SEBA Class 6 Mathematics Chapter 5 অখণ্ড সংখ্যা

SEBA Class 6 Mathematics Chapter 5 অখণ্ড সংখ্যা Question Answer, SEBA Class 6 Mathematics Chapter 5 অখণ্ড সংখ্যা Notes, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 5 অখণ্ড সংখ্যা Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 5 অখণ্ড সংখ্যা Notes and select needs one.

SEBA Class 6 Mathematics Chapter 5 অখণ্ড সংখ্যা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 5 অখণ্ড সংখ্যা Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 5 অখণ্ড সংখ্যা Solutions for All Subject, You can practice these here.

অখণ্ড সংখ্যা

Chapter – 5

নিজে কৰাঃ

প্রশ্ন 1. যদি জমা 50 টকাক + 50 টকা বুলি লিখা হয় তেন্তে 40 টকা লোচানক কি বুলি লিখিব পাৰি?

উত্তৰঃ 40 টকা লোকচানক – 40 টকা বুলি লিখিব পাৰি।

প্রশ্ন 2. কোনো এঠাইৰ পৰা উত্তৰ দিশৰদূৰত্ব যদি ধনাত্মক সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰা হয় তেন্তে সেই ঠাইৰ পৰা দক্ষিণ দূৰত্বক কি চিনৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি?

উত্তৰঃ দক্ষিণ দিশৰ দূৰত্বক – চিনৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি।

প্রশ্ন 3. কি চিনেৰে বুজাব কাষৰ খালী ঘৰত লিখা।

(i) 70 টকা লাভ _________________।

উত্তৰঃ + 70 টকা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ii) মাটিৰ পৰা 50 চেমি ওপৰত _________________।

উত্তৰঃ + 50 চেমি।

(iii) 30 চেমি মাটিৰ তলত _________________।

উত্তৰঃ – 30 চেমি।

(iv) 150 টকা লোকচান _________________।

উত্তৰঃ – 150 টকা।

(v) 30 টকা জমা _________________।

উত্তৰঃ + 30

(vi) 0°C ৰ ওপৰত 35°C উষ্ণতা _________________।

উত্তৰঃ + 35° C.

(vii) 0°C ৰ তলত ৪°C _________________।

উত্তৰঃ – 8° C.

(viii) সাগৰ পৃষ্ঠাৰ 5 মিটাৰ ওপৰত _________________।

উত্তৰঃ – 5 মিটাৰ।

(ix) সাগৰ পৃষ্ঠৰ 5 মিটাৰ ওপৰত _________________।

উত্তৰঃ + 5 মিটাৰ।

নিজে কৰাঃ

প্ৰশ্ন 1. – 2 ৰ আৰু 1 ৰ মাজত থকা অখণ্ড সংখ্যাটো হ,ব-

(a) – 4

(b) 0

(c) 2

(d) 3

উত্তৰঃ (b) 0

প্ৰশ্ন 2. – 6 তকৈ ডাঙৰ অখণ্ড সংখ্যাটো হ,ব-

(a) – 7

(b) – 9

(c) 0

(d) – 10

উত্তৰঃ (c) 0

উত্তৰঃ – 4, – 1, 4

প্ৰশ্ন 4. তলত সংখ্যাবোৰ সংখ্যাৰেখাত বহুওৱা-

(a) 7

উত্তৰঃ 7

(b) – 5

উত্তৰঃ – 5

(c) – 3 আৰু 3

উত্তৰঃ – 3 আৰু 3

(d) – 5, 0, 5, -4

উত্তৰঃ – 5, 0, 5, -4

ওপৰৰ সংখ্যাৰেখাডাল লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(a) যদি A বিন্দুটো +3 হয় তেন্তে -3 টো কোনটো বিন্দুত হ’ব?

উত্তৰঃ যদি A বিন্দুটো +3 হয় তেন্তে -3 টো B বিন্দুত হ’ব।

(b) C বিন্দুটোৰ অখণ্ড সংখ্যাটো লিখা।

উত্তৰঃ C বিন্দুটোৰ অখণ্ড সংখ্যা 6

(c) D বিন্দুটোৱে অখণ্ড সংখ্যাটো ধনাত্মক নে ঋনাত্মক অখণ্ড সংখ্যা।

উত্তৰঃ D বিন্দুটোৰ অখণ্ড সংখ্যাটো ঋনাত্মক অখণ্ড সংখ্যা।

(d) কোনটো বিন্দুৰ অখণ্ড সংখ্যাটো আটাইতকৈ সৰু?

