SEBA Class 6 Mathematics Chapter 4 পূৰ্ণ সংখ্যা

SEBA Class 6 Mathematics Chapter 4 পূৰ্ণ সংখ্যা Question Answer, SEBA Class 6 Mathematics Chapter 4 পূৰ্ণ সংখ্যা Notes, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 4 পূৰ্ণ সংখ্যা Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 4 পূৰ্ণ সংখ্যা Notes and select needs one.

SEBA Class 6 Mathematics Chapter 4 পূৰ্ণ সংখ্যা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 4 পূৰ্ণ সংখ্যা Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 4 পূৰ্ণ সংখ্যা Solutions for All Subject, You can practice these here.

পূৰ্ণ সংখ্যা

Chapter – 4

নিজে কৰাঃ

প্ৰশ্ন 1. 1, 10, 9999, 777779 সংখ্যাবোৰৰ উত্তৰ পদবোৰ লিখা।

উত্তৰঃ 1 ৰ উত্তৰাপদ 2

10 ৰ উত্তৰাপদ 11

9999 ৰ উত্তৰাপদ 100001

777779 ৰ উত্তৰাপদ 777780

প্রশ্ন 2. এনে কোনো স্বাভাবিক সংখ্যা আছেনে যাৰ উত্তৰ পদ নাই?

উত্তৰঃ নাই।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন 3. 5, 11, 7779, 1000, 10001 সংখ্যাবোৰৰ পূৰ্ব পদবোৰ লিখা।

উত্তৰঃ 5 ৰ পূর্বপদ 4

11 ৰ পূৰ্বপদ 10

7779 ৰ পূৰ্বপদ 17778

10000 ৰ পূর্বপদ 999

10001 ৰ পূর্বপদ 10000

প্রশ্ন 4. এনে কোনো স্বাভাৱিক সংখ্যা আছেনে যাৰ পূৰ্ব পদ নাই?

উত্তৰঃ আছে, 1 ৰ পূৰ্বপদ নাই।

প্রশ্ন 5. বৃহত্তৰ স্বাভাৱিক সংখ্যা বুলি কোনো সংখ্যা আছেনে? তোমাৰ বন্ধু এজনে এটা বৃহৎ সংখ্যা লিখি তাক বৃহত্তৰ স্বভাৱিক সংখ্যা বুলি দাবী কৰিলে। তুমি বন্ধুজনক ভুল বুলি কেনেদৰে প্ৰমাণ কৰিব।

উত্তৰঃ বৃহত্তম স্বাভাৱিক সংখ্যা বুলি কোনো সংখ্যা নাই। প্ৰতিটো স্বভাৱিক সংখ্যাৰে উত্তৰপদ পোৱা যাব। কাৰণ এনে কোনো স্বভাৱিক সংখ্যা নাই যাৰ উত্তৰপদ নাই। গতিকে আমি বৃহত্তম স্বাভাৱিক সংখ্যা পাব নোৱাৰো।

নিজে কৰাঃ

প্রশ্ন 1. প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে?

উত্তৰঃ প্ৰতিটো পূর্ণসংখ্যা স্বাভাবিক সংখ্যা নহয়। উদাহৰণস্বৰূপে ‘0’ এটা পূর্ণসংখ্যা যি স্বাভাবিক সংখ্যা নহয়।

প্রশ্ন 2. আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি?

উত্তৰঃ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো ‘0’

প্রশ্ন 3. পূৰ্ণ সংখ্যাটোৰ পৰা কোনটো সংখ্যা বাদ দিলে বাকী সংখ্যাবোৰৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ পৰিব?

উত্তৰঃ পূৰ্ণ সংখ্যাটোৰ পৰা ‘0’ সংখ্যা বাদ দিলে বাকী সংখ্যাবোৰৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ পৰিব।

প্রশ্ন 4. আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিবনে?

উত্তৰঃ আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব নোৱাৰি।

প্রশ্ন 5. পূর্ণ সংখ্যাৰ সংগ্ৰহত 1 ৰ পূর্বপদ আছেনে? যদি আছে সংখ্যাটো কি?

উত্তৰঃ পূৰ্ণ সংখ্যাৰ সংগ্ৰহত 1 ৰ পূৰ্বপদ হ’ল ‘0’

নিজে কৰাঃ

প্রশ্ন 1. 13 সংখ্যাটো সংখ্যাৰেখাত 20, 16, 10, 9, 14 ৰ কোনফালে আছে ক’ব পাৰিবনে?

