SEBA Class 6 Mathematics Chapter 2 সংখ্যাৰ বিভিন্ন প্ৰকাৰ

SEBA Class 6 Mathematics Chapter 2 সংখ্যাৰ বিভিন্ন প্ৰকাৰ Question Answer, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 2 সংখ্যাৰ বিভিন্ন প্ৰকাৰ Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 2 সংখ্যাৰ বিভিন্ন প্ৰকাৰ Notes and select needs one.

SEBA Class 6 Mathematics Chapter 2 সংখ্যাৰ বিভিন্ন প্ৰকাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 2 সংখ্যাৰ বিভিন্ন প্ৰকাৰ Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 2 সংখ্যাৰ বিভিন্ন প্ৰকাৰ Solutions for All Subject, You can practice these here.

সংখ্যাৰ বিভিন্ন প্ৰকাৰ

Chapter – 2

নিজে কৰাঃ

প্রশ্ন 1. তলৰ সংখ্যাৰ ঠিক পাছৰ যুগ্ম সংখ্যাটো লিখা।

24 102 29 205 300

উত্তৰঃ 24 ৰ পাছৰ যুগ্ম সংখ্যাটো – 26

102 ৰ পাছৰ যুগ্ম সংখ্যাটো – 104

29 ৰ পাছৰ যুগ্ম সংখ্যাটো – 30

205 ৰ পাছৰ যুগ্ম সংখ্যাটো – 206

300 ৰ পাছৰ যুগ্ম সংখ্যাটো – 302

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন 2. তলৰ সংখ্যাৰ ঠিক পাছৰ অযুগ্ম যুগ্ম সংখ্যাটো লিখা।

39 143 188 256 100

উত্তৰঃ 39 ৰ আগৰ অযুগ্ম সংখ্যাটো – 37

143 ৰ আগৰ অযুগ্ম সংখ্যাটো – 141

188 ৰ আগৰ অযুগ্ম সংখ্যাটো – 178

256 ৰ আগৰ অযুগ্ম সংখ্যাটো – 37

100 ৰ আগৰ অযুগ্ম সংখ্যাটো – 99

প্রশ্ন 3. কোনো এটা সংখ্যাৰ এককৰ স্থানত কি অংক থাকিলে সংখ্যাটো অযুগ্ম হয়?

উত্তৰঃ কোনো এটা সংখ্যাৰ এককৰ স্থানত 1,3,5,7,9 থাকিলে সংখ্যাটো অযুগ্ম হয়।

প্রশ্ন 4. তলৰ যোগফল আৰু পূৰণফলবোৰত আমি কি সংখ্যা পাম?

উত্তৰঃ (a) যুগ্ম সংখ্যা + যুগ্ম সংখ্যা = যুগ্ম সংখ্যা।

(b) যুগ্ম সংখ্যা + অযুগ্ম সংখ্যা = অযুগ্ম সংখ্যা।

(c) অযুগ্ম সংখ্যা + অযুগ্ম সংখ্যা = যুগ্ম সংখ্যা।

(d) যুগ্ম সংখ্য × যুগ্ম সংখ্যা = যুগ্ম সংখ্যা।

(e) যুগ্ম সংখ্যা × অযুগ্ম সংখ্যা = যুগ্ম সংখ্যা।

(f) অযুগ্ম সংখ্যা × অযুগ্ম সংখ্যা = অযুগ্ম সংখ্যা।

প্রশ্ন 5. তলৰ সংখ্যাবোৰৰ পৰা যুগ্ম আৰু অযুগ্ম সংখ্যাবোৰ বাচি উলিয়াই লিখা।

উত্তৰঃ 

নিজে কৰাঃ

প্রশ্ন 1. তলৰ কোনবোৰ সংখ্যা (i) 2 ৰে (ii) 5 ৰে (iii) 10 ৰে বিভাজ্য?

