SEBA Class 6 Maths Chapter 10 অখণ্ড সংখ্যা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Maths Chapter 10 অখণ্ড সংখ্যা Question Answer Assamese Medium and select need one. Class 6 Maths Textbook Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Class 6 Mathematics Textbook Solutions.
SEBA Class 6 Maths Chapter 10 অখণ্ড সংখ্যা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Maths Chapter 10 অখণ্ড সংখ্যা Notes are part of All Subject Solutions. Here we have given SEBA Class 6 Maths Solutions Assamese Medium for All Chapters, You can practice these here.
অখণ্ড সংখ্যা
Chapter: 10
| কৰি চাওঁ আহা 10.1 |
1. ‘আদৰণি দবাটো’ৰ নাম দবা 0। কিয় ‘0’ হয় ক’ব পাৰিবানে?
উত্তৰঃ কাৰণ এইটো আদৰণি দবা।
2. আদৰণি দবাৰ পৰা দুটা দবা সোঁফালে যোৱাটো তুমি কেনেদৰে প্রকাশ কৰিবা?
উত্তৰঃ +2, ‘+’ চিহ্নটোৱে ধনাত্মক দিশ সূচিত কৰে আৰু 0 দবাৰ সোঁফালে যোৱাটো সূচাইছে।
3. আদৰণি দবাৰ পৰা 5টা দবা বাওঁফালে যোৱাটো তুমি কেনেদৰে প্রকাশ কৰিবা?
উত্তৰঃ -5, ‘-‘ চিহ্নটোৱে ঋণাত্মক দিশ সূচিত কৰে আৰু 0 দবাৰ বাঁওফালে যোবাটো সূচাইছে।
| কৰি চাওঁ আহা 10.2 |
1. যদি সীমা +3 দবাত থাকে আৰু বিশেষ চকা লগোৱা চকীত -2 টিপে, তেন্তে তেওঁ কোনটো দবাত উপনীত হ’ব? দবা স্থানান্তৰিত হোৱাটো গাণিতিকভাৱে প্রকাশ কৰা।
উত্তৰঃ সীমাই R1 দবাত।
আৰম্ভণি দবা + পাৰ হৈ অহা দবা = পাবলগীয়া দবা
(3) + (- 2) = + 1
অর্থাৎ, দবা + 1 বা R1
2. তলত দিয়াবোৰৰ মান নির্ণয় কৰা-
(সেইবোৰ ভাবোঁতে তুমি যাদুকৰী ৰেলগাড়ীখনক প্ৰসংগ হিচাপে ল’ব পাৰাঃ আৰম্ভণি দবা + পাৰ হৈ যোৱা দবা = পাবলগীয়া দবা)
(a) (+2) + (+1) = ……….
উত্তৰঃ (+2) + (+1) = + 3
(b) (-3) + (+1) = ……….
উত্তৰঃ (-3) + (+1) = -2
(c) (+3) + (-4) = ……….
উত্তৰঃ (+3) + (-4) = -1
(d) (-2) + (-2) = ……….
উত্তৰঃ (-2) + (-2) = -4
(e) 0 + (+3) = ……….
উত্তৰঃ 0 + (+3) = +3
(f) 0 + (-3) = ……….
