SEBA Class 6 Mathematics Chapter 3 জ্যামিতিৰ মৌলিক ধাৰণাসমূহ

SEBA Class 6 Mathematics Chapter 3 জ্যামিতিৰ মৌলিক ধাৰণাসমূহ Question Answer, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 3 জ্যামিতিৰ মৌলিক ধাৰণাসমূহ Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 3 জ্যামিতিৰ মৌলিক ধাৰণাসমূহ Notes and select needs one.

SEBA Class 6 Mathematics Chapter 3 জ্যামিতিৰ মৌলিক ধাৰণাসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 3 জ্যামিতিৰ মৌলিক ধাৰণাসমূহ Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 3 জ্যামিতিৰ মৌলিক ধাৰণাসমূহ Solutions for All Subject, You can practice these here.

জ্যামিতিৰ মৌলিক ধাৰণাসমূহ

Chapter – 3

নিজে কৰাঃ

প্ৰশ্ন 1. (i) কাষৰ ৰেখাখণ্ডবোৰক নামসহ উল্লেখ কৰা।

উত্তৰঃ কাষৰ ৰেখাখণ্ড বোৰক নামসমূহ হ’ল-

(ii) তলত দিয়া প্ৰতিযোৰ বিন্দু সংযোগ কৰি একোডাল ৰেখাখণ্ড আঁকা আৰু নামসহ উল্লেখ কৰা।

উত্তৰঃ 

নিজে কৰাঃ

প্রশ্ন 1. এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি?

(i) 1 ডাল।

(ii) 2 ডাল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(iii) 50 ডাল।

(iv) অগণন।

উত্তৰঃ এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে (iv) অগণন ৰেখা আঁকিব পাৰি।

নিজে কৰাঃ

প্রশ্ন (i) ইংৰাজী বৰ্ণমালাৰ X বৰ্ণটো গঠন কৰা ৰেখাখণ্ড দুটাত দুয়োমূৰে অনিৰ্দিষ্টভাৱে বঢ়াই পোৱা ৰেখা দুডাল সমান্তৰাল নে কটাকটি কৰা ৰেখা?

উত্তৰঃ ইংৰাজী বৰ্ণমালাৰ X বৰ্ণটো গঠন কৰা ৰেখাখণ্ড দুটাত দুয়োমূৰে অনিৰ্দিষ্টভাৱে বঢ়াই পোৱা ৰেখা দুডাল কটাকটি কৰা ৰেখা।

প্রশ্ন (ii) ইংৰাজী বৰ্ণমালাৰ H বৰ্ণটো গঠন কৰা ৰেখাখণ্ডবোৰক দুটাত দুয়োমূৰে অনিৰ্দিষ্টভাৱে বঢ়াই পোৱা ৰেখাবোৰৰ পৰা কটাকটি কৰা আৰু ৰেখাবোৰ বাঢ়ি উলিওৱা।

উত্তৰঃ ইংৰাজী বৰ্ণমালাৰ H বৰ্ণটো গঠন কৰা ৰেখাখণ্ডবোৰক দুয়োমূৰে অনিৰ্দিষ্টভাৱে বঢ়াই পোৱা ৰেখাবোৰক নামাংকিত কৰিলে পোৱা যায়-

l₁ আৰু l₂ সমান্তৰাল ৰেখা

l₁ আৰু l₃ কটাকটি ৰেখা

l₂ আৰু l₃ কটাকটি কৰা ৰেখা

প্ৰশ্ন (iii) তলত চিত্ৰত দিয়া ৰেখাবোৰক দুটা দুটাকৈ যোৰা কৰা। এতিয়া কটাকটি কৰা ৰেখা আৰু সমাম্ভৰাল লেখাবোৰ তালিকাত অন্তৰ্ভূক্ত কৰা। লগতে কটাকটি কৰা ৰেখাৰ যোৰবিলাকৰ ছেদবিন্দু বোৰ উল্লেখ কৰা।

