SEBA Class 6 Mathematics Chapter 9 তথ্যৰ ব্যৱহাৰ

SEBA Class 6 Mathematics Chapter 9 তথ্যৰ ব্যৱহাৰ Question Answer, SEBA Class 6 Mathematics Chapter 9 তথ্যৰ ব্যৱহাৰ Notes, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 9 তথ্যৰ ব্যৱহাৰ Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 9 তথ্যৰ ব্যৱহাৰ Notes and select needs one.

SEBA Class 6 Mathematics Chapter 9 তথ্যৰ ব্যৱহাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 9 তথ্যৰ ব্যৱহাৰ Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 9 তথ্যৰ ব্যৱহাৰ Solutions for All Subject, You can practice these here.

তথ্যৰ ব্যৱহাৰ

Chapter – 9

নিজে চেষ্টা কৰাঃ

প্ৰশ্ন 1. এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম, অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 জন ছাত্ৰ-ছাত্ৰীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ’ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ (বছৰৰ হিচাপত):

9, 9, 10, 9, 10, 11, 11, 11, 10, 9, 9, 9, 10, 10, 11, 11, 11, 11, 10, 9, 9, 10, 10, 10, 9, 12, 12, 11, 13, 12, 9, 10, 13, 13, 9, 10, 12, 12, 10, 11

এতিয়া 10 বছৰ, 11 বছৰ আৰু 13 বছৰৰ বাবে দাগচিহ্ন আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা আৰু তলৰ প্রশ্ন কেইটাৰ উত্তৰ লিখা—

(a) 12 বছৰতকৈ কম বয়সৰ কিমানজন ছাত্ৰ-ছাত্ৰী আছে?

(b) 9 বছৰ আৰু বছৰৰ মুঠ কিমানজন ছাত্র-ছাত্রী আছে?

(c) আটাইতকৈ বেছি বয়সৰ কিমানজন ছাত্ৰ-ছাত্ৰী আছে?

(d) কোনটো বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ কম?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(e) কোনটো বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি?

উত্তৰঃ 

(a) 12 বছৰতকৈ কম বয়সৰ ছাত্র-ছাত্রী = 11 + 12 + 9 = 32

(b) 9 বছৰ আৰু 13 বছৰৰ মুঠ ছাত্ৰ-ছাত্ৰী = 11 + 3 = 14

(c) আটাইতকৈ বেছি বয়সৰ ছাত্ৰ-ছাত্ৰী = 3

(d) 13 বছৰৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ কম।

(e) 10 বছৰৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি।

প্রশ্ন 2. যিকোনো এখন দোকানৰ সপ্তাহটোত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা তলত দিয়া ধৰণৰঃ

(a) আটাইতকৈ বেছি চাইকেল কোন বাৰত বিক্ৰী হৈছিল?

উত্তৰঃ আটাইতকৈ বেছি চাইকেল বৃহস্পতিবাৰে বিক্ৰী হৈছিল।

(b) গোটেই সপ্তাহটোত মুঠ কেইখন চাইকেল বিক্ৰী হ’ল?

উত্তৰঃ গোটেই সপ্তাহটোত মুঠ চাইকেল বিক্রী হয় = 6 + 5 + 5 + 8 + 3 + 2 = 29

(c) সমান সংখ্যাক চাইকেল বিক্ৰী হোৱা বাৰ কেইটা কি কি?

উত্তৰঃ মঙ্গলবাৰ আৰু বুধবাৰে সমান সংখ্যক চাইকেল বিক্ৰী হৈছিল।

(d) দেওবাৰে কেইখন চাইকেল বিক্ৰী হ’ল?

উত্তৰঃ দেওবাৰে এখনো চাইকেল বিক্ৰী হোৱা নাই।

(e) আঠাইতকৈ বেছি আৰু আটাইতকৈ কম বিক্ৰী হোৱা চাইকেলৰ মাজত পাৰ্থক্য কিমান?

