SEBA Class 6 Mathematics Chapter 1 সংখ্যাৰ গঠন

SEBA Class 6 Mathematics Chapter 1 সংখ্যাৰ গঠন Question Answer, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 1 সংখ্যাৰ গঠন Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 1 সংখ্যাৰ গঠন Notes and select needs one.

SEBA Class 6 Mathematics Chapter 1 সংখ্যাৰ গঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 1 সংখ্যাৰ গঠন Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 1 সংখ্যাৰ গঠন Solutions for All Subject, You can practice these here.

সংখ্যাৰ গঠন

Chapter – 1

প্রশ্ন 1. তলৰ সংখ্যাকেইটা আখৰেৰে লিখাঃ

(a) 3102

উত্তৰঃ 3102 তিনি হাজাৰ এশ দুই।

(b) 4300

উত্তৰঃ 4300 চাৰি হাজাৰ তিনিশ।

(c) 1266

উত্তৰঃ 1266 এক হাজাৰ দুশ ছয়ষষ্ঠি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) 29,008

উত্তৰঃ 29,008 ঊনত্রিশ হাজাৰ আঠ।

(e) 15,927

উত্তৰঃ 15,927 পোন্ধৰ হাজাৰ নশ সাতাইশ।

প্রশ্ন 2. অংকেৰে লিখা – 

(a) তিনি হাজাৰ দুশ পঞ্চল্লিছ 3,245

উত্তৰঃ 3,245

(b) বাৰ হাজাৰ সাতশ আশী।

উত্তৰঃ 12,780

(c) পঁচিশ হাজাৰ তিনিশ চাৰি।

উত্তৰঃ 25,304

(d) এক লাখ চৌত্রিছ হাজাৰ সাতশ চাৰি।

উত্তৰঃ 1,34,704

প্রশ্ন 3. তলত দিয়া সংখ্যাকেইটাৰ পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো নির্ণয় কৰা।

(a) 7372, 4927, 317, 69875, 650, 600.

উত্তৰঃ আটাইতকৈ ডাঙৰ সংখ্যাটো – 69875

আটাইতকৈ সৰু সংখ্যাটো – 317

(b) 2853, 8691, 9999, 13001, 123,600

উত্তৰঃ আটাইতকৈ ডাঙৰ সংখ্যাটো – 123,600

আটাইতকৈ সৰু সংখ্যাটো – 2853

প্রশ্ন 4. 7, 8, 3, 5 অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা।

উত্তৰঃ আটাইতকৈ ডাঙৰ সংখ্যটো – 8753

আটাইতকৈ সৰু সংখ্যটো – 3578

প্রশ্ন 5. 2, 8, 5 ৰে কোনো এটা অংক এবাৰতকৈ বেছি ব্যৱহাৰ কৰি, চাৰিটা অংশবিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা।

উত্তৰঃ আটাইতকৈ ডাঙৰ সংখ্যটো – 8852

আটাইতকৈ সৰু সংখ্যটো – 2258

প্রশ্ন 6. 3, 7, 0, 5 ৰে কোনো এটা অংক এবাৰতকৈ বেছি ব্যৱহাৰ কৰি, পাঁচটা অংশবিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা।