উত্তৰঃ 13 সংখ্যাটো সংখ্যাৰেখাত-

20 ৰ বাওঁফালে।

16 ৰ বাওঁফালে।

10 ৰ সোঁফালে।

9 ৰ সোঁফালে।

14 ৰ বাওঁফালে বহিব।

প্রশ্ন 2. সংখ্যা ৰেখা চাই 5 আৰু 6 ৰ পূৰ্বপদ আৰু উত্তৰ পদবোৰ কব পাৰিবনে?

উত্তৰঃ 5 ৰ পূর্বপদ 4 আৰু 6 ৰ পূৰ্বপদ 5

নিজে কৰাঃ

সংখ্যা ৰেখা অংকন কৰি তাৰ পৰা 3 আৰু 7 ৰ যোগফল উলিওৱা।

উত্তৰঃ 

নিজে কৰাঃ

সংখ্যা ৰেখাত বিয়োগফল উলিওৱা-

(i) 5-2

উত্তৰঃ 5-2

(ii) 8-7

উত্তৰঃ 8-7

8 – 7 = 1

(iii) 6-6

উত্তৰঃ 6-6

নিজে কৰাঃ

সংখ্যা ৰেখাত পূৰণফল নিৰ্ণয় কৰা-

(i) 3 × 2

উত্তৰঃ 3 × 2

(ii) 2 × 4

উত্তৰঃ 2 × 4

(iii) 5 × 1

উত্তৰঃ 5 × 1

নিজে কৰাঃ

প্ৰশ্ন 1. শুদ্ধ উত্তৰটোত (√) আৰু অসুদ্ধটোত (×) চিন দিয়া।

পূৰ্ণ সংখ্যাৰ কাৰণে অংকণ কৰা সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ

(i) যোগফল পাব পাৰি/নোৱাৰি।

উত্তৰঃ যোগফল পাব পাৰি/নোৱাৰি।

(ii) বিয়োগপল পাব পাৰি/নোৱাৰি।

উত্তৰঃ বিয়োগপল পাব পাৰি/নোৱাৰি √।

(iii) পূৰণফল পাব পাৰি/নোৱাৰি।

উত্তৰঃ পূৰণফল পাব পাৰি √ /নোৱাৰি।

(iv) হৰণফল পাব পাৰি/নোৱাৰি।

উত্তৰঃ হৰণফল পাব পাৰি/নোৱাৰি √।

প্রশ্ন 2. আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ’ল-

(a) 0

(b) 1

(c) 2

(d) 3

উত্তৰঃ (b) 1

প্রশ্ন 3. আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ’ল–

(a) 0

(b) 2

(c) 4

(d) 6

উত্তৰঃ (a) 0

প্রশ্ন 4. তলৰ অংকবিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো হ’ল-

(a) 0

(b) 9

(c) 99

(d) 900

উত্তৰঃ (a) 0

প্রশ্ন 5. তলৰ কোনটো হৰণফল পূৰ্ণ সংখ্যা হ’ব–

(a) 7 ÷ 2

(b) 9 ÷ 5

(c) 21 ÷ 7

(d) 25 ÷ 4

উত্তৰঃ (c) 21 ÷ 7

প্রশ্ন 6. তলৰ কোনটো বিয়োগফল পূর্ণ সংখ্যা হ’ব-

(a) 0 – 1

(b) 1 – 1

(c) 1 – 2

(d) 3 – 5

উত্তৰঃ (b) 1 – 1.

প্রশ্ন 7. 20 তকৈ সৰু আটাইতকৈ স্বাভাবিক সংখ্যা লিখা।

উত্তৰঃ 20 তকৈ সৰু আটাইতকৈ স্বাভাৱিক সংখ্যা – 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19

প্রশ্ন ৪. কোনটো স্বাভাৱিক সংখ্যাৰ পূৰ্ব পদ নাই?

উত্তৰঃ 1 ৰ পূৰ্বপদ নাই।

প্রশ্ন 9. 100 তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে?

উত্তৰঃ 100 তকৈ সৰু 100 টা পূর্ণ সংখ্যা আছে।

প্রশ্ন 10. পূৰ্ণ সংখ্যাৰ পৰা কোনটো সংখ্যা বাদ দিলে বাকী সংখ্যাৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যাৰ সংগ্ৰহ হ’ব?

