SEBA Class 6 Mathematics Chapter 12 সমমিত

SEBA Class 6 Mathematics Chapter 12 সমমিত Question Answer, SEBA Class 6 Mathematics Chapter 12 সমমিত Notes, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 12 সমমিত Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 12 সমমিত Notes and select needs one.

SEBA Class 6 Mathematics Chapter 12 সমমিত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 12 সমমিত Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 12 সমমিত Solutions for All Subject, You can practice these here.

সমমিত

Chapter – 12

নিজে কৰাঃ

প্রশ্ন 1. তোমাৰ চৌপাশে দেখা পাঁচবিধ সমমিতি আকৃতিৰ বস্তু উল্লেখ কৰা।

উত্তৰঃ আমাৰ চৌপাশে দেখা পাঁচবিধ সমমিতি আকৃতিৰ বস্তু-

(i) চিলা।

(ii) কেঁচি।

(iii) পখিলা।

(iv) ব্লেড।

(v) গছৰ পাত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন 2. কাষৰ সমমিতি চিত্ৰটো দেখুওৱা ৰেখাবোৰৰ পৰা দাপোণ ৰেখা অর্থাৎ সমমিতি ৰেখাডাল বাচি উলিওৱা।

উত্তৰঃ কাষৰ সমমিতি চিত্ৰটোত দাপোনৰেখা হ’ল – I₂

প্রশ্ন 3. তলৰ চিত্ৰসমূহৰ পৰা সমমিতি আকৃতিবোৰ বাচি উলিওৱা। প্ৰতিটো সমমিত আকৃতিৰ দাপোণ ৰেখা বা সমমিতি ৰেখাৰ অৱস্থান আঁকি দেখুওৱা।

উত্তৰঃ 

প্রশ্ন 4. তলৰ কিছুমান লেখ কাগজত অঁকা চিত্ৰৰ সৈতে একোডালকৈ ৰেখা I₁, I₂, I₃, দিয়া আছে। চিত্ৰবোৰ এনেভাৱে সম্পূৰ্ণ কৰা যাতে সেইবোৰ প্ৰদত্ত ৰেখা সাপেক্ষে সমমিত হয়।

উত্তৰঃ 

প্রশ্ন 5. কাষৰ আকৃতিটো প্ৰদত্ত ৰেখা L সাপেক্ষে সমমিত হয়নে? যদি হয় সমমিত কৰিবলৈ কিবা উপায় আছেনে?

উত্তৰঃ কাষৰ আকৃতিটো L ৰেখা সাপেক্ষে সমমিতি হয়।

প্রশ্ন 6. তৈল কাগজ ব্যৱহাৰ কৰি চিত্ৰটোৰ পৰা প্ৰদত্ত ৰেখা L ক সমমিত আকৃতি প্ৰস্তুত কৰা।

উত্তৰঃ 

নিজে কৰাঃ

প্ৰশ্ন 1. তলত দিয়া আকৃতিসমূহত কেইডালকৈ সমমিতি ৰেখা আছে?

উত্তৰঃ (a) 2 ডাল।

(b) 1 ডাল।

(c) 1 ডাল।

(d) 1 ডাল।

(e) 1 ডাল।

(f) 2 ডাল।

(g) নাই।

(h) 3 ডাল।

(i) 1 ডাল।

(j) 3 ডাল।

(k) নাই।

(l) নাই।

(m) 4 ডাল।

(n) 1 dal।

2. লেখ কাগজত অঁকা কেইটামান জ্যোমিতিক আকৃতি তলত দিয়া আছে। চিত্ৰবোৰৰ সমমিতি লেখাবোৰ আঁকি দেখুওৱা।

উত্তৰঃ 

প্ৰশ্ন 3.

উত্তৰঃ 

প্রশ্ন 4. সাংখ্যিক চিহ্ন 0, 1, 2, 5, 6, 7, 8 আৰু 9 ক একোটা জ্যামিতিক চিত্ৰ হিচাপে ধৰি লৈ এইবোৰৰ কোন কেইটা চিত্র সমমিত উল্লেখ কৰা। লগতে সমমিত চিত্ৰবোৰৰ ক্ষেত্ৰত সমমিত ৰেখাৰ সংখ্যা কিমান লিখা।

উত্তৰঃ 0 ৰ সমমিত ৰেখা অসংখ্য।

3 ৰ সমমিত ৰেখা 1 ডাল।

৪ ৰ সমমিত ৰেখা 2 ডাল।

প্রশ্ন 5. ইংৰাজী বৰ্ণমালাৰ ডাঙৰ হৰপৰ বৰ্ণবোৰক একোটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্রস্তুত কৰা। লগতে এইবোৰৰ সমমিতি ৰেখাৰ সংখ্যা উল্লেখ কৰা।

উত্তৰঃ 

ইংৰাজী বৰ্ণমালাসমমিতি ৰেখাৰ সংখ্যা
A1 ডাল
B1 ডাল
C1 ডাল
D1 ডাল
E1 ডাল
H2 ডাল
I1 ডাল
K1 ডাল
M1 ডাল
Oঅসংখ্য
U1 ডাল
V1 ডাল
W1 ডাল
X2 ডাল