উত্তৰঃ আটাইতকৈ ডাঙৰ সংখ্যটো – 77530

আটাইতকৈ সৰু সংখ্যটো – 30057

প্রশ্ন 7. তলৰ সংখ্যাবোৰ ঊর্ধবক্ৰমত সজোৱা-

96,259; 20,635; 96,025; 87,562; 70,025

উত্তৰঃ 20,635; 70,025; 87,562; 96,025; 96,259

প্রশ্ন ৪. তলৰ সংখ্যাবোৰ অধঃক্রমত সজোৱা–

50,000; 74,002; 78,162; 85,715; 60,035

উত্তৰঃ 85,715; 78,162; 74,002; 60,035; 50,000

প্রশ্ন 9. তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা-

(a) 3520

উত্তৰঃ 3520 = 3 × 1000 + 5 × 100 + 2 × 10

(b) 2222

উত্তৰঃ 2222 = 2 × 1000 + 2 × 100 + 2 × 10 + 2 × 1

(c) 2098

উত্তৰঃ 2098 = 2 × 1000 + 0 × 100 + 9 × 10 + 8 × 1

(d) 98,810

উত্তৰঃ 98,810 = 9 × 10000 + 8 × 1000 + 8 × 100 + 1 × 10

(e) 65,006

উত্তৰঃ 65,006 = 6 × 10000 + 5 × 1000 + 0 × 100 + 0 × 10 + 6 × 1

(f) 99,999

উত্তৰঃ 99,999 = 9 × 10000 + 9 × 1000 + 9 × 100 + 9 × 10 + 9 × 1

প্রশ্ন 10. তলৰ আঁচ দিয়া সংখ্যাবোৰৰ স্থানীয় মান লিখা-

উত্তৰঃ 

উত্তৰঃ 

উত্তৰঃ 

উত্তৰঃ 

উত্তৰঃ 

উত্তৰঃ 

উত্তৰঃ 

উত্তৰঃ 

উত্তৰঃ 

উত্তৰঃ 

উত্তৰঃ 

উত্তৰঃ 

অনুশীলনী:

প্রশ্ন 1. আখৰেৰে লিখাঃ

(a) 87595762

(b) 48049831

ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতিত লিখা।

উত্তৰঃ ভাৰতীয় পদ্ধতিতঃ

(a) আঠ কোটি পয়সত্তৰ লাখ পছান্নব্বৈ হাজাৰ সাতশ বাষষ্টি।

(b) চাৰি কোটি আশী লাখ ঊনপঞ্চাছ হাজাৰ আঠশ একত্রিশ।

আন্তর্জাতিক পদ্ধতিতঃ

(a) সাতাশী মিলিয়ন পাঁচশ পছান্নব্বৈ হাজাৰ সাতশ বাষষ্টি।

(b) আঠচল্লিছ মিলিয়ন ঊনপঞ্চাছ হাজাৰ আঠশ একত্রিশ।

প্রশ্ন 2. উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ভাৰতীয় আৰু আন্তর্জাতিক প্রণালীত লিখা।

3018982, 82160000, 58042513, 34561897, 6015008

উত্তৰঃ ভাৰতীয় পদ্ধতিতঃ 30,18,982; 8,21,60,000, 5,80,42,513; 3,45,61,897; 60,15,008

আন্তর্জাতিক পদ্ধতিতঃ 3,018,982; 82,160,000; 58,042,513; 34,651,897; 6,015,008

প্রশ্ন 3. 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা 31168272 এই সংখ্যাটো উপযুক্ত কমা ব্যৱহাৰ কৰি ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰা আৰু আখৰেৰে লিখা। আন্তর্জাতিক পদ্ধতি অনুসৰি সংখ্যাটো কি বুলি লিখিবা।

উত্তৰঃ ভাৰতীয় পদ্ধতিতঃ 3,11,68,272 তিনিকোটি এঘাৰ লাখ আঠষষ্টি হাজাৰ দুইশ বাসত্তোৰ 

আন্তর্জাতিক পদ্ধতিতঃ 31,168,272

প্রশ্ন 4. সংখ্যাত প্ৰকাশ কৰা-

উত্তৰঃ (a) তেসত্তৰ লাখ পয়সত্তৰ হাজাৰ তিনিশ সাত – 73,75,307

(b) তেইছ লাখ ত্ৰিছ হাজাৰ দহ – 23,30,010

(c) তিনি কোটি পাঁচ লাখ চল্লিশ – 3,05,00040

(d) সাত কোটি সাতচল্লিশ লাখ সাতচল্লিশ হাজাৰ চাৰিশ সাতচল্লিশ – 7,47,47,447

(e) পাঁচশ একষষ্ঠি হাজাৰ দুশ নবৃব্বৈ – 561,290

(f) ছয় মিলিয়ন দুশ আঠাশী হাজাৰ সাত শ নব্বৈৰ – 6,288,790

(g) এক মিলিয়ন নশ চৈধ্য হাজাৰ দুশ ন – 1,914,209

প্রশ্ন 5. 1991 চনত এখন চহৰৰ জনসংখ্যা আছিল 2,35,471 জন আৰু 2001 চনত ইয়াৰ জনসংখ্যা 72,958 জন বৃদ্ধি পালে। 2001 চনত চহৰখনৰ জনসংখ্যা কিমান হ’ব?