উত্তৰঃ পূৰ্ণ সংখ্যাৰ পৰা 0 ৰ বাদ দিলে বাকী সংখ্যাৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যাৰ সংগ্ৰহ হ’ব।

প্রশ্ন 11. তলৰ সংখ্যাবোৰৰ পূৰ্ব পদবোৰ লিখা।

(i) 987

উত্তৰঃ 987 ৰ পূর্বপদ 986

(ii) 998

উত্তৰঃ 998 ৰ পূর্বপদ 997

(iii) 10000

উত্তৰঃ 10000 ৰ পূৰ্বপদ 9999

(iv) 99900

উত্তৰঃ 99900 ৰ পূৰ্বপদ 99899

(v) 111111

উত্তৰঃ 111111 ৰ পূৰ্বপদ 111110

প্রশ্ন 12. কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই?

উত্তৰঃ 0 ৰ পূর্ব পদ নাই।

প্রশ্ন 13. তলৰ সংখ্যাবোৰৰ উত্তৰ পদবোৰৰ লিখা-

(i) 1

উত্তৰঃ 1 ৰ উত্তৰ পদ 2

(ii) 9

উত্তৰঃ 9 ৰ উত্তৰ পদ 10

(iii) 101

উত্তৰঃ 101 ৰ উত্তৰ পদ 102

(iv) 889

উত্তৰঃ 889 ৰ উত্তৰ পদ 890

(v) 9999

উত্তৰঃ 9999 ৰ উত্তৰ পদ 10000

(vi) 100001

উত্তৰঃ 10001 ৰ উত্তৰ পদ 100002

প্রশ্ন 14. তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণসংখ্যাৰ পূর্ব পদ দুটা অংক বিশিষ্ট হয়?

উত্তৰঃ তিনিটা অংকৰে গঠিত ১০০ ৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয়।

প্রশ্ন 15. তলৰ প্ৰতিযোৰ পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখাত কোনটো কাৰ সোঁফালে বহিব লিখা আৰু সংখ্যা দুটাৰ মাজত উপযুক্ত চিন (>, <) বহুৱাই তুলনা কৰা।

(a) 100, 99

উত্তৰঃ 100 > 99

(b) 911, 899

উত্তৰঃ 911 > 899

(c) 0, 1

উত্তৰঃ (c) 0 < 1

(d) 9999, 10000

উত্তৰঃ 9999 < 10000

(e) 2111, 1222

উত্তৰঃ 2111 > 1222

নিজে কৰাঃ

(a) 2,3,4 কাৰণে এই ধৰ্মটো পৰীক্ষা কৰা।

উত্তৰঃ (2+) + 4 = 5 + 4 = 9

আকৌ 2 + (3 + 4) = 2 + 7 = 9

∴ (2 + 3) + 4 = 2 + (3 + 4)

(b) যিকোনো তিনিটা পূর্ণ সংখ্যা লৈ এই ধৰ্মটো পুনৰ পৰীক্ষা কৰা।

উত্তৰঃ 0, 5, 9 লৈ পাওঁ

আকৌ (2 + 13 + 4) = 2 + 7 = 9

(5 + 5) + 9 = 5 + 9 = 14

0 + (5 + 9) = 0 + 14 = 14

∴ (0 + 5) + 9 = 0 + (5 + 9)

∴ যিকোনো পূর্ণ সংখ্যাৰ ক্ষেত্ৰতেই যোগৰ সহযোগ বিধা মানি চলিব।

নিজে কৰাঃ

(2 × 3) × 6 = 2 × (3 × 6), (3 × 4) × 5 = × 3 × (4 × 5) আৰু (35 × 25) × 4 =35 × (25 × 4) হ’বনে?