উত্তৰঃ চিত্ৰৰ পৰা

সমান্তৰাল ৰেখাকটাকটি কৰা ৰেখাকটাকটি কৰা ৰেখাৰ যোৰাবোৰৰ ছেদবিন্দু
l₁ আৰু l₂l₁ আৰু l₄J
l₁ আৰু l₃l₁ আৰু l₅K
l₂ আৰু l₃l₁ আৰু l₆I
l₂ আৰু l₄E
l₂ আৰু l₅G
l₂ আৰু l₆F
l₃ আৰু l₄A
l₃ আৰু l₅B
l₃ আৰু l₆C
l₅ আৰু l₆D
l₄ আৰু l₆H
নিজে কৰাঃ

প্ৰশ্ন 1. কাষৰ চিত্ৰত বিন্দু আৰু ৰেখাখণ্ডৰে এটা বাকচৰ আৰ্হিবনোৱা হৈছে। আটাইবোৰ বিন্দু আৰু ৰেখাখণ্ড বেলেগ বেলেগ তালিকা সজাই উল্লেখ কৰা।

উত্তৰঃ ৰেখাখণ্ডঃ

বিন্দুঃ A, B, C, D, E, F, G

প্ৰশ্ন 2. কাষৰ চিত্ৰত দিয়া বিন্দুকেইটা সংযোগ কৰি পোৱা ৰেখাখণ্ডবোৰ উল্লেখ কৰা।

উত্তৰঃ প্ৰদত্ত বিন্দু সংযোগ কৰি পোৱা ৰেখাখণ্ড সমূহ 

প্ৰশ্ন 3. কাষৰ চিত্ৰত দিয়া বিন্দু, ৰেখাখণ্ড, ৰেখা আৰু ৰাশ্মিবোৰ বাছি উলিওৱা।

উত্তৰঃ 

প্ৰশ্ন 4. চিত্ৰ -A ৰ পৰা-

(i) এক বিন্দুগামী ৰেখাবোৰ বাছি উলিওৱা।

উত্তৰঃ l আৰু m ৰেখা দুডাল একবিন্দুগামী

m আৰু n ৰেখা দুডাল একবিন্দুগামী

l আৰু n ৰেখা দুডাল একবিন্দুগামী

l আৰু P ৰেখা দুডাল একবিন্দুগামী

m আৰু P ৰেখা দুডাল একবিন্দুগামী

(ii) সমৰেখীয়া বিন্দুবোৰ বাছি উলিয়াই লিখা।

উত্তৰঃ সমৰেখীয়া বিন্দুবোৰ A, B, C, আৰু X Y

প্রশ্ন 5. চিত্র- B ৰ পৰা –

(i) যিকোনো পাঁচডাল ৰেখাখণ্ড নামসহ উল্লেখ কৰা।

(ii) যিকোনো দুডাল ৰশ্মি উল্লেখ কৰা।

উত্তৰঃ 

প্রশ্ন 6. উত্তৰ লিখা-

(i) এটা নির্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি?

উত্তৰঃ এটা নির্দিষ্ট বিন্দুৰে অগণন ৰেখা টানিব পাৰি।

(ii) দুটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি?

উত্তৰঃ দুটা নিৰ্দিষ্ট বিন্দুৰে মাত্ৰ এডাল ৰেখা টানিব পাৰি।

প্রশ্ন 7. শুদ্ধ উত্তৰটো (√) আৰু অশুদ্ধবোৰত (×) চিন দিয়া।

(i) এডাল ৰেখাৰ মূৰ বিন্দু দুটা।

উত্তৰঃ ×।

(ii) প্রতিডাল ৰশ্মি একোডাল ৰেখাৰ অংশ।

উত্তৰঃ ×।

(iii) এডাল ৰশ্মিৰ মূৰ বিন্দু এটা।

উত্তৰঃ √।

(iv) ৰেখাখণ্ড নির্দিষ্ট দীঘ থাকে।

উত্তৰঃ √।

(v) ৰেখাখণ্ডৰ মূৰ বিন্দু নাই।

উত্তৰঃ √।

নিজে কৰাঃ

তলৰ চিত্ৰবেৰক ‘সৰল চিত্ৰ’ আৰু ‘সৰল চিত্ৰ নহয়’ এই দুটা ভাগত তালিকাভুক্ত কৰা। এইবোৰৰ কোনকেইটা বন্ধ আৰু কোনকেইটা খোলা উল্লেখ কৰা।