উত্তৰঃ 3,08,429 জন।

প্রশ্ন 6. কোনো এখন ৰাজ্যত 2002-2003 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল 7,43,000 খন। 2003-2004 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল 8,00,100 খন। কোন বছৰত বেছি চাইকেল বিক্ৰী হৈছিল? আৰু কিমান বেছি বিক্ৰী হৈছিল?

উত্তৰঃ 2003-2004 বছৰত; (8,00,100-7,43,000) = 57100 খন বেছি বিক্ৰী হৈছিল।

প্রশ্ন 7. চহৰ এখনত দৈনিক বাতৰি কাকতখন 12 পৃষ্ঠা। প্রতিদিনে ছপা হয় 11,980 খন। প্রতিদিনে কিমান পৃষ্ঠা ছপা কৰা হয়, নিৰ্ণয় কৰা।

উত্তৰঃ 143760 পৃষ্ঠা।

প্রশ্ন ৪. টোকাবহী প্রস্তুত কৰিবলৈ 75,00 খিলা কাগজ আছে। প্রতিখিলা কাগজৰ পৰা বহীখনৰ 4 খন পৃষ্ঠা হয়। প্ৰতিখন টোকাবহীত 200 পৃষ্ঠাকৈ আছে। এইখিনি কাগজৰ পৰা কেইখন টোকাবহী পাব পৰা যাব?

উত্তৰঃ 3000 পৃষ্ঠা।

প্রশ্ন 9. তলৰ আঁচটনা অংকবোৰৰ স্থানীয় মান লিখা-

(a) 45367

উত্তৰঃ 5 ৰ স্থানীয় মান 5 হাজাৰ = 5 × 1000 = 5000

(b) 708453

উত্তৰঃ ৪ ৰ স্থানীয় মান ৪ হাজাৰ = 8 × 1000 = 8000

(c) 27636708

উত্তৰঃ 0 ৰ স্থানীয় মান 0 দহ = 0 × 10 = 0

7 ৰ স্থানীয় মান 7 নিযুত = 7 × 1000000 = 7000000

(d) 614001

উত্তৰঃ 1 ৰ স্থানীয় মান 1 একক = 1 আৰু

1 দহ হাজাৰ = 1 নিযুত

= 1 × 10000

= 10000

প্রশ্ন 10. উপযুক্ত স্থানত ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰাঃ (লগতে >, =, < ব্যৱহাৰ কৰিবা)-

(a) 124051 ________________ 2140589

উত্তৰঃ 124054 < 2140589

(b) 24456122 ________________ 34547892

উত্তৰঃ 24456122 < 34547892

(c) 90000001 ________________ 90000001

উত্তৰঃ 90000001 > 90000001

(d) 111111 ________________ 111111

উত্তৰঃ 111111 = 111111

প্রশ্ন 11. বিস্তৃত ৰূপত লিখা।

(a) 792456

উত্তৰঃ 792456 = 7 × 100000 + 9 × 10000 + 2 × 1000 + 4 × 100 + 5 × 10 + 6 × 1

(b) 8000670

উত্তৰঃ 8000670 = 8 × 1000000 + 0 × 100000 + 0 × 10000 + 0 × 1000 + 6 × 100 + 7 × 10 + 0 × 1

(c) 4279

উত্তৰঃ 4279 = 4 × 1000 + 2 × 100 + 7 × 10 + 9 × 1

(d) 56090

উত্তৰঃ 56090 = 5 × 10000 + 6 × 1000 + 0 × 100 + 9 × 10 + 0 × 1

(e) 90007000

উত্তৰঃ 90007000 = 9 × 10000000 + 0 × 1000000 + 0 × 100000 + 0 × 10000 + 7 × 1000 + 0 × 100 + 0 × 10 + 0 × 1

প্রশ্ন 12. মনীষাই দোকানৰ পৰা 12 কিলোগ্রাম 250 গ্রাম চেনী, 25 কিলোগ্রাম 750 গ্রাম চাউল, 2 কিলোগ্রাম নিমখ আৰু 350 গ্রাম জিৰা কিনিলে। তেওঁ মুঠ কিমান ওজনৰ বস্তু কিনিলে?

উত্তৰঃ মনীষাই চেনী কিনিলে = 12.250 কি.গ্রা.

চাউল কিনিলে = 25.750 কি.গ্রা.

নিমখ কিনিলে = 2.000 কি.গ্রা.

