SEBA Class 6 Mathematics Chapter 7 ভগ্নাংশ Question Answer, SEBA Class 6 Mathematics Chapter 7 ভগ্নাংশ Notes, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 7 ভগ্নাংশ Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 7 ভগ্নাংশ Notes and select needs one.
SEBA Class 6 Mathematics Chapter 7 ভগ্নাংশ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 7 ভগ্নাংশ Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 7 ভগ্নাংশ Solutions for All Subject, You can practice these here.
ভগ্নাংশ
Chapter – 7
নিজে কৰাঃ |
প্ৰশ্ন 1. ছায়া বৃত্ত অংশখিনিয়ে বুজোৱা ভগ্নাংশবোৰ লিখা-
উত্তৰঃ (i) 4/16
(ii) 5/16
(iii) 8/15
(iv) 6/8
প্ৰশ্ন 2. তলৰ ছবি দুটাৰ ছায়াবৃত্ত অংশখিনিক যিদৰে ভগ্নাংশৰ দ্বাৰা বুজোৱা হৈছে নে নাই লিখা।
(i)
উত্তৰঃ অশুদ্ধ।
(ii)
উত্তৰঃ অশুদ্ধ।
প্ৰশ্ন 3. কাষৰ চকৰিটোত যিকোনো 7 টা ভাগত ৰং কৰা। ৰং কৰা অংশখিনি চকৰিটোৰ কিমান অংশ সেইটো বুজাবলৈ ভগ্নাংশত প্ৰকাশ কৰা।
উত্তৰঃ
প্ৰশ্ন 4. 1 ৰ পৰা 50 পৰা লৈ স্বাভাৱিক সংখ্যাবোৰ লিখি সেই কেইটাত থকা মৌলিক সংখ্যাবোৰক চিনেৰে ঘেৰ দিয়া। এই স্বাভাৱিক সংখ্যাকেইটাৰ কিমান অংশ মৌলিক সংখ্যা তাকে ভগ্নাংশৰ দ্বাৰা প্ৰকাশ কৰা।
উত্তৰঃ
∴ 1 ৰ 50 পৰা লৈ স্বাভাৱিক সংখ্যাৰ 15/50 অংশ মৌলিক সংখ্যা।
প্রশ্ন 5. এটা বছৰৰ কিমান অংশ 5 মাহ?
উত্তৰঃ এটা বছৰৰ 5/12 কিমান অংশ 5 মাহ।
প্রশ্ন 6. এক মিটাৰত কিমান অংশ 25 চেমি?
উত্তৰঃ 1 মিটাৰৰ 25/100 অংশ 25 চেমি।
প্রশ্ন 7. 1 ৰ পৰা 100 লৈকে লোৱা স্বাভাৱিক সংখ্যাকেইটাৰ কিমান অংশ বর্গ সংখ্যা আছে উলিওৱা।
উত্তৰঃ 1 ৰ পৰা 100 লৈ 9/100 অংশ বর্গসংখ্যা আছে।
প্রশ্ন ৪. এটুকুৰা বর্গাকাৰ মাটিৰ এটা (বহু)ৰ দীঘ 30 মিটাৰ। মাটি টুকুৰাৰ চাৰিওকাষে ইটাৰ দেৱাল দিয়া হৈছে যদিও এটা কাষৰ 10 মিটাৰ লোহাৰ গেট দিবৰ বাবে দেৱাল নিদিয়াকৈ ৰখা হৈছে। মাটি টুকুৰাৰ পৰিসীমাৰ কিমান অংশ দেৱাল নিদিয়াকৈ ৰখা হৈছে?