(a) 194

(b) 2748

(c) 1670

(d) 23,040

(e) 1,256

(f) 3,656

(g) 4,608

(h) 47,215

উত্তৰঃ (i) 2 ৰে বিভাজ্যঃ

(a) 194

(b) 2748

(c) 1670

(d) 23,040

(e) 1,256

(f) 3,656 

(g) 4,608

(ii) 5 বে বিভাজ্যঃ

(c) 1670

(d) 23,040

(h) 47,215

(iii) 10 ৰে বিভাজ্যঃ

(c) 1670

(d) 23,040

প্রশ্ন 2. তলৰ কোনবোৰ সংখ্যা 4 ৰে বিভাজ্য?

(a) 7004

(b) 9,208

(c) 7,218

(d) 3,000

(e) 4,240

(f) 4,240

উত্তৰঃ 4 ৰে বিভাজ্য সংখ্যাবোৰ-

(a) 7004

(b) 9,208

(d) 3,000

(e) 4,240

প্রশ্ন 3. তলৰ কোনবোৰ সংখ্যা ৪ ৰে বিভাগ?

(a) 1,238

(b) 2,408

(c) 4,316

(d) 4,000

উত্তৰঃ ৪ ৰে বিভাজ্য সংখ্যাবোৰ-

(b) 2,408

(d) 4,000

প্রশ্ন 4. তলৰ কোনবোৰ সংখ্যা ৪ ৰে বিভাজ্য?

(a) 780

(b) 4,752

(c) 3576

(d) 86,732

(e) 70,203

(f) 50,004

উত্তৰঃ ৪ ৰে বিভাজ্য সংখ্যাবোৰ-

(a) 780

(b) 4,752

(c) 3576

(e) 70,203

(f) 50,004

প্রশ্ন 5. তলৰ কোনবোৰ সংখ্যা 9 ৰে বিভাজ্য?

(a) 2,300

(b) 9,126

(c) 8,001

(d) 1234

(e) 4,329

(f) 9876

উত্তৰঃ 9 ৰে বিভাজ্য সংখ্যাবোৰ-

(b) 9,126

(c) 8,001

(e) 4,329

প্রশ্ন 6. তলৰ কোনবোৰ সংখ্যা 11 বে বিভাজ্য?

(a) 7,007

(b) 77,987

(c) 94,325

(d) 8,09,391

(e) 1,23,456

উত্তৰঃ 11 ৰে বিভাজ্য সংখ্যাবোৰ-

(a) 7,007

(c) 94,325

(d) 8,09391

প্রশ্ন 7. তলৰ কোনবোৰ সংখ্যা 6 ৰে বিভাজ্য?

(a) 3,484

(b) 30,282

(c) 72,006

(d) 34,560

উত্তৰঃ 6 ৰে বিভাজ্য সংখ্যাবোৰ-

(b) 30,282

(c) 72,006

(d) 34,560

বিভাজ্যতাৰ নিয়ম ব্যৱহাৰ কৰি তলৰ তালিকাত বাওঁ স্তম্ভত দিয়া সংখ্যাবোৰ সোঁফালৰ ওপৰৰ সংখ্যাকোইটাৰে বিভাজ্য হয় নে নহয় লিখা

সংখ্যা ভজক
234567891011
326হয়নহয়নহয়নহয়নহয়নহয়নহয়নহয়নহয়নহয়
525নহয়হয়নহয়হয়নহয়হয়নহয়নহয়নহয়নহয়
1036হয়নহয়হয়নহয়নহয়হয়নহয়নহয়নহয়নহয়
2065নহয়নহয়নহয়হয়নহয়হয়নহয়নহয়নহয়নহয়
3144হয়হয়হয়নহয়হয়নহয়হয়নহয়নহয়নহয়
9183হয়হয়নহয়নহয়হয়নহয়নহয়নহয়নহয়নহয়
31200হয়হয়হয়হয়হয়নহয়হয়নহয়হয়নহয়
4103নহয়নহয়নহয়নহয়নহয়নহয়নহয়নহয়নহয়হয়
7898হয়নহয়নহয়নহয়নহয়নহয়নহয়নহয়নহয়হয়
7812হয়হয়হয়নহয়হয়হয়নহয়হয়নহয়নহয়
নিজে কৰাঃ

