SEBA Class 6 Mathematics Chapter 11 দশমিক ভগ্নাংশ

SEBA Class 6 Mathematics Chapter 11 দশমিক ভগ্নাংশ Question Answer, SEBA Class 6 Mathematics Chapter 11 দশমিক ভগ্নাংশ Notes, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 11 দশমিক ভগ্নাংশ Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 11 দশমিক ভগ্নাংশ Notes and select needs one.

SEBA Class 6 Mathematics Chapter 11 দশমিক ভগ্নাংশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 11 দশমিক ভগ্নাংশ Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 11 দশমিক ভগ্নাংশ Solutions for All Subject, You can practice these here.

দশমিক ভগ্নাংশ

Chapter – 11

নিজে কৰাঃ

প্রশ্ন 1. দশমিকত লিখা-

(i) 25 সহস্রাংশ।

উত্তৰঃ 25 সহস্রাংশ

= 25/1000

= 0.025

(ii) 13 অযুতাংশ।

উত্তৰঃ 13 অযুতাংশ

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

= 13/10000

= 0.0013

(iii) 3059 অযুতাংশ।

উত্তৰঃ 3059 অযুতাংশ

= 3059/10000

= 0.3059

প্রশ্ন 2. দশমিক বিন্দু ব্যৱহাৰ কৰি প্ৰকাশ কৰা-

(i) 6/1000

উত্তৰঃ 6/1000 = 0.006

(ii) 25/1000

উত্তৰঃ 25/1000 = 0.025

(iii) 3/1000

উত্তৰঃ 3/1000 = 0.03

(iv) 105/10000

উত্তৰঃ 105/10000 = 0.03 = 0.0105

প্রশ্ন 3. তলত দিয়া সংখ্যাবোৰৰ স্থানীয় মানৰ তালিকাত লিখোঁ আহা-

(i) 36.7

উত্তৰঃ 36.7

বিস্তৃত ৰূপ
সংখ্যাদশকএককদশমাংশ (1/10)
36.7367

(ii) 201.35

উত্তৰঃ 201.35

সংখ্যাশতকদশকএককদশমাংশ (1/10)শতাংশ (1/100)
201.3520135

(iii) 4631.219

উত্তৰঃ 4631.219

সংখ্যাহাজাৰশতকদশকএককদশমাংশ (1/10)শতাংশ (1/1000)সহস্রাংশ (1/100)
4631.2194631219
নিজে কৰাঃ