উত্তৰঃ F বিন্দুৰ অখণ্ড সংখ্যাটো আটাইতকৈ সৰু।

(e) বিন্দুৰে নিৰ্দেশ কৰা সংখ্যাবোৰ ঊৰ্ধক্ৰমত সজোৱা।

উত্তৰঃ -6, -5, -3, 0, 3, 6

প্রশ্ন 6. খালী বাকচত আৰু চিন ব্যৱহাৰ কৰি সংখ্যাবোৰ তুলনা কৰা।

(i) 0 _____________ -4

উত্তৰঃ 0 > -4

(ii) 0 ______________ 4

উত্তৰঃ 0 < 4

(iii) – 3 ______________ 3

উত্তৰঃ  – 3 < 3

(iv) 7 _______________ -6

উত্তৰঃ 7 > -6

(v) – 1 ______________ -3

উত্তৰঃ -1 > -3

(vi) -8 _______________ -1

উত্তৰঃ -8 < -1

(vii) -5 _______________ 8

উত্তৰঃ  -5 < 8

(viii) -6 ________________ 2

উত্তৰঃ -6 < 2

প্রশ্ন 7. অখণ্ড সংখ্যাবোৰ উর্ধবক্ৰমত সজোৱা।

(i) -1, 6 ,0, 3, -3, -2, -7, 5

উত্তৰঃ -7, -3, -2, -1,0,3,5,6

(ii) -20, -30, -10, 0, 10, 30, 20

উত্তৰঃ -30, – 20, 10,0,10,20,30

(iii) 4, -4, 3, -3, 7, -7, 9, -9

উত্তৰঃ -9, – 7, – 4, – 3,3,4,7,9

প্ৰশ্ন 8. তলত দিয়া সংখ্যাবোৰৰ মাজত থকা আটাইৰবোৰ অখণ্ড সংখ্যা লিখা।

(i) 0 আৰু 6

উত্তৰঃ 1, 2, 3, 4, 5

(ii) – 6 আৰু 6

উত্তৰঃ – 5, – 4, – 3, – 3, – 1, 0, 1, 2, 3, 4, 5

(iii) – 7 আৰু 5

উত্তৰঃ – 6, – 5, – 4, – 3, – 2, – 1

(iv) – 4 আৰু 5

উত্তৰঃ – 3, – 2, – 1, 0, 1, 2, 3, 4

(v) – 11 আৰু – 1

উত্তৰঃ – 10, – 9, – 8, – 7, – 6, – 5, – 4, – 3, – 2

(vi) – 1 আৰু 7

উত্তৰঃ 0, 1, 2, 3, 4, 5, 6

প্ৰশ্ন 9. – 7 আৰু 2 ৰ মাজৰ অখণ্ড সংখ্যাবোৰ উর্ধবক্ৰমত লিখা। ইহঁতৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো লিখা।

উত্তৰঃ 7 আৰু 2 ৰ মাজৰ অখণ্ড সংখ্যাবোৰৰৰ ঊৰ্ধ্বক্রম–

-6, -5, -3, -2, -1, 0, 1

ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো হ’ল – 1 আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো হ’ল– – 6

প্রশ্ন 10. – 12 তকৈ ডাঙৰ 5 টা অখণ্ড সংখ্যা লিখা।

উত্তৰঃ – 12 তকৈ ডাঙৰ 5 টা অখণ্ড সংখ্যা – 11, – 10 – 5,0,2

প্রশ্ন 11. – 12 তকৈ ডাঙৰ 5 টা ঋণাত্মক অখণ্ড সংখ্যা লিখা।

উত্তৰঃ – 12 তকৈ ডাঙৰ 5 টা ঋণাত্মক অখণ্ড সংখ্যা – 11, – 10, – 9, – 8 – 7

প্রশ্ন 12. – 12 তকৈ ডাঙৰ 5 টা ধনাত্মক অখণ্ড সংখ্যা লিখা।

উত্তৰঃ –12 তকৈ ডাঙৰ 5 টা ধনাত্মক অখণ্ড সংখ্যা 1, 3, 4, 5, 9

প্রশ্ন 13. সংখ্যাৰেখা ব্যৱহাৰ কৰি উত্তৰ লিখা-

(i) – 3 ৰ ঠিক বাওঁফালে আৰু ঠিক সোঁফালে থকা অখণ্ড সংখ্যা দুটা লিখা।

উত্তৰঃ – 3 ৰ ঠিক বাওঁফালে আৰু ঠিক সোঁফালে থকা অখণ্ড সংখ্যা দুটা – 4

(ii) – 2 ৰ স্থানতৰ পৰা 5 একক দূৰত্বত সোঁফালে থকা অখণ্ড সংখ্যাটো কি?