উত্তৰঃ বর্গাকাৰ মাটি টুকুৰা বাহুৰ দীঘ = 30 মিটাৰ
∴ মাটি টুকুৰাৰ পৰিসীমা = 4 × 30 মিটাৰ
= 120 মিটাৰ
∴ দেৱাল নিদিয়াকৈ ৰখা মাটি = 10 মিটাৰ
∴ মাটি টুকুৰাৰ দেৱাল নিদিয়াকৈ ৰখা অংশ 10/120
প্রশ্ন 9. A আৰু B ঠাই দুখনক 25 কিমি দীঘল ৰাস্তা এটাই সংযোগ কৰিছে। ইয়াৰে 9 কিমি পকা ৰাস্তা নহয়। ৰাস্তাটোৰ কিমিন অংশ পকা কৰা আৰু কিমান অংশ পকা নকৰা লিখা।
উত্তৰঃ A আৰু B ঠাই দুখনৰ মাজৰ ৰাস্তাৰ দৈর্ঘ্য = 25 কি.মি.
ইয়াৰে পকা ৰাস্তা = 9 কি.মি.
∴ ৰাস্তাটোৰ পকা নকৰা ৰাস্তাৰ দৈৰ্ঘ্য = 25 – 9 = 16 কি.মি.
∴ পকা কৰা ৰাস্তাৰ অংশ = 16/25
আৰু পকা নকৰা ৰাস্তাৰ অংশ = 9/25
প্রশ্ন 10. AB = BC = CD = DA = 8 চেমি আৰু ভিতৰত থকা প্ৰতিটো সৰু বৰ্গৰ এটা বাহুৰ দীঘ 2 চেমি। ছায়াবৃত্ত অংশৰ কালি ডাঙৰ বৰ্গটোৰ কালিৰ কিমান অংশ?
উত্তৰঃ AB = BC = CD = DA = 8 চে.মি.
∴ ABCD বৰ্গটোৰ কালি = (৪ চে.মি.)²
= 64 চে.মি.²
∴ ছায়াবৃত্ত অংশৰ বৰ্গটোৰ বাহুৰ দীঘ = 2 × 2 চে.মি.
= 4 চে.মি.
∴ ছায়াবৃত্ত অংশৰ বৰ্গটোৰ কালি = (4 চে.মি.)²
= 16 চে.মি.²
∴ ছায়াবৃত্ত অংশৰ কালি ডাঙৰ বৰ্গটোৰ 16/64 অংশ
নিজে কৰাঃ |
প্রশ্ন 1. প্রকৃত ভগ্নাংশটো লিখা যাৰ—
(a) হৰ 11 আৰু লব 7
উত্তৰঃ নির্ণনেয় প্রকৃত ভগ্নাংশ = 7/11
(b) লবটো যুগ্ম মৌলিক সংখ্যা আৰু হৰটো তাতকৈ 3 বেছি।
উত্তৰঃ
প্রশ্ন 2. (a) এটা প্রকৃত ভগ্নাংশ লিখা যাৰ হৰ আৰু লবৰ যোগফল 9 হয়। এই চৰ্ত সিদ্ধ কৰা প্ৰকৃত ভগ্নাংশ আছেনে? তোমাৰ সহপাঠী এজনৰ উত্তৰৰ লগত পোৱা ভগ্নাংশকেইটা মিলাই চোৱা।
উত্তৰঃ এটা প্রকৃত ভগ্নাংশ যাৰ হৰ আৰু লবৰ যোগফল 9 = 4/5
এই চৰ্ত সিদ্ধ কৰা প্ৰকৃত ভগ্নাংশ আৰু আছে যেনে 1/8, 2/7
(b) এটা প্রকৃত ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ 3 সৰু। এনে ভগ্নাংশ আৰু পাঁচটা লিখিব পাৰিবলে? এনেধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰে অনুমান কৰিব পাৰিছানে?
