🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 6 Mathematics Chapter 8 পৰিসীমা আৰু কালি

SEBA Class 6 Mathematics Chapter 8 পৰিসীমা আৰু কালি Question Answer, SEBA Class 6 Mathematics Chapter 8 পৰিসীমা আৰু কালি Notes, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 8 পৰিসীমা আৰু কালি Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 8 পৰিসীমা আৰু কালি Notes and select needs one.

SEBA Class 6 Mathematics Chapter 8 পৰিসীমা আৰু কালি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 8 পৰিসীমা আৰু কালি Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 8 পৰিসীমা আৰু কালি Solutions for All Subject, You can practice these here.

পৰিসীমা আৰু কালি

Chapter – 8

নিজে কৰাঃ

তলত দিয়া চিত্ৰবোৰৰ পৰিসীমা নিৰ্ণয় কৰা আৰু তালিকা লিখা।

চিত্ৰ পৰিসীমা (চেমি)
1
2
3
4
5

উত্তৰঃ 

চিত্ৰ পৰিসীমা (চেমি)
14.5 চেমি + 4.5 চেমি + 2 চেমি + 2 চেমি = 13চেমি
24 চেমি + 4 চেমি + 4চেমি = 12 চেমি
34 চেমি + 5 চেমি + 5 চেমি + 6 চেমি = 20 চেমি
44.5 চেমি + 4 চেমি + 5চেমি + 8 চেমি = 21.5 চেমি
52চেমি + 1 চেমি + 1.5 চেমি + 3.5 চেমি + 3.5 চেমি + 1 চেমি + 2.5 চেমি + 3.5 চেমি = 18.5 চেমি
নিজে কৰাঃ

প্ৰশ্ন 1. তলৰ চিত্ৰকেইটাৰ প্ৰতিটো বাহুৰ জোৰ দিয়া আছে। পৰিসীমা নিৰ্ণয় কৰা। (চিত্ৰকেইটা বহীত আঁকা)

(a) 

উত্তৰঃ 

নিৰ্ণেয় পৰিসীমা = 4 চেমি + 4 চেমি + 2 চেমি + 4 চেমি + 2 চেমি + 4 চেমি + 2 চেমি = 22 চেমি

(b) 

উত্তৰঃ 

নিৰ্ণেয় পৰিসীমা = 5 চেমি + 11 চেমি +5 চেমি + 3 চেমি + 4 চেমি + 2 চেমি + 3 চেমি + 3 চেমি + 3 চেমি + 2 চেমি + 4 চেমি + 3 চেমি + 5 চেমি = 53 চেমি

(c) 

উত্তৰঃ 

নিৰ্ণেয় পৰিসীমা = 6 × 3 চেমি

= 18 চেমি

(d) 

উত্তৰঃ 

নিৰ্ণেয় পৰিসীমা = 5 চেমি + 7 চেমি + 8 চেমি + 8 + চেমি = 28 চেমি

প্রশ্ন 2. এটা আয়তৰ দীঘ 60 চে.মি আৰু প্ৰস্থ 20 চেমি হ’লে ইয়াৰ পৰিসীমা উলিওৱা।

উত্তৰঃ আয়তৰ দীঘ = 60 চেমি।

আয়তৰ প্রস্থ = 20 চেমি।

∴ আয়টোৰ পৰিসীমা = 2 (দীঘ + প্রস্থ)

= 2 (60 + 20) চেমি।

= 2 × 80 চেমি।

= 160 চেমি।

প্রশ্ন 3. এখন আয়তাকাৰ মজিয়াৰ পৰিসীমা 400 মি হ’লে দীর্ঘ 800 মি হ’লে মজিয়াৰ প্ৰস্থ নিৰ্ণয় কৰা।

উত্তৰঃ মজিয়াখনৰ পৰিসীমা = 400 মি.

মজিয়াখনৰ দীঘ = 150 মি.

আমি জানো যে,

আয়তৰ পৰিসীমা = 2 (দীঘ-প্রস্থ)

প্রশ্ন 4. এখন আয়তাকাৰ শিশু উদ্যানৰ দীঘ 200 মিটাৰ, প্ৰস্থ 150 মিটাৰ। ইয়াৰ পৰিসীমাত বেৰ দিলে প্ৰতি মিটাৰ 20 টকা হাৰত কিমান খৰচ হ’ব?