উত্তৰঃ 0 + (-3) = -3
3. বিভিন্ন দবাৰ পৰা – 4 দবাত উপনীত হ’বলৈ কিছুমান সংযুক্ত বুটাম টিপাৰ কৌশল প্রকাশ কৰা।
উত্তৰঃ 0 দবাৰ পৰা আৰম্ভ কৰি
(0 + -4) = -4
4. তলত দিয়াবোৰৰ মান নির্ণয় কৰা-
(পাবলগীয়া দবাটো উলিয়াবলৈ একত্রিতভাৱে বুটাম টিপাৰ পদ্ধতিটোৰ কথা ভাবিবা।)
(a) (+1) + (+4) + (-2) = ……………
উত্তৰঃ (+1) + (+4) + (-2) = + 3
(b) (+4) + (-3) + (+1) = ……………
উত্তৰঃ (+4) + (-3) + (+1) = +2
(c) (-1) + (+2) + (-3) = ……………
উত্তৰঃ (-1) + (+2) + (-3) = -2
| কৰি চাওঁ আহা 10.3 |
1. তলত দিয়া সংখ্যাবোৰৰ যোগাত্মক বিপৰীতটো লিখা:
-3, +1, -5, 0, +2
উত্তৰঃ -3 ৰ যোগাত্মক বিপৰীত +3
+1 ৰ যোগাত্মক বিপৰীত -1
-5 ৰ যোগাত্মক বিপৰীত +5
0 ৰ যোগাত্মক বিপৰীত 0
+2 ৰ যোগাত্মক বিপৰীত -2
2. প্রদত্ত সংখ্যাবোৰক সিহঁতৰ যোগাত্মক বিপৰীতৰ সৈতে মিলোৱা-
| স্তম্ভ-Ⅰ | স্তম্ভ-Ⅰl |
| 3 | -8 |
| -4 | 6 |
| -6 | -3 |
| 8 | 7 |
| -7 | 4 |
উত্তৰঃ
| স্তম্ভ-Ⅰ | স্তম্ভ-Ⅰl |
| 3 | -3 |
| -4 | 4 |
| -6 | 6 |
| 8 | -8 |
| -7 | 7 |
| কৰি চাওঁ আহা 10.4 |
1. যদি পাবলগীয়া দবা 1 আৰু আৰম্ভণী দবা +3 হয়, তেন্তে তুমি কি বুটাম টিপিবা? ইয়াক গাণিতিকভাৱে প্ৰকাশ কৰা।
উত্তৰঃ ‘-4′ বুটাম টিপিলে বাঁওফালে গৈ -1 বা L1 ত উপনীত হ’ব।
2. যাদুকৰী ৰেলৰ লগত সংগতি ৰাখি তলৰ বিলাক সম্পূৰ্ণ কৰাঃ
(a) (+2) – (+3) = ………….
উত্তৰঃ (+2) – (+3) = -1
(b) (0) – (+1) = ………….
উত্তৰঃ (0) – (+1) = -1
(c) (+3) – (-1) = ………….
উত্তৰঃ (+3) – (-1) = +4
(d) (-1) – (-2) = ………….
উত্তৰঃ (-1) – (-2) = +1
(e) (0) – (-3) = ………….
উত্তৰঃ (0) – (-3) = +3
(f) (+4) – (-4) = ………….
উত্তৰঃ (+4) – (-4) = +8
| কৰি চাওঁ আহা 10.5 |
1. তলৰ গাণিতিক ৰাশিবোৰ সম্পূৰ্ণ কৰা:
(a) …….. + (-50) = +200
উত্তৰঃ 250 + (-50) = +200
(b) (+50) + …….. = -200
উত্তৰঃ (+50) + (-250) = -200
(c) (-60) + …….. = +200
উত্তৰঃ (-60) + (260) = +200
(d) (-60) + ……… = -200
উত্তৰঃ (-60) + (-140) = -200
(e) (-200) – (-50) = ………
উত্তৰঃ (-200) – (-50) = -150
(f) (+200) – (+50) = ………….
উত্তৰঃ (+200) – (+50) = +150
(g) (-200) – (+60) = ………..
উত্তৰঃ (-200) – (+60) = -260
(h) (-200) – (-60) = …………
উত্তৰঃ (-200) – (-60) = -140
| কৰি চাওঁ আহা 10.6 |
1. -3 আৰু 1ৰ মাজৰ অখণ্ড সংখ্যাটো-
(a) -4
(b) -1
(c) 2
(d) 3
উত্তৰঃ (b) -1
2. তলৰ কোনটো -6 তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা?