জিৰা কিনিলে = 0.350 কি.গ্রা./40.350 কি.গ্রা.

∴ তেওঁ মুঠতে 40 কি.গ্রা. 350 গ্রাম ওজনৰ বস্তু কিনিলে।

প্রশ্ন 13. এটা টেংকীত 200 কিলোলিটাৰ পানী ধৰে। প্ৰথম দিনত 84 কিলোলিটাৰ 950 লিটাৰ পানী ওলাই গ’ল। টেংকীটোত কিমান পানী বাকী থাকিল? (লিটাৰত প্ৰকাশ কৰা)

উত্তৰঃ টেংকীটোত মুঠ পানী ধৰে = 200.000 কি. লি.

প্রথম দিনা পানী ওলাই গ’ল = 84.950 কি. লি./টেংকীটোত পানী বাকী থাকিল = 11505 কি. লি.

∴ টেংকীটোত 11505 কি. লিটাৰ পানী বাকী থাকিল।

প্রশ্ন 14. তলত দিয়াবোৰৰ নিকতম স্থানলৈ আসন্নমান নিৰ্ণয় কৰা।

(i)  27, 41, 95, 38, 59, 72, 64, 135, 4931, 51630, 7325114 (নিকটতম দহলৈ)

উত্তৰঃ 30, 40, 100, 40, 60, 70, 60, 140, 4030, 51630, 7325110

(ii) 360, 720, 110, 690, 555, 839, 281, 2457, 6666, 615320 (নিকটতম শকতলৈ)

উত্তৰঃ 400, 700, 100, 700, 600, 800, 300, 2400, 6700, 615300

(iii) 8100, 1900, 4500, 9300, 6630, 5295, 4444, 61620 (নিকটতম হাজাৰলৈ)

উত্তৰঃ 8000, 2000, 5000, 9000, 7000, 5000, 4000, 62000

(iv) 140000, 770000, 320000, 890000, 435000, 651230, 7325114, 64296045 (নিকটতম লাখলৈ)

উত্তৰঃ 140000 = 100000 + 40000

∵ 40000 < 50000 গতিকে 40000 → 00000

∴ 140000 ৰ আসন্নমান 100000

770000 = 700000 + 70000

∵ 7000 > 50000 গতিকে 70000 → 10000

∴ 770000 → 800000

320000 = 300000 + 20000

∵ 20000 < 50000 গতিকে 20000 → 00000

∴ 20000 → 300000

890000 = 800000 + 90000

∵ 90000 > 50000 গতিকে 90000 → 100000

∴ 890000 → 900000

435000 = 400000 + 35000

∵ 35000 < 50000 গতিকে 30000 → 00000

∴ 345000 → 400000

651230 = 600000 + 51230

∵ 51230 > 50000 গতিকে 51230 → 100000

∴ 6512300 → 700000

7325114 = 700000 + 25114

∵ 25114 < 50000 গতিকে 25114 → 00000

∴ 7325114 → 730000

64296045 = 64200000 + 96045

∵ 96045 > 50000

∴ 64296045 → 64200000 + 100000 = 64300000

(v) 7, 34, 21, 846 ক নিকটতম কোটিলৈ আসন্নমান নিৰ্ণয় কৰা।

উত্তৰঃ 7,00,00,000

প্রশ্ন 15. 640 আৰু 740 ৰ মাজৰ নিকটতম শতকলৈ 700 হোৱা যিকোনো 5 টা সংখ্যা লিখা।

উত্তৰঃ 640 আৰু 740 ৰ মাজৰ নিকটতম শতকলৈ 700 হোৱা যিকোনো 5 টা সংখ্যা হ’ল = 666, 689, 691, 697, 704

প্রশ্ন 16. 157249 সংখ্যাটো নিকটতম দহলৈ আসন্নমান নির্ণয় কৰা। নতুন সংখ্যাটোক পুনৰ নিকটতম হাজাৰলৈ আসন্নমান নিৰ্ণয় কৰা। পুনৰ সেই নতুন সংখ্যাটোক নিকটতম লাখলৈ আসন্নমান নিৰ্ণয় কৰা।