1. তলত দিয়া সংখ্যাবিলাকৰ উৎপাদক বিশ্লেষণ কৰা।

(a) 80

উত্তৰঃ 80

∴ 80 = 2 × 2 × 2 × 2 × 5

(b) 100

উত্তৰঃ 100

∴ 100 = 2 × 2 × 5 × 5

(c) 124

উত্তৰঃ 124

∴ 124 = 2 × 2 × 31

(d) 946

উত্তৰঃ 946

∴ 946 = 2 × 11 × 43

(e) 325

উত্তৰঃ 325

∴ 325 = 5 × 5 × 13

(f) 10

উত্তৰঃ 10

∴ 10 = 2 × 5

(g) 570

উত্তৰঃ 570

∴ 570 = 2 × 3 × 5 × 19

(h) 399

উত্তৰঃ 399

∴ 399 = 3 × 7 × 19

(i) 915

উত্তৰঃ 915

∴ 915 = 3 × 5 × 61

নিজে কৰাঃ

প্রশ্ন 1. সাধাৰণ উৎপাদকবোৰ উলিওৱা-

(a) 8,20

উত্তৰঃ 8,20

৪ ৰ উৎপাদকসমূহ = 1, 2, 4, 8

20ৰ উৎপাদকসমূহ = 1, 2, 4, 5, 10, 20

∴ 8, 20 ৰ সাধাৰণ উৎপাদক = 1, 2, 4

(b) 9,15

উত্তৰঃ 9,15

9 ৰ উৎপাদকসমূহ = 1, 3, 9

15ৰ উৎপাদকসমূহ = 1, 3, 5, 15

∴ 9,15 ৰ সাধাৰণ উৎপাদক = 1, 3

(c) 35,50

উত্তৰঃ 35,50

35 ৰ উৎপাদকসমূহ = 1, 5, 7, 35

50ৰ উৎপাদকসমূহ = 1, 2, 5, 10, 25, 50

∴ 35, 50 ৰ সাধাৰণ উৎপাদক = 1,5

(d) 56,120

উত্তৰঃ 56,120

56 ৰ উৎপাদকসমূহ = 1, 2, 4, 7, 8, 14, 28, 56

120ৰ উৎপাদকসমূহ = 1, 2, 3, 4, 5, 6, 8, 10, 12, 15, 24, 30, 40, 60, 120

∴ 56, 120 ৰ সাধাৰণ উৎপাদক = 1, 2, 4, 8

প্রশ্ন 2. সাধাৰণ উৎপাদকবোৰ উলিওৱা-

(a) 5, 15

উত্তৰঃ 5,15,25

5 ৰ উৎপাদক = 1, 5

15 ৰ উৎপাদক = 1, 3, 5, 15

25 ৰ উৎপাদক = 1, 5, 25

∴ 5,15,25 ৰ সাধাৰণ উৎপাদক = 1, 5

(b) 12, 16, 18

উত্তৰঃ 12,16,18

12 ৰ উৎপাদক = 1, 2, 3, 4, 6, 12

16 ৰ উৎপাদক = 1, 2, 4, 8, 16

18 ৰ উৎপাদক = 1, 2, 3, 6, 9, 18

∴ 12,16, 18 ৰ সাধাৰণ উৎপাদক = 1, 2

(c) 8, 24

উত্তৰঃ 8, 16, 24

৪ ৰ উৎপাদক = 1, 2, 4, 8

16 ৰ উৎপাদক = 1, 2, 4, 8, 16

24 ৰ উৎপাদক = 1, 2, 3, 4, 6, 8, 12,24

∴ 8,16,24 ৰ সাধাৰণ উৎপাদক = 1, 2, 4, 8

(d) 9,15,21

উত্তৰঃ 9,15, 21

9 ৰ উৎপাদক = 1, 3, 9

15 ৰ উৎপাদক = 1, 3, 5, 15

21ৰ উৎপাদক = 1, 3, 5, 15

∴ 9,15, 21 ৰ সাধাৰণ উৎপাদক = 1, 3

প্ৰশ্ন 3. প্ৰথম চাৰিটা সাধাৰণ গুণিতক উলিওৱা-

(a) 3,6

উত্তৰঃ 3,6

3 ৰ গুণিতক = 3, 6, 9, 12, 15, 18, 21, 24………………

6 ৰ গুণিতক = 6, 12, 18, 24, 30, 36………..

∴ 3 আৰু 6 ৰ সাধাৰণ গুণিতক চাৰিটা 6, 12, 18, 24

(b) 5,10

উত্তৰঃ 5,10

5 ৰ গুণিতক = 5, 10, 15,  20,  25, 30, 35, 40, 45, 50

10 ৰ গুণিতক = 10, 20, 30, 40, 50, 60………………

∴ 5 আৰু 10 ৰ সাধাৰণ গুণিতক চাৰিটা 10, 20, 30, 40

(c) 8,12

উত্তৰঃ 8,12

৪ ৰ গুণিতক = 8, 16, 24, 32, 40, 48, 56, 64, 72……………

12ৰ গুণিতক = 12, 24, 36, 48, 60, 72……………..