(a) -7
(b) -9
(c) 0
(d) -10
উত্তৰঃ (c) 0
3. তলৰ অখণ্ড সংখ্যাসমূহ উর্দ্ধক্রমত সজোৱা-
(i) -1, 6, 0, 3, -3, -2, -7, 5
উত্তৰঃ উর্দ্ধক্রম: -7, -3, -2, -1 0, 3, 5, 6
(ii) -20, -30, -10, 0, 10, 30, 20
উত্তৰঃ উর্দ্ধক্রম: -30, -20, -10, 0, 10, 20, 30
4. তলত দিয়া সংখ্যা দুটাৰ মাজৰ সকলোবোৰ অখণ্ড সংখ্যা লিখা-
(i) 0 আৰু 6
উত্তৰঃ 1, 2, 3, 4, 5
(ii) -6 আৰু 6
উত্তৰঃ -5, -4, -3.-2.-1. 0, 1, 2, 3, 4, 5
5. -7 আৰু 2ৰ মাজৰ অখণ্ড সংখ্যাসমূহ উর্দ্ধক্ৰমত লিখা। সেইবিলাকৰ ভিতৰৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা।
উত্তৰঃ -6, -5, -4, -3, -2, -1, 0, 1
6. -12 তকৈ ডাঙৰ 5 টা ঋণাত্মক অখণ্ড সংখ্যা লিখা।
উত্তৰঃ -11, -10, -9, -8, -7
7. সংখ্যাৰেখা ব্যৱহাৰ কৰি তলৰবোৰৰ উত্তৰ লিখাঃ
(i) -3 ৰ বাওঁফালে নিচেই কাষতে থকা আৰু -3ৰ সোঁফালে নিচেই কাষতে থকা অখণ্ড সংখ্যা দুটা লিখা।
উত্তৰঃ -3 ৰ ঠিক বাঁওফালে থকা অখণ্ড সংখ্যা দুটা হ’ল- -4 আৰু -5
-3 ৰ ঠিক সোঁফালে থকা অখণ্ড সংখ্যা দুটা হ’ল- -2 আৰু -1
(ii) -2ৰ সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো লিখা।
উত্তৰঃ -2ৰ সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো হ’ল 3।
(iii)-3ৰ পৰা দুয়োফালে 3 একক দূৰত্বত থকা দুটা অখণ্ড সংখ্যা লিখা।
উত্তৰঃ -3 ৰ দুয়োফালে 3 একক দূৰত্বত থকা অখণ্ড সংখ্যা দুটা হ’ল -6 আৰু 0
8. তলৰ বাকচত <, > আৰু = চিন ভৰোৱা:
(i) 3 ______ -3
উত্তৰঃ 3> -3
(ii) -3 _____ 5
উত্তৰঃ -3 < 5
(iii) -2 _____ -4
উত্তৰঃ -2 > -4
(iv) -5 _____ -5
উত্তৰঃ -5 = -5
(v) -109 _____ 1
উত্তৰঃ -109 < 1
(vi) -8 _____ -4
উত্তৰঃ -8 < -4
| কৰি চাওঁ আহা 10.7 |
1. (সংখ্যাৰেখা ব্যৱহাৰ কৰি) -4 আৰু +4 ৰ মাজৰ সকলোবোৰ সংখ্যা লিখা।
উত্তৰঃ
সংখ্যাবোৰ: -3, -2, -1, 0, 1, 2, 3
2. 4> -2 হয়নে? কিয়?