উত্তৰঃ – 2 ৰ স্থানতৰ পৰা 5 একক দূৰত্বত সোঁফালে থকা অখণ্ড সংখ্যাটো 3

(iii) – 3 ৰ স্থানৰ পৰা 3 একক সমদূৰত্বত থকা দুয়োফালৰ অখণ্ড সংখ্যা দুটা লিখা?

উত্তৰঃ – 3 ৰ স্থানৰ পৰা 3 একক সমদূৰত্বত থকা দুয়োফালৰ অখণ্ড সংখ্যা দুটা 0 আৰু – 6

(iv) – 1 স্থানৰ পৰা বাওঁফালে 5 টা সংখ্যা আগুৱাই গ’লে কি সংখ্যা পোৱা যাব?

উত্তৰঃ – 1 স্থানৰ পৰা বাওঁফালে 5 টা সংখ্যা আগুৱাই গ’লে – 6 পোৱা যাব।

নিজে কৰাঃ

প্রশ্ন 1. (a) – 5 আৰু 5 ৰ যোগফল হ’ব–

(A) 10

(B) – 10

(C) 0

(D) 5

উত্তৰঃ (C) 0

(B) – 10 আৰু  –3 ৰ যোগফল হ’ব-

উত্তৰঃ (A) – 13

প্রশ্ন 2. সংখ্যা বেখা ব্যৱহাৰ কৰি যাগফল নির্ণয় কৰা–

(i) 8 +(-5)

উত্তৰঃ  8+ (-5)

8 ৰ পৰা 8 একক বাওঁফালে আহিব লাগিব। তেতিয়া আমি 3 পাম। অৰ্থাৎ 8 আৰু – 5 ৰ যোগফল 3

(ii) -8 + (-5)

উত্তৰঃ -8 + (-5)

0 ৰে পৰা 8 একক ৰাওঁফালে আহি – 8 পোৱা গ’ল। – 8 ৰ পৰা 5 একক বাওঁফালে গ’লে – 13 পোৱা গ’ল।

অৰ্থাৎ 8 + (-5) = -13

(iii) -8 + 5

উত্তৰঃ -8 + 5

0 ৰ পৰা 8 একক ৰাওঁফালে আহি  – 8 পোৱা গ’ল। -8 ৰ পৰা 5 একক সোঁফালে গ’লে -3 পোৱা গ’ল।

অৰ্থাৎ 8 + 5 =  – 3

(iv) 7 + (- 3)

উত্তৰঃ 7 + (- 3)

0 ৰ পৰা একক সোঁফালে গৈ 7 পোৱা গ’ল আৰু 7 ৰ পৰা 3 একক বাওঁফালে গৈ 4 পোৱা গ’ল। 

অৰ্থাৎ 7 + (– 3) = 4

(v) -12 + 8

উত্তৰঃ -12 + 8

0 ৰ পৰা বাওঁফালে গৈ -12 পোৱা গ’ল। – 12 ৰ পৰা 8 একক সোঁফালে গৈ -4 পোৱা গ’ল।

অৰ্থাৎ – 12 + 8 = 4

(vi) – 2 + 5 + (– 3)

উত্তৰঃ – 2 + 5 + (– 3)

0 ৰ পৰা 2 একক বাওঁফালে গৈ -2 পোৱা গ’ল। -2 ৰ পৰা 5 একক সোঁফালে গৈ ও পোৱা গ’ল। 3 ৰ পৰা 3 একক বাওঁফালে গৈ 0 পোৱা গ’ল।

অর্থাৎ -2 + 5 (-3) = 0

(vii) -3 + -4 + (-2)

উত্তৰঃ -3 + (-4) + (-2)

0 ৰ পৰা 3 একক বাওঁফালে গৈ -3 পোৱা গ’ল। -3 ৰ পৰা 4 একক বাওঁফালে গৈ -7 পোৱা গ’ল। -7 ৰ পৰা 2 একক গাওঁফালে গৈ – 9 পোৱা গ’ল।