∴ 8 আৰু 12 ৰ সাধাৰণ গুণিতক চাৰিটা 24, 48, 72, 96

(d) 12,18

উত্তৰঃ 12, 18

12 ৰ গুণিতক = 12, 24, 36, 48, 60, 72, 84, 96, 108……………

18 ৰ গুণিতক = 18, 36, 54, 72, 90, 108……………

∴ 12 আৰু 18 ৰ সাধাৰণ গুণিতক চাৰিটা 36, 72, 108, 144

নিজে কৰাঃ

প্রশ্ন 1. মৌলিক উৎপাদক বিশ্লষণ নির্ণয় পদ্ধতিৰে ওপৰৰ সংখ্যাবোৰ গঃসাঃউঃ উলিওৱা।

(a) 36,84

উত্তৰঃ 36.84

মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা-

36 = 2 × 2 × 3 × 3

84 = 2 × 2 × 3 × 7

∴ নির্ণেয় গঃসাঃউঃ = 2 × 2 × 3 = 12

(b) 34,102

উত্তৰঃ 34,102

মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা-

34 = 17

102 = 2 × 3 × 17

∴ নির্ণেয় গঃসাঃউঃ = 2 × 17

= 17

(c) 91,112,49

উত্তৰঃ 91,112,49

মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা-

91 = 7 × 13

112 = 2 × 2 × 2 × 2 × 7

49 = 7 × 7

∴ নির্ণেয় গঃসাঃউঃ = 7

(d) 18,54,81

উত্তৰঃ 18,54,81

মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা-

18 = 2 × 3 × 3

54 = 2 × 3 × 3 × 3

81 = 3 × 3 × 3 × 3

∴ নির্ণেয় গঃসাঃউঃ = 3 × 3 = 9

(e) 12,45,75

উত্তৰঃ (e) 12,45,75

মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা-

12 = 2 × 2 × 3

45 = 3 × 3 × 5

78 = 3 × 5 × 5

∴ নিৰ্ণেয় গঃসাঃউঃ = 3

প্ৰশ্ন 2. সাধাৰণ উৎপাদক নিৰ্ণয় পদ্ধতিৰে ওপৰৰ সংখ্যাবোৰৰ গঃসাঃউঃ নিৰ্ণয় কৰা।

উত্তৰঃ (a) 36,84

36 ৰ উৎপাদকবোৰ হ’ল 1, 2, 3, 4, 6, 9, 12, 18, 36

84 ৰ উৎপাদকবোৰ হ’ল 1, 2, 3, 4, 7, 12, 21, 28, 42, 84

∴ নির্ণেয় গঃসাঃউঃ = 12

(b) 34,102

34 ৰ উৎপাদকবোৰ হ’ল 1, 2, 17, 34

102 ৰ উৎপাদকবোৰ হ’ল 1, 2, 3, 6, 17, 34, 51, 102

∴ নির্ণেয় গঃসাঃউঃ = 34

(c) 91,112,49

91 ৰ উৎপাদকবোৰ হ’ল 1, 7, 13, 91