তলত দশমিক সংখ্যাকেইটাৰ অংকবিলাকৰ স্থানীয়মান নির্ণেয় কৰি বিস্তৃত ৰূপত লিখা।

(i) 453.28

উত্তৰঃ 453.28

= 500 + 40 + 3 + 0.2 + 0.08

= 500 + 40 + 3 + 2/10 + 8/100

(ii) 4275.195

উত্তৰঃ 4275.195

= 4000 + 200 + 70 + 5 + 0.1 + 0.09 + 0.008

= 4000 + 200 + 70 + 5 + 1/10 + 9/100 + 8/1000

নিজে কৰি চোৱাঃ

প্রশ্ন 1. তলৰ দশমিক সংখ্যাবিলাক সাধাৰণ ভগ্নাংশলৈ নিয়া-

(a) 4.3

উত্তৰঃ 4.3

(b) 0.01

উত্তৰঃ 0.01

=1/100

(c) 1.1

উত্তৰঃ 1.1

(d) 60.01

উত্তৰঃ 60.01

(e) 4.0108

উত্তৰঃ 4.0108

প্রশ্ন 2. দশমিকত প্ৰকাশ কৰা-

(a) ন দশমাংশ।

উত্তৰঃ ন দশমাংশ

9/10

= 0.9

(b) পাঁচ দহক আৰু সাত দশমাংশ।

উত্তৰঃ পাঁচ দহক আৰু সাত দশমাংশ

= 50 + 7/10

= 50.7

(c) আঠ দহক, তিনি একক আৰু চাৰি দশমাংশ।

উত্তৰঃ আঠ দহক, তিনি একক আৰু চাৰি দশমাংশ

= 80 + 3 + 4/10

= 83.4

(d) পাঁচ শতাংশ।

উত্তৰঃ পাঁচ শতাংশ

= 5/100

= 0.05

(e) চাৰি শতাংশ।

উত্তৰঃ চাৰি শতাংশ

= 4/1000

= 0.004

(f) তিনি শতক পাঁচ একক আৰু সাত শতাংশ।

উত্তৰঃ তিনি শতক পাঁচ একক আৰু সাত শতাংশ

= 300 + 5 + 7/100

= 305.07

প্রশ্ন 3. অংকেৰে লিখা-

(a) শূন্য দশমিক এক দুই পাঁচ।

উত্তৰঃ শূন্য দশমিক এক দুই পাঁচ

= 0.125

(b) পাঁচ দশমিক চাৰি।

উত্তৰঃ পাঁচ দশমিক চাবি

= 5.4

(c) সাত দশমিক শূন্য তিনি।

উত্তৰঃ সাত দশমিক শূন্য তিনি

= 7.03

(d) তেইশ দশমিক শূন্য তিনি পাঁচ।

উত্তৰঃ তেইশ দশমিক শূন্য তিনি পাঁচ

= 23.035

(e) তিনি হাজাৰ চাৰিশ ঊনসত্তৰ দশমিক শূন্য শূন্য আঠ।

উত্তৰঃ তিনি হাজাৰ চাৰিশ ঊনসত্তৰ দশমিক শূন্য শূন্য আঠ

= 3469.008

প্রশ্ন 4. আখৰেৰে লিখা-

(a) 0.2

উত্তৰঃ 0.2 = শূন্য দশমিক দুই।

(b) 1.05

উত্তৰঃ 1.05 = এক দশমিক শূন্য পাঁচ।

(c) 0.003

উত্তৰঃ 0.003 = শূন্য দশমিক শূন্য শূন্য তিনি।

(d) 131.25

উত্তৰঃ 131.25 = একশ একত্রিশ দশমিক দুই পাঁচ।

(e) 2175.439

উত্তৰঃ 2175.439 = দুই হাজাৰ একশ পয়সত্তৰ দশমিক চাৰি তিনি ন।

প্রশ্ন 5. দশমিক সংখ্যাবোৰ স্থানীয়মান তালিকাত লিখা-

(a) 0.71

উত্তৰঃ 0.71

সংখ্যাদশমাংশশতাংশ
0.7171

(b) 12.03

উত্তৰঃ 12.03

সংখ্যাদহকএককদশমাংশশতাংশ
12.031203

(c) 135.049

উত্তৰঃ 135.049

সংখ্যাশতকদহকএককদশমাংশশতাংশসহস্রাংশ
135.049135049

(d) 0.0101

উত্তৰঃ 0.0101

সংখ্যাদশমাংশশতাংশসহস্রাংশঅযুতাংশ
0.01010101

(e) 4005.1025

উত্তৰঃ 4005.1025

সংখ্যাহাজাৰশতকদহকএককদশমাংশশতাংশসহস্ৰাংশঅযুত
4005.102540051022

প্ৰশ্ন 6. বিস্তৃত ৰূপত লিখা-

(a) 0.05

উত্তৰঃ 0.05

(b) 4.612

উত্তৰঃ 4.612

(c) 31.79

উত্তৰঃ 31.79

(d) 144.695

উত্তৰঃ 144.695

(e) 613.5

উত্তৰঃ 613.5

প্ৰশ্ন 7. দশমিকত প্ৰকাশ কৰা-

(a) 3/10

উত্তৰঃ 3/10

= 0.3

(b) 3/100

উত্তৰঃ 3/100

= 0.03

উত্তৰঃ = 4 + 0.9

= 4.9

উত্তৰঃ = 653 + 0.2 + 0.03

= 653.23

(e) 89/10

উত্তৰঃ 89/10

= 8.9

(f) 614/100

উত্তৰঃ 614/100

(g) 15/1000

উত্তৰঃ 15/1000

= 0.015

উত্তৰঃ = 63 + 0.6 + 0.05

= 63.65

প্ৰশ্ন 8. দশমিকত প্ৰকাশ কৰা-

(a) 1/2

উত্তৰঃ 

(b) 3/4

উত্তৰঃ 

(c) 3/50

উত্তৰঃ 

(d) 7/40

উত্তৰঃ 

(e) 1/8

উত্তৰঃ 

(f) 1/5

উত্তৰঃ 

(g) 3/4

উত্তৰঃ 

প্ৰশ্ন 9. মিশ্ৰ ভগ্নাংশবোৰ নিৰ্ণয় কৰা-

উত্তৰঃ মিশ্ৰ ভগ্নাংশবোৰ হ’ল-

প্ৰশ্ন 10. লঘিষ্ঠ আতাৰত প্ৰকাশ কৰা-

(a) 0.8

উত্তৰঃ 

(b) 1.5

উত্তৰঃ 

(c) 31.25

উত্তৰঃ 

(d) 6.001

উত্তৰঃ = 60001/1000

(e) 0.625

উত্তৰঃ 

(f) 101.04

উত্তৰঃ

(g) 0.04

উত্তৰঃ

প্রশ্ন 11. খালী ঠাই পূৰ কৰা (দশমিক ব্যৱহাৰ কৰিবা)-

(a) 3 মিমি = _______________ চেমি।

উত্তৰঃ 0.3 চেমি।

(b) 45 মিমি = ________________ চেমি।

উত্তৰঃ 4.5 চেমি।

(c) 50 মিমি = _________________ চেমি।

উত্তৰঃ 5 চেমি।

(d) 1 মিমি = ________________ চেমি।

উত্তৰঃ 0.01 মি।

(e) 10 মিমি = ________________চেমি।

উত্তৰঃ 0.1 মি।

(f) 500 মিমি = _______________ চেমি।

উত্তৰঃ 5 মি।

প্রশ্ন 12. তলত দিয়া সংখ্যাকেইটা শংখ্যাৰেখা কোন দুটা পূৰ্ণ সংখ্যাৰ মাজত থাকিব আৰু কোনটো পূৰ্ণ সংখ্যাৰ ওচৰত হ’ব?

