SEBA Class 6 Mathematics Chapter 10 বীজ গণিত Question Answer, SEBA Class 6 Mathematics Chapter 10 বীজ গণিত Notes, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 10 বীজ গণিত Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 10 বীজ গণিত Notes and select needs one.
SEBA Class 6 Mathematics Chapter 10 বীজ গণিত
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 10 বীজ গণিত Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 10 বীজ গণিত Solutions for All Subject, You can practice these here.
বীজ গণিত
Chapter – 10
নিজে কৰাঃ (ছবিৰ সহায়ত) |
উত্তৰঃ 2a + 2m
উত্তৰঃ 4g + 2a
উত্তৰঃ 3c + 2z
(iv) (s+s+s+s+s) + (t+t+t+t+t+t+t) =
উত্তৰঃ 5s + 7t
(v) (y+y+y+y+y+y) + (z+z+z+z+z+z+z+z) =
উত্তৰঃ 6y + 8z
(vi) (p+p+p) + (q+q+q+q) =
উত্তৰঃ 3p + 4q
(vii) (a+a+a) + (b+b) + (c+c+c) =
উত্তৰঃ 3a + 2b + 3c
নির্দেশ মতে প্ৰকাশ কৰোঁ আহাঃ
(i) দুটা আম আৰু তিনিটা আঙুৰৰ যোগফল = 3m + 3g
(ii) m তকৈ 10 বেছি = m + 10
(iii) x তকৈ 7 কম = x – 7
(iv) c ৰ পাঁচগুণ = 5c
(v) b তকৈ 2 কম = b – 2
(vi) p তকৈ q সংখ্যা দুটাৰ গুণফল =
(vii) b সংখ্যাৰ আধা =
(viii) x ৰ দুবাৰত কৈ 3 বেছি =
(ix) y তকৈ 3 কম =
(x) x, y আৰু 4 ৰ যোগফল =
(xi) a ৰ দুগুণক 4 ৰে =
উত্তৰঃ (vi) pq
(vii) b/2
(viii) 2x + 3
(ix) y – 3
(x) x + y + z
(xi) 2a/4
নিজে কৰাঃ |
প্রশ্ন 1. চালক ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা—
ধৰা হ’ল x এটা সংখ্যা।
(ক) যদি সংখ্যাটোৰ লগত 10 যোগ কৰিলে পাম _________________।
উত্তৰঃ যদি সংখ্যাটোৰ লগত 10 যোগ কৰিলে পাম x + 10
(খ) যদি সংখ্যাটোৰ পৰা 17 বিয়োগ কৰিলে পাম _______________।
উত্তৰঃ যদি সংখ্যাটোৰ পৰা 17 বিয়োগ কৰিলে পাম x + 17
(গ) যদি সংখ্যাটোক 9ৰে পূৰণ কৰিলে পাম _______________।
উত্তৰঃ সংখ্যাটোক 9ৰে পৰণ কৰিলে পাম 9x
(ঘ) যদি সংখ্যাটোক 15ৰে ভাগ কৰিলে পাম _________________।
উত্তৰঃ যদি সংখ্যাটোক 15ৰে ভাগ কৰিলে পাম x/15
প্রশ্ন 2. ‘ক’ অংশৰ লগ ‘খ’ অংশ মিলোৱা-
‘ক’ অংশ | ‘খ’ অংশ |
2m | 17 ৰ পৰা m বিয়োগ |
m-3 | m ৰে 5ৰে ভাগ |
