SEBA Class 6 Maths Chapter 7 ভগ্নাংশ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Maths Chapter 7 ভগ্নাংশ Question Answer Assamese Medium and select need one. Class 6 Maths Textbook Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Class 6 Mathematics Textbook Solutions.
SEBA Class 6 Maths Chapter 7 ভগ্নাংশ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Maths Chapter 7 ভগ্নাংশ Notes are part of All Subject Solutions. Here we have given SEBA Class 6 Maths Solutions Assamese Medium for All Chapters, You can practice these here.
ভগ্নাংশ
Chapter: 7
| কৰি চাওঁ আহা 7.1 |
1. চিত্রত দেখুওৱাৰ দৰে কেক্ টোক 8 টা ভাগত ভাগ কৰা হ’ল। প্রত্যেকটো ভাগেই কেকটোৰ সমান অংশক সূচাব নে? কিয় হয় বা কিয় নহয় ব্যাখ্যা কৰা।
উত্তৰঃ মুঠ 8 টা ভাগেই সমান হ’ব। প্রতিটো ভাগৰ পৰিমাণ হ’ব ⅛ ।
2.
উক্ত কেককেইটাৰ প্রত্যেককে সমানে 8 ভাগত ভাগ কৰাকৈ বিভিন্ন যথাসম্ভৱ চিত্র অংকন কৰিবলৈ চেষ্টা কৰা।
উত্তৰঃ
তোমালোকে নিজে চেষ্টা কৰা।
| কৰি চাওঁ আহা 7.2 |
1. একক ভগ্নাংশ ব্যৱহাৰ কৰি কুঁহিয়াৰৰ উপযুক্ত খালী পৰিমাপৰোৰক পূৰ কৰা।
উত্তৰঃ
¾ ভগ্নাংশটোক চাৰি ভাগৰ তিনি ভাগ বুলি পঢ়া হয়। ইয়াক সহজতে ¼ ৰ 3 গুণ বুলি পঢ়িব পাৰি। ইয়াৰ দ্বাৰা ভগ্নাংশটোত থকা একক ভগ্নাংশটো আৰু তেনেকুৱা কিমানটা একক ভগ্নাংশ আছে গম পোৱা যায়। ইয়াত একক ভগ্নাংশটো হৈছে ¼ আৰু তেনেকুৱা 3টা একক ভগ্নাংশ আছে। পূৰ্বৰ শ্ৰেণীত আমি পাইছিলোঁ যে, ভগ্নাংশ এটাৰ ওপৰত থকা সংখ্যাটো হৈছে লব আৰু তলত থকা সংখ্যাটো হৈছে হৰ।
| কৰি চাওঁ আহা 7.3 |
1. 7/9, 3/8,11/15 আৰু 4/13 ভগ্নাংশকেইটাৰ লব আৰু হৰ বিচাৰি উলিওৱা।
উত্তৰঃ 7/9 ৰ লব 7, হৰ 9
3/8 ৰ লব 3, হৰ 8
11/15 ৰ লব 11, হৰ 15
4/13 ৰ লব 4, হৰ 11।
2. ওপৰৰ ভগ্নাংশকেইটাক একক ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা।
উত্তৰঃ 7/9 = 1/9 ৰ 7 গুণ
3/8 = 1/8 ৰ 3 গুণ
11/15 = 1/15 ৰ 11 গুণ
4/13 = 1/13 ৰ 4 গুণ
| কৰি চাওঁ আহা 7.4 |
1. খালী বাকচবোৰ উপযুক্ত ভগ্নাংশৰে পূৰ কৰা।
2. ধৰাহওক, এডাল সংখ্যাৰেখাত এক এককক 9 টা সমান ভাগত ভাগ কৰা হ’ল। ইয়াৰ পৰা যথাসম্ভৱ বিভিন্ন ভগ্নাংশ বিচাৰি উলিওৱা আৰু সেইবোৰক দাগ দিয়া।
| কৰি চাওঁ আহা 7.5 |
1. কেইটামান প্রকৃত আৰু অপ্রকৃত ভগ্নাংশ লিখা।
উত্তৰঃ প্রকৃত ভগ্নাংশ 3/5, 5/7, 7/9, 11/12
অপ্রকৃত ভগ্নাংশ 5/3, 7/2, 9/4, 10/3, 15/7
| কৰি চাওঁ আহা 7.6 |
1. তলত দিয়া অপ্রকৃত ভগ্নাংশকেইটাৰ পৰা পূৰ্ণ একককেইটা বাছি উলিওৱা।
(a) 10/3
উত্তৰঃ
(b) 13/4
উত্তৰঃ
(c) 17/5
উত্তৰঃ
(d) 12/7
উত্তৰঃ