উত্তৰঃ 157249 সংখ্যাটো নিকটতম দহলৈ আসন্নমান হ’ব = 157250

157249 সংখ্যাটো নিকটতম হাজাৰলৈ আসন্নমান হ’ব = 157000

157249 সংখ্যাটো নিকটতম লাখলৈ আসন্নমান হ’ব = 200000

প্রশ্ন 17. তলৰ সংখ্যাবোৰ ৰোমান সংখ্যাত লিখা।

(a) 225

উত্তৰঃ 225 = 100 + 100 + 10 + 10 + 5

= CCXXV

(b) 600

উত্তৰঃ 600 = 500 + 100

= DC

(c) 906

উত্তৰঃ 906 = (1000 – 100) + 6

= CMVI

(d) 598

উত্তৰঃ 598 = 500 + 90 + 8

= DXCVIII

(e) 56

উত্তৰঃ 56 = 50 + 6

= LVI

(f) 555

উত্তৰঃ 555 = 500 + 50 + 5

= DLV

(g) 53

উত্তৰঃ 53 = 50 + 3

= LIII

(h) 69

উত্তৰঃ 69 = 60 + 9

= LXIX

(i) 999

উত্তৰঃ 999 = (1000-100) + (100-10) + 9

= CMXCIX

প্রশ্ন 18. তলৰ ৰোমান সংখ্যাবোৰ হিন্দু আৰবিক পদ্ধতিত লিখা।

(a) CMXCIV

উত্তৰঃ CMXCIV

= (CM) (XC) (IV)

= (1000-100)(100-10) + 4

= 994

(b) CLXX

উত্তৰঃ CLXX

= 100 + 50 + 20

= 170

(c) CDX

উত্তৰঃ CDX

= (500-100) + 10

= 410

(d) DCXLIX

উত্তৰঃ DCXLIX

= 500 + 100 + (50-10) + 9 = 659

(e) CCCXXV

উত্তৰঃ CCCXXV

= 100 + 100 + 100 + 10 + 10 + 4

= 325

(f) DCCCLXXXVIII

উত্তৰঃ DCCCLXXXVIII

= 500 + 100 + 100 + 100 + 50 + 10 + 10 + 10 + 8

= 888

(g) XLV

উত্তৰঃ XLV

= (50 – 10) + 5

= 45

(h) XXIII

উত্তৰঃ XXIII

= 10 + 10 + 3

= 23

(i) XCVIII

উত্তৰঃ XCVIII

= (100 – 10) + 8

= 98

(j) CCLVI

উত্তৰঃ CCLVl

= 100 + 100 + 50 + 6

= 256

প্রশ্ন 19. যোগফল ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰা-

(a) (7296325 + 4173243) + 45639

উত্তৰঃ (7296325 + 4173243) + 45639

= 11,469,568 + 45639

= 11,515,207

(b) (7281639 + 568548) + 4251408

উত্তৰঃ (7281639 + 568548) + 4251408

= 7850187 + 421408

= 12101595

(c) 4253798 + 61271037 + 3821570

উত্তৰঃ 4253798 + 61271037 + 3821570

= 65524835 + 3821570

= 69,346,405

প্রশ্ন 20. পূৰণফল ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰা-

(i) 6250 × 625

উত্তৰঃ 6250 × 625

= (6000 + 200 + 50) 625

= 625 × 6000 + 625 × 200 + 625 × 50

= 3750000 + 125000 + 31250

= 39,06,250

(ii) 40003 × 203

উত্তৰঃ 40003 × 203

= (40000 + 3) × 203

= 403 × 40000 + 3 × 203

= 8120000 + 609

= 81,20,609

(iii) 39625 × 75

উত্তৰঃ 39625 × 75

= (30000 + 9000 + 600 + 20 + 5) × 75

= 75 × 30000 + 75 × 9000 + 75 × 600 + 20 × 75 + 75 × 5

= 2250000 + 675000 + 45000 + 1500 + 375

= 29,71,875

(iv) 48062 × 243

উত্তৰঃ 48062 × 243

= 48062 × (200 + 40 + 3)