m+7 | m ৰ দুগুণ |
17-m | m ৰ পৰা 3 বিয়োগ |
m/5 | m ৰ লগত 7 যোগ |
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
2m | m ৰ দুগুণ |
m-3 | m ৰ পৰা 3 বিয়োগ |
m+7 | m ৰ লগত 7 যোগ |
17-m | 17 ৰ পৰা m বিয়োগ |
m/5 | m ৰে 5ৰে ভাগ |
প্ৰশ্ন 3. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
কোনো এটা সংখ্যা x ৰ লগত 5 যোগ কৰিলে হ’ব-
(a) 5x
(b) x + 5
(c) x/5
(d) 5 – x
উত্তৰঃ (b) x + 5
প্রশ্ন 4. কোনো সংখ্যা এটাৰ 3 গুণ হ’ব –
(a) m+3
(b) m-3
(c) 3m
(d) m/3
উত্তৰঃ (c) 3m
প্রশ্ন 5. ৰিয়ানে গণিতত 76 নম্বৰ পালে। তেওঁ বিজ্ঞানত কিমান পালে নাজানো। যদি বিজ্ঞানত পোৱা নম্বৰটোক আমি x বুলি কওঁ তেন্তে ৰিয়ানে এই দুটা বিষয়ত মুঠতে কিমান নম্বৰ পাব।
উত্তৰঃ ৰিয়ানে গণিতত নম্বৰ পায় = 76
বিজ্ঞানত নম্বৰ পায় = x
∴ দুয়োটা বিষয়ত ৰিয়ানে মুঠ নম্বৰ পায় = 76 + x
প্রশ্ন 6. অংকিতাৰ হাতত কেইটামান চকলেট আছিল। মৃদুস্মিতাৰ হাতত অংকিতাতকৈ 5 টা চকলেট বেছি আছে। উপযুক্ত চলক ব্যৱহাৰ কৰি মৃদুস্মিতাৰ হাতত থকা চকলেটৰ সংখ্যাক বীজগণিতীয় ৰাশিৰে প্ৰকাশ কৰা।
উত্তৰঃ ধৰা হ’ল, অংকিতাৰ হাতত চকলেট c টা।
∴ মৃদুস্মিতাৰ হাতত অংকিতাতকৈ 5 টা চকলেট বেছি আছে।
∴ মৃদুস্মিতাৰ হাতত চকলেট আছে c – 5 টা।
প্ৰশ্ন 7. কাঠিৰে কেইটামান চানেকি সজা হ’ল। চানেকি কেইটা মন কৰা আৰু তালিকাতন সম্পূৰ্ণ কৰা।
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
নিজে কৰাঃ |
প্ৰশ্ন 1. দহটা ৰাখি লিখা আৰু লগতে সেইবোৰ কেনেকৈ গঠন ক্ৰিয়া লিখা।
উত্তৰঃ
ৰাশি | কেনেকৈ গঠন কৰা হ’ল |
(i) x+2 | x ৰ লগত 2 যোগ কৰি। |
(ii) 5m | m ক 5 ৰে পূৰণ কৰি। |
(iii) y-15 | y ৰ পৰা 15 বিয়োগ কৰি। |
(iv) n/15 | n ক 15 ৰে হৰণ কৰি। |
(v) 3g+4 | প্ৰথমতে g ক 3 ৰে পূৰণ কৰি পোৱা পূৰণ ফলৰ লগত 4 যোগ কৰি। |
(vi) 5I-11 | প্ৰথমতে I ক 5 ৰে পূৰণ কৰি পোৱা পূৰণ ফলৰ পৰা 11 বিয়োগ কৰি। |
(vii) -7a | -7 ক a ৰে পূৰণ কৰি। |
(viii) b/3+5 | b ক 3 ৰে হৰণ কৰি পোৱা হৰণফলৰ লগত 5 যোগ কৰি। |
(iv) 3p-4q | প্ৰথমতে P ক 3 ৰে পূৰণ কৰি পোৱা পূৰণ ফলৰ পৰা g ক 4 ৰে পূৰণ কৰি পোৱা পূৰণফলক বিয়োগ কৰি। |
