SEBA Class 6 Maths Chapter 6 পৰিসীমা আৰু কালি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Maths Chapter 6 পৰিসীমা আৰু কালি Question Answer Assamese Medium and select need one. Class 6 Maths Textbook Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Class 6 Mathematics Textbook Solutions.
SEBA Class 6 Maths Chapter 6 পৰিসীমা আৰু কালি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Maths Chapter 6 পৰিসীমা আৰু কালি Notes are part of All Subject Solutions. Here we have given SEBA Class 6 Maths Solutions Assamese Medium for All Chapters, You can practice these here.
পৰিসীমা আৰু কালি
Chapter: 6
কৰি চাওঁ আহা 6.1 |
1. যদি এটা আয়তৰ দৈর্ঘ্য আৰু প্ৰন্থ ক্ৰমে 60 চেমি আৰু 20 চেমি হয়, তেন্তে আয়তটোৰ পৰিসীমা উলিওৱা।
উত্তৰঃ আয়তটোৰ দৈর্ঘ্য (L) = 60cm
আয়তটোৰ প্ৰস্থ (B) = 20cm
∴ আয়তটোৰ পৰিসীমা = 2 × (L + B)
= 2(60 + 20)m
= 2 × 80m = 160m
2. যদি আয়তাকৃতিৰ মজিয়া এখনৰ পৰিসীমা 400 মিটাৰ আৰু ইয়াৰ দৈর্ঘ্য 150 মিটাৰ হয়, তেন্তে মজিয়াখনৰ প্ৰন্থ নিৰ্ণয় কৰা।
উত্তৰঃ আয়তাকাৰ মজিয়া এখনৰ পৰিসীমা = 400 মিটাৰ
মজিয়াখনৰ দৈর্ঘ্য = 150 m
মজিয়াখনৰ প্ৰস্থ = ?
∴ 400 = 2 × (150 + B)
⇒400 = 300 + 2B
⇒ 2B(প্ৰস্থ) = 400 – 300
= 100
∴ B (প্ৰস্থ) = 100/2 = 50m
3. এখন আয়তাকৃতিৰ উদ্যানৰ দীঘ 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ। ইয়াৰ চাৰিওকাষে বেৰ দিলে, প্রতি মিটাৰত 20 টকা হাৰত কিমান খৰচ হ’ব?
উত্তৰঃ আয়তাকাৰ উদ্যানখনৰ দৈর্ঘ্য = 200m
আয়তাকাৰ উদ্যানখনৰ প্ৰন্থ = 150m
∴ পৰিসীমা = 2 × (L + B)
= 2(200 + 150)m
= 2 × 350m = 700m
4. খালী ঠাই পূৰ কৰা:
(i) এটা বৰ্গৰ পৰিসীমা = 16 চেমি, বৰ্গটোৰ এটা বাহুৰ দৈর্ঘ্য =
উত্তৰঃ 4 cm.
(ii) এটা আয়তৰ পৰিসীমা = 18 চেমি, আয়তটোৰ প্ৰন্থ = 3 চেমি, দৈর্ঘ্য =
উত্তৰঃ 6cm.
(iii) এটা ত্রিভুজৰ তিনিটা বাহু ক্রমে ও চেমি, 4 চেমি আৰু 5 চেমি, ত্রিভুজটোৰ পৰিসীমা =
উত্তৰঃ 12cm.
5. এটা ত্রিভুজৰ দুটা বাহুৰ দৈর্ঘ্য ক্ৰমে 21 চেমি আৰু 15 চেমি আৰু ত্রিভুজটোৰ পৰিসীমা 47 চেমি হ’লে, ত্রিভুজটোৰ তৃতীয় বাহুটোৰ দৈর্ঘ্য কিমান?
উত্তৰঃ এটা ত্রিভুজৰ দুটা বাহুৰ দৈর্ঘ্য ক্ৰমে 21 চে. মি. আৰু 15 চে. মি.