উত্তৰঃ শিশু উদ্যানখনৰ দীঘ = 200 মিটাৰ।

উদ্যানখনৰ প্রস্থ = 150 মিটাৰ।

∴ শিশু উদ্যানখনৰ পৰিসীমা = 2 (দীঘ + প্রস্থ)

= 2 (200 মিটাৰ + 150 মিটাৰ) চেমি।

= 2 × 350 মিটাৰ।

= 700 মিটাৰ।

বেৰ দিওঁতে 1 মিটাৰত খৰচ হয় = 20 টকা।

∴ বেৰ দিওঁতে 700 মিটাৰত খৰচ হয় = 20 × 700 টকা।

= 14000 টকা।

প্রশ্ন 5. 36 চেমি পৰিসীমাযুক্ত এটা সুষম ত্রিভুজ আৰু এটা সুষম চতুৰ্ভুজৰ বাহুৰ জোখ নিৰ্ণয় কৰা।

উত্তৰঃ দিয়া আছে, সুষম ত্রিভুজটোৰ পৰিসীমা = 36 চে.মি.

∴ 3 × বাহু = 36 মিটাৰ।

⇒ বাহু = 36/3 = 12

∴ সুষম ত্ৰিভুজৰ প্ৰতিটো বাহুৰ জোখ 12 চে. মি.

আকৌ, সুষম চতুৰ্ভুজৰ পৰিসীমা = 36 চে.মি.

∴ 4 × বাহু = 36

⇒ বাহু = 36/4 = 9

∴ সুষম চতুৰ্ভুজৰ প্ৰতিটো বাহুৰ জোখ 9 চে. মি.

প্রশ্ন 6. এটা সুষম পঞ্চঊুজৰ পৰিসীমা 125 চেমি ইয়াৰ প্ৰতিটো বাহুৰ জোখ কিমান?

উত্তৰঃ এটা সুষম পঞ্চভুজৰ পৰিসীমা = 125 চে.মি.

∴ 5 × বাহু = 125

⇒ বাহু = 125/5 = 25

∴ সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ জোখ 25 চে. মি.

প্রশ্ন 7. বর্গাকাৰ খেলপথাৰ এখনত বেৰ দিওঁতে প্ৰতিমিটাৰত 35 টকা হিচাবে মুঠ খৰচ হয় 4480 টকা। খেলপথাৰখনৰ প্ৰতিটো বাহুৰ জোখ কিমান হ’ব?

উত্তৰঃ বর্গাকাৰ খেলপথাৰখনত বেৰ দিয়া মুঠ খৰচ = 4480 টকা।

প্রতি মিটাৰত খৰচ হয় = 35 টাকা।

∴ খেলপথাৰখনৰ পৰিসীমা = 4480/35

= 128

অর্থাৎ, 4 × বাহু = 128

⇒ বাহু = 128/4 = 32

∴ বর্গাকাৰ খেলপথাৰখনৰ বাহুৰ দীঘ 32 চে.মি.

প্রশ্ন ৪. এটা আয়তৰ দীঘ, প্রস্থৰ দুগুণ। যদি ইয়াৰ প্ৰস্থ 17 চেমি হয় তেন্তে আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰা।

উত্তৰঃ দিয়া আছে,

আয়তটোৰ প্ৰস্থ = 17 চে.মি.

আয়তটোৰ দীঘ = 2 × 17 চে.মি.

= 34 চে.মি.

আয়তটোৰ পৰিসীমা = 2 (দীঘ + প্রস্থ)

= 2 (34 + 17) চে.মি.

= 2 × 51 চে.মি.

= 102. চে.মি.

∴ সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ জোখ 25 চে.মি.

প্রশ্ন 9. অজয়ে 60 মিটাৰ বাহু দৈৰ্ঘৰ এখন বর্গাকৃতি খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে। বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে এপাক দৌৰিলে। কোনজনে বেছি দূৰত্ব দৌৰিলে আৰু কিমান বেছি?

উত্তৰঃ অজয়ে দৌৰা বর্গাকৃতিৰ খেলপথাৰৰ বাহু দীর্ঘ = 60 চে.মি.

