SEBA Class 6 Mathematics Chapter 6 প্ৰাথমিক আকৃতিসমূহ

SEBA Class 6 Mathematics Chapter 6 প্ৰাথমিক আকৃতিসমূহ Question Answer, SEBA Class 6 Mathematics Chapter 6 প্ৰাথমিক আকৃতিসমূহ Notes, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 6 প্ৰাথমিক আকৃতিসমূহ Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 6 প্ৰাথমিক আকৃতিসমূহ Notes and select needs one.

SEBA Class 6 Mathematics Chapter 6 প্ৰাথমিক আকৃতিসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 6 প্ৰাথমিক আকৃতিসমূহ Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 6 প্ৰাথমিক আকৃতিসমূহ Solutions for All Subject, You can practice these here.

প্ৰাথমিক আকৃতিসমূহ

Chapter – 6

নিজে কৰাঃ

প্রশ্ন 1. সাধাৰণ পৰ্যবেক্ষৰ সহায়ত < বা > চিন বহুৱাই খালী ঠাই পূৰ কৰা।

(i) AB ________________ PQ.

উত্তৰঃ AB < PQ.

(ii) CD ________________ XY.

উত্তৰঃ CD > XY.

(iii) PQ‌ ________________ CD.

উত্তৰঃ PQ‌ < CD.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(iv) AB _______________ XY.

উত্তৰঃ AB < XY.

(v) PQ _________________ XY.

উত্তৰঃ PQ < XY.

(vi) AB __________________ CD.

উত্তৰঃ AB < CD.

প্রশ্ন 2. তলৰ ৰেখাখণ্ডবোৰৰ দীঘ নিৰ্ণয় কৰা-

(i) _______________.

উত্তৰঃ 2.8cm.

(ii) _______________.

উত্তৰঃ 3.8cm.

(iii) ________________.

উত্তৰঃ 3.3 cm.

(iv) _________________.

উত্তৰঃ 5cm.

প্রশ্ন 3. কাষৰ চিত্ৰৰ পৰা-

(i) ত্ৰিভুজটোৰ বাহুকেইটাৰ জোখ উলিওৱা।

উত্তৰঃ AB = 1.5cm

BC = 2.7cm

CA = 2.7cm

(ii) চতুৰ্ভুজটোৰ বাহুকেইটাৰ আৰু কৰ্ণ দুডালৰ জোখ উলিওৱা।

উত্তৰঃ PQ = 1.7cm

QR = 3cm

RS = 2.3cm

PS = 1.5cm

PR = 2.8cm

QS = 1.8cm

নিজে কৰাঃ

প্রশ্ন 1. ধৰা হ’ল এজন মানুহে উত্তৰ মুৱা হৈ থিয় হৈ আছে। তেওঁ এতিয়া কোন মুৱা হ’ব যদি তেওঁ-

(i) ঘড়ীৰ কাঁটাৰ দিশত 1/4 পাক ঘূৰে?

উত্তৰঃ S.

(ii) ঘড়ীৰ কাঁটাৰ দিশত 1/2পাক ঘূৰে?

উত্তৰঃ W.

(iii) ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 1/4 পাক ঘূৰে?

উত্তৰঃ N.

(iv) ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 3/4 পাক ঘূৰে?

উত্তৰঃ S.

প্রশ্ন 2. এটা ঘড়ীৰ ঘন্টাৰ কাঁটাডালে কিমান সমকোণ ঘূৰিব যদিহে কাঁটাডালে-

(i) 1 ৰ পৰা 4 লৈ যায়।

উত্তৰঃ 1 সমকোন।

(ii) 3 ৰ পৰা 9 লৈ যায়।

উত্তৰঃ 2 সমাকোন।

(iii) 10 ৰ পৰা 1 লৈ যায়।

উত্তৰঃ 1 সমকোন।

(iv) 9 ৰ পৰা 6 লৈ যায়।

উত্তৰঃ 3 সমকোন।

প্রশ্ন 3. তলৰ কেইটামান কোণৰ জোখ (ডিগ্রীত) দিয়া আছে। কোণবোৰক সূক্ষ্মকোণ, স্থূলকোণ আৰু প্রবৃদ্ধ কোণ হিচাপে শ্ৰেণীবিভাজন কৰা।