উত্তৰঃ এটা প্রকৃত ভগ্নাংশ যাৰ লবটো হৰতকৈ 3 সৰু হ’ল 2/5
এনে পাঁচটা ভগ্নাংশ হ’ল 4/7, 5/8, 7/10, 8/11, 9/12 এনে ভগ্নাংশ অসংখ্য থাকিব পাৰে।
প্রশ্ন 3. এটা ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ 7 বেছি। এই ভগ্নাংশটো প্ৰকৃত নে অপ্রকৃত মন কৰা। এনেধৰণৰ ভগ্নাংশ আৰু 5 টা লিখিব পাৰিবানে?
উত্তৰঃ এটা ভগ্নাংশ যাৰ লবটো হৰতকৈ 7 বেছি = 13/6
এটা ভগ্নাংশটো অপ্রকৃত ভগ্নাংশ।
এনে এটা 5 টা ভগ্নাংশ হ’ল- 12/5, 11/4, 10/3, 9/2, 15/8
প্রশ্ন 4. তিনিজন ছাত্ৰৰ মাজত 5 টা আপেল কেনেকৈ ভাগ কৰিবা? এই ভাগ বতৰা কৰোতে প্রতিজনে পোৱা আপেলৰ পৰিমাণক মিশ্র ভগ্নাংশৰে প্ৰকাশ কৰা।
উত্তৰঃ মুঠ আপেলৰ সংখ্যা = 5
ছাত্ৰৰ সংখ্যা = 3
∴ প্রতিজনে পোৱা আপেলৰ পৰিমাণ = 5/3
মিশ্র ভগ্নাংশত প্ৰকাশ কৰিলে = 1 2/3
প্রশ্ন 5. 2 জনী ছাত্ৰীৰ মাজত 7 টা আপেল কিদৰে ভাগ কৰিবা? (ওপৰত শিকি অহা দুয়োটা পদ্ধতিৰে কৰি চোৱা।]
উত্তৰঃ মুঠ আপেলৰ সংখ্যা = 7 টা
ছাত্ৰীৰ সংখ্যা = 2
∴ প্ৰতিজনে পোৱা আপেলৰ পৰিমাণ = 7/2
= 3 1/2
নিজে কৰাঃ |
প্রশ্ন 1. 1/4, 2/4, 3/4, 4/4 ৰ স্থান সংখ্যাৰেখাত ক’ত থাকিব?
উত্তৰঃ 1/4 সংখ্যাটো সংখ্যাৰেখা 0 আৰু 1 ৰ মাজত থাকিব। 0 আৰু 1 ৰ মাজৰ দূৰত্ব সমানে 4 ভাগ কৰি তাৰে এভাগ ল’লে পোৱা যাব।
2/4 সংখ্যাটো সংখ্যাৰেখাৰ 0 আৰু 1 ৰ মাজত থাকিব। 0 আৰু 1 ৰ মাজৰ দূৰত্বক সমানে 4 ভাগ কৰি তাৰে দুভাগ ল’লে পোৱা যাব।
3/4 সংখ্যাটো সংখ্যাৰেখাৰ 0 আৰু 1 ৰ মাজত থাকিব। 0 আৰু 1 ৰ মাজৰ দূৰত্বক সমানে 4 ভাগ কৰি তাৰে তিনিভাগ ল’লে পোৱা যাব।
4/4 সংখ্যাটো সংখ্যাৰেখাত 1 ক সূচাব।
প্ৰশ্ন 2. 0/10, 3/10, 7/10, আৰু 10/10 ক সংখ্যাৰেখাত ক’ত পাতিবা?