উত্তৰঃ আটাইতকৈ বেছি বিক্ৰী হোৱা চাইকেলৰ সংখ্যা = ৪ খন

আটাইতকৈ কম বিক্ৰী হোৱা চাইকেৰ সংখ্যা = 2 খন

∴ নির্ণেয় পার্থক্য = 8 – 2 = 6

প্রশ্ন 3.30 জন ছাত্র-ছাত্ৰীৰ ঘৰৰ সদস্য সংখ্যা তলত দিয়া ধৰণৰঃ

5, 4, 6, 6, 8, 7, 4, 5, 10, 6, 6, 4, 7, 8, 6, 4, 10, 8, 7, 7, 6, 5, 5, 7, 10, 7, 8, 4, 8, 6

সদস্যৰ সংখ্যাবোৰ ক্রমানুসাৰে সজাই দাগচিহ্নৰ সহায়েৰে দেখুৱা।

উত্তৰঃ

প্রশ্ন 4. কোনো এটা শ্ৰেণীৰ গণিত, অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞান আৰু বুৰঞ্জী বিষয়সমূহ ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰঃ (এজন ছাত্ৰ বা ছাত্ৰীয়ে যিকোনো এটা মাত্র বিষয়হে প্রিয় বিষয় হিচাপে ল’ব পাৰিব)

(a) শ্ৰেণীটোৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

উত্তৰঃ শ্ৰেণীটোৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 41 জন।

(b) আটাইতকৈ বেছি আৰু আটাইতকৈ কম ছাত্র-ছাত্রীয়ে ভাল পোৱা বিষয় দুটা কি কি?

উত্তৰঃ আটাইতকৈ বেছি ভাল পোৱা বিষয়টো হ’ল অসমীয়া আৰু ছাত্ৰ-ছাত্ৰীয়ে আটাইতকৈ কম ভাল পোৱা বিষয়টো হ’ল ইংৰাজী।

(c) বিজ্ঞান আৰু ইংৰাজী এই বিষয় দুটা মুঠ কিমানজন ছাত্র-ছাত্রীয়ে ভাল পায়?

উত্তৰঃ বিজ্ঞান আৰু ইংৰাজী এই বিষয় দুটা ভাল পোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = (7 + 6) জন = 13 জন।

(d) গণিত বিষয়টো ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

উত্তৰঃ গণিত বিষয়টো ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 4 জন।

(e) অসমীয়া বিষয়টো ইংৰাজী বিষয়তকৈ কিমানজনে বেছি বা কম ভাল পায়?

উত্তৰঃ অসমীয়া বিষয়টো ইংৰাজীতকৈ (12-6) জন অর্থাৎ 6 জনে বেছি ভাল পায়।

প্রশ্ন 5. এখন গাঁৱৰ পাঁচ ঘৰ মানুহৰ ঘৰত থকা পোহনীয়া প্ৰাণীৰ সংখ্যা তলত দিয়া ধৰণৰ।

ঘৰৰ মালিকৰ নামপোহনীয়া প্ৰাণীৰ সংখ্যা
বুধিন10
কণমাই8
গোমচেং5
নামজা8
নিশা11

এতিয়া যিকোনো এটা প্রতীক লৈ তালিকাখন চিত্ৰলেখৰ সহায়ত দেখুৱা আৰু লগতে প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(a) কাৰ ঘৰত আটাইতকৈ বেছি প্রাণী আছে?

(b) আটাইতকৈ বেছি আৰু আটাইতকৈ কম প্ৰাণীৰ মাজৰ পাৰ্থক্য কিমান?

(c) নিশাৰ ঘৰৰ প্ৰাণীৰ সংখ্যা গোমচেঙৰ ঘৰৰ প্ৰাণীৰ সংখ্যাতকৈ কিমান বেছি?

(d) 5 তকৈ বেছি প্ৰাণী কাৰ কাৰ ঘৰত আছে?

উত্তৰঃ 

(a) নিশাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে।

(b) আটাইতকৈ বেছি প্ৰাণী = 11

(c) আটাইতকৈ কম প্রাণী = 5

∴ নির্ণেয় পার্থক্য =11-5 = 6

(d) নিশাৰ ঘৰৰ প্ৰাণীৰ সংখ্যা গোমচেঙৰ ঘৰৰ প্ৰাণীতকৈ 6 বেছি।

(e) বুধিন, কণমাই, নামজা আৰু নিশাৰ ঘৰত 5 টাতকৈ বেছি প্ৰাণী আছে।

প্রশ্ন 6. এজন পাচলি ব্যৱসায়ীৰ সপ্তাহটোৰ প্ৰথম চাৰিটা বাৰত বিক্ৰী হোৱা পাচলিৰ পৰিমাণ (কেজি হিচাপত)

তলত দিয়া ধৰণৰঃ

বাৰপাচলিৰ পৰিমাণ (কিগ্রা)
সোমবাৰ6
মঙলবাৰ8
বুধবাৰ5
বৃহস্পতিবাৰ8

এটা সঠিক প্রতীক ব্যৱহাৰ কৰা তালিকাখন চিত্র লেখৰ সহায়ত দেখুৱা।

উত্তৰঃ 

নিজে কৰাঃ

প্রশ্ন 1. পলিঅ’টিকাকৰণৰ বাবে এখন পঞ্চাচয়তৰ পৰা সংগ্ৰহ কৰা পাঁচটা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয় ধৰণৰঃ