= 48062 × 200 + 48062 × 40 + 48062 × 3

= 9612400 + 1922480 + 144186

= 1,16,99,066

প্রশ্ন 21. মোটামুটি যোগ কৰা–

উত্তৰঃ (a) 6290 + 19986

6290 ৰ হাজাৰলৈ আসন্ন মান = 6000

19980 হাজাৰলৈ আসন্ন মান = 20000

∴ মোটমুটি যোগফল = 600 + 20000 = 26000

(b) 108734 + 47599

108734 ৰ দহ হাজাৰ লৈ আসন্ন মান = 100000

47599 ৰ হাজাৰ লৈ আসন্ন মান = 48000

∴ মোটমুটি যোগফল = 100000 + 480000 = 148000

(c) 5672 + 536

5672 ৰ হাজাৰলৈ আসন্ন মান = 6000

536 ৰ শতকলৈ আসন্ন মান = 500

∴ মোটমুটি যোগফল = 6000 + 500 = 6500

(d) 439 + 334 + 4317

439 ৰ শতকলৈ আসন্ন মান = 400

334 ৰ শতকলৈ আসন্ন মান = 300

4317 ৰ হাজাৰলৈ আসন্ন মান = 4000

∴ মোটমুটি যোগফল  = 400 + 300 + 4000 = 4700

(e) 7245506 + 1068297

7245506 ৰ নিযুতলৈ আসন্ন মান = 7000000

1068297 ৰ নিযুতলৈ আসন্ন মান = 1000000

∴ মোটমুটি যোগফল = 7000000 + 1000000 = 8000000

(f) 6404759 + 5869422

6404759 ৰ নিযুতলৈ আসন্ন মান = 6000000

5869422 ৰ মিযুতলৈ আসন্ন মান = 6000000

∴ মোটমুটি যোগফল = 6000000 + 6000000 = 12000000

প্রশ্ন 22. মোটামুটি বিযোগ কৰা–

(a) 95-91

উত্তৰঃ 95 ৰ দহকলৈ আসন্ন মান = 100

91 ৰ দহকলৈ আসন্ন মান = 90

∴ মোটমুটি বিয়োগফল = 100 – 90 = 10

(b) 439-334

উত্তৰঃ 439 ৰ শতকলৈ আসন্ন মান = 400

334 শতকলৈ আসন্ন মান = 300

∴ মোটমুটি বিয়োগফল = 400 – 300 = 100

(c) 798-232

উত্তৰঃ 798 ৰ শতকলৈ আসন্ন মান = 800

232 ৰ শতকলৈ আসন্ন মান = 200

∴ মোটমুটি বিয়োগফল = 800 – 200 = 600

(d) 489348 – 48365

উত্তৰঃ 489348 ৰ লাখলৈ আসন্ন মান = 500000

48365 ৰ অযুতলৈ আসন্ন মান = 50000

∴ মোটমুটি বিয়োগফল = 500000 – 50000 = 450000

(e) 107634 – 67599

উত্তৰঃ 107634 ৰ লাখতলৈ আসন্ন মান = 100000

67599 অযুতলৈ আসন্ন মান = 70000

∴ মোটমুটি বিয়োগফল = 100000 – 70000 = 30000

(f) 3638775 – 540069

উত্তৰঃ 107634 ৰ লাখলৈ আসন্ন মান = 100000

67599 ৰ অযুতলৈ আসন্ন মান = 70000

∴ মোটামুটি বিয়োগফল = 3600000 – 500000

= 3100000

প্রশ্ন 23. মোটামুটি পূৰণ কৰা-

(a) 378 × 62

উত্তৰঃ 378 ৰ শতকলৈ আসন্ন মান = 400

62 ৰ দহকলৈ আসন্ন মান = 60

∴ মোটমুটি পূণফল = 400 × 60

= 24000

(b) 578 × 61

উত্তৰঃ 578 ৰ শতকলৈ আসন্ন মান = 600

61 ৰ দহকলৈ আসন্ন মান = 60

∴ মোটমুটি পূৰণফল = 600 × 60

= 36000

(c) 7250 × 29

উত্তৰঃ 7250 ৰ হাজাৰলৈ আসন্ন মান = 7000

29 ৰ দহকলৈ আসন্ন মান = 30

∴ মোটমুটি পূৰণফল = 7000 × 30

= 210000

(d) 24725 × 31

উত্তৰঃ 24725 ৰ অযুতলৈ আসন্ন মান = 20000

31 ৰ দহকলৈ আসন্ন মান = 30

∴ মোটমুটি পূৰণফল = 20000 × 30