উত্তৰঃ 0/10 ক সংখ্যাৰেখাত 0 ক সূচাব।
3/10 সংখ্যাৰেখাত 0 আৰু 1 ৰ মাজত থাকিব। 0 আৰু 1 ৰ মাজত দূৰত্বক সমানে 10 ভাগ কৰি তাৰে 3 ভাগ ল’লে 3/10 পোৱা যাব।
7/10 সংখ্যাৰেখাত 0 আৰু 1 ৰ মাজত থাকিব।
10/10 ক সংখ্যাৰেখাত 1 ক সূচাব।
উত্তৰঃ
প্ৰশ্ন 4. সংখ্যাৰেখা অংকণ কৰি তলত দিয়া ভগ্নাংশবোৰৰ অৱস্থান নিৰ্ণয় কৰা-
(a) 1/3, 2/3, 3/3
উত্তৰঃ
(b) 0/5, 2/5, 3/5, 5/5
উত্তৰঃ
(c) 1/5 আৰু 2/10
উত্তৰঃ
(d) 1/3, 2/6 আৰু 3/9
উত্তৰঃ
উত্তৰঃ
(f) 5/3, 7/4 আৰু 9/5
উত্তৰঃ
প্রশ্ন 5. এটা ভগ্নাংশ কেতিয়া-
(i) 1 ৰ সমান হ’ব?
উত্তৰঃ যেতিয়া ভগ্নাংশ এটাৰ হৰ আৰু লব সমান হয় তেতিয়া ভগ্নাংশটো 1 ৰ সমান হ’ব।
(ii) 1 তকৈ সৰু হ’ব?
উত্তৰঃ যেতিয়া ভগ্নাংশ এটাৰ হৰ, লবতকৈ ডাঙৰ হয় তেতিয়া ভগ্নাংশটো 1 তকৈ সৰু হ’ব।
প্রশ্ন 6. শুদ্ধ হ’লে (√) আৰু অশুদ্ধ হ’লে (×) চিন দিয়া।
উত্তৰঃ (a) ×
(b) √
(c)√
(d) √
প্রশ্ন 7. পাঁচটা অপ্রকৃত ভগ্নাংশ লিখা যাৰ হৰ বিলাক 10 তকৈ ডাঙৰ।
উত্তৰঃ তলত পাঁচটা অপ্রকৃত ভগ্নাংশ দিয়া হ’ল যাৰ হৰ বিলাক 10 তকৈ ডাঙৰ হয়-
25/11, 66/12, 63/19, 7/5
প্রশ্ন ৪. তিনিটা মিশ্র ভগ্নাংশ লিখা। এইকেইটাৰ অপ্ৰকৃত ভগ্নাংশৰ ৰূপ লিখা।
উত্তৰঃ তিনিটা মিশ্র ভগ্নাংশ আৰু তাৰ অপ্ৰকৃত ৰূপ তলত দিয়া হ’ল-
প্রশ্ন 9. ধৰি লোৱা 22/5 য়ে বুজাইছে যে 22 টা ফল 5 জন মানুহৰ মাজত সমানে ভগাব লাগে। ছবিত সহায়ত এই ভগোৱা কামটো দেখুওৱা। প্রতিজনে গোটাকৈ ফল কেইটা পাব? গোটাকৈ ভাগ পোৱাৰ উপৰিও প্ৰতিজনে ফলৰ অংশ কিমানকৈ পাব?
উত্তৰঃ 22 টা ফল 5 জন মানুহৰ মাদত সমানে ভগালে প্রতি জনে 22/5 অংশ পাব। ছবিৰ সহায়ত দেখুৱাবলৈ প্ৰতিগৰাকীয়ে 4 টা গোটা কল আৰু এটা ফলক পাঁচটা ভাগ কৰি তাৰে দুভাকৈ পাব-
এটা ফলৰ পাঁচটা সমান ভাগ
∴ প্ৰতিজন মানুহে পোৱা ফলৰ ভাগ ছবিৰে-
অৰ্থাৎ প্ৰতিগৰাকীয়ে ভাগ পাব = 4 + 1/5 + 1/5
= 4 2/5
নিজে কৰাঃ |
প্রশ্ন 1. 2/9 চাৰিটা সমসমান ভগ্নাংশ নির্ণয় কৰা।
উত্তৰঃ 2/9 চাৰিটা সমসমান ভগ্নাংশ 4/18, 6/27, 10/45, 22/99
প্রশ্ন 2. 3/8 ৰ তিনিটা সমমান ভগ্নাংশ উলিওৱা। ছবিৰ সহায়ত এইকেইটা যে সমমান হৈছে দেখুৱাব পাৰিবানে?