(x) 18-8c | 18 ৰ পৰা c ক 8 ৰে পূৰণ কৰি পোৱা পূৰণ ফলক বিয়োগ কৰি। |
প্রশ্ন 2. তলৰ উক্তিবোৰ ৰাশিৰে প্ৰকাশ কৰা—
(i) a আৰু 10 ৰ যোগ ফল।
উত্তৰঃ a আৰু 10 ৰ যোগফল = a + 10
(ii) a আৰু 10 ৰ পূৰ্ণফল।
উত্তৰঃ 10a
(iii) -m ক8 ৰে পূৰণ কৰা।
উত্তৰঃ -8m
(iv) 7 ৰে x ক পূৰণ কৰি পূৰ্ণফলৰ পৰা 10 বিয়োগ কৰা।
উত্তৰঃ 7x-10
(v) 18 ৰ পৰা 9 আৰু y ৰ পূৰণফল বিয়োগ কৰা।
উত্তৰঃ 18-9y
(vi) -m ৰ পৰা 8 বিয়োগ কৰা।
উত্তৰঃ -m-8
(vii) -p ক 5 ৰে পূৰণ কৰা।
উত্তৰঃ -5p
(viii) 2m ৰ পৰা 11 বিয়োগ কৰা।
উত্তৰঃ 2m-11
(ix) y ক 5 ৰে হৰণ কৰা।
উত্তৰঃ y/5
(x) m ক 7 ৰে হৰণ কৰি হৰণফলৰ পৰা 12 বিয়োগ কৰা।
উত্তৰঃ m/7 – 12
নিজে কৰাঃ |
পাঁচটা সমীকৰণৰ উদাহৰণ দিয়া আৰু প্ৰত্যকৰে বাওঁপক্ষ আৰু সোঁপক্ষ কোনটো হয় লিখা।
উত্তৰঃ (i) 2m – 3 = 9
বাওঁপক্ষ = 2m – 3
সোঁপক্ষ = 9
(ii) 5x + 7 = 12
বাওঁপক্ষ = 5x + 7
সোঁপক্ষ = 12
(iii) P/5 = 3p + 3
বাওঁপক্ষ = P/5
সোঁপক্ষ = 3p + 3
(iv) 2x + 9 = 9
বাওঁপক্ষ = 2x + 9
সোঁপক্ষ = 9
(v) 9(m + 1) = 18
বাওঁপক্ষ = 9(m + 1)
সোঁপক্ষ = 18
নিজে কৰাঃ |
প্রশ্ন 1. তলৰ তালিকাখনৰ খালী ঠাইবোৰ পূৰ কৰা আৰু সমীকৰণবোৰৰ মূল হয় নে নহয় লিখা।
সমীকৰণ | চলকৰ মান | সোঁপক্ষ | বাওঁপক্ষ | বাওঁপক্ষ = সোঁপক্ষ | মূল (হয়/নহয়) |
x – 2 = 3 | 1 | 1 – 2 = -1 | 3 | নহয় | নহয় |
x – 2 = 3 | 2 | 2 – 2 = 0 | 3 | নহয় | নহয় |
x – 2 = 3 | -1 | ||||
x – 2 = 3 | 0 | ||||
x – 2 = 3 | 5 |
উত্তৰঃ
সমীকৰণ | চলকৰ মান | সোঁপক্ষ | বাওঁপক্ষ | বাওঁপক্ষ = সোঁপক্ষ | মূল (হয়/নহয়) |
x – 2 = 3 | 1 | 1 – 2 = -1 | 3 | নহয় | নহয় |
x – 2 = 3 | 2 | 2 – 2 = 0 | 3 | নহয় | নহয় |
x – 2 = 3 | -1 | -1 – 2 = -3 | 3 | নহয় | নহয় |
x – 2 = 3 | 0 | 0 – 2 = -2 | 3 | নহয় | নহয় |
x – 2 = 3 | 5 | 5 – 2 = 3 | 3 | হয় | হয় |
প্রশ্ন 2. তালিকাখন সম্পূৰ্ণ কৰা আৰু p – 5 = 3 সমীকৰণৰ সমাধান নিৰ্ণয় কৰা—
P | 0 | 1 | -1 | 3 | 4 | -3 | 5 | 8 |
p-5 |
উত্তৰঃ
P | 0 | 1 | -1 | 3 | 4 | -3 | 5 | 8 |
p-5 | -5 | -4 | -6 | -2 | -1 | -8 | 0 | 3 |
অনুশীলনীৰ প্রশ্নোত্তৰঃ |