112 ৰ উৎপাদকবোৰ হ’ল 1, 2, 3, 4, 7, 16, 28, 56, 112

49 ৰ উৎপাদকবোৰ হ’ল = 1, 7, 49

∴ 91, 112, 49 নির্ণেয় গঃসাঃউঃ = 7

(d) 18,54,81

18 ৰ উৎপাদকবোৰ হ’ল 1, 2, 9, 18

54 ৰ উৎপাদকবোৰ হ’ল 1, 2, 3, 3, 6, 9, 18, 27, 54

81 ৰ উৎপাদকবোৰ হ’ল = 1, 3, 9, 27, 81

∴ নির্ণেয় গঃসাঃউঃ = 9

(e) 12,45,75

12 ৰ উৎপাদকবোৰ হ’ল 1, 2, 3, 4, 6, 12

45 ৰ উৎপাদকবোৰ হ’ল 1, 3, 5, 9, 15, 45

75 ৰ উৎপাদকবোৰ হ’ল = 1, 3, 5, 15, 25, 17

∴ নিৰ্ণয় গঃসাঃউঃ = 3

প্ৰশ্ন 3. তালিকাত উল্লেখ কৰা সংখ্যাবোৰৰ গঃসাঃউঃ নিৰ্ণয় কৰা-

প্ৰশ্ন নংসংখ্যাসকলো উৎপাদকসাধাৰণ উৎপাদকগঃসাঃউঃ
112,1812 → 1, 2, 3, 4, 6, 12
18 → 1, 2, 3, 6, 18
1, 2, 3, 66
216,24,3016 → 1, 2, 4, 8, 16
24 → 1, 2, 3, 4, 6, 8, 12, 24
30 → 1, 2, 3, 5, 6, 10, 15,3 0
1, 2, 32
350,80,10050 → 1, 2, 10, 25, 50
80 → 1, 2, 4, 8, 10, 20, 40, 80
100 → 1, 2, 4, 5, 10, 20, 25, 50, 100
1, 2, 1010
591,112,4991 → 1, 7, 13, 91
112 → 1, 2, 4, 7, 16, 28, 56, 112
49 → 1, 7, 49
1, 27
515,45,10015 → 1, 3, 5, 15
112 → 1, 3, 5, 9, 15, 45
100 → 1, 2, 4, 5, 10, 20, 25, 50, 100
1, 55
নিজে কৰাঃ

প্রশ্ন 1. 1 আৰু 100 ৰ ভিতৰত 8 আৰু 12 ৰ প্ৰতিটোৰে গুণিতকবোৰ লিখা। গুণিতকবোৰৰ পৰা ৪ আৰু 12 ৰ সাধাৰণগুণিতকবোৰ উলিওৱা। তাৰ পৰা 8 আৰু 12 ৰ লঃসাঃগুঃ উলিওৱা।

উত্তৰঃ 1 আৰু 100 ৰ ভিতৰত

8 ৰ গুণিতকবোৰ- 8, 16, 24, 32, 40, 48, 56, 64, 72, 80, 96

12 ৰ গুণিতকবোৰ-12, 24, 36, 48, 60, 72, 84,96

∴ 8 আৰু 12 ৰ সাধাৰণ গুণিতকবোৰ- 24, 48, 72, 96

∴ নির্ণেয় লঃসাঃগুঃ = 24

প্রশ্ন 2.1 আৰু 250 ৰ ভিতৰত প্ৰথমে 13 আৰু 17 ৰ গুণিতকবোৰ লিখা তাৰ পিছত সিহঁতৰ সাধাৰণ গুণিতকবোৰৰ উলিওৱা আৰু 13 আৰু 17 ৰ লঃসাঃগুঃ উলিওৱা লঃসাঃগুঃ উলিওৱা।