বছৰঃ20142015201620172018
কেঁচুৱাৰ সংখ্যাঃ570680720780800

1 একক দৈর্ঘ্য = 100 টা কেঁচুৱা হিচাপে লৈ তথ্যখিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(a) কোনটো চনত আটাইতকৈ বেছি কেঁচুৱাক পলিঅ’ৰ টিকাকৰণ কৰা হৈছিল?

(b) 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ’ৰ টিকাকৰণ কৰা হৈছিল?

(c) পাঁচটা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ’ৰ টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান?

উত্তৰঃ 

(a) 2018 চনত আটাইতকৈ বেছি কেঁচুৱাক পলিঅ’ৰ টিকাকৰণ কৰা হৈছিল।

(b) 2015 আৰু 2016 চনত মুঠ (680 + 720) অর্থাৎ 1400 কেঁচুৱাক পলিঅ’ৰ টিকাকৰণ কৰা হৈছিল।

(c) পাঁচটা বছৰৰ ভিতৰত আটাইতকৈ বেছি পলিঅ’ৰ টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যা = 570

আটাইতকৈ কম পলিঅ’ৰ টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যা = 570

∴ নির্ণেয় পার্থক্য = 800-570

= 230

প্রশ্ন 2. 5 জুন বিশ্ব পৰিৱেশ দিনা ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্রত্যেকেই মিলি গছৰ পুলি ৰুলে। তাৰ তালিকাখন তলত দিয়া ধৰণৰঃ

শ্ৰেণীঃষষ্ঠসপ্তমঅষ্টমনৱমদশম
পুলিৰ সংখ্যাঃ50756080110

উপযুক্ত স্কেল ব্যৱহাৰ কৰা তালিকাখনৰ সহায়ত দণ্ডচিত্ৰ প্ৰস্তুত কৰা।

উত্তৰঃ 

প্রশ্ন 3. হৰেণৰ এখন কিতাপৰ দোকান আছে। তেওঁৰ কিতাপ বিক্ৰী মাহিলী হিচাপ তলত দণ্ডচিত্ৰ সহায়ত দেখুৱা হ’ল (কেৱল বছৰটোৰ প্ৰথম চাৰিমাহৰ)

দণ্ডচিত্ৰখন চাই তালিকাখন প্ৰস্তুত কৰা আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(a) কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ’ল?

উত্তৰঃ ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ’ল।

(b) এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমান কিতাপ বিক্ৰী হ’ল?

উত্তৰঃ এপ্রিল আৰু মাৰ্চ মাহত মুঠ (65 + 80) অর্থাৎ 140 কিতাপ বিক্ৰী হ’ল।

(c) জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান?

উত্তৰঃ জানুৱাৰী মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যা = 80

মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যা = 60

∴ নির্ণেয় পার্থক্য = 80-60

= 20

প্রশ্ন 4. সোমবাৰৰ দিনা ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ তালিকা তলত দিয়া হ’ল-

শ্ৰেণীঃষষ্ঠসপ্তমঅষ্টমনৱমদশম
ছাত্র-ছাত্রীৰ সংখ্যাঃ6558754035

তালিকাৰ পৰা দণ্ডচিত্ৰ প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা।

(a) আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কোনটো শ্ৰেণীত দেখা গৈছে।

(b) সেইদিনা বিদ্যালৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

(c) নৱম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? (তালিকাৰ পৰা)

উত্তৰঃ 

(a) আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দশম শ্ৰেণীত দেখা গৈছে।

(b) সেইদিনা বিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ আছিল = (65 + 75 + 40 + 35) = 273 জন।

(c) নৱম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্র-ছাত্রীৰ সংখ্যা = (40 + 35) = 75 জন।

প্রশ্ন 5. এখন বিদ্যালয়ত পাঁচটা বছৰত ছোৱালীৰ সংখ্যা তলত দিয়া ধৰণৰঃ

শ্ৰেণীঃ20082009201020112012
ছাত্ৰ-ছাত্ৰীৰ সংখ্যাঃ200350400250420

তালিকাৰ পৰা পোৱা তথ্যবোৰ দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা।

উত্তৰঃ স্কেলঃ 1 একক = 50 জনী ছোৱালী

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top