প্রশ্ন 1. তলৰ কোনবোৰ সমীকৰণ লিখা। তোমাৰ উত্তৰ সপক্ষে যুক্তি দিবা-
(a) x – 19 = 10
উত্তৰঃ x – 19 = 10
হয়, কাৰণ বাওঁপক্ষ আৰু সোঁপক্ষ সমানচিনেৰে যুক্ত।
(b) a + 9 = -9
উত্তৰঃ a + 9 = -9
হয়, কাৰণ বাওঁপক্ষ আৰু সোঁপক্ষ সমানচিনেৰে যুক্ত।
(c) 3b = 15
উত্তৰঃ 3b = 15
হয়, কাৰণ বাওঁপক্ষ আৰু সোঁপক্ষ সমানচিনেৰে যুক্ত।
(d) 21 – 1 > 5
উত্তৰঃ 21 – 1 > 5
নহয়, কাৰণ বাওঁপক্ষ আৰু সোঁপক্ষ সমানচিনেৰে যুক্ত নহয়।
(e) 2n + 6 < 18
উত্তৰঃ 2n + 6 < 18
নহয়, কাৰণ বাওঁপক্ষ আৰু সোঁপক্ষ সমানচিনেৰে যুক্ত নহয়।
(f) 3 × 8 – 4 = 3x
উত্তৰঃ 3 × 8 – 4 = 3x
হয়, কাৰণ বাওঁপক্ষ আৰু সোঁপক্ষ সমানচিনেৰে যুক্ত।
(g) 4 = 8x – 5 × 4
উত্তৰঃ 4 = 8x – 5 × 4
নহয়, কাৰণ বাওঁপক্ষ আৰু সোঁপক্ষতেই কোনো চলক সংযুক্ত নহয়।
(h) 3z/8 = 5
উত্তৰঃ 3z/8 = 5
হয়, কাৰণে বাওঁপক্ষ আৰু সোঁপক্ষ সমানচিনেৰে যুক্ত।
প্রশ্ন 2. তলৰ সমীকৰণকেইটাৰ চলক চিনাক্ত কৰা-
(i) 3p-7 = 5
উত্তৰঃ p
(ii) 5q/3 = 8
উত্তৰঃ q
(iii) 3 × 9 – 11 = r
উত্তৰঃ r
(iv) 2 + m = – 1
উত্তৰঃ m
(v) 4x + 9 = 2x + 11
উত্তৰঃ x
প্রশ্ন 3. শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(i) m + 4 = 7 সমীকৰণৰ m ৰ মান-
(a) 0
(b) 4
(c) 3
(d) 7
উত্তৰঃ (c) 3
(ii) 4q = 20 সমীকৰণ বীজ-
(a) p = 4
(b) p = 5
(c) p = 20
(d) p = 0
উত্তৰঃ (b) p = 5
(iii) 2x-1 = 5 সমীকৰণৰ মূল-
(a) x = 0
(b) x = -1
(c) x = 5
(d) x = 3
উত্তৰঃ (d) x = 3
(iv) 2x-3 = 7 সমীকৰণৰ মূল-
(a) x = 5
(b) x = -2
(c) x = 3
(d) x = 11
উত্তৰঃ (a) x = 5
প্রশ্ন 4. (i) তালিকাখন পূৰ্ণ কৰা–
x | 0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 |
2x+3 |
উত্তৰঃ
x | 0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 |
2x + 3 | 3 | 5 | 7 | 9 | 11 | 13 | 15 | 17 |
(ii) ওপৰৰ তালিকাৰ পৰা 2x + 3 = 11 সমীকৰণৰ সমাধান নিৰ্ণয় কৰা।
উত্তৰঃ ওপৰৰ তালিকাৰ পৰা 2x + 3 = 11 সমীকৰণৰ সমাধান হ’ব x = 4
5. তালিকাত থকা চালকৰ নিৰ্দিষ্ট মানৰ বাবে সমীকৰণবোৰ সিদ্ধ হয় বা নহয় লিখা।
সমীকৰণ | চলকৰ মান | সমীকৰণ সিদ্ধ হৈছে হয়/নহয় |
l+9=101 | l=92 | |
m-9=12 | m=15 | |
2p=18 | p=3 | |