উত্তৰঃ 

প্রশ্ন 4. তলৰ উক্তিবোৰৰ শুদ্ধটোত (√) আৰু অশুদ্ধটোত (×) চিন দিয়া-

(i) 1 সৰলকোন = 3 সমকোণ।

উত্তৰঃ ×

(ii) প্রবৃদ্ধ কোণবোৰ সৰলকোণতকৈ ডাঙৰ।

উত্তৰঃ √

(iii) 90° তকৈ ডাঙৰ কোণবোৰক সূক্ষ্মকোণ বোলে।

উত্তৰঃ ×

(iv) 101° কোণৰ এটা স্হূলকোণ।

উত্তৰঃ √

(v) 180° তকৈ ডাঙৰ স্হূকোণ থাকিব পাৰে।

উত্তৰঃ ×

প্ৰশ্ন 5. কোণমাপকৰ সহায়ত তলৰ কোষবোৰৰ জোখ নিৰ্ণয় কৰা।

উত্তৰঃ (i) 50° 

(ii) 50°

(iii) 115°

(iv) 99°

নিজে কৰাঃ

তলত ত্ৰিভুজ চাৰিটাৰ প্ৰতিটোৰে কোণবোৰ কোণমাপকৰ সহায়ত জুখি উলিওৱা আৰু তালিকাখন পূৰ পৰা-

ত্রিভুজৰ নামপ্রথম কোণৰ জোখদ্বিতীয় কোণৰ জোখতৃতীয় কোণৰ জোখতিনিওটা কোণৰ যাগফল
ABC∠A =∠B =∠C =∠A + ∠B + ∠C =
DEF∠D =∠E =∠F =∠D + ∠E + ∠F =
PQR∠P =∠Q =∠R =∠P + ∠Q + ∠R =
XYZ∠X =∠Y =∠Z =∠X + ∠Y + ∠Z =

উত্তৰঃ 

ত্রিভুজৰ নামপ্রথম কোণৰ জোখদ্বিতীয় কোণৰ জোখতৃতীয় কোণৰ জোখতিনিওটা কোণৰ যাগফল
ABC∠A = 60°∠B = 60°∠C= 60°∠A + ∠B + ∠C = 180°
DEF∠D = 60°∠E = 40°∠F = 80°∠D + ∠E + ∠F = 180°
PQR∠P = 44°∠Q = 90°∠R = 46°∠P + ∠Q + ∠R = 180°
XYZ∠X = 32°∠Y = 110°∠Z = 38°∠X + ∠Y + ∠Z = 180°
নিজে কৰাঃ

প্ৰশ্ন 1. তলত কিছুমান ত্ৰিভুজৰ বাহুৰ জোখ (চেমিত) দিয়া আছে। ত্ৰিভুজবোৰ সমবাহু, সমদ্বিবাহু নে বিষমবাহু উল্লেখ কৰা।

উত্তৰঃ (i) সমদ্বিবাহু।

(ii) সমবাহু।

(iii) সমদ্বিবাহু।

(iv) সমবাহু।

(v) সমদ্বিবাহু।

(vi) বিষমবাহু।

প্ৰশ্ন 2. তলত কিছুমান ত্ৰিভুজৰ কোঁবোৰৰ জোখ দিয়া আছে। ত্ৰিভুজবোৰ সূক্ষ্মকোণী সমকোণী নে স্হূলকোণ উল্লেখ কৰা।

উত্তৰঃ (i) সমকোণী।

(ii) স্হূলকোণী।

(iii) ৰ সূক্ষ্মকোণী।

(iv) ৰ সূক্ষ্মকোণী।

(v) সমকোণী।

প্রশ্ন 3. তলৰ উক্তিবোৰৰ শুদ্ধটোত (√) আৰু অশুদ্ধটোত (×) চিন দিয়া-

(i) এটা ত্ৰিভুজত দুটা সমকোণী থাকিব পাৰে।

উত্তৰঃ √

(ii) সমদ্বিবাহু ত্রিভুজৰ দুটা বাহু সমান।

উত্তৰঃ √

(iii) এটা ত্ৰিভুজৰ এডালহে মধ্যমা থাকে। সূক্ষ্মকোণী ত্রিভুজৰ তিনিওটা কোণেই সূক্ষ্মকোণ।