অর্থাৎ -3 + (-4) + (-2) = 0

(viii) -6 + (-2) +7

উত্তৰঃ -6 + (-2) +7

0 ৰ পৰা 6 একক বাওঁফালে গৈ -6 পোৱা গ’ল। -6 ৰ পৰা 2 একক বাওঁফালে গৈ -8 পোৱা গ’ল। -৪ ৰ পৰা একক সোঁফালে গৈ -1 পোৱা গ’ল।

অর্থাৎ -6 (-2) + 7 = -1

প্রশ্ন 3. যোগ কৰা-

(i) -3 + 0

উত্তৰঃ 3 + 0 = -3

(ii) 3 + 0

উত্তৰঃ 3 + 0 = 3

(iii) 0 + (7)

উত্তৰঃ 0 + (7) = 7

(iv) 0 + (-9)

উত্তৰঃ 0 + (-9) = 9

প্রশ্ন 4. যোগফল নির্ণয় কৰা-

(i) 308 আৰু -470

উত্তৰঃ 308 + (-470)

= 308 – 470

= -162

(ii) 614 আৰু -312

উত্তৰঃ 614 + (-312)

= 614 – 312

= – 302

(iii) 518 আৰু -609

উত্তৰঃ 518 + (-609)

= 518 – 609

= – 91

(iv) 708 আৰু -807

উত্তৰঃ 70 + (-807)

= 708 – 807

= -99

(v) 108, -57 আৰু -51

উত্তৰঃ 108 + (57) + (-51) 

= 180 – 57 – 51

= 108 – (57 + 51)

= 108 – 108

= 0

(vi) -306, -501 আৰু -409

উত্তৰঃ -306 + (-501) + (-409)

= -306 + (-501) + (-409)

= -(306 + 501 + 409)

= -1216

(vii) 319, -544 আৰু -78

উত্তৰঃ 319 + (-54) + (-78)

= 319 -54 -78

= 319 – (54 + 78)

= 319 – 132

= 187

প্রশ্ন 5. সংখ্যাৰেখা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা-

(i) -5 তকৈ 5 বেছি হ’লে অখণ্ড সংখ্যাটো।

উত্তৰঃ 

– 5 তকৈ 5 বেছি হ’লে অখণ্ড সংখ্যাটো হ’ব 0

(ii) – 7 তকৈ 2 বেছি হ’লে অখণ্ড সংখ্যাটো।

উত্তৰঃ 

– 7 তকৈ 2 বেছি হ’লে অখণ্ড সংখ্যাটো হ’ব 5

(iii) – 4 তকৈ ৪ বেছি হ’লে অখণ্ড সংখ্যাটো।

উত্তৰঃ 

– 4 তকৈ ৪ বেছি হ’লে অখণ্ড সংখ্যাটো হ’ব 4

(iv) – 1 তকৈ 4 বেছি হ’লে অখণ্ড সংখ্যাটো।

উত্তৰঃ 

– 1 তকৈ 4 বেছি হ’লে অখণ্ড সংখ্যাটো হ’ব 3

(v) 2 তকৈ 7 বেছি হ’লে অখণ্ড সংখ্যাটো।

উত্তৰঃ 

2 তকৈ 7 বেছি হ’লে অখণ্ড সংখ্যাটো হ’ব 9

প্রশ্ন 6. তলৰ খালী বাকচত শুদ্ধৰ বাবে (√) আৰু অশুদ্ধৰ বাবে (×) চিন দিয়া।

(i) 3 + (-5) = -5 + 3

উত্তৰঃ √

(ii) -8 + (-6) = + 8

উত্তৰঃ ×

(iii) -15 + 15 = 0

উত্তৰঃ √

(iv) – + 6 = -6 + 9

উত্তৰঃ ×

অনুশীলনী প্রশ্নোত্তৰঃ

প্রশ্ন 1. খালী ঠাই পূৰ কৰাঃ

(i) (-8) + _________________ = 0

উত্তৰঃ (8) + 8 = 0

(ii) -15- ________________ = 0

উত্তৰঃ -15- -15 = 0

(iii) 15- (-15) = ________________.

উত্তৰঃ 15- (-15) = 30

(iv) _______________ – (-8) = -12

উত্তৰঃ -20 – (-8) = -12

(v) 15 + (-15) = _________________.