উত্তৰঃ 3/8 ৰ তিনিটা সমমান ভগ্নাংশ হ’ল- 6/16, 9/24, 12/32
নিজে কৰাঃ |
প্ৰশ্ন 1. কাষৰ চিত্ৰ চাই প্ৰতিটোৰে ক্ষেত্ৰত ৰং কৰা অংশক বুজোৱাকৈ ভগ্নাংশত লিখা। এই ভগ্নাংশবোৰ সমমান ভগ্নাংশ হয়নে?
উত্তৰঃ ৰং কৰা অংশৰ ভগ্নাংশটোৰ হ’ল— 2/3, 3/6, 7/10, 8/12
ভগ্নাংশবোৰ সমমান ভগ্নাংশ নহয়।
প্ৰশ্ন 2. খালী ঠাই পূৰ কৰা—
(a)
উত্তৰঃ
(b)
উত্তৰঃ
(c)
উত্তৰঃ
প্ৰশ্ন 3. ছবি চাই সমান হয়নে লিখা।
এই ছবিৰ ভিত্তিত খালী ঠাই পূৰ কৰা—
উত্তৰঃ
ভগ্নাংশবোৰ সমমান।
প্ৰশ্ন 4. শুদ্ধ হ’লে (√) আৰু অশুদ্ধ হ’লে (×) চিন দিয়া।
উত্তৰঃ (i) √
(ii) ×
(iii) √
(iv) √
প্রশ্ন 5. (a) 5/8 ৰ সমমান ভগ্নাংশ উলিওৱা-
(i) যাৰ হৰ 40
(ii) যদি লবতকৈ হৰ 6 ডাঙৰ।
উত্তৰঃ
(b) 5/8 ৰ লব আৰু হৰক 2, 3, 4, 5, 6 ৰে পূৰণ কৰি (ক্ৰম অনুসৰি) ৰ সমমান ভগ্নাংশকেইটা নিৰ্ণয় কৰা। এতিয়া প্ৰতিটো ভগ্নাংশৰ হৰ আৰু লবৰ পার্থক্য উলিয়াই একাদিক্রমে পাতি এই সংখ্যাবিলাকৰ কিবা আৰ্হি দেখা পাইছানে উল্লেখ কৰা।
উত্তৰঃ
প্রশ্ন 6. প্রতিযোৰ ভগ্নাংশ সমমান হয় নে চোৱা।
(i) 3/10, 15/50
উত্তৰঃ
(ii) 7/9, 42/72
উত্তৰঃ
অৰ্থাৎ 7/9 আৰু 56/72 সমমান ভগ্নাংশ নহয়।
প্ৰশ্ন 7. (a) তলত দিয়া ভগ্নাংশকেইটা লঘিষ্ঠ আকাৰলৈ নিয়া (গাঃ সাঃ উঃৰে হৰণ কৰি)
(i) 45/60
উত্তৰঃ 45 আৰু 60 ৰ গঃ উঃ হ’ল 15
45/60 ৰ লঘিষ্ঠ আকাৰ 3/4
(ii) 90/105
উত্তৰঃ 90 আৰু 150 ৰ গঃ সাঃ উঃ হ’ল 30
9/150 ৰ লঘিষ্ঠ আকাৰ 3/5
(iii) 48/72
উত্তৰঃ 48 আৰু 72 ৰ গঃ সাঃ উঃ হ’ল 24
48/72 ৰ লঘিষ্ঠ আকাৰ 2/3
(b) মৌলিক উৎপাদকত প্ৰকাশ কৰি লঘিষ্ঠ আকাৰ লৈ নিয়া-
(i) 105/195
উত্তৰঃ
(ii) 72/104
উত্তৰঃ
নিজে কৰাঃ |
উত্তৰঃ (a) 6/11, 2/11 সদৃশ ভগ্নাংশ।
প্ৰশ্ন 2. প্ৰতিযোৰ ভগ্নাংশৰ কোনটো ডাঙৰ নিৰ্ণয় কৰা।
(a) 3/4, 2/5
উত্তৰঃ
(b) 5/8, 7/10
উত্তৰঃ
(c) 5/6, 11/15
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