উত্তৰঃ 

সৰলসৰল চিত্ৰ নহয়
B, C, DA, E, F, H

ইয়াৰ বন্ধ চিত্ৰ B, D আৰু বাকীবোৰ খোলাচিত্ৰ।

নিজে কৰাঃ

তলত কিছুমান বক্ৰৰ চিত্ৰ দিয়া আছে। এইবোৰৰ পৰা খোলা আৰু বন্ধ বক্ৰবোৰ বাচি উলিওৱা। বন্ধ বক্ৰবোৰৰ অন্তৰ্গত ৰখেৰে বোলোৱা।

উত্তৰঃ খোলাবক্ৰ- (i), (iv), (v), (vi), (xi), বাকীবোৰ বন্ধবক্ৰ।

নিজে কৰাঃ

প্ৰশ্ন 1. (i) কাষৰ বহুভুজৰ চিত্ৰ দুটাৰ কৰ্ণবোৰ আঁকা।

উত্তৰঃ 

(ii) কোনটো বহুভুজৰ কিমান ডাল কৰ্ণ আঁকিলা গণনা কৰি উলিওৱা।

উত্তৰঃ

CG, CF, CE, DH, DG, DF, EH, FH, EG

প্ৰশ্ন 2. তলত চিত্ৰবোৰ ‘সৰল চিত্ৰ’ আৰু ‘সৰল চিত্ৰ নহয়’ এই দুই ভাগত তালিকাভুক্ত কৰা।

K L M N O P Q R S T U V

উত্তৰঃ সৰল চিত্ৰঃ L, M, N, O, P, S, U, V

সৰল চিত্ৰ নহয়ঃ K, Q, R, T

প্ৰশ্ন 3. 1 নং প্ৰশ্নটোত সৰল চিত্ৰ গঠন কৰা বক্ৰবোৰৰ পৰা খোলা আৰু বন্ধ বক্ৰবোৰ বেলেগে বেলেগে বাচই উলিওৱা।

উত্তৰঃ নিজে কৰা।

প্রশ্ন 4. কাষৰ বন্ধ বক্ৰটোৰ পৰা

(i) ভিতৰৰ বিন্দুবোৰ উল্লেখ কৰা।

(ii) বাহিৰৰ বিন্দুবোৰ উল্লেখ কৰা।

(iii) বক্ৰটোৰ ওপৰত থকা বিন্দুবোৰ উল্লেখ কৰা।

উত্তৰঃ (i) ভিতৰৰ বিন্দুবোৰ A, C, E, H

(ii) বাহিৰৰ বিন্দুবোৰ L, F, B

(iii) বক্ৰটোৰ ওপৰত থকা বিন্দুবোৰ D, K, G

প্রশ্ন 5. হয়নে নহয় উত্তৰ দিয়া।

(i) কাগজত এডাল পেঞ্চিল লৈ ছটা বিন্দুৰ পৰা অবিৰতভাৱে নিজকে এবাৰো নকটাকৈ আন এটা বিন্দুলৈ নিলে যিডাল আঁচ পোৱা যায় তাকে এডাল সৰল বক্ৰ বোলা হয়।

উত্তৰঃ হয়।

(ii) কাগজত এডাল পেঞ্চিল লৈ ছটা বিন্দুৰ পৰা অবিৰতভাৱে আন এটা বিন্দুলৈ নিলে ই এবাৰ বা এবাৰতকৈ অধিকাৰ নিজকে ছেদকৰে তেন্তে ই এডাল সৰল বক্ৰ নহয়।

উত্তৰঃ হয়।

(iii) (i) ত উল্লেখ কৰা বক্ৰডাল খোলা বক্ৰ নহয়।

উত্তৰঃ নহয়।

(iv) (i )ত উল্লেখ কৰা বক্ৰডাল এডাল বন্ধ বক্র হ’ব যদি ইয়াৰ আদি বিন্দু আৰু অন্তবিন্দু অর্থাৎ মূৰ বিন্দু দুটা একেটাই হয়।

উত্তৰঃ হয়।

(v) (ii) ৰ বক্ৰডাল বন্ধ হয় যদি ইয়াৰ আদি আৰু অন্ত বিন্দু একেটাই হয়। (মন কৰা যে সৰল নোহোৱা বক্ৰক বন্ধ বক্ৰৰ ভিতৰত ধৰা নহয়)