উত্তৰঃ 15 + (-15) = 0

(vi) 13 + _______________ = – 20

উত্তৰঃ 13 + -33 = -20

প্রশ্ন 2. খালী ঠাই পূৰ কৰা (>, < আৰু = চিহ্নেৰে)

(i) -9+(-7) _______________ (-7)+(-9)

উত্তৰঃ 9+(-7) = (-7)+(-9)

(ii) -11-9 _______________  -9+11

উত্তৰঃ -11-9 < -9+11

(iii) -35+20 ________________ -10-5

উত্তৰঃ -35+20 = -10-5

(iv) 40+(-30) _________________ -20+(-10)

উত্তৰঃ 40+(-30) > -20+(-10)

(v) -15-(-8) ________________ 15-8

উত্তৰঃ -15-(-8) < 15-8

প্ৰশ্ন 3. সংখ্যাৰেখাৰ সহায়ত বিয়োগ কৰাঃ

(i) – 5 ৰ পৰা – 2

উত্তৰঃ 

– 5 – (-2) = – 5 + 2 = -3

(ii) – 3 ৰ পৰা 3

উত্তৰঃ 

– 3 -3 = -6

(iii) – 4 ৰ পৰা – 4

উত্তৰঃ 

– 4 – (-4) = – 4 + 4 = 0

(iv) – 6 ৰ পৰা – 2

উত্তৰঃ

6- (-2) = 6 + 2 = 8

(v) 7 ৰ পৰা -3

উত্তৰঃ 

7-(-3) = 7 + 3 = 10

(vi) – 3 ৰ পৰা – 1

উত্তৰঃ 

– 3 – (-1) = – 3 + 1 = -2

প্রশ্ন 4. বিয়োগ কৰা-

(i) – 120 ৰ পৰা 140

উত্তৰঃ – 120 -140

= -(120 + 140)

= 260

(ii) – 250 ৰ পৰা – 150

উত্তৰঃ -250 -(-150)

= -250 + 150

= -100

(iii) 80 ৰ পৰা – 60

উত্তৰঃ 80-(-60)

= 80 + 60

= 40

(iv) 70 ৰ পৰা – 50

উত্তৰঃ 70-(-50)

= 70 + 50

= 120

(v) – 5080 ৰ পৰা 4000

উত্তৰঃ – 5080 – 4000

= -(5080 + 4000)

= -9080

= -7000

(vi) – 10000 ৰ পৰা – 3000

উত্তৰঃ -10000 -(-3000)

= 10000 + 3000

= -(10000 – 3000)

প্রশ্ন 5. সৰল কৰা-

(i) -97 + (-18) -47 + 57

উত্তৰঃ = – 97 -18 -47 + 57

= -(97 + 18 + 47) + 57

= 152 + 57

= -(152-57)

= -95

(ii) -47 -48 + 80 – 62 + 20

উত্তৰঃ = -47 -48 -62 + 80 + 20

= -(47 + 48 + 62) + (80 + 20)

= – 157 + 100

= -(157 – 100)

= -57

(iii) -26 – (-48) – 50 – (-20) -10

উত্তৰঃ = – 26 + 48 – 50 + 20 – 10

= – 26 – 50 – 10 + 48 + 20

= -(26 + 50 + 10) + 68

= – 86 + 68

= – 18

(iv) 50 – 18 – (-12) + (-12)

উত্তৰঃ = 50 – 18 + 12 – 12

= (50 + 12) – (18 + 12)

= 62 – 30

= 32

প্রশ্ন 6. -32 ৰ গলত কি অখণ্ড সংখ্যা যোগ কৰিলে যোগফল 0 পোৱা যাব।

উত্তৰঃ 32 ৰ লগত 32 যোগ কৰিলে যোগফল 0 পোৱা যাব।

প্রশ্ন 7. দুটা অখণ্ড সংখ্যাৰ যোগফল -410। ইয়াৰে এটা অখণ্ড সংখ্যা 180। আনটো অখণ্ড সংখ্যা নিৰ্ণয় কৰা।

উত্তৰঃ অখণ্ড সংখ্যাৰ যোগফল -410

তাৰে এটা অখণ্ড সংখ্যা 180

∴ আনটো অখণ্ড সংখ্যা = -410 – 180

= -(410 + 180)

= -590

প্রশ্ন ৪. – 80 ৰ পৰা কি বিয়োগ কৰিলে বিয়োগফল 0 পোৱা যাব?

উত্তৰঃ – 80 ৰ পৰা – 80 বিয়োগ কৰিলে বিয়োগফল 0 পোৱা যাব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top