প্ৰশ্ন 3. লঘিষ্ঠ আকাৰলৈ নি তুলনা কৰা-
(i) 10/15, 25/75
উত্তৰঃ
(ii) 40/64, 96/120
উত্তৰঃ
প্ৰশ্ন 4. চিত্ৰৰ সহায়ত প্ৰতিযোৰ ভগ্নাংশৰ সৰুটো নিৰ্ণয় কৰা-
(a) 3/4, 2/6
উত্তৰঃ
(b) 3/3, 3/7
উত্তৰঃ
(c) 3/5, 2/3
উত্তৰঃ 3/5, 2/3
প্ৰশ্ন 5. (a) অধঃক্ৰমত সজোৱা-
(i) 3/8, 9/16, 19/24, 2/4
উত্তৰঃ
(ii) 3/2, 11/18, 22/27, 7/9
উত্তৰঃ
∴ 44/54 > 42/54 > 33/54 > 31/54
∴ নিৰ্ণেয় অধঃক্ৰম-
22/2, 7/9, 11/18, 3/2
(b) উৰ্দ্ধক্ৰমত সজোৱা-
(i) 3/10, 13/15, 6/7, 4/5
উত্তৰঃ
(ii) 10/21, 31/42, 13/14, 5/7
উত্তৰঃ
প্ৰশ্ন 6. কাষৰ চিত্ৰ দুটা চাই শুদ্ধবোৰত (√) আৰু অশুদ্ধবোৰত (×) চিন দিয়া।
(a) চিত্ৰ 1 ৰ ছায়বৃত্ত অংশই বৰ্গটোৰ 1/4 অংশ বুজাইছে।
উত্তৰঃ √
(b) চিত্ৰ 2 ৰ ছায়বৃত্ত অংশই বৰ্গটোৰ 1/4 অংশ বুজাইছে।
উত্তৰঃ √
(c) চিত্ৰ 1 ৰ বন্ধনীৰে দেখুওৱা শাৰীকেইটাই বৰ্গটোৰ 3/4 অংশ বুজাইছে।
উত্তৰঃ √
(d) চিত্ৰ 2 ৰ বন্ধনীৰে দেখুওৱা শাৰীকেইটাই বৰ্গটোৰ 2/4 অংশ বুজাইছে।
উত্তৰঃ ×
প্রশ্ন 7. বর্ণালীয়ে দেওবাৰৰ বাহিৰে সপ্তাহৰ অন্য কেইদিন পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ সময়খিনি তলত দিয়া ধৰণেৰে ব্যৱহাৰ কৰে—
‘6 বজাৰ পৰা ৪ বজালৈ পঢ়া-শুনা, 9 বজাৰ পৰা 6 বজালৈ স্কুললৈ যোৱাৰ প্ৰস্তুতি, 3 বজাৰ পৰা 4 বজালৈ স্কুলত, 4 বজাৰ পৰা 5 বজালৈ স্কুলৰ পৰা আহি খাই বৈ জিৰণি লোৱা, 4 বছাৰ পৰা 5 বজালৈ খেলা-ধূলা আৰু 5 বজাৰ পৰা 6 বজালৈ ভৰি হাত ধুই প্ৰাৰ্থনা কৰি সন্ধিয়াৰ পৰা পঢ়াৰ বাবে প্ৰস্তুতি চলোৱা।’
ঘূৰণীয়া ভায়েলৰ ঘড়ী এটাৰ চিত্ৰ আঁকি বৰ্ণালীয়ে ব্যৱহাৰ কৰা সময়খিনি চিহ্নিত কৰি অংশবিলাক ভগ্নাংশত প্ৰকাশ কৰা। এই ভগ্নাংশবিলাকৰ আটাইতকৈ ডাঙৰ ভগ্নাংশটো নিৰ্ণয় কৰা।
উত্তৰঃ
পঢ়া-শুনা – 6 বজাৰ পৰা ৪ বজালৈ = 2/24
স্কুল যোৱাৰ প্ৰস্তুতি – 9 বজাৰ পৰা 6 বজালৈ = 1/24
স্কুলত থকা – 9 বজাৰ পৰা 3 বজালৈ = 6/24