উত্তৰঃ নহয়।

(vi) ৰেখাখণ্ড এডাল বন্ধ বক্র।

উত্তৰঃ নহয়।

(vii) বক্র এডাল কোনো অংশই ৰেখাখণ্ড নহয়।

উত্তৰঃ হয়।

(viii) বক্র এডালৰ কোনো কোনো অংশ ৰেখাখণ্ড হ’ব পাৰে।

উত্তৰঃ নহয়।

(ix) বন্ধ বক্ৰৰ এটা বহির্ভাগ থাকে আৰু ইয়াক বক্ৰটোৰ ক্ষেত্ৰ বোলা হয়।

উত্তৰঃ হয়।

প্রশ্ন 6. চিত্ৰ আৰু বহুভুজ দুটাৰ ক্ষেত্ৰত-

(i) শীর্ষবিন্দুবোৰৰ নাম লিখা।

(ii) বাহুবোৰৰ নাম লিখা।

(iii) কৰ্ণবোৰৰ নাম লিখা।

(a) চিত্র (i) ত কৰ্ণৰ সংখ্যা কিমান?

(b) চিত্র (ii)ত কৰ্ণৰ সংখ্যা কিমান?

উত্তৰঃ চিত্র (i) ত

(i) শীর্ষবিন্দু A,B,C,D

(ii) AB, BC, CD, DA

(iii) AC, BD

চিত্ৰ (ii) ত

(i) শীর্ষবিন্দু P, Q, R, S, T, U

(ii) PQ, QR, RS, ST, TU, UP

(iii) PR, PS PT, US, UR, UQ, TR, TQ, SQ

(a) চিত্র (i) ত কৰ্ণৰ সংখ্যা 2

(b) চিত্র (ii) ত কৰ্ণৰ সংখ্যা 9

অনুশীলনীৰ প্রশ্নোত্তৰঃ

প্রশ্ন 1. কাষৰ চিত্ৰৰ আটাইকেইটা কোণৰ নাম লিখা।

উত্তৰঃ কোণকেইটাৰ নাম – ∠PAQ, ∠QAR, ∠PAR

প্রশ্ন 2. কাষৰ চিত্ৰৰ ∠1, ∠2, ∠3, ∠4, ∠5 আৰু ∠6 ৰ নামবোৰ লিখা।

যেনে ∠1 = ∠BDE

উত্তৰঃ 

∠1= ∠BDE

∠2 = ∠EDF

∠3 = ∠DAB

∠4 = ∠DFE

∠5 = ∠DBF

∠6 = ∠DCF

প্রশ্ন 3. কাষৰ চিত্ৰৰ-

(i) ∠BOC ৰ বাহু দুটাৰ নাম লিখা।

উত্তৰঃ ∠BOC ৰ বাহু দুটা BO আৰু OC

(ii) ∠AOB ৰ অন্তৰ্গত থকা বিন্দুটোৰ নাম লিখা।

উত্তৰঃ ∠AOB ৰ অন্তৰ্গত থকা বিন্দু D

(iii) ∠BOC ৰ বহিৰ্ভাগত থকা বিন্দুবোৰৰ নাম লিখা।

উত্তৰঃ ∠BOC ৰ বহিৰ্ভাগত থকা বিন্দু F

প্রশ্ন 4. LMN ত্ৰিভুজৰ-

(i) বাহুকেইটাৰ নাম লিখা।

উত্তৰঃ 

(ii) কোণকেইটাৰ নাম লিখা।

উত্তৰঃ কোণকেইটাৰ নাম ∠LMN, ∠MNL, ∠NLM

(iii) ∠M গঠন কৰা বাহু দুটাৰ নাম লিখা।

উত্তৰঃ ∠M গঠন কৰা বাহু দটা LM আৰু MN

(iv) LM আৰু NL বাহু দুটাই গঠন কৰা কোণটোৰ নাম  লিখা।

উত্তৰঃ LM আৰু NL বাহু দুটাই গঠন কৰা কোণটোৰ নাম ∠MLN

প্রশ্ন 5. কাষৰ চিত্ৰটোৰ-

(i) ত্রিভুজ তিনিটার নাম লিখা।

উত্তৰঃ ত্রিভুজ তিনিটাৰ নাম PQS ত্রিভুজ, PSR ত্রিভুজ আৰু PQR ত্রিভুজ।

(ii) ৰেখাখণ্ড ছয়ডালৰ নাম লিখা।

উত্তৰঃ ৰেখাখণ্ড ছয়ডালৰ নাম PQ, QS, QR, SR, PS, RP

(iii) কোন দুটা ত্ৰিভুজৰ PR বহুটো উমৈহতীয়া বাহু?