উত্তৰঃ (2 × 3) × 6 = 6 × = 36

2 × (3 × 6) = 2 × 18 = 36

∴ (2 × 3) × 6 = 2 × (3 × 6)

(3 × 4) × 512 × 5 = 60

3 × (4 × 5) = 3 × 20 = 60

∴ (3 × 4) × 4 = 3 × (4 × 5)

(35 × 25) × 4 = 875 × 4 = 3500

35 × (25 × 4) = 35 × 100 = 3500

∴ (35 × 25) × 4 = 35 × (25 × 4)

নিজে কৰাঃ

প্রশ্ন 1. খালী ঠাই পূৰ কৰা-

(a) এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল ________________ হয়।

উত্তৰঃ একে পূর্ণসংখ্যা।

(b) এটা পূৰ্ণ সংখ্যাক 0 ৰে হৰণ কৰিলে হৰণফল ________________ হয়।

উত্তৰঃ অর্থহীন।

(c) এটা পূৰ্ণ সংখ্যাক 1 ৰে পূৰণ কৰিলে পূৰণফল _________________ হয়।

উত্তৰঃ একে পূর্ণসংখ্যা।

(d) এটা পূর্ণ সংখ্যাক 0 ৰে পূৰণ কৰিলে পূৰণফল __________________ হয়।

উত্তৰঃ 0

(e) এটা পূৰ্ণ সংখ্যাক 1 ৰে হৰণ কৰিলে হৰণফল _________________ হয়।

উত্তৰঃ একে পূর্ণসংখ্যা।

প্রশ্ন 2. পূর্ণ সংখ্যাৰ ধৰ্মবোৰ মনত পেলাই তলৰ তালিকাখন পূৰ্ণ কৰা।

পূর্ণ সংখ্যাযোগ প্রক্রিয়পূর্ণ প্রক্রিয়াবিয়োগ প্রক্রিয়াহৰণ প্রক্রিয়া
আবদ্ধহয়হয়নহয়নহয়
ক্রম বিনিময়________________________________
সহযোগ________________________________
অভেদ________________________________

উত্তৰঃ 

পূর্ণ সংখ্যাযোগ প্ৰক্ৰিয়াপূর্ণ প্রক্রিয়াবিয়োগ প্রক্রিয়াহৰণ প্ৰক্ৰিয়া
আবদ্ধহয়হয়নহয়নহয়
ক্রম বিনিময়হয়হয়নহয়নহয়
সহযোগহয়হয়নহয়নহয়
অভেদনাইনাই

প্রশ্ন 3. তলৰ কোনটো শুদ্ধ।

(a) 4 ÷ 2 = 2 ÷ 4

(b) 99 × 77 = 77 × 99

(c) 9 – 8 = 8 – 9

(d) 0 ÷ 3 = 3 ÷ 3

উত্তৰঃ (b) 99 x 77 = 77 x 99

প্রশ্ন 4. তলৰ কোনটো মান অনির্ণেয়?

(a) 0 ÷ 9999

(b) 0 x 0

(c) 1 + 100000

(d) 1 ÷ 0

উত্তৰঃ (d) 1 ÷ 0

5. তলৰ কোনটো পূর্ণ সংখ্যার বিধি?

(a) 3 + 5 = 5 + 3

(b) 3 × (7 + 9) = 3 × 7+3 × 9

(c) 1 × 2 = 2 × 1

(d) (10 × 1000) × 1000 = 10 × (100 × 1000)

উত্তৰঃ (d) (10 × 1000) × 1000 = 10 × (100 × 1000)

প্রশ্ন 6. তলৰ কোনটো শুদ্ধ আৰু ব্যৱহাৰ হোৱা বিধিটোৰ নাম কি?

(a) 2 × (3 + 5) = 2 × 3 + 5

(b) 4 × (7 × 0) = 4 × 7

(c) 3 + (1 + 2) = (3 + 1) + (3 + 2)

(d) 123 × (500 + 123) = 123 × 500 + 123 × 123

উত্তৰঃ (d) 123 × (500 + 123) = 123 × 500 + 123 × 123, পূৰণৰ বিতৰণ বিধি।

প্রশ্ন 7. পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো 0 কাৰণ-

(a) যিকনো পূর্ণ সংখ্যাক 0 ৰে পূৰণ কৰিলে পূৰ্ণফল 0 হয়।

(b) যিকোনো পূর্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটো হয়।

(c) এটা পূৰ্ণ সংখ্যাক 0 ৰে হৰণ কৰিলে হৰণফল অনির্ণেয় হয়।

উত্তৰঃ (b) যিকোনো পূর্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটো হয়।

প্রশ্ন ৪. পূর্ণ সংখ্যাৰ গুণাত্মক অভেদটো হ’ল 1 কাৰণ-

(a) এটা পূৰ্ণ সংখ্যাক 1 ৰে পূৰণ কৰিলে সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন হয়।