= 600000

(e) 59986 × 245

উত্তৰঃ 59986 ৰ অযুতলৈ আসন্ন মান = 60000

245 ৰ শতকলৈ আসন্ন মান = 200

∴ মোটমুটি পূৰণফল = 60000 × 200

= 12000000

(f) 360345 × 3456

উত্তৰঃ 360345 ৰ অযুতলৈ আসন্ন মান = 400000

3456 ৰ শতকলৈ আসন্ন মান = 4000

∴ মোটমুটি পূৰণফল = 400000 × 4000

= 1600000000

প্রশ্ন 24. এজন মানুহে ঘৰ সাজিবৰ কাৰণে 1263501 টকাৰে এটুকুৰা মাটি কিনিলে। ঘৰ সাজিবৰ কাৰণে কিছু টকা তেওঁ খৰচ কৰিলে। তেওঁৰ মুঠ খৰচ হ’ল 1860257 টকা। তেওঁ ঘৰ সাজিবৰ কাৰণে কিমান টকা খৰচ কৰিলে?

উত্তৰঃ মানুহজনৰ মুঠ খৰচ হ’ল = 1860257 টকা

মাটি টুকুৰাৰ দাম = 1263501 টকা

∴ ঘৰ সাজিবলৈ খৰচ হ’ল = 1860257 – 1263501 = 596756 টকা

প্রশ্ন 25. এখন কিতাপৰ দোকানত 2011 চনৰ প্ৰথম ছমাহত 32307 খন কিতাপ আৰু পিছৰ ছমাহত 22690 খন কিতাপ বিক্ৰী কৰিলে। 2011 চনত মুঠ কিমান কিতাপ বিক্ৰী কৰিলে? প্ৰতি ছমাহত নিকটতম হাজাৰলৈ আসন্নমানৰ মুঠ বিক্ৰী কিতাপ আৰু মুঠ কিতাপৰ মাজৰ তুলনা কৰা।

উত্তৰঃ প্রথম ছমাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যা = 32307 খন

পিছৰ ছমাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যা = 22690 খন

∴ 2011 চনত মুঠ কিতাপ বিক্ৰী হ’ল = 32307 + 22690 = 54997 খন

∴ নিকটতম হাজাৰলৈ আসন্নমানৰ মুঠ বিক্ৰী হোৱা কিতাপৰ সংখ্যা 55000 খন

∴ সঠিক মান 54997 আৰু আসন্নমান 55000 খন

প্রশ্ন 26. তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালত মুঠ 226458 খন কিতাপ আছে। বছৰৰ আৰম্ভণিৰ প্ৰথম সপ্তাহত মুঠ 49957 খন কিতাপ ছাত্ৰ-ছাত্ৰীক দিয়া হ’ল। পুথিভঁৰালটোত মুঠ কিমানখন কিতাপ থাকিল? (নিকটতম হাজাৰলৈ আসন্নমান নির্ণয় কৰি পাৰ্থক্য উলিওৱা আৰু তুলনা কৰা)

উত্তৰঃ পুথিভঁৰালত মুঠ কিতাপৰ সংখ্যা = 226458 খন

প্ৰথম সপ্তাহত ছাত্ৰ-ছাত্ৰীক দিয়া কিতাপৰ সংখ্যা = 49957 খন

∴ পুথিভঁৰালত কিতাপ থাকি যাব = 226458 – 49957 = 176501 খন

∴ নিকটতম হাজাৰলৈ আসন্নমানত থাকি যোৱা কিতাপৰ সংখ্যা 176000 খন

∴ সঠিক মান 176501 আৰু আসন্নমানত 176000 হ’ব।

প্রশ্ন 27. এখন মটৰ চাইকেল ব্যৱসায়ীৰ 85 খন মটৰ চাইকেল আছে। প্ৰতিখন মটৰ চাইকেলৰ দাম 57690 টকা। 85 খন মটৰ চাইকেলৰ মুঠ দাম নিৰ্ণয় কৰা।

উত্তৰঃ এখন মটৰ চাইকেলৰ দাম = 57690 টকা

∴ 85 খন মটৰ চাইকেলৰ দাম

= 85 × 57690

= (80 + 5) × 57690

= 80 × 57690 + 5 × 57690

= 4615200 + 288450

= 4615200 + 288450 = 4,903,650

∴ 58 খন মটৰ চাইকেলৰ দাম = 4,903,650 টকা।

প্রশ্ন 28. এখন বাছৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ প্ৰতিটো টকিটৰ দাম 403 টকা। বাছখনৰ মুঠ আসনৰ বিপৰীতে টিকটৰ দাম 24180 টকা বাছখনৰ মুঠ আসনৰ সংখ্যা উলিওৱা।