উত্তৰঃ হয়। কাৰণ, 4 সংখ্যাৰেখাত -2 ৰ সোঁফালে আছে।
3. সংখ্যাৰেখা ব্যৱহাৰ কৰি গণনা কৰাঃ
(a) 7 + 0
উত্তৰঃ
(b) -2 + 4
উত্তৰঃ
(c) -3 -7
উত্তৰঃ
(d) -5 – (-3)
উত্তৰঃ
(e) 5 – (-5)
উত্তৰঃ
(f) 230 – 100
(g) 230 – (-100)
(h) 230+ (-100)
(i) (-230) – (-100)
উত্তৰঃ নিজে চেষ্টা কৰা।
4. সংখ্যাৰেখা ব্যৱহাৰ কৰি তলত দিয়াবোৰ উলিওৱা-
(i) অখণ্ড সংখ্যা, যিটো 5তকৈ 5 বেছি।
উত্তৰঃ 0
(ii) অখণ্ড সংখ্যা, যিটো-7তকৈ 2 বেছি।
উত্তৰঃ -5
5. খালী ঠাই পূৰ কৰা:
(i) (-8) + _____ = 0
উত্তৰঃ 8
(ii) -15 – _____ = 0
উত্তৰঃ -15
(iii) 15 – (-15) = _____
উত্তৰঃ 30
(iv) _____ – (-8) = -12
উত্তৰঃ -20
6. খালী ঠাইবোৰ >, < বা = চিনেৰে পূৰ কৰা:
(i) (-9) + (-7) _____ (-7) + (-9)
উত্তৰঃ (-9) + (-7) = (-7) + (-9)
(ii) (-11) -9 _____ (-9) + 11
উত্তৰঃ (-11) -9 < (-9) + 11
(iii) 40 + (-30) _____ (-20) + (-10)
উত্তৰঃ 40 + (-30) > (-20) + (-10)
(iv) (-15) – (-8) _____ 15 – 8
উত্তৰঃ (-15) – (-8) < 15 – 8
7. সংখ্যাৰেখা ব্যৱহাৰ কৰি নিম্নলিখিতবোৰ বিয়োগ কৰা।
(i) -5ৰ পৰা -2 বিয়োগ কৰা।
উত্তৰঃ -5 – (-2) = -5 + 2 + -3
(ii) -3ৰ পৰা 3 বিয়োগ কৰা।
উত্তৰঃ -3 – (3) = -3 – 3 = -6
(iii) -4ৰ পৰা 4 বিয়োগ কৰা।
উত্তৰঃ -4 – (-4) = -4 + 4 + 0
8. তলত দিয়াবোৰ বিয়োগ কৰা:
(i) -120ৰ পৰা 142 বিয়োগ কৰা।
উত্তৰঃ -120 – (142) = -262
(ii) -250ৰ পৰা -150 বিয়োগ কৰা।
উত্তৰঃ -250 – (-150) = -250 + 150 = -100
(iii) -5080ৰ পৰা 4000 বিয়োগ কৰা।
উত্তৰঃ -5080 – (4000) = -5080 – 4000 = -9080
(iv) -10000ৰ পৰা 3000 বিয়োগ কৰা।
উত্তৰঃ -10000 – (3000) = -10000 – 3000 = -13000
9. যোগফল 0 পাবলৈ -32ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিব লাগিব?
উত্তৰঃ 0 – (-32) = 32
10. দুটা অখণ্ড সংখ্যাৰ যোগফল -410। ইয়াৰে এটা 180। আনটো নিৰ্ণয় কৰা।
উত্তৰঃ -410 – (180) = -410 – 180 = -590
11. 0 পার্থক্য পাবলৈ -80 ৰ পৰা কি বিয়োগ কৰিব লাগিব?