(b) 0 ৰ লগত 1 যোগ কৰিলে 1 হয়।

(c) এটা পূৰ্ণ সংখ্যাক 1 ৰে হৰণ কৰিলে সংখ্যাটোৰ মানৰ পৰিবৰ্তন হয়।

(d) এটা পূর্ণ সংখ্যাক 1 ৰে পূৰণ কৰিলে সংখ্যাটোৰ মানৰ পৰিৱৰ্তন হয়।

উত্তৰঃ (a) এটা পূর্ণ সংখ্যাক 1 ৰে পূৰণ কৰিলে সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন হয়।

প্রশ্ন 9. উপযুক্ত বিধি প্রয়োগ আৰু উল্লেখ কৰি সহজ উপায়েবে সমাধান কৰা।

(a) 737 + 263 + 234

উত্তৰঃ 737 + 263 + 234

= (737 + 263) + 234

= 1000 + 234

= 1234

(b) 968 × 5 × 200

উত্তৰঃ 968 × 5 × 200

= 968 × (5 × 200)

= 968 × 1000

= 96800

(c) 45 × 85 + 45 × 15

উত্তৰঃ 45 × 85 + 45 × 15

= 45 × (85 + 15)

= 45 × 100

= 4500

(d) 999 + 876 + 1

উত্তৰঃ 999 + 876 + 1

= (999 + 1) + 876

= 1000 + 876

= 1876

(e) 125 × 576 × 8

উত্তৰঃ 125 × 576 × 8

= (125 × 8) × 576

= 1000 × 576

= 576000

(f) 397 × 75 + 25 × 397

উত্তৰঃ 397 × 75 + 25 × 397

= 397 × (75 + 25)

= 397 + 100

= 39700

(g) 125 × 1008

উত্তৰঃ 125 × 1008

= 125 × (1000 + 8)

= 125 × 1000 + 125 × 8

= 125000 + 1000

= 126000

(h) 937 + 135 + 63

উত্তৰঃ 937 + 135 + 63

= (937 + 63) + 135

= 1000 + 135

= 1135

(i) 500 × 110

উত্তৰঃ 500 × 110

= 500 × (100 + 10)

= 500 × 100 + 500 × 10

= 5000 + 5000

= 55000

(j) 25 × 54690 × 4

উত্তৰঃ 25 × 54690 × 4

= (25 × 4) × 54690

= 100 × 54690

= 5468000

প্রশ্ন 10. (a) পূর্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আৱদ্ধ হয়নে? এটা উদাহৰণ দিয়া।

উত্তৰঃ পূর্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আৱদ্ধ।

উদাহৰণস্বৰূপে, 2 + 5 = 7 

9 + 8 = 17 ইত্যাদি।

(b) পূর্ণ সংখ্যাবোৰ বিয়োগ প্রক্রিয়াত আবদ্ধ হয়নে? এটা উদাহৰণ দিয়া।

উত্তৰঃ পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আৱদ্ধ নহয়।

উদাহৰণস্বৰূপে- 3 – 5 = 2, যিটো পূৰ্ণ সংখ্যা নহয়।

প্রশ্ন 11. (a) পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ হয়নে? এটা উদাহৰণ দিয়া।

উত্তৰঃ পূর্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ নহয়।

উদাহৰণস্বৰূপে- 4 × 6 = 24

(b) পূর্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ হয়নে? এটা উদাহৰণ দিয়া।

উত্তৰঃ পূর্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবন্ধ 

উদাহৰণস্বৰূপে- 3 ÷ 6 = 1/2

এটা পূর্ণসংখ্যা নহয়।

নিজে কৰাঃ

প্ৰশ্ন 1. একেদৰে 10, 15, 21, _____________ ৰ কাৰণে ত্ৰিভূজ আকৃতিবোৰ গঠন কৰা।

উত্তৰঃ 

প্ৰশ্ন 2. একেদৰে 16, 25, 36, _____________ ৰ কাৰণে বৰ্গকৃতিবোৰ গঠন কৰা।

উত্তৰঃ 

প্ৰশ্ন 3. ফুটৰ সহায়ত 10, 12, 14 _____________ ৰ সংখ্যাকেইটাৰ চানেকি সাজা। তোমাৰ চানেকিবোৰ কি কি আকৃতিৰ?