উত্তৰঃ 1 আৰু 250 ৰ ভিতৰত

13 ৰ গুণিতকবোৰ- 13, 26, 39, 42, 65, 78, 91, 104, 117, 130

143, 156, 169, 182, 195, 208, 221, 234, 247

17 ৰ গুণিতকবোৰ- 17, 34, 51, 68, 102, 119, 136, 153, 170, 187, 204, 221, 238

∴ 13 আৰু 17 ৰ সাধাৰণ গুণিতকবোৰ- 221

∴ নির্ণেয় লঃসাঃগুঃ = 221

প্ৰশ্ন 3. চুটি হৰণ পদ্ধতিৰে লঃসাঃগুঃ উলিওৱা-

(i) 12,16,18

উত্তৰঃ 12,16,18

∴ নিৰ্ণয় লঃসাঃগুঃ = 2 × 2 × 2 × 2 × 3 × 3 = 144

(ii) 20,25,30

উত্তৰঃ 20,25,30

∴ নিৰ্ণয় লঃসাঃগুঃ = 2 × 2 × 3 × 5 × 5 = 300

(iii) 20,40,60

উত্তৰঃ 20,40,60

∴ নিৰ্ণয় লঃসাঃগুঃ = 2 × 2 × 2 × 3 × 5 = 120

(iv) 24,40,64

উত্তৰঃ 24,40,64

∴ নিৰ্ণয় লঃসাঃগুঃ = 2 × 2 × 2 × 2 × 2 × 2 × 3 × 5 = 960

নিজে কৰাঃ

1. দুটা সংখ্যাৰ লঃসাঃগু আৰু গঃসাঃউঃৰ পূৰণফল 720, এটা সংখ্যা 30 হ’লে আন সংখ্যাটো কিমান হ’ব উলিওৱা?

উত্তৰঃ দিয়া আছে, দুটা সংখ্যাৰ লঃসাঃগু × গঃসাঃউ = 720

আৰু তাৰে এটা সংখ্যা = 30

আমি জানো যে, দুটা সংখ্যাৰ পূৰণফল = লঃসাঃগু × গঃসাঃউ = 720

∴ 30 × আনটো সংখ্যা = 720

আনটো সংখ্যা = 720/30 = 24

অনুশীলনীৰ প্ৰশ্নোত্তৰঃ

প্রশ্ন 1. এটা কোঠালীৰ দৈৰ্ঘ্য, প্রস্থ আৰু উচ্চতা ক্ৰমে 825 চেমি 675 আৰু 450 চেমি। এই ত্রিমাত্রিক কোঠালীটো সঠিককৈ জুখিবলৈ আটাইতকৈ কিমান দীঘল ফিটা লাগিব উলিওৱা।

উত্তৰঃ ত্রিমাত্রিক কোঠালীটো দৈর্ঘ্য = 825 চে.মি.

প্রস্থ = 675 চে.মি.

উচ্চতা = 450 চে.মি.

এতিয়া, 825, 675 আৰু 450ৰ গঃসাঃউঃ উলিয়াই পাওঁ–

825 = 3 × 5 × 5 × 11

675 = 3 × 3 × 3 × 5 × 5

450 = 2 × 3 × 3 × 5 × 5

∴ নির্ণেয় লঃসাঃউঃ = 3 × 5 × 5 = 75

কোঠাটোত সঠিককৈ জুখিবলৈ আটাইতকৈ 75 চেমি. দীঘল ফিটা লাগিব।

প্রশ্ন 2. 18,24,32 ৰে বিভাজ্য হোৱা 4 অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো উলিওৱা।