পৰিসীমা = 47cm
∴ তৃতীয় বাহুটোৰ দৈর্ঘ্য = [47 – (21 + 15)] cm
= 47 – 36 = 11cm
6. প্রতিটো বাহুৰ জোখ 6 চেমি হোৱাকৈ তাঁৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে। তাৰ পিছত তাঁৰডাল পোন কৰি বিভিন্ন জোখত বেঁকা কৰি একেডাল তাঁৰেৰেই আয়ত গঠন কৰা হৈছে। এই আয়তবোৰৰ সম্ভাব্য দৈর্ঘ্য আৰু প্ৰস্থ কিমান হ’ব? (অতিকমেও পাঁচটা বেলেগ বেলেগ আয়তৰ)
উত্তৰঃ l = 10cm b = 2cm
l = 9cm b = 3cm
l = 8 cm b = 4cm
l = 7cm b = 5cm
l = 11cm b = 1cm
7. প্রতি মিটাৰত 35 টকা হাৰত বর্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ হ’ল 4480 টকা। খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ নিৰ্ণয় কৰা।
উত্তৰঃ খেলপথাৰখনৰ বেৰ দিয়া খৰচ = 4480 টকা
প্রতি মিটাৰত খৰচ = 35 টকা
∴ বেৰখনৰ মুঠ দৈর্ঘ্য = 4480/35 মিটাৰ = 128 মিটাৰ
∴ বর্গাকৃতিৰ পথাৰখনৰ প্রতিটো ফালৰ জোখ = 128/4 মিটাৰ = 32 মিটাৰ
8. এখন আয়তাকৃতিৰ পথাৰৰ দৈর্ঘ্য 150 মিটাৰ আৰু প্ৰস্থ 100 মিটাৰ। এজন কৃষকে চিত্রত দেখুওৱাৰ দৰে তাঁৰেৰে চাৰিবাৰ পথাৰখন মেৰিয়াব বিচাৰিছে। ইয়াৰ বাবে প্রয়োজনীয় তাঁৰৰ মুঠ দৈর্ঘ্য কিমান?
উত্তৰঃ আয়তাকাৰ পথাৰ এখনৰ দৈর্ঘ্য = 150 মিটাৰ
আয়তাকাৰ পথাৰ এখনৰ প্ৰস্থ = 100 মিটাৰ
∴ পথাৰখনৰ পৰিসীমা = 2(দৈর্ঘ্য + প্রস্থ)
= 2(150 + 100)m = 500m
কৰি চাওঁ আহা 6.2 |
1. 9 চেমি বাহুবিশিষ্ট সমবাহু ত্রিভুজ এটাৰ পৰিসীমা নিৰ্ণয় কৰা।
উত্তৰঃ সমবাহু ত্রিভুজৰ এটা বাহু (a) = 9cm
∴ সমবাহু ত্রিভুজটোৰ পৰিসীমা = 3a = 3 × 9cm = 27cm
= 3a = 3 × 9cm = 27cm
2. 54 চেমি পৰিসীমাৰ সমবাহু ত্রিভুজ এটাৰ বাহুৰ মাপ নিৰ্ণয় কৰা।
উত্তৰঃ সমবাহু ত্রিভুজৰ পৰিসীমা 3a = 54cm
∴ সমবাহু ত্রিভুজটোৰ এটা বাহুৰ মাপ (a) = 54 ÷ 3 = 18 cm
= 54 ÷ 3 = 18 cm
3. তোমাৰ চাৰিওফালে পোৱা সুষম আকৃতিত থকা বিভিন্ন বস্তুৰ পৰিসীমা নিৰ্ণয় কৰা।
উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।
কৰি চাওঁ আহা 6.3 |
1. তলৰ চিত্ৰসমূহৰ পৰিসীমা নিৰ্ণয় কৰা।
উত্তৰঃ 10 + 4 + 6 + 4 + 6 + 4 + 10 + 4 = 48cm
উত্তৰঃ 10 + 4 + 3 + 10 + 4 + 10 + 3 + 4 = 48 cm
উত্তৰঃ 10 + 4 + 5 + 4 + 10 + 4 + 5 + 4 = 46cm
কৰি চাওঁ আহা 6.4 |
1. আয়তাকৃতিৰ বাগিচা এখনৰ কালি 600 বর্গ মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ। বাগিচাখনৰ দৈর্ঘ্য কিমান?
উত্তৰঃ আয়তাকাৰ বাগিচা এখনৰ কালি = 600 বর্গ মিটাৰ
প্রস্থ = 20m
দৈর্ঘ্য = ?