উত্তৰঃ -80 – (-0) = -80 + 0 = -80
| কৰি চাওঁ আহা 10.8 |
1. তলত দিয়াবোৰ সৰল কৰা:
(i) -97 + (-18) – 47 + 57
উত্তৰঃ -97 + (-18) – 47 + 57
= – 97 – 18 – 47 + 57
= – (97 + 18 + 47) + 57
= -162 + 57
= -105
(ii) -26 – (-48) – 50 – (-20) – 10
উত্তৰঃ -26 – (-48) – 50 – (-20) – 10
= -26 + 48 – 50 + 20 – 10
= -26 – 50 – 10 + 48 + 20
= – (26 + 50 + 10) + 68
= – 86 + 68 = -18
(iii) 50 – 18 – (-12) + (-12)
উত্তৰঃ 50 – 18 – (-12) + (-12)
= 50 – 18 + 12 – 12
= 50 – 18 = 32
| কৰি চাওঁ আহা 10.9 |
1. প্রতীকী ব্যৱহাৰ কৰি যোগ কৰা:
(a) (+5) + (+2)
উত্তৰঃ (+5) + (+2)
(b) (-4) + (-2)
উত্তৰঃ (-4) + (-2)
(c) (+4) + (- 5)
উত্তৰঃ
(d) (- 3) + (+6)
উত্তৰঃ
2. তলৰ চিত্রত দেখুওৱা যোগফলসমূহ গাণিতিক ভাৱে প্রকাশ কৰা।
(a)
উত্তৰঃ 5 + (-7) = 5 – 7 = -2
(b)
উত্তৰঃ 5 + (-2) = 5 – 2 = 3
| কৰি চাওঁ আহা 10.10 |
1. -4 – (+4) উলিয়াবলৈ তোমাক কিমান যোৰ লাগিব?
উত্তৰঃ চাৰিটা শূন্য যোৰ লাগিব।
2. প্রতীকী ব্যৱহাৰ কৰি নিম্নলিখিতবোৰ নিৰ্ণয় কৰাঃ
(a) (-6) – (+10)
উত্তৰঃ (-6) – (+10) = -6 – 10 = -16
(b) (+5) – (-6)
উত্তৰঃ (+5) – (-6) = 5 + 6 = 11
(c) (-7) – (+9)
উত্তৰঃ (-7) – (+9) = -7 – 9 = -16
(d) (-8) – (+10)
উত্তৰঃ (-8) – (+10) = -8 – 10 = -18
(e) (-8) – (-9)
উত্তৰঃ (-8) – (-9) = -8 + 9 = 1
(f) (-3) – (+8)
উত্তৰঃ (-3) – (+8) = -3 – 8 = -12
| কৰি চাওঁ আহা 10.11 |
1. এটা পৰ্বতৰ শিখৰ সমুদ্রপৃষ্ঠৰ পৰা 2120 ফুট উচ্চতাত আছে। এটা উপত্যকাৰ তলৰ অংশ সমুদ্রপৃষ্ঠৰ পৰা 840 ফুট তলত আছে। পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব কিমান?
উত্তৰঃ পৰ্বতৰ শিখৰ সমূদ্রপৃষ্ঠৰ পৰা উচ্চতা = 2120 ফুট
উপত্যকাৰ পৰা সমুদ্রপৃষ্ঠৰ দূৰত্ব = 840 ফুট
পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব = (2120 + 840) ফুট
= 2960 ফুট
2. নিশা 8 বজাত এখন চহৰৰ উষ্ণতা 4⁰ ছেলছিয়াছ আছিল। 5 ঘণ্টাৰ পিছত উষ্ণতা 6⁰ ছেলছিয়াছ হ্রাস পালে। ৰাতিপুৱা 1টাত ত উষ্ণতা কিমান আছিল?
উত্তৰঃ নিশা 8 বজাত এখন চহৰৰ উষ্ণতা = 4⁰ ছেলছিয়াছ
5 ঘন্টাৰ পিছত উষ্ণতা হ্রাস পায় ছেলছিয়াছ = 6⁰ ছেলছিয়াছ
∴ ৰাতিপুৱা 1 বজাত উষ্ণতা হ’ব = (4⁰ – 6⁰) = – 2⁰ C
| কৰি চাওঁ আহা 10.12 |
1. তলৰ যাদুবৰ্গ বিলাকত ওপৰৰ খেলটো খেলা:
উত্তৰঃ
বৃত্তৰে ঘেৰি থোৱা সংখ্যাবোৰ যোগ কৰি পাওঁ 6 + 0 + 3 – 1 = 8
উত্তৰঃ
বৃত্তৰে ঘেৰি থোৱা সংখ্যাবোৰ যোগ কৰি পাওঁ -7 – 5 + 5 + 3 = -4

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