উত্তৰঃ 18, 24, 32 লসাগু উলিয়াই পাওঁ-

18 = 2 × 3 × 3

24 = 2 × 2 × 2 × 3

32 = 2 × 2 × 2 × 2 × 2

∴ নির্ণেয় লঃসাঃগুঃ = 2 × 2 × 2 × 2 × 2 × 3 × 3 = 288

এতিয়া, 288 ৰ গুণিতক সমূহ হ’ব 288, 576,1 115…………

∴ নির্ণেয় 4 অংকবিশিষ্ট আটাইতকৈ সৰু 18, 24 আৰু 4 ৰে বিভাজ্য হোৱা সংখ্যাটো- 1152

প্রশ্ন 3. একেখিনি ঠাইৰ পৰা তিনিজন মানুহে একেলগে খোজকাঢ়ি গ’ল। তেখেতসকলৰ খোজৰ জোখবোৰ ক্ৰমে 63 চেমি 70 চেমি আৰু 77 চেমি। তেখেতসকলৰ প্ৰত্যেক নিম্নতম কিমান দূৰত্ব খোজকঢ়া উচিত যাতে সকলোৱে পূর্ণসংখ্যক খোজকঢ়াৰ শেষত একে ঠাইত উপনীত হ’ব লাগিব?

উত্তৰঃ মানুহ তিনিজনৰ খোজৰ জোখসমূহ = 63 চে.মি. 70 চে.মি. আৰু 77 চে.মি.

এতিয়া, 63, 70 আৰু 77 ৰ লঃসাঃগুঃ উলিয়াই পাওঁ-

63 = 3 × 3 × 7

70 = 2 × 5 × 7

77 = 7 × 11

∴ নির্ণেয় লঃসাঃগুঃ = 2 × 3 × 3 × 3 × 5 × 7 × 11 = 6930

∴ নিম্নতম 6930 চে.মি. দূৰত্ব খোজ কাঢ়িলে সকলোৱে পূর্ণসংখ্যক খোজ কঢ়াৰ পাছত একে ঠাইত উপনীত হ’ব পাৰিব।

প্রশ্ন 4. আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটোৰে 35, 45 আৰু 50ক হৰণ কৰিলে কোনো ভাগশেষ নাথাকে।

উত্তৰঃ 35, 45 আৰু 50 ব লঃসাঃগুঃ নির্ণয় কৰি পাওঁ-

35 = 5 × 7

45 = 3 × 3 × 5

50 = 2 × 5 × 5

∴ নির্ণেয় লঃসাঃগুঃ = 5

∴ 35,45 আৰু 50 ক হৰণ কৰি ভাগশেষ নোপোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো – 5

প্রশ্ন 5. এজন গাখীৰ ব্যৱসায়ীৰ তিনিটা ড্ৰামত 180 লিটাৰ, 264 লিটাৰ আৰু 252 লিটাৰ গাখীৰ আছে। সর্বোচ্চ জোখৰ কিমান লিটাৰৰ পাত্ৰ এটা ল’লে ব্যবসায়ীজনে ড্রামকেইটাত অলপো গাখীৰ ৰৈ নোযোৱাকে তিনিওটা ড্রামতে গাখীৰ জোখিব পাৰিব নিৰ্ণয় কৰা।

উত্তৰঃ গাখীৰ ব্যৱসায়াজনৰ তিনিটা ড্ৰামত থকা গাখীৰৰ পৰিমাণ 180 লিটাৰ, 264 লিটাৰ আৰু 252 লিটাৰ।

180,264 আৰু 252 ৰ গঃসাঃউঃ নির্ণয় কৰিলে পাওঁ-

180 = 2 × 2 × 3 × 3 × 5

264 = 2 × 2 × 2 × 3 × 11

252 = 2 × 2 × 3 × 3 × 7

∴ নির্ণেয় লঃসাঃউঃ = 2 × 2 × 3 = 12

∴ 12 লিটাৰৰ এটা পাত্ৰ ল’লে ব্যবসায়ীজনে ড্রামকেইটাত অলপো গাখীৰ ৰৈ নোযোৱাকৈ তিনিওটা ড্ৰামতে গাখীৰ জুখিব পাৰিব।

প্রশ্ন 6. এজন শিক্ষকক 66 টা কল আৰু 110 টা আম দিয়া হ’ল। আটাইতকৈ কিমান বেছি ল’ৰাৰ মাজত ফলবোৰ সমানে ভগাব পাৰিব?