(a) 609

উত্তৰঃ 6 আৰু 7 ৰ মাজত 6.9 থাকিব আৰু 7 ৰ ওচৰত থাকিব।

(b) 0.7

উত্তৰঃ 0 আৰু 1 ৰ মাজত 0.7 থাকিব আৰু 1 ৰ ওচৰত থাকিব।

(c) 31.4

উত্তৰঃ 31 আৰু 32 ৰ মাজত 31.4 থাকিব আৰু 31 ৰ ওচৰত থাকিব।

(d) 25.07

উত্তৰঃ 25 আৰু 26 ৰ মাজত 25.07 থাকিব আৰু 26 ৰ ওচৰত থাকিব।

প্রশ্ন 13. সংখ্যাৰেখাত স্থাপন কৰা-

(a) 0.6

উত্তৰঃ 0.6

(b) 5.9

উত্তৰঃ 5.9

(c) 11.3

উত্তৰঃ 11.3

নিজে কৰাঃ

প্রশ্ন 1. প্রতিযোৰ সংখ্যাৰ কোনটো ডাঙৰ নিৰ্ণয় কৰা-

(i) 0.849,0.819

উত্তৰঃ 0.849,0.819

দশমাংশ স্থানলৈ পৰ্যবেক্ষণ কৰি দেখা গ’ল

0.849>0.819

(ii) 3.614,3.616

উত্তৰঃ 3.614,3.616

সহস্রাংশ স্থানলৈ পৰ্যবেক্ষণ কৰি দেখা গ’ল

3.614<3.616

(iii) 120.5,120.05

উত্তৰঃ 120.5, 120.05

দশমাংশ স্থানলৈ পৰ্যবেক্ষণ কৰি দেখা গ’ল

120.5>120.05

(iv) 5010.02,5010.002

উত্তৰঃ 5010.02,5010.002

শতাংশ স্থানলৈ পৰ্যবেক্ষণ কৰি দেখা গ’ল

5010.02>5010.002

(v) 10001.01,10010.0

উত্তৰঃ 10001.01<10010.0

দহক স্থানলৈ পৰ্যবেক্ষণ কৰি দেখা গ’ল

10001.01<10010.0

(vi) 156.333,156.33

উত্তৰঃ 156.333>156.33

সহস্রাংশ স্থানলৈ পৰ্যবেক্ষণ কৰি দেখা গ’ল

156.333>156.33

প্রশ্ন 2. শুদ্ধটোত (√) আৰু অশুদ্ধটোত (×) চিহ্ন দিয়া-

(i) 42.5=42.50

উত্তৰঃ √

(ii) 361.05<361.005

উত্তৰঃ ×

(iii) 2.43<24.3

উত্তৰঃ √

(iv) 0.080>0,0080

উত্তৰঃ √

(v) 0.75<0.755

উত্তৰঃ √

প্রশ্ন 3. উর্ধক্রমত সজোৱা–

(i) 15.73, 157.3, 1.573, 1573

উত্তৰঃ নির্ণেয় ঊর্ধক্রম–

1.573, 15.73, 157.3, 1573

(ii) 48.69, 68.69, 48.96, 86.66

উত্তৰঃ নির্ণেয় উর্ধক্রম–

48.69, 48.96, 68.69, 86.66

(iii) 1020.01, 1002.01, 1202.10, 10.2001

উত্তৰঃ নির্ণেয় উর্ধক্রম–

10.2001, 1002.01, 1020.01, 1202.10,

(iv) 0.005, 0.05, 0.0005, 0.5

উত্তৰঃ নির্ণেয় উর্ধক্রম–

0.5, 0.05, 0.005, 0.0005

প্রশ্ন 4. অধঃক্রমত সজোৱা–

(a) 67.54, 67.45, 76.54, 67.054, 67.55

উত্তৰঃ নির্ণেয় অধঃক্রম-

76.54, 67.55, 67.54, 67.45, 67.054

(b) 75.7, 75.07, 7.507, 75.007

উত্তৰঃ নির্ণেয় অধঃক্রম-

75.7, 75.07, 75.007, 7.507

(c) 24.38, 28.42, 42.24, 82.42, 48.42

উত্তৰঃ নির্ণেয় অধঃক্রম-

82.42, 48.42, 42.24, 28.42, 24.38