উত্তৰঃ বাছখনৰ মুঠ আসনৰ বিপৰীতে মুঠ টিকটৰ দাম = 24180 টকা।

প্ৰতিটো টকিটৰ দাম = 403 টকা।

∴ বাছখনত থকা মুঠ আসনৰ সংখ্যা দাম = 24180 ፥ 403 = 60

∴ বছখনত থকা মুঠ আসনৰ সংখ্যা 600 টা।

প্রশ্ন 29. এজন মানুহে 13 কিমি চাইকেলেৰে যোৱাৰ পাছত 44 কিমি বাছেৰে গ’ল আৰু শেষত 5 কি.মি. খোজকাঢ়ি তেওঁৰ গন্তব্য স্থান পালেগৈ। মানুহজনে মুঠতে কিমান কিমি গ’ল?

উত্তৰঃ মানুহজন চাইকেলেৰে গ’ল = 13 কি.মি.

বাছেৰে গ’ল = 44 কি.মি.

খোজকাঢ়ি গ’ল = 5 কিমি

∴ মানুহজন মুঠতে গ’ল = (13 + 44 + 5) কিমি = 62 কিমি

প্রশ্ন 30. এজন দোকানীয়ে প্রথম দিনা প্রতি কিলোত 35 টকাকৈ 25 কিলোগ্রাম, দ্বিতীয় দিনা প্রতি কিলোত 30 টকাকৈ 40 কিলোগ্ৰাম আৰু তৃতীয় দিনা 25 টকাকৈ 30 কিলোগ্রাম চাউল বেচিলে। তিনিও দিনৰ ভিতৰত দোকানীজনে মুঠ কিমান কিলোগ্রাম চাউল কিমান টকাত বেচিলে?

উত্তৰঃ দোকানীজনে প্ৰথম দিনা চাউল বিক্রী কৰি পায় = (35 × 25) টকা।

২য় দিনা চাউল বিক্ৰী কৰি পায় = (30 × 40) টকা।

৩য় দিনা চাউল বিক্ৰী কৰি পায় = (25 × 30) টকা

তিনিওদিনত দোকানীজনে চাউল বেচে = (25 + 40 + 30) = 95 কি. গ্রা.

তিনিওদিনত তেওঁ চাউল বেচি পায় = (35 × 25 + 30 × 40 + 25 × 30) টকা।

= (875 + 1200 + 750) টকা = 2825 টকা।

প্রশ্ন 31. এখন বিদ্যালয়ত 40 জন ছাত্ৰ-ছাত্ৰী আছে। প্রত্যেকজন ছাত্র বা ছাত্ৰীক 250 মিলিমিটাৰকৈ গাখীৰ দিলে কিমান লিটাৰ গাখীৰৰ প্ৰয়োজন হ’ব?

উত্তৰঃ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = 40 জন।

প্ৰতিজনক গাখীৰ দিয়া হয় = 250 মি.লি.

প্ৰতিদিনে গাখীৰ প্ৰয়োজন হ’ব = 40 × 250 মি.লি.

= 10000 মি.লি.

= 10000/1000 লিটাৰ = 10 লিটাৰ।

প্রশ্ন 32. এজন গুৱালে প্রতিদিনে 6 খন হোটেলত গাখীৰ দিয়ে। প্ৰথমখনত 13 লিটাৰ, দ্বিতীয়খনত 15 লিটাৰ 250 মিলিলিটাৰ, তৃতীয়খনত 17 লিটাৰ 750 মিলিলিটাৰ গাখীৰ দিয়ে। গুৱালজনে দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে।

উত্তৰঃ গুৱালজনে প্রথমখনত গাখীৰ দিয়ে = 13 লিটাৰ।

২য় খনত গাখীৰ দিয়ে = 15 লি = 250 মি.লি।

৩য় খনত গাখীৰ দিয়ে = 17 লি = 750 মি.লি।

∴ গুৱালজনে দৈনিক গাখীৰ দিয়ে = (13 + 15.250 + 17.750) লিটাৰ।

= 46.000 লিটাৰ।

∴ গুৱালজনে দৈনিক 46 লিটাৰ গাখীৰ দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top