জিৰণি লোৱা – 3 বজাৰ পৰা 4 বজালৈ = 1/24
খেলা-ধূলা – 4 বজাৰ পৰা 5 বজালৈ = 1/24
প্ৰাৰ্থনা কৰি পঢ়াৰ প্ৰস্তুতি – 5 বজাৰ পৰা 6 বজালৈ = 1/24
∴ আটাইতকৈ ডাঙৰ ভগ্নাংশটো হ’ল = 6/24
প্রশ্ন ৪. দুখন স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ক্ৰমে 80 গৰাকী আৰু 90 গৰাকী। প্ৰথমখনৰ 60 গৰাকীয়ে আৰু দ্বিতীয়খনৰ 72 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল। কোনখন বেছি অংশ শিক্ষার্থী প্রথম বিভাগত উত্তীৰ্ণ হৈছিল?
উত্তৰঃ প্ৰথমখনৰ স্কুলৰ ৪০ গৰাকী পৰীক্ষাৰ্থীৰ, প্রথম বিভাগত উত্তীর্ণ হয় 60 গৰাকী আৰু দ্বিতীয়খনৰ 90 গৰাকীৰ 72 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।
∴ অংশ হিচাপে প্ৰথমখনৰ উত্তীৰ্ণ হয় = 60/80
দ্বিতীয়খনৰ উত্তীৰ্ণ হয় = 72/90
অৰ্থাৎ দ্বিতীয়খনৰ বেছি অংশ পৰিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল।
নিজে কৰাঃ |
প্ৰশ্ন 1. তলত চিত্ৰটো চাই খালী ঠাই পূৰ কৰা-
উত্তৰঃ
প্ৰশ্ন 2. 19/24 – 13/24 = 6/24 হোৱাকৈ ওপৰৰ দৰে চক্ৰ আঁকি বুজাই লিখা।
উত্তৰঃ
প্ৰশ্ন 3. মান উলিৱা-
(i) 3/17 + 4/17 + 6/17
উত্তৰঃ
(ii) 9/26 + 13/26
উত্তৰঃ
(iii) 29/51 + 31/51
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
প্রশ্ন 4. প্ৰীতি আৰু ৰীতিয়ে ভগাই খাবৰ বাবে এগিলাচ গাখীৰ সিহঁতৰ মাকে টেবুলত উলিয়াই দিল। তাৰ পৰা প্ৰীতিয়ে 2/4 অংশ আৰু ৰাতিয়ে 1/2 অংশ গাখীৰ ভাগ কৰি খালে। গিলাচত অৱশিষ্ট কিমান গাখীৰ থাকিল?
উত্তৰঃ প্রীতিয়ে এগিলাচ গাখীৰৰ 2/4 অংশ খায়।
ৰীতিয়ে গাখীৰ গিলাচ 1/2 অংশ খায়।
∴ প্ৰীতি আৰু ৰীতিয়ে গাখীৰ গিলাচৰ মুঠ 2/4 + 1/2 অংশ খায়।
∴ গিলাচত অৱশিষ্ট গাখীৰ বাকী নাথাকিল।
প্রশ্ন 5. এটা অনুশীলনীত থকা অংকৰ 5/19 অংশ শ্ৰেণীত শিক্ষকে সমাধান কৰি দিলে। ছাত্ৰ-ছাত্ৰীসকলে 3/19 অংশ নিজে সমাধান কৰিলে। অনুশীলনীটোৰ কিমান অংশ সমাধান কৰিবলৈ ৰৈ গ’ল?