∴ বৰ্গামতি খেলপথাৰখনৰ পৰিসীমা – 4 × বাহু।

= 4 × 60 মিটাৰ।

= 240 মিটাৰ।

বিমলে দৌৰ সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰখনৰ বাহুৰ দীঘ = 50 মিটাৰ।

∴ পঞ্চভুজ আকৃতিৰ খেলপথাৰখনৰ পৰিসীমা = 5 × বাহু।

= 5 × 50 মিটাৰ।

= 250 মিটাৰ।

∴ বিমলে বেছি দূৰত্ব দৌৰিলে।

∴ বিমলে বেছি দৌৰা দূৰত্ব = (250-240) মিটাৰ।

= 10 মিটাৰ।

প্রশ্ন 10. 60 চেমি দৈৰ্ঘ্যৰ পাতল তাঁৰ এডালেৰে-

(a) এটা বৰ্গ।

উত্তৰঃ বৰ্গৰ পৰিসীমা = 60 চে.মি.

অর্থাৎ, = 4 × বাহু = 60

⇒ বাহু = 60/4 = 15

∴ বৰ্গৰ বাহুৰ জোখ = 15 চে.মি.

(b) এটা সমবাহু ত্রিভুজ।

উত্তৰঃ এটা সমবাহু ত্রিভুজৰ পৰিসীমা = 60 চে.মি.

অর্থাৎ, = 3 × বাহু = 60

⇒ বাহু = 60/3 = 20

∴ সমবাহু ত্রিভুজটোৰ বাহুৰ দীঘ = 20 চে.মি.

(c) এটা সুষম পঞ্চবুজ। আৰু

উত্তৰঃ এটা সুষম পঞ্চভুজৰ পৰিসীমা = 60 চে. মি.

অর্থাৎ, = 5 × বাহু = 60

⇒ বাহু = 60/5 = 12

∴ সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ দীঘল = 12 চে.মি.

(d) এটা সুষম ষড়ভুজ তৈয়াৰ কৰা আৰু প্ৰত্যেকটোৰে বাহুৰ জোখ নির্ণয় কৰা।

উত্তৰঃ এটা সুষম ষড়ভুজৰ পৰিসীমা = 60 চে.মি.

অর্থাৎ, = 6 × বাহু = 60

⇒ বাহু = 60/6 = 10

∴ সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ দীঘ = 10 চে.মি.

প্রশ্ন 11. বর্গাকৃতিৰ উদ্যান এখনৰ বাহুৰ দীঘ 250 মিটাৰ। এখন গেটৰ বাবে 2 মিটাৰ বাদ দি প্রতিমিটাৰত 20 টকা হিচাপে চাৰিওফালে বেৰ দিওঁতে কিমান খৰচ পৰিব?

উত্তৰঃ বর্গাকৃতিৰ উদ্যানখনৰ দীঘ = 250 মিটাৰ।

∴ উদ্যানখনৰ পৰিসীমা = 4 × 250 মিটাৰ।

= 1000 মিটাৰ।

গেটৰ বাবে 2 মিটাৰ দিলে উদ্যানখনৰ পৰিসীমা = 1000-2 মিটাৰ।

= 998 মিটাৰ।

1 মিটাৰ বেৰ দিয়া খৰচ = 20 টকা।

∴ 998 মিটাৰৰ বৰে দিয়া খৰচ = 20 × 998 টাকা।

= 19960 টকা।

প্রশ্ন 12. এটা ত্ৰিভুজৰ দুটা বাহুৰ জোখ 14 চেমি আৰু 16 চেমি। যদি ত্ৰিভুজটোৰ পৰিসীমা 40 চেমি হয় তেন্তে তৃতীয় বাহুটোৰ জোখ কিমান হ’ব?

উত্তৰঃ ত্রিভুজৰ এটা পৰিসীমা = 40 চে.মি.

ত্ৰিভুজটোৰ দুটা বাহু 14 চে.মি. আৰু 16 চে.মি.

∴ ত্রিভুজটোৰ তৃতীয় বাহু = [40-(14+16)] চে.মি.

= [40-30] চে.মি.

= 10 চে.মি.

13. 18 মি × 10 মি জোখৰ আয়তাকৃতিত থকা তাঁৰ এডালোৰ বৰ্গ তৈয়াৰ কৰিলে বৰ্গটোৰ বাহুৰ দীঘ কিমান হ’ব?