h-7=0 | h=4 | |
3a=2a+2 | a=1 | |
b+4=1 | b= -3 | |
3q+4=7 | q=2 |
উত্তৰঃ
সমীকৰণ | চলকৰ মান | সমীকৰণ সিদ্ধ হৈছে হয়/নহয় |
l+9=101 | l=92 | হয় |
m-9=12 | m=15 | নহয় |
2p=18 | p=3 | নহয় |
h-7=0 | h=4 | নহয় |
3a=2a+2 | a=1 | নহয় |
b+4=1 | b= -3 | হয় |
3q+4=7 | q=2 | নহয় |
প্রশ্ন 6. তলৰ সমীকৰণবোৰ প্ৰচেষ্টা আৰু ভুল শুধৰোৱা পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা-
(i) x – 9 = 18
উত্তৰঃ x – 9 = 18
সমীকৰণ | চলকৰ মান | সোঁপক্ষ | বাওঁপক্ষ | বাওঁপক্ষ = সোঁপক্ষ | মূল (হয়/নহয়) |
x – 9 = 18 | 1 | 18 | 1 – 9 = – 8 | নহয় | নহয় |
x – 9 = 18 | 2 | 18 | 2 – 9 = – 7 | নহয় | নহয় |
x – 9 = 18 | 0 | 18 | 0 – 9 = – 9 | নহয় | নহয় |
x – 9 = 18 | -2 | 18 | – 2 – 9 = – 11 | নহয় | নহয় |
x – 9 = 18 | 3 | 18 | 3 – 9 = – 6 | নহয় | নহয় |
x – 9 = 18 | 17 | 18 | 17 – 9 = 8 | নহয় | নহয় |
x – 9 = 18 | 25 | 18 | 25 – 9 = 14 | নহয় | নহয় |
x – 9 = 18 | 27 | 18 | 27 – 9 = 18 | হয় | হয় |
(ii) 2r + 1 = 7
উত্তৰঃ নিজে কৰা।
(iii) p + 4 = 16
উত্তৰঃ নিজে কৰা।
(iv) 4m = 24
উত্তৰঃ নিজে কৰা।
প্রশ্ন 7. তলৰ পৰিস্থিতিবোৰ সমীকৰণেৰে প্ৰকাশ কৰা-
(i) তিনি কিগ্রা চাউলৰ মূল্যৰ লগত 10 টকা বিয়োগ কৰিলে টকা পোৱা গ’ল।
উত্তৰঃ ধৰা হ’ল, 1 কি.গ্রা. চাউলৰ মূল্য x টকা,
∴ নির্ণেয় সমীকৰণ-
3x + 10 = 80
(ii) ক্ৰিকেট খেল এখনৰ প্ত অভাৰত সংগ্ৰহ কৰা ৰানৰ লগত 7 ৰান যোগ দিলে 39 বান হয়। যদি প্ৰতিটো অভাৰত সমান সংখ্যক ৰান কৰা বুলি ধৰিলে তেন্তে পৰিস্থিতিটোক সমীকৰণত প্ৰকাশ কৰা।
উত্তৰঃ ধৰা হ’ল, প্ৰতিটো অভাৰত সংগ্ৰহ কৰা ৰান p,
∴ নির্ণেয় সমীকৰণ-
5p + 7 = 39
(iii) এটা শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 40 জন। কোনো এটা দিনত উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাক দুগুণ কৰি 6 যোগ কৰিলে মুঠ ছাত্ৰ-ছাত্ৰীৰ সমান পোৱা গ’ল।
উত্তৰঃ ধৰা হ’ল, কোনো এটা দিনত উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা m,
∴ নিৰ্ণেয় সমীকৰণ-
2m + 6 = 40

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.