উত্তৰঃ শিক্ষকগৰাকীক আম দিয়া হ’ল = 110 টা

কল দিয়া হ’ল = 66 টা

এতিয়া, 110 আৰু 66 ৰ গঃসাঃউঃ

110 = 2 × 5 × 11

66 = 2 × 3 × 11

∴ লঃসাঃউঃ = 2 × 11 = 22

∴ আটাইতকৈ বেছি 22 জন ল ‘ৰাৰ মাজত ফলবোৰ সমানে ভগাব পৰা যাব।

প্রশ্ন 7. এটা শ্ৰেণীৰ ছাত্ৰবিলাক 10 বা 15 বা 20 জনকৈ শাৰী পাতি বহিলে এজনো ছাত্ৰ বাকী নৰয়। তেনেহ’লে সেই শ্ৰেণীত কমপক্ষেও কিমান ছাত্র থাকিব পৰে উলিওৱা।

উত্তৰঃ প্ৰতিশাৰীত ছাত্র সংখ্যা 10, 15 আৰু 20

এতিয়া, 10, 15 আৰু 20 ৰ লঃসাঃগুঃ

10 = 2 × 5

15 = 3 × 5

20 = 2 × 2 × 5

∴ লঃসাঃগুঃ = 2 × 3 × 2 × 5 = 60

∴ এজনো ছাত্র বাকী নোৰোৱাকৈ সেই শ্ৰেণীত কমপক্ষেও 60 জন ছাত্ৰ থাকিব পাৰে।

প্রশ্ন 8. 1 ৰ 10 পৰা লৈ আটাইকেইটা সংখ্যাৰো হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো উলিওৱা।

উত্তৰঃ 1 ৰ 10 পৰা লৈ সংখ্যাকেইটাৰ গুণিতকসমূহ-

1 ৰ গুণিতক – 1, 2, 3, 4, 5, 6, 7……..

2 ৰ গুণিতক – 2, 4, 6, 8, 10, 12………

3 ৰ গুণিতক – 3, 6, 9, 12, 15,………..

4 ৰ গুণিতক – 4, 8, 12, 16, 20……….

5 ৰ গুণিতক – 5, 10, 15, 20, 25………

6 ৰ গুণিতক – 6, 12, 18, 24, 30, 36……….

7 ৰ গুণিতক – 7, 14, 21, 28, 35, 42……..

৪ ৰ গুণিতক – 8, 16, 24, 32, 40…………

9 ৰ গুণিতক – 9,18,27,36,45………

10 ৰ গুণিতক – 10, 20, 30, 40……….

∴ 1 ৰ 10 পৰা লৈ আটাইকেটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হ’ব-

4 × 7 × 9 × 10 = 2520

প্রশ্ন 9. শুদ্ধ উত্তৰটো লিখা-

(i) 96 আৰু 12 ৰ গঃসাঃউঃ

(a) 12

(b) 22

(c) 23

(d) 24

উত্তৰঃ (a) 12.

(ii) 18,24,36 আৰু 42 ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো হ’ল-

(a) 502

(b) 503

(c) 504

(d) 505

উত্তৰঃ (c) 504.

(iii) আটাইতকৈ ডাঙৰ সংখ্যা যিটোৰে 81 আৰু 153 বিভাজ্য

(a) 8

(b) 9

(c) 10

(d) 11

উত্তৰঃ (b) 9

(iv) 4,6,8 লঃসাঃগুঃ

(a) 23

(b) 24

(c) 25

(d) 26

উত্তৰঃ (b) 24

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top