উত্তৰঃ শিক্ষকে সমাধান কৰে অনুশীলনীৰ 2/5 অংশ অংক
ছাত্র-ছাত্রীসকলে সমাধান কৰে 3/19 অংশ অংক
অনুশীলনীৰ প্ৰশ্নোত্তৰঃ |
প্ৰশ্ন 1. যোগ কৰা-
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
প্ৰশ্ন 2. বিয়োগ কৰা-
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
প্ৰশ্ন 3. সৰল কৰা-
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
প্রশ্ন 4. এক লিটাৰ গাখীৰৰ পৰা নৱমল্লিকাক 1/5 অংশ আৰু মধুমালতীক 2/9 অংশ গাখীৰ মাকে খাবলৈ দিলে। দুয়ো মিলি মুঠতে এক লিটাৰ গাখীৰ কিমান অংশ খালে?
উত্তৰঃ 1 লিটাৰ গাখীৰৰ পৰা নৱমল্লিকাৰ অংশ = 1 লিটাৰ 1/5 = 1/5 লিটাৰ
1 লিটাৰ গাখীৰৰ পৰা মধুমালতীয়ে অংশ = 1 লিটাৰ 2/9 = 2/9 লিটাৰ
প্ৰশ্ন 5. এটা বাল্টিত থকা পানীৰ 7/15 অংশ পানী খৰচ কৰাৰ পিছত বাল্টিটোত কিমান পানী অৱশিষ্ট থাকিল?
উত্তৰঃ খৰচ কৰাৰ পানীত অংশ = 7/15
প্রশ্ন 6. কিতাপত থকা পদ্য এটা পঢ়োতে ৰীতাক 3 4/5 মিনিট সময় আৰু মালাক 17/4 মিনিট সময় লাগে। পদ্যটো পঢ়োতে কাক বেছি সময় লাগে আৰু কিমান বেছি সময় লাগে?
উত্তৰঃ
∴ মালাই পন্যটো পঢ়োতে বেছি সমায় লগায়।
প্ৰশ্ন 7. বিৰিণাৰ হাতত থকা মুঠ পনিয়লৰ 9/5 অংশ লগৰীয়াবোৰে খালে কিমান অংশ থাকিব?
উত্তৰঃ লগৰীয়াবোৰে খায় = 5/9 অংশ পিয়ল
প্ৰশ্ন 8. এটা সংখ্যাৰ পৰা 5/8 বিয়োগ কৰিলে বিয়োগলফ 1/4 পোৱা যায়। সংখ্যাটো কি?
উত্তৰঃ সংখ্যাটোৰ পৰা 5/8 বিয়োগ কৰিলে 1/4 পোৱা যায়।
উত্তৰঃ
প্রশ্ন 10. ৰবীনে এটা প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ দেউতাকৰ লগত নগৰলৈ গৈছিল। দেউতাকৰ লগত ঘৰৰ পৰা 1/12 অংশ চাইকেলে, তাৰ পিছত অংশ বাছেৰে আৰু শেষত 1/20 অংশ খোজকাঢ়ি গৈছিল। তেওঁলোকে যোৱা এই দূৰত্বৰ কিমান অংশ বাছেৰে গৈছিল?
উত্তৰঃ ৰবীনে চাইকেলেৰে গৈছিল 1/12 অংশ
খোজকাঢ়ি গৈছিল 1/20 অংশ
∴ তেওঁলোকে যোৱা দূৰত্বৰ 6/5 অংশ বাছেৰে গৈছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.