বাগিচাখনৰ কালি = দীঘ × প্রস্থ
প্রশ্নমতে (A/Q) 600 = (দীঘ × প্রস্থ)
∴ দীঘ = 600/20 = 30 মিটাৰ।
2. যদি আয়তাকৃতিৰ ব’ৰ্ড এখনৰ দৈর্ঘ্য 190 চেমি আৰু ইয়াৰ কালি 22800 বর্গ চেমি, তেন্তে ব’ৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰা।
উত্তৰঃ আয়তাকাৰ বোর্ড এখনৰ দৈর্ঘ্য = 190cm
বোর্ডখনখন কালি = 22800 বর্গ চে. মি.
প্রশ্নমতে (A/Q), 22800 =190 × প্রস্থ
∴ প্রস্থ = 22800/190 = 120cm
3. এখন মজিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল। মজিয়াখনত 3 মিটাৰ বাহুবিশিষ্ট এখন বর্গাকৃতিৰ দলিচা পৰা আছে। মজিয়াখনৰ দলিচা নথকা অংশৰ কালি নিৰ্ণয় কৰা।
উত্তৰঃ মজিয়াৰ কালি = (5 × 4) = 20 বর্গ মিটাৰ
দলিচাখনৰ কালি = (3)² বর্গ মিটাৰ = 9 বর্গ মিটাৰ
∴ মজিয়াখনৰ দলিচা নথকা অংশৰ কালি = (20-9) বর্গ মিটাৰ।
4. প্রতি বর্গ মিটাৰত 7 টকাকৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়তাকৃতিৰ বেৰ এখনত ৰং দিবলৈ মুঠ কিমান খৰচ হ’ব?
উত্তৰঃ বেৰখনৰ দৈর্ঘ্য = 200 মিটাৰ
বেৰখনৰ বহল = 5 মিটাৰ
বেৰখনৰ কালি = (200 × 5) = 1000 বর্গ মিটাৰ
∴ বেৰখনত ৰং দিয়া খৰচ = 1000 × 7 = 7000 টকা।
5. এডৰা 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মাটিত ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘৰ বৰ্গাকাৰ 5টা অংশ মাটি চহোৱা হৈছে। বাকী থকা মাটিখিনিৰ কালি কিমান?
উত্তৰঃ মাটিডৰাৰ দীঘ = 5 মিটাৰ
মাটিডৰাৰ বহল = 4 মিটাৰ
মাটিডৰাৰ কালি = (5 × 4) = 20 বর্গ মিটাৰ
1 মিটাৰ দীঘৰ বৰ্গাকাৰ 5 টা অংশৰ কালি = 5 × 1² বর্গ মিটাৰ
∴ বাকী থকা মাটিৰ কালি = (20 – 5) বর্গ মিটাৰ।
6. তলৰ আকৃতিসমূহৰ কালি নিৰ্ণয় কৰা।
উত্তৰঃ (2 × 3) + (6 × 2) + (2 × 3) sq..
= 6 + 12 + 6sq.m
= 24sq.m
উত্তৰঃ 2 ×(2 × 3) + (8 × 1) sq .m
= 2 × 6 + 8 sq.m
= 20 sq.m
7. এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান হ’লে বৰ্গটোৰ এটা বাহুৰ দৈর্ঘ্য নিৰ্ণয় কৰা।
উত্তৰঃ ধৰাহ’ল বৰ্গটোৰ এটা বাহু a একক
প্রশ্নমতে, পৰিসীমা 4a = a² কালি
∴ a = 4 একক
8. আয়তাকৃতিৰ বনাঞ্চল এখনৰ জোখ 12 কিলোমিটাৰ × 10 কিলোমিটাৰ। বনাঞ্চল ধ্বংসৰ বাবে মুঠ বনাঞ্চলৰ 3/10 অংশ কমি গৈছে।
(a) বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি কিমান আছিল?
উত্তৰঃ আয়তাকৃতি বনাঞ্চলখনৰ দৈর্ঘ্য = 12 কিলোমিটাৰ
আয়তাকৃতি বনাঞ্চলখনৰ প্ৰস্থ = 20 কিলোমিটাৰ
∴আয়তাকাৰ বনাঞ্চলৰখনৰ কালি = (12 × 10) কি. মি.
= 120 কি. মি.
বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি আছিল = 120 কি. মি.
(b) কিমান কালিৰ বনাঞ্চল ধ্বংস হৈছে?
উত্তৰঃ
(c) বনাঞ্চলৰ বাকী থকা অংশৰ কালি কিমান?
