
7. অসংখ্য সমমিতি ৰেখা থকা এটা চিত্র অংকন কৰা।
উত্তৰঃ
8. তলৰ লেখকাগজত কেইটামান চিত্র দিয়া আছে। এইবোৰৰ প্ৰতিটোৰে নক্সা আঁকি প্রদত্ত উলম্ব ৰেখা, অনুভূমিক ৰেখা আৰু উভয় ৰেখা সাপেক্ষে সমমিত হোৱাকৈ চিত্ৰটো আঁকা আৰু সম্পূৰ্ণ কৰা।
(i)
উত্তৰঃ
(ii)
উত্তৰঃ
(iii)
উত্তৰঃ
| কৰি চাওঁ আহা 9.4 |
1. ‘০’ হিচাপে চিহ্নিত বিন্দুটো সাপেক্ষে তলৰ চিত্ৰসমূহৰ সমমিতি কোণ নির্ণয় কৰা।
(a)
উত্তৰঃ 90°, 180°, 270°, 360°
(b)
উত্তৰঃ 120°, 240°, 360°
(c)
উত্তৰঃ 180°,
(d)
উত্তৰঃ 120°, 240°, 360°
উত্তৰঃ (e) 90°, 180°, 270°, 360°
2. তলৰ চিত্ৰবোৰৰ ঘূর্ণন সমমিতিৰ ক্ৰম কিমান হ’ব?
(a)
উত্তৰঃ 4
(b)
উত্তৰঃ 4
(c)
উত্তৰঃ 5
(d)
উত্তৰঃ 2
(e)
উত্তৰঃ 1
(f)
উত্তৰঃ 2
3. প্রতিফলন সমমিতি আৰু ঘূর্ণন সমমিতি দুয়োটা থকা দুটা চিত্র অংকন কৰা।
উত্তৰঃ ABQP ৰ প্রতিবিম্ব DCQP
90°, 180°, 270° আৰু 360° কোণত চকাটো একে দেখা যাব। গতিকে চকাটোৰ কোণৰ সমমিতি চাৰিটা আছে। এটা চিত্ৰৰ এটা সম্পূর্ণ ঘূর্ণনৰ সময়ত টিত্ৰটো যিমানবাৰ একে ধৰণৰ দেখা যায় তাক সমমিতিৰ ক্ৰম বোলা হয়। গতিকে প্রদত্ত চকাটোৰ ঘূর্ণীয় সমমিতিৰ ক্ৰম 4।
4. এটা চতুর্ভুজ অংকন কৰা, যাৰ সমমিতি ৰেখা আৰু ঘূর্ণন সমমিতি দুয়োটা থাকে।
উত্তৰঃ বৰ্গৰ সমমিতি ৰেখাৰ সংখ্যা 4। যেতিয়া আমি বর্গটোক 90° 180° 270° আৰু 360° কোণত ঘূৰাওঁ তেতিয়া ইয়াক প্ৰাৰম্ভিক অৱস্থানৰ দৰেই দেখা যায়। গতিকে, বৰ্গৰ ঘূর্ণন সমমিতিৰ ক্ৰম হ’ল 4। ঘূর্ণনৰ কোণ (বা, সমমিতি কোণ) কেইটা হ’ল 90° 180° 270° আৰু 360°।
5. এটা চতুর্ভুজ অংকন কৰা, যাৰ প্ৰতিফলন সমমিতি আছে, কিন্তু ঘূর্ণন সমমিতি নাই।
উত্তৰঃ ABCD চিলাটোৰ প্ৰতিফন সমমিতি আছে। সমমিতি ৰেখা এডাল। কিন্তু ইয়াক ঘূৰালে একে ধৰণৰে দেখা যায়। গতিকে ইয়াৰ ঘূর্ণন সমমিত নাই।
6. ইংৰাজী বৰ্ণমালাৰ ‘S’ আখৰটোৰ ঘূর্ণন সমমিতিৰ ক্ৰম কিমান? ‘S’ আখৰটোৰ সমমিতি ৰেখা আছেনে?
উত্তৰঃ ইংৰাজী বৰ্ণমালাৰ ‘S’ আখৰটোৰ ঘূর্ণন সমমিতিৰ ক্ৰম 1। S আখৰটোৰ সমমিতি ৰেখা নাই।
7. অশোক চক্রটোৰ সমমিতি ৰেখা আৰু সমমিতি কোণ কিমান আছে?
উত্তৰঃ অশোক চক্ৰটোৰ সমমিত ৰেখা আৰু সমমিতি কোণ 12।
8. 6 ডাল সমান বাহু থকা এটা বহুভুজ (সুষম ষড়ভুজ) অংকন কৰা। বহুভুজটোৰ সমমিতি কোণ নির্ণয় কৰা।
উত্তৰঃ এটা সুষম ষড়ভুজৰ সমমিতি কোণ 60°।
9. যদি এটা চিত্ৰৰ আটাইতকৈ সৰু সমমিতি কোণ 60° তেন্তে চিত্ৰটোৰ আন সমমিতি কোণবোৰ কি কি?
উত্তৰঃ 120° 180° 240° 300° 360°.
10. ঘূর্ণন সমমিতি থকা এটা চিত্র অংকন কৰা, যাৰ আটাইতকৈ সৰু সমমিতি কোণটো 45°।
উত্তৰঃ ঘূর্ণন সমিতি থকা এটা অষ্টভূজৰ প্ৰতিটো কোণৰ মাপ 45°।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