উত্তৰঃ আয়তাকৃতিৰ তাঁৰডালৰ দীঘ = 18 চে.মি.

প্রস্থ = 10 চে.মি.

∴ আয়তাকৃতিটোৰ পৰিসীমা = 2 (দীর্ঘ-প্রস্থ)

= 2(18 + 10) মি.

= 2 × 28

= 56 মি.

প্রশ্নমতে, বৰ্গটোৰ পৰিসীমা = 56 মি.

∴ 4 × বাহু = 56 মি.

∴ বাহু = 56/4 মি. = 14 মি.

∴ বৰ্গটোৰ বাহুৰ দীঘ = 14 মি.

প্রশ্ন 14. 24 চেমি দীঘল তাঁৰ এডাল তোমাৰ হাতত আছে। এইখিনি তাঁৰেৰে তুমি বিভিন্ন ধৰণৰ 5 টা আয়ত গঠন কৰা আৰু প্ৰতিটোৰ দীৰ্ঘ আৰু প্ৰস্থ লিপিবদ্ধ কৰা।

উত্তৰঃ তাঁৰডালৰ দৈর্ঘ্য 24 চে.মি.। গতিকে বিভিন্ন 5 টা আয়তৰ পৰিসীমা হ’ল 24 চে.মি.।

আয়তৰ পৰিসীমাআয়তৰ দীঘআয়তৰ প্ৰস্থ
(i) 24 চে.মি.10 চে.মি.2 চে.মি.
(ii) 24 চে.মি.৪ চে.মি.4 চে.মি.
(iii) 24 চে.মি.5 চে.মি.7 চে.মি.
(iv) 24 চে.মি.4 চে.মি.৪ চে.মি.
(v) 24 চে.মি.9 চে.মি.3 চে.মি.

প্রশ্ন 15. এটা সুষম দশভূজৰ এটা বাহুৰ জোখ 10 চেমি হ’লে ইয়াৰ পৰিসীমা উলিওৱা।

উত্তৰঃ সুষম দশভূজৰ বাহু এটাৰ দীঘ = 10 চে.মি.

∴ পৰিসীমা = 10 × বাহু।

= 10 × 10 চে.মি.

= 100 চে.মি.

নিজে কৰাঃ

1. তলত দিয়া সামান্তৰিকবোৰে আগুৱা বৰ্গৰ সংখ্যা গণনা কৰি সামান্তৰিকবোৰৰ কালি গণনা কৰা

সামান্তৰিক ভূমি উচ্চতাকালি
(a)15 একক10 একক15 × 10 = 150 বৰ্গ একক
(b)
(c)
(d)
(e)
(f)

উত্তৰঃ 

সামান্তৰিক ভূমি উচ্চতাকালি
(a)15 একক10 একক15 × 10 = 150 বৰ্গ একক
(b)8 একক20 একক8 × 20 = 160 বৰ্গ একক
(c)15 একক 15 একক15 × 15 = 225 বৰ্গ একক
(d)15 একক 5 একক15 × 5 = 150 বৰ্গ একক
(e)10 একক 10 একক10 × 10 = 100 বৰ্গ একক
(f)5 একক12 একক5 × 12 = 60 বৰ্গ একক

2. তলত চিত্ৰবোৰৰ পৰিসীমা আৰু কালি উলিওৱাও আহা-

উত্তৰঃ 

পৰিসীমা = 2(5 + 3) চে.মি.

= 2 × 8 চে.মি.

= 16 চে.মি.

কালি = দীঘ × প্ৰস্থ

= 5 চে.মি. × 3 চে.মি.

= 15 বৰ্গ চে.মি.

পৰিসীমা = 2 (দীঘ + প্ৰস্থ)

= 2(7 + 1) চে.মি.

= 2 × 8 চে.মি.

= 16 চে.মি.

কালি = দীঘ × প্ৰস্থ 

= 7 চে.মি. × 1 চে.মি.

= 7 বৰ্গ চে.মি.

পৰিসীমা = 4 × বাহু

= 4 × 4 চে.মি.

= 16 চে.মি.

কালি = বাহু × বাহু

= 4 চে.মি. × 4 চে.মি.

= 16 বৰ্গ চে.মি.