উত্তৰঃ বনাঞ্চলৰ বাকী থকা অংশৰ কালি = (120-36) কি. মি.
= (120 – 36) কি. মি
= 84 lm
9. নগৰীয় তাপ কমোৱাৰ বাবে এখন চহৰৰ উদ্যান সম্প্ৰসাৰণ কৰা হৈছে। বর্তমান 13,200 বর্গমিটাৰ বিস্তৃত উদ্যানখনৰ চাৰিসীমাৰ চাৰিওফালে 3 মিটাৰ বহল পথ সংযোজন কৰি সম্প্ৰসাৰণ কৰা হ’ব।
(a) যদি উদ্যানখন 120 মি × 110 মি জোখৰ আয়তাকৃতিৰ হয়, তেন্তে বৰ্তমান উদ্যানখনৰ পৰিসীমা কিমান?
উত্তৰঃ উদ্যানখনৰ দীঘ = 120 মিটাৰ
উদ্যানখনৰ প্ৰস্থ = 110 মিটাৰ
∴ উদ্যানখনৰ পৰিসীমা = 2(দীঘ + প্রস্থ)
= 2(120 + 110) m
= (2 × 230) = 460m
(b) পথটো সংযোজন কৰাৰ পাছত, উদ্যানখনৰ নতুন পৰিসীমা কিমান হ’ব?
উত্তৰঃ উদ্যানখনৰ নতুন দীঘ = (120 + 3 + 3) মিটাৰ = 126 মিটাৰ
উদ্যানখনৰ নতুন প্রস্থ = (110 + 3 + 3) মিটাৰ = 116 মিটাৰ
∴ নতুন পৰিসীমা হ’ব = 2(126 + 116) মিটাৰ
= 2 × 242 মিটাৰ = 484 মিটাৰ।
(c) পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি নিৰ্ণয় কৰা।
উত্তৰঃ উদ্যানখনৰ নতুন কালি = 125 × 116 বর্গ মিটাৰ
= 14616 বৰ্গ মিটাৰ।
10. এখন বিদ্যালয়ে 30 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল আয়তাকৃতিৰ চালত সৌৰ ফলক স্থাপন কৰিবলৈ বিচাৰিছে। প্ৰতিটো সৌৰ ফলকৰ কালি 2 বর্গ মিটাৰ।
(a) ঘৰৰ চালখনৰ কালি কিমান?
উত্তৰঃ চালখনৰ দীঘ = 30 মিটাৰ
চালখনৰ প্ৰস্থ = 12 মিটাৰ
∴ চালখনৰ কালি = (30 × 12) মিটাৰ
= 360 বর্গ মিটাৰ।
(b) কোনো খালী ঠাই নোৰোৱাকৈ চালখনত কিমানটা সৌৰ ফলক বহুৱাব পৰা যাব?
উত্তৰঃ সৌৰফলকৰ কালি = 2 বর্গ মিটাৰ
কোনো খালী ঠাই নোৰোৱাকৈ চালখনত ফলক বহুৱাব পৰা যাব (360 ÷ 2) = 180টা।
(c) যদি প্ৰতিটো সৌৰ ফলকে বছৰি 50 কিলোগ্রাম কার্বন নির্গমন হ্রাস কৰে, তেন্তে এবছৰত সকলো ফলকে কিমান কাৰ্বন নির্গমন হ্রাস কৰিব?