(d) 143.63, 243.63, 234.36, 134.41, 143.633

উত্তৰঃ নির্ণেয় অধঃক্রম-

243.63, 234.36, 143.633, 143.63, 134.41

প্রশ্ন 5. দশমিক বিন্দু ব্যৱহাৰ কৰি পৰিৱৰ্তন কৰা-

(a) টকালৈঃ

(i) 15 পইচা।

উত্তৰঃ 15 পইচা = 0.15 টাকা।

(ii) 70 পইচা।

উত্তৰঃ 70 পইচা = 0.70 টকা।

(iii) 75 পইচা।

উত্তৰঃ 75 পইচা = 0.75 টকা।

(iv) 675 পইচা।

উত্তৰঃ 675 পইচা = 6.75 টকা।

(v) 705 পইচা।

উত্তৰঃ 705 পইচা = 0.15 টাকা।

(vi) 750 পইচা।

উত্তৰঃ 750 পইচা = 7.50 টকা।

(b) মিটাৰলৈঃ

(i) 35 চেমি।

উত্তৰঃ 35 চেমি = 0.35 মিটাৰ।

(ii) 90 চেমি।

উত্তৰঃ 90 চেমি = 0.90 মিটাৰ।

(iii) 270 চেমি।

উত্তৰঃ 270 চেমি = 2.70 মিটাৰ।

(iv) 7 মিটাৰ 70 চেমি।

উত্তৰঃ 7 মিটাৰ 70 চেমি = 7.70 মিটাৰ।

(v) 305 চেমি।

উত্তৰঃ 305 চেমি = 3.05 মিটাৰ।

(c) কিলোমিটাৰলৈঃ

(i) 5 মিটাৰ।

উত্তৰঃ 15 গ্রাম = 0.005 কি.মি.

(ii) 500 মিটাৰ।

উত্তৰঃ 20 গ্রাম = 0.500 কি.মি.

(iii) 50 মিটাৰ।

উত্তৰঃ 505 গ্রাম = 0.050 কি.মি.

(iv) 750 মিটাৰ।

উত্তৰঃ 550 গ্রাম = 0.750 কি.মি.

(v) 7050 মিটাৰ।

উত্তৰঃ 5725 গ্রাম = 7.050 কি.মি.

(vi) 7005 মিটাৰ।

উত্তৰঃ 15050 গ্রাম = 7.005 কি.মি.

(c) কিলোগ্ৰামলৈঃ

(i) 15 গ্রাম।

উত্তৰঃ 15 গ্রাম = 0.015 কি.গ্রাম.

(ii) 20 গ্রাম।

উত্তৰঃ 20 গ্রাম = 0.020 কি.গ্রাম.

(iii) 505 গ্রাম।

উত্তৰঃ 505 গ্রাম = 0.505 কি.গ্রাম.

(iv) 550 গ্রাম।

উত্তৰঃ 550 গ্রাম = 0.550 কি.গ্রাম.

(v) 5725 গ্রাম।

উত্তৰঃ 5725 গ্রাম = 5.725 কি.গ্রাম.

(vi) 15050 গ্রাম।

উত্তৰঃ 15050 গ্রাম = 15.050 কি. গ্রাম.

প্রশ্ন 6. শুদ্ধটোত (√) আৰু অশুদ্ধটোত (×) চিহ্ন দিয়া। অশুদ্ধকেইটা শুদ্ধকৈ লিখা।

(i) 1 মি মি = 0.1 চেমি

উত্তৰঃ √

(ii) 400 মি = 0.04 কিমি

উত্তৰঃ ×

(iii) 800 মি = 0.৪ কিমি

উত্তৰঃ √

(iv) 1 মি = 1/1000 মি = 0.001 মি

উত্তৰঃ √

(v) 2785 চেমি = 27.85 মি

উত্তৰঃ ×

(vi) 7525 গ্রাম = 7.525 কিগ্ৰা

উত্তৰঃ √

(vii) 1 মিলিগ্রাম = 1/1000 গ্রাম = 0.001 গ্রাম

উত্তৰঃ √

(viii) 1752 মিগ্ৰা = 1.752 গ্ৰাম

উত্তৰঃ √

(ix) 1 মি লি = 0.001 লিটাৰ

উত্তৰঃ √

(x) 3485 মিলি = 3.485 লি

উত্তৰঃ √

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top