ওপৰৰ চতুৰ্ভূজ কেইটাৰ পৰিসীমা একে হয়। কিন্তু কালি একে নহয়।

অনুশীলনীৰ প্ৰশ্নোত্তৰঃ

প্ৰশ্ন 1. তলত দিয়া সামন্তৰিকৰ প্ৰতিটোৰে কালি উলিওৱা।

(a)

উত্তৰঃ সামন্তৰিকৰ ভূমি = 7 চে.মি

উচ্চতা = 5 চে.মি.

∴ সামন্তৰিকটোৰ কালি = ভূমি × উচ্চতা

= 7 চে.মি × 5 চে.মি.

= 35 বর্গ চে.মি. 

(b) 

উত্তৰঃ সামন্তৰিকটোৰ ভূমি = 4 চে.মি

উচ্চতা = 7 চে.মি.

∴ সামন্তকিটোৰ কালি = ভূমি × উচ্চতা

= 4 চে.মি. × 7 চে.মি.

= 28 বর্গ চে.মি.

(c) 

উত্তৰঃ আয়তটোৰ দীঘ = 7 চে.মি.

প্রস্থ = 3 চে.মি.

∴ আয়তটোৰ কালি = দীঘ × প্রস্থ

= 7 চে.মি × 3 চে.মি.

= 21 বর্গ চে.মি

(d)

উত্তৰঃ সামন্তৰিকটোৰ ভূমি = 10 চে.মি

উচ্চতা = 4 চে.মি.

∴ সামন্তৰিকটোৰ কালি = ভূমি × উচ্চতা

= 10 চে.মি × 4 চে.মি.

= 40 বর্গ চে.মি.

প্রশ্ন 2. তলত দিয়া প্ৰতিটো ত্ৰিভুজৰ কালি উলিওৱা।

(a) 

উত্তৰঃ ত্ৰিভুজটোৰ ভূমি = 6 চে.মি.

উন্নতি = 4 চে.মি.

∴ ত্ৰিভুজটোৰ কালি = 1/2 × ভূমি × উন্নতি

= 1/2 × 6 × 4 বর্গ চে.মি.

= 12 বর্গ চে.মি.

(b) 

উত্তৰঃ ত্ৰিভুজটোৰ ভূমি = 5.2 চে.মি.

উন্নতি = 4.4 চে.মি.

∴ ত্ৰিভুজটোৰ কালি = 1/2 × ভূমি × উন্নতি

= 1/2 × 5.2 চে.মি. × 4 চে.মি.

= 11.44 বর্গ চে.মি.

(c) 

উত্তৰঃ ত্রিভুজটোৰ ভূমি = 5.8 চে.মি.

উন্নতি = 4 চে.মি.

∴ ত্ৰিভুজটোৰ কালি = 1/2 × ভূমি × উন্নতি

= 1/2 × 5.8 চেমি × 4 চে.মি

= 11.6 বর্গ চে.মি.

(d) 

উত্তৰঃ ত্রিভুজটোৰ ভূমি = 5. চে.মি.

উন্নতি = 6.6 চে.মি.

∴ ত্ৰিভুজটোৰ কালি = 1/2 × ভূমি × উন্নতি

= 1/2 × 5 × 6.6 বর্গ চে.মি.

= 16.5 বর্গ চে.মি.

(e) 

উত্তৰঃ ত্রিভুজটোৰ ভূমি = 6 চে.মি.

উন্নতি = ৪ চে.মি.

∴ ত্ৰিভুজটোৰ কালি = 1/2 × ভূমি × উন্নতি

= 1/2 × 6 × 8 বর্গ চে.মি

= 24 বর্গ চে.মি.

প্রশ্ন 3. ABCD সামান্তৰিকৰ AB = 8 চে.মি., AE = 4 চে.মি. DE = 3 চে.মি হ’লে আচ্ছাদিত অঞ্চলৰ কালি উলিওৱা।

উত্তৰঃ আচ্ছাদিত অঞ্চলৰ কলি = ABCD সামান্তৰিকৰ কালি – ∆ADE

= (4 × 8) – 1/2 × 3 × 42 বর্গ চে.মি.

= (32–6) বর্গ চে.মি.

= 24 বৰ্গ চে.মি.