উত্তৰঃ প্রতিটো সৌৰ ফলকে বছৰি কাৰ্বন নির্গমন হ্রাস কৰে = 50 কি. গ্রাম
180 টা সৌৰ ফলকে বছৰি কার্বন নির্গমন হ্রাস কৰে = 50 × 180 কি. গ্রাম।
কৰি চাওঁ আহা 6.5 |
1. সৰলৰৈখিক একক আৰু কোণীয়াকৈ এককলৈ তলৰ চিত্ৰবোৰৰ পৰিসীমা উলিওৱা।
উত্তৰঃ প্রথম চিত্রটোত
সৰলৰৈখিকভাৱে 24 একক
কোণীয়াকৈ 4 একক
দ্বিতীয় চিত্রটোত
সৰলৰৈখিকভাৱে 14 একক
কোণীয়াকৈ 4 একক
তৃতীয় চিত্রটোত
সৰলৰৈখিকভাৱে 20 একক
চতুর্ত চিত্রটোত
সৰলৰৈখিকভাৱে 26 একক
কৰি চাওঁ আহা 6.6 |
উত্তৰঃ A চিত্ৰৰ কালি
= 1/2 × 12 × 4 বর্গ একক + 1/2 × 12 × 5 বর্গ একক + 1/2 × 4 × 4 বর্গ একক
= (24 + 30 + 8) বর্গ একক
= 62 বর্গ একক
B চিত্ৰৰ কালি
= 1/2 × 13 × 5 বর্গ একক + = 1/2 × 4 × 8 বর্গ একক
+ 8 × 9 বর্গ একক
= (32.5 + 10 + 10) বর্গ একক
= 120.5 বর্গ একক
C চিত্ৰৰ কালি
= 10 × 10 বর্গ একক + 1/2 × 4 × 5 বর্গ একক
+ 1/2 × 4 × 5 বর্গ একক
= (100 + 10 + 10) বর্গ একক
= 120 বর্গ একক
D চিত্ৰৰ কালি
= 11 × 6 বর্গ একক + 1/2 × 5 × 6 বর্গ একক
+ 1/2 × 6 × 3 বর্গ একক
= (66 + 15 + 9) বর্গ একক
= 90 বর্গ একক
কৰি চাওঁ আহা 6.7 |
1. তলৰ প্রহেলিকাসমূহ সমাধান কৰা:
উত্তৰঃ প্রথম খণ্ডৰ কালি = 7 × 7 বর্গ চে. মি.
= 49 বর্গ চে. মি.
দ্বিতীয় খণ্ডৰ কালি = 10 × 4 বর্গ চে. মি.
= 40 বর্গ চে. মি.
উলিয়াব লগা দৈর্ঘ্য = 7 + 6 চে. মি.
= 13. চে. মি.
2. তলৰ চিত্ৰত ৰিতুৰ আয়ত আকৃতিৰ শাক-পাচলিৰ বাগিচাখন দেখুওৱা হৈছে। ৰিতুৱে বাগিচাখনত চিত্ৰত দেখুওৱাৰ দৰে বিভিন্ন শাক-পাচলিৰ খেতি কৰিছে। কিছুমান জোখ-মাখ দিয়া হৈছে।
প্রদত্ত জোখ-মাখৰ সহায়ত’?’ চিহ্নৰ ঠাইত কি মান হ’ব নিৰ্ণয় কৰা।
উত্তৰঃ
কৰি চাওঁ আহা 6.8 |
1. এটা টেনগ্রাম অংকন কৰা আৰু ইয়াক 7 টা টুকুৰাত ভাগ কৰি তলত দিয়াখিনি বিচাৰি উলিওৱা।
(a) কেইটা টুকুৰাৰ কালি সমান?
উত্তৰঃ A = B, C = E, D = G = F.
(b) C বা E আকৃতিৰ তুলনাত D আকৃতি কিমান গুণ ডাঙৰ?
উত্তৰঃ C বা E আকৃতিৰ তুলনাত D আকৃতি 2 গুণ ডাঙৰ।
(c) আকৃতি D আৰু Fৰ কালি তুলনা কৰা।
উত্তৰঃ সমান।
(d) আকৃতি G আৰু Fৰ কালি তুলনা কৰা।
উত্তৰঃ সমান।
(e) আকৃতি A আৰু Bৰ কালি তুলনা কৰা।
উত্তৰঃ সমান।
(f) C আকৃতিৰ তুলনাত A আকৃতিৰ কালি কিমান?
উত্তৰঃ C কালিৰ 4 গুণ।
(g) E আকৃতিৰ কালিৰ তুলনাত সাতটা টুকুৰাৰে গঠিত ডাঙৰ বৰ্গটোৰ কালি কিমান?
উত্তৰঃ E কালিৰ 16 গুণ।
(h) এই 7 টা টুকুৰা সজাই এটা আয়ত গঠন কৰা। এই আয়তৰ কালি E আকৃতিৰ কালিৰ তুলনাত কিমান হ’ব?
উত্তৰঃ নিজে কৰা।
(i) এই 7 টা টুকুৰাৰ পৰা গঠিত বৰ্গ আৰু আয়তৰ কালিৰ বিষয়ে কি ক’ব পাৰি? এইবিলাক বেলেগ বেলেগ নে একেই?