প্রশ্ন 6. সম্ভৱ হ’লে এটা ত্ৰিভুজ আঁকা যাৰ-

(a) সমমিতি ৰেখাৰ সংখ্যা এডাল।

উত্তৰঃ 

(b) সমমিতি ৰেখাৰ সংখ্যা দুডাল।

উত্তৰঃ অসম্ভৱ।

(c) সমমিতি ৰেখাৰ সংখ্যা দুডাল।

উত্তৰঃ 

(d) যাৰ এডালো সমমিতি ৰেখা নাই।

উত্তৰঃ 

প্রশ্ন 7. লেখা কাগজত-

(a) এটা ত্ৰিভুজ আঁকা যাৰ আনুভূমিকভাৱে থকা সমমিতি ৰেখা এডাল আছে।

উত্তৰঃ নিজে কৰা।

(b) এটা ত্ৰিভুজ আঁকা যাৰ উলম্বভাৱে থকা সমমিতি ৰেখা এডাল আছে।

উত্তৰঃ নিজে কৰা।

(c) এটা চতুৰ্ভুজ আঁকা যাৰ এডাল আনুভূমিকভাৱে থকা সমমিতি ৰেখা আছে। কিন্তু উলম্বভাৱে

সমমিতি ৰেখা নাই।

উত্তৰঃ নিজে কৰা।

(d) এটা চতুৰ্ভুজ আঁকা যাৰ এডাল উলম্বভাৱে থকা সমমিতি ৰেখা আছে। কিন্তু আনুভূমিকভাৱে সমমিতি ৰেখা নাই।

উত্তৰঃ নিজে কৰা।

(e) এটা চতুৰ্ভুজ আঁকা যাৰ উলম্ব আৰু আনুভূমিকভাৱে থকা দুডাল সমমিতি ৰেখা আছে।

উত্তৰঃ নিজে কৰা।

(f) এটা পঞ্চভুজ আঁকা যাৰ এডাল উলম্বভাৱে থকা সমমিতি ৰেখা আছে।

উত্তৰঃ নিজে কৰা।

(g) এটা ষড়ভুজ আঁকা যাৰ এডাল উলম্বভাৱে থকা সমমিতি ৰেখা আছে।

উত্তৰঃ নিজে কৰা।

প্রশ্ন ৪. কাষৰ চিত্ৰত কাগজ এখিলাৰ সমমিত চিত্ৰ এটাৰ এটা অংশ দেখুওৱা হৈছে। কাগজৰ ভাঁজটোক অক্ষ হিচাপে লৈ চিত্ৰটো সম্পূৰ্ণ কৰা।

উত্তৰঃ 

নিজে কৰাঃ

প্ৰশ্ন 1. কাষৰ লেখ কাগজত কেইটামান চিত্ৰ দিয়া আছে। এইবোৰ প্ৰতিটোৰে নক্সা আঁকি প্ৰদত্ত উলম্ব ৰেখা, আনুভূমিক ৰেখা আৰু উভয় ৰেখা সাপেক্ষে সমমিত হোৱাকৈ চিত্ৰটো সম্পূৰ্ণ কৰা।

উত্তৰঃ

প্ৰশ্ন 2. তলৰ লেখ কাগজত চিত্ৰ এটা দিয়া আছে। চিত্ৰটোৰ পৰা-

(i) XY (প্রয়োজন হ’লে স্কেলৰ সহায়ত)ৰ পৰা বিভিন্ন বিন্দুৰ দূৰত্ব উলিওৱা এইবোৰৰ মাজত কিবা পাৰস্পৰিক সম্বন্ধ আছেনে কোৱা।

উত্তৰঃ XY সাপেক্ষে

EE’ = 4 একক

FF’ = 4 একক

DD’ = 3.5 একক

AA = 16 একক

BB’ = 8 একক

CC’ = 8 একক

(ii) চিত্ৰটোত গঠন কৰা বিভিন্ন ৰেখাখণ্ডবোৰৰ দীর্ঘ উলিওৱা। দীর্ঘ সমূহৰ পাৰস্পৰিক সম্পৰ্ক থাকিলে উল্লেখ কৰা।

উত্তৰঃ EF = 16 একক

BC = 8 একক

AD = 4.5 একক

A’D’ = 4.5 একক

B’C’ = 8 একক

E’F’ = 16 একক

(iii) চিত্ৰটোত গঠন কৰা ওচৰা-ওচৰি খণ্ডবোৰৰ মধ্যৱর্তী কোণবোৰ কোণমান যন্ত্ৰৰ সহায়ত জুখি উলিওৱা। কোণসমূহৰ পাৰস্পৰিক সম্পৰ্ক থাকিলে উল্লেখ কৰা।

উত্তৰঃ 

∠ABC = 900º∠B’A’C’=90°
∠ACE=53º∠A’C’E’=53°
∠ACB=45°∠A’C’B’=45°
∠CEF=10°∠C’E’F’=10°
∠BFE=10°∠B’F’E’=10°
∠FDE = 160°∠F’D’E’ 160°
∠BDC = 160°∠B’D’C’=160°
∠BDE = 17°∠B’D’E’=17°
∠BCA = 55°∠B’C’A’=55°
∠CBA = 55°∠C’B’A’=55º
∠FDC = 17°∠F’D’C’=17°

(iii) চিত্ৰটোৰ ওচৰা-ওচৰি ৰেখাখণ্ডবোৰৰ মধ্যৱৰ্ত্তী কোণবোৰ জুখি পোৱা গ’ল – BDC; B’D’C’; EDF; E’D’F; ABC; A’B’C’; ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180°;

বিপ্রতীপ কোঁবোৰৰ মাপ সমান।

একান্তৰ কোণবোৰ সমান।

(iii) চিত্ৰটোত সমমিত হয়। ইয়াৰ সমমিত ৰেখা হ’ল XY আৰু AA’

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top