প্রশ্ন 4. এটা ত্ৰিভুজৰ ভূমিৰ দৈৰ্ঘ্য 40 চে.মি. আৰু ইয়াৰ উচ্চতাৰ দৈৰ্ঘ্য 12 চে.মি. হ’লে ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা।

উত্তৰঃ ভূমিৰ দৈৰ্ঘ্য 40 চে.মি.

উচ্চতা = 12 চে.মি.

= 240 চে.মি.

প্রশ্ন 5. 

(i) 

উত্তৰঃ ABCD আয়ত

আয়তটোৰ দীঘল = 40 চেমি.

আয়তটোৰ প্ৰস্থ = 30 চেমি.

∴ আয়তটোৰ কালি = দীঘ × প্ৰস্থ 

= 40 × 30 চেমি.

= 1200 চেমি.

ADE এটা ত্ৰিভুজ

ত্ৰিভুজটোৰ ভূমি = 30 চেমি.

ত্ৰিভুজটোৰ উন্নতি = 10 চেমি.

∆ADE ত্ৰিভুজৰ কালি = 1/2 × ভূমি × উন্নতি 

= 15 ×10 চেমি. = 150 চেমি

∴ ৰং কৰা অংশ DCBAD ৰ কালি =

= ABCE চতুৰ্ভূজৰ কালি – ADE ত্ৰিভুজৰ কালি

= 1200 চে. মি. – 150 চে. মি.

= 1050 চে.মি.

(ii) 

উত্তৰঃ ত্ৰিভুটোৰ ভূমি = 10 চে. মি.

∴ ∆AED ত্ৰিভুজৰ কালি = 1/2 × ভূমি × উন্নতি

= 1/1 × 10 × 10 চে. মি.

= 5 × 10 = 50 চে. মি.

প্রশ্ন 6. ভিন্ন ভিন্ন দীর্ঘ আৰু প্ৰস্থৰ 16 চে.মি. পৰিসীমাৰ আয়তবোৰৰ ক্ষেত্রফল নিৰ্ণয় কৰা।

দীঘ (চে.মি.)প্ৰস্থ চে.মি.ক্ষেত্রফল (বর্গ চে.মি.)

উত্তৰঃ 

দীঘ (চে.মি.)প্ৰস্থ চে.মি.ক্ষেত্রফল (বর্গ চে.মি.)
717
6212
5315

প্ৰশ্ন 7. ABC এটা সমদ্বিবাহু ত্ৰিভূজ য’ত AB = AC = 7.5 চেমি আৰু BC = 9 চেমে। A ৰ পৰা BC লৈ টনা AB ৰ উচ্চতা 6 চেমি। ∆ABC ৰ কালি উলিওৱা। C ৰ পৰা AB লৈ টনা উচ্চতা CE কিমান হ’ব?

উত্তৰঃ চিত্ৰত ∆ABC ৰ AB = AC = 7.5 চেমি

BC = 9 চেমি

AD = 6 চেমি

∴ ∆ABC ৰ কালি = 1/2 × BC × AD

= 1/2 × 9 × 6 বর্গ চেমি = 27 বর্গ চেমি

আকৌ,

∴ উচ্চতা CE = 7.2 চেমি

প্রশ্ন 8. এটা আয়তৰ কালি 540 বর্গ চেমি আৰু ইয়াৰ দীঘ 36 চেমি গ’লে প্রস্থ উলিওৱা।

উত্তৰঃ আয়ত এটাৰ কালি = 540 বর্গ চে.মি.

আয়টোৰ দীঘ = 36 চে.মি.

∴ আয়তটোৰ প্ৰস্থ = কালি/প্ৰস্থ

= 540 বৰ্গ চে.মি./15চে.মি.

প্রশ্ন 9. এটা সামন্তৰিক উচ্চতা ইয়াৰ ভূমিৰ আধা। ভূমি 16 হ’লে ইয়াৰ কালি নিৰ্ণয় কৰা।

উত্তৰঃ এটা সামান্তবিক ভূমি = 16 চে.মি.

প্রশ্নমতে, সামন্তৰিকটোৰ উচ্চতা = ভূমি/2

= 16 চে.মি.

= ৪ চে.মি.

∴ সামান্তৰিকটোৰ কালি = ভূমি × উচ্চতা

= 16 চে.মি. × ৪ চে.মি.

= 128 বর্গ চে.মি.

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top