উত্তৰঃ 

অনুশীলনীৰ প্রশ্নোত্তৰঃ

প্রশ্ন 1. মান নির্ণয় কৰা।

(i) 88 + 99

উত্তৰঃ 88 + 99

= 88 + (100 – 10)

= 88 + 100 – 1

= 100 + 88 – 1

= 10 + 87

= 187

(ii) 101 + 99

উত্তৰঃ 101 + 99

= 100 + 1 + 99

= 100 + (1 + 99)

= 100 + 100

= 200

(iii) 54521 × 9999

উত্তৰঃ 54321 × 9999

= 54321 × (10000 – 1)

= 54321 × 10000 – 54321 × 1

= 543210000 – 54321

= 543,155,679

(iv) 56 × 125

উত্তৰঃ 56 × 125

= 56 × 125

= 56 × (100 + 20 + 5)

= 65 × 100 + 56 × 20 + 56 × 5

= 5600 + 1120 + 280

= 7000

(v) 35 × 999

উত্তৰঃ 35 × 999

= 35 × 999

= 35 × 1000 – 35 ×1

= 35000 – 35

= 34965

(vi) 32 × 35

উত্তৰঃ 32 × 35

= 32 × (40 – 5)

= 32 × 40 – 32 × 5

= 1280 – 160

= 1120

প্রশ্ন 2. এখন বহীত যদি 200 পৃষ্ঠা থাকে তেলেহ’লে 150 খন বহীত কিমান পৃষ্ঠা থাকিব?

উত্তৰঃ এটা বহীত পৃষ্ঠা থাকে = 200

∴ 150 টা বহীত পৃষ্ঠা থাকিব = 200 × 150 = 30000

প্রশ্ন 3. ত্রিশজন ছাত্র-ছাত্রী লৈ বাইদেউৱে তৰাঘৰ চাবলৈ গ’ল। এটা টিকটৰ দাম 15 টকা হ’লে মুঠতে বাইদেউৱে কিমান টকা টিকটৰ বাবদ দিলে।

উত্তৰঃ এটা টিকটৰ দাম 15 টকা

∴ 30 টা টিকটৰ দাম=30 × 15 টকা = 450

∴ বাইদেউৱে মুঠতে 450 টকা টিকটৰ বাবদ দিলে।

প্রশ্ন 4. 742538 সংখ্যাটোৰ 7 আৰু 5 অংক দুটাৰ স্থান সলনি কৰিলে যিটো সংখ্যা হ’ব সেই সংখ্যাটো আগৰ সংখ্যাটোৰ লগত কিমান পার্থক্য হ’ব।

উত্তৰঃ 742538 সংখ্যাটোৰ 7 আৰু 5 অংক দুটাৰ স্থান সলনি কৰি পোৱা সংখ্যাটো হ’ব 542738

∴ নির্ণেয় পার্থক্য = 742538

542738/199800

প্রশ্ন 5. এখন গাঁৱত প্রতি পৰিয়ালে 50 জনী কুকুৰা পুহিলে গাঁওখনত থকা 100 পৰিয়ালে মুঠতে কিমান কুকুৰা পুহিব?

উত্তৰঃ গাঁওখনত থকা পৰিয়ালৰ সংখ্যা = 100

প্রতি পৰিয়ালে পোহা কুকুৰাৰ সংখ্যা = 50 জনী

∴ গাঁওখনৰ পৰিয়ালে পোবা ককুৰা সংখ্যা = 100 × 50 জনী

= 500 জনী।

প্রশ্ন 6. এঘৰ মানুহে কুকুৰাৰ কণী পায় দিনে 25 টাকৈ। মুঠতে 100 দিনত কিমান কুকুৰা কণী পাব?

উত্তৰঃ এদিনত কুকুৰাৰ কণী পায় = 25 টা

∴ 100 দিনত কুকুৰাৰ কণী পায় = 100 × 25 টা

= 2500 টা।

প্রশ্ন 7. কমলে দৈনিক 30 লিটাৰ গাখীৰ বেচিলে এমাহত সি কিমান গাখীৰ বেচিব? (এমাহ = 30 দিন)।

উত্তৰঃ এদিনত কমলে গাখীৰ বিক্ৰী কৰে = 30 লিটাৰ।

∴ এমাহত (= 30 দিনত) কমলে গাখীৰ বিক্ৰী কৰিব = 30 × 30 লিটাৰ

= 900 লিটাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top