উত্তৰঃ নিজে কৰা।
2. এটা বৰ্গৰ বাহুৰ দৈর্ঘ্য 6 চেমি। বৰ্গটোৰ ভিতৰত প্ৰতিটো বাহুৰ পৰা 1 চেমি দূৰত্বত একোডালকৈ ৰেখা অংকন কৰা আৰু ভিতৰত গঠিত ডাঙৰ বৰ্গটোৰ কালি নিৰ্ণয় কৰা।
উত্তৰঃ ধৰাহ’ল ABCD বৰ্গৰ বাহুৰ দৈর্ঘ্য = 6 চে. মি.
বৰ্গটোৰ ভিতৰত প্ৰতিটো বাহুৰ পৰা 1 চে. মি. দূৰত্বত আঁকা বৰ্গটো PQRS
PQRS বৰ্গটোৰ এটা বাহু = 6 – (1+1) চে. মি.
= 6 – 2 cm
∴ PQRS বৰ্গৰ কালি = 4 × 4 = 16 বর্গ চে. মি.
3. আয়তাকৃতি খেলপথাৰ এখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্রমে 60 মিটাৰ আৰু 45 মিটাৰ। এজন খেলুৱৈয়ে খেলপথাৰখনৰ চাৰিওফালে 12 বাৰ দৌৰিছে। তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে নিৰ্ণয় কৰা।
উত্তৰঃ আয়তাকাৰ খেলপথাৰখনৰ দৈর্ঘ্য = 60 মিটাৰ
আয়তাকাৰ খেলপথাৰখনৰ প্ৰস্থ = 14 মিটাৰ
∴ খেলপথাৰখনৰ পৰিসীমা = 2 (দীঘ + প্রস্থ)
= 2(60 + 45)m
= 2 × 105 m
= 210 m
খেলুৱৈজনে খেলপথাৰখনৰ চাৰিওফালে 12 বাৰ দৌৰিলে অতিক্ৰম কৰা দূৰত্ব (210 × 12) মিটাৰ = 2520 মিটাৰ।
4. 34 চেমি দৈর্ঘ্য আৰু 23 চেমি প্ৰন্থৰ ফটো এখনত ফ্রেম লগাবলৈ কিমান দৈর্ঘ্যৰ কাঠৰ পট্টিৰ প্ৰয়োজন হ’ব?
উত্তৰঃ ফটোফ্রেমটোৰ দৈর্ঘ্য = 34cm
ফটোফ্রেমটোৰ প্ৰস্থ = 23cm
∴ ফটোফ্ৰেমটোৰ পৰিসীমা = 2 × (L + B)
= 2(34 + 23)cm
= 2 × 57cm
= 114cm
∴ কাঠৰ পট্টিৰ প্ৰয়োজন হ’ব = 114cm
5. এডাল তাঁৰ 42 চেমি দীঘল। যদি তাঁৰডাল আয়ত গঠন কৰিবলৈ ব্যৱহাৰ কৰা হয়, তেন্তে আয়তটোৰ সম্ভাব্য দৈর্ঘ্য আৰু প্ৰস্থ কিমান হ’ব? লগতে গঠন হোৱা আয়তবোৰৰ কালি নিৰ্ণয় কৰা।
উত্তৰঃ আয়তটোৰ পৰিসীমা = 42 চে. মি.
∴ আয়তটোৰ পৰিসীমাৰ আধা = 42 ÷ 2 = 21 চে. মি.
যদি আয়তটোৰ দীঘ 11 চে. মি ধৰা হয় হয় তেন্তে প্রস্থ হ’ব (21 – 11) = 10 চে. মি.
আয়তটোৰ কালি = (11 × 10) sq. cm
= 110 sq.cm
6. 150 মিটাৰ বাহুৰ বর্গাকৃতিৰ উদ্যান এখনৰ প্ৰতি মিটাৰত 25 টকা হাৰত চাৰিওকাষে বেৰ দিয়াৰ খৰচ নিৰ্ণয় কৰা।
উত্তৰঃ বর্গাকৃতিৰ উদ্যানখনৰ দৈৰ্ঘ্য = 150 মিটাৰ
∴ উদ্যানখনৰ পৰিসীমা = 4 × বাহু
= 4 × 150 = 600 মিটাৰ
∴ বেৰ দিয়াৰ খৰচ = 600 × 25 টকা = 15,000 টকা
7. 180 মিটাৰ দৈর্ঘ্য আৰু 145 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ উদ্যান এখনত প্