উত্তৰঃ ×

(iv) সূক্ষ্মকোণী ত্ৰিভুজৰ তিনিওটা কোণেই স্থূলকোণ।

উত্তৰঃ √

(v) এটা ত্ৰিভুজৰ তিনিডাল উন্নতি থাকে।

উত্তৰঃ ×

(vi) এটা ত্ৰিভুজৰ তিনিভাল উন্নতি থাকে।

উত্তৰঃ √

প্রশ্ন ৪. আঁকি চোৱাঃ এটা ত্ৰিভুজৰ মধ্যমা তিনিডাল।

উত্তৰঃ

∆ABC ৰ মধ্যমা তিনিডাল ক্রমে BQ আৰু CR

নিজে কৰাঃ

প্রশ্ন 1. তলৰ উক্তিবোৰৰ শুদ্ধটোত (√) আৰু অশুদ্ধটোত (×) চিন দিয়া-

(i) আয়তৰ চাৰিওটা বাহু সমান।

উত্তৰঃ ×

(ii) সামান্তৰিক দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল।

উত্তৰঃ √

(iii) ৰম্বাছৰ প্ৰতিটো কোণেই 90°।

উত্তৰঃ ×

(iv) সকলো আয়তেই সামন্তৰিক।

উত্তৰঃ √

(v) সকলো সামান্তবিকেই ৰম্বাছ।

উত্তৰঃ ×

(vi) সকলো বর্গই আয়ত।

উত্তৰঃ √

(vii) এটা আয়তৰ চাৰিওটা বাহু সমান দৈৰ্ঘৰ হয়।

উত্তৰঃ √

(viii) এটা বৰ্গৰ চাৰিওটা বাহু সমান দৈৰ্ঘৰ হয়।

উত্তৰঃ √

(ix) ট্রেপিজিয়ামৰ আন যোৰ বাহু সমান্তৰাল হ’লে, ই সামান্তৰিক হ’ব।

উত্তৰঃ √

(x) সামান্তৰিকৰ এটা কোণ সমকোণ হ’লে, চিত্ৰটো আয়ত হ’ব।

উত্তৰঃ √

(xi) আয়তৰ চাৰিও বাহু সমান হলে, চিত্রটো বৰ্গক্ষেত্ৰ হ’ব।

উত্তৰঃ √

প্রশ্ন 2. এটা সামান্তৰিক এটা বিশেষ ধৰণৰ ট্ৰেপেজিয়াম বুলি ক’ব পাৰিনে? কাৰণ লিখা।

উত্তৰঃ এটা সামান্তৰিক এটা বিশেষ ধৰণৰ ট্ৰেপেজিয়াম বুলি ক’ব পাৰি। কাৰণ সামান্তৰিকৰ দুয়োৰ বিপৰীত বাহুৱেই সমান্তৰাল। এযোৰ বিপৰীত বাহু সমান্তৰাল হ’লেই চতুৰ্ভুজ এটা ট্রেপেজিয়া হয়।

প্রশ্ন 3. সকলো বর্গই ৰন্থছ। কাৰণ দৰ্শোৱা।

উত্তৰঃ সকলো বৰ্গই ৰম্বাছ হয়। কৰণ ৰম্বাছৰ আটাইকেইটা বাহু সমান আৰু বৰ্গৰ আটাইকেইটা বাহু সমান।

প্রশ্ন 4. সকলো ৰম্বাছেই সামাৰিক, কিন্তু সকলো সামান্তৰিক ৰম্বাছ নহয়। কাৰণ লিখা।

উত্তৰঃ সকলো ৰম্বাছেই সামান্তকি, কিন্তু সকলো সামান্তৰিক ৰাছ নহয়। কাৰণ, ৰম্বাছৰ আটাইকেইটা বাহু সমান যিটোঢ়সকলো সামাৰিকৰ ক্ষেত্ৰত সম্ভৱ নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top