উত্তৰঃ PR বহুটো উমৈহতীয়া বাহু হোৱা কোণটো ∠QPR আৰু ∠SPR

(iv) কোন দুটা ত্ৰিভুজৰ ∠Q কোনটো উমৈহতীয়া কোণ?

উত্তৰঃ ∠Q কোনটো উমৈহতীয়া কোণ হোৱা ত্রিভুজ দুটা হ’ল PQS ত্ৰিভুজ আৰু PQR ত্রিভুজ।

প্রশ্ন 6. 0 কেন্দ্ৰযুক্ত এটা বৃত্ত অংকন কৰা। বৃত্তটোৰ এডাল ব্যাসার্ধ, এডাল জ্যা আৰু এডাল ব্যাস অংকন কৰি নামাকৰণ কৰা।

উত্তৰঃ O কেন্দ্ৰয় বৃত্তৰ OA এডাল ব্যাসার্ধ,

BC এডাল জ্যা আৰু CD এডাল ব্যাস ।

প্রশ্ন 7. কাষৰ বৃত্তটোৰ লঘু চাপ আৰু চাপৰ নাম লিখা।

প্ৰশ্ন 8. কাষৰ বৃত্তটোৰ চাপে উৎপন্ন কৰা‌ লঘু বৃত্তকলাটোত চিন দিয়া আৰু ইয়াৰ নাম লিখা।

প্ৰশ্ন 9. কাষৰ বৃত্তটোৰ XY চাপে উৎপন্ন কৰা গুৰু বৃত্তকলাটোত চিন দিয়া আৰু ইয়াৰ নাম লিখা।

উত্তৰঃ 

XY চাপে উৎপন্ন কৰা গুৰু বৃত্তখণ্ডটো XZY

প্রশ্ন 10. শুদ্ধ উত্তৰটোত (√) আৰু অশুদ্ধটোত (x) চিন দিয়া।

(i) এটা কোণৰ তিনিটা শীর্ষবিন্দু থাকে।

উত্তৰঃ ×

(ii) এটা ত্ৰিভুজৰ তিনিটা কোণ থাকে।

উত্তৰঃ √

(iii) এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা একৰেখীয়া।

উত্তৰঃ ×

(iv) ত্রিভুজ এটা বন্ধ বক্র।

উত্তৰঃ √

(v) এটা চতুৰ্ভুজৰ চাৰিডাল কৰ্ণ থাকে।

উত্তৰঃ ×

(vi) এটা চতুৰ্ভুজৰ প্ৰতিটো বাহুৱেই এটাই আনটোৰ লগত কটাকটী কৰে।

উত্তৰঃ √

(vii) বৃত্ত এটাৰ অসংখ্য ব্যাসার্ধ।

উত্তৰঃ √

(viii) বৃত্তৰ সকলো জ্যাই পৰস্পৰ সমান।

উত্তৰঃ ×

(ix) বৃত্তৰ কেন্দ্ৰটো বৃত্তটোৰ বহির্ভাগ থাকে।

উত্তৰঃ ×

(x) অর্ধবৃত্তটো সৰু চাপৰবোৰ লঘু চাপ।

উত্তৰঃ √

(xi) বৃত্তৰ যিকোনো এটা চাপ আৰু চাপটোৰ প্রন্তবিন্দু সংযোগী জ্যাডালে আগুৰি থকা অংশটোক বৃত্তকলা বোলে।

উত্তৰঃ ×

(xii) অৰ্ধবৃত্ততকৈ ডাঙৰ চাপে উৎপন্ন কৰা বৃত্তকলাক গুৰু বৃত্ত কলা বোলা।

উত্তৰঃ √

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top