(e) 14/11
উত্তৰঃ
2. তলৰ ভগ্নাংশবোৰক মিশ্র ভগ্নাংশৰূপে প্রকাশ কৰা:
(a) 11/5
উত্তৰঃ
(b) 19/7
উত্তৰঃ
(c) 46/11
উত্তৰঃ
(d) 14/13
উত্তৰঃ
| কৰি চাওঁ আহা 7.7 |
1. তলৰ মিশ্র ভগ্নাংশবোৰক অপ্রকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰাঃ
উত্তৰঃ
| কৰি চাওঁ আহা 7.8 |
1. তলৰ ভগ্নাংশকেইটাক তুলনা কৰা।
(i) 7/6,3/6
উত্তৰঃ 7/6, 3/6
7 > 3
∴ 7/6 > 3/6
(ii) 4/8, 5/8
উত্তৰঃ 4/8, 5/8
4 < 5
∴ 4/8 < 5/8
(iii) 2/9, 1/9
উত্তৰঃ 2/9,1/9
2 > 1
∴ 2/9 > 1/9
| কৰি চাওঁ আহা 7.9 |
1. তলৰ ভগ্নাংশৰ যোৰবোৰক তুলনা কৰা।
(i) 7/3, 5/8
উত্তৰঃ
(ii) 4/9, 7/10
উত্তৰঃ
(iii) 6/5, 8/13
উত্তৰঃ
(iv)
উত্তৰঃ
2. তলৰ ভগ্নংশবোৰক ঊর্ধ্বক্ৰমত সজোৱা।
উত্তৰঃ
উত্তৰঃ
3. তলৰ ভগ্নংশবোৰক অধঃক্রমত সজোৱা।
উত্তৰঃ
উত্তৰঃ
| কৰি চাওঁ আহা 7.10 |
1. 1/2, 3/6 আৰু 6/12 ভগ্নাংশকেইটাক বৃত্তৰ সহায়ত উপস্থাপন কৰা।
উত্তৰঃ
2. 1/2, 3/6 আৰু 6/12 ভগ্নাংশবোৰে সমান অংশক বুজাইছে নে?
উত্তৰঃ
∴ 1/2, 3/6, 6/12 ভগ্নাংশবোৰে সমান অংশক বুজাইছে।
3. 1/2, 3/6 আৰু 6/12 ভগ্নাংশবোৰ সমতুল্য নে?
উত্তৰঃ
4. 2/6, 4/12 আৰু 8/24 ভগ্নাংশবোৰ সমতুল্য নে?
উত্তৰঃ
5. 3/4 ৰ তিনিটা সমতুল্য ভগ্নাংশ লিখা।
উত্তৰঃ
| কৰি চাওঁ আহা 7.11 |
1. তলৰ ভগ্নাংশবোৰৰ তিনিটাকৈ সমতুল্য ভগ্নাংশ বিচাৰি উলিওৱা:
(i) 3/5
উত্তৰঃ
(ii) 7/9
উত্তৰঃ
(iii) 4/7
উত্তৰঃ
(iv) 5/8
উত্তৰঃ
| কৰি চাওঁ আহা 7.12 |
1. তলৰ ভগ্নাংশকেইটাক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা-
(i) 45/60
উত্তৰঃ
[45 আৰু 60 ৰ সাধাৰণ উৎপাদক 15]
(ii) 90/150
উত্তৰঃ
[90 আৰু 150 ৰ সাধাৰণ উৎপাদক 30]
(iii) 48/72
উত্তৰঃ
[48 আৰু 72 ৰ সাধাৰণ উৎপাদক 24]
(iv) 32/80
উত্তৰঃ
[32 আৰু 80 ৰ সাধাৰণ উৎপাদক 16]
(v) 120/465
উত্তৰঃ
[120 আৰু 465 ৰ সাধাৰণ উৎপাদক 15]
| কৰি চাওঁ আহা 7.13 |
1. তলৰ চিত্ৰকেইটাৰ লগত জড়িত উপযুক্ত ভগ্নাংশটো নিৰ্ণয় কৰা-
| কৰি চাওঁ আহা 7.14 |
1. মান নির্ণয় কৰা।
(i) 3/4 + 1/3
উত্তৰঃ
(ii) 2/3 + 5/6
উত্তৰঃ
(iii) 2/3 + 4/5 + 3/7
উত্তৰঃ
(iv) 9/2 + 5/3 + 7/6
উত্তৰঃ
(ⅴ) 1/7 + 1/7 + 3/7
উত্তৰঃ
(vi) 3/3 + 4/3 + 7/10
উত্তৰঃ
| কৰি চাওঁ আহা 7.15 |
1. মান নির্ণয় কৰা।
(i) 7/10 – 4/10
উত্তৰঃ
(ii) 6/11 – 3/11
উত্তৰঃ
(iii) 11/13 – 5/13
উত্তৰঃ
(iv) 5/17 – 2/17
উত্তৰঃ
(v) 9/22 – 2/22
উত্তৰঃ
| কৰি চাওঁ আহা 7.16 |
1. মান নির্ণয় কৰা।
(i) 2/5 – 3/15
উত্তৰঃ
(ii) 5/6 – 4/9
উত্তৰঃ
(iii) 10/3 – 13/4
উত্তৰঃ
(iv) 2/5 – 3/11
উত্তৰঃ
(v) 7/8 – 3/5
উত্তৰঃ
(vi) 11/20 – 1/6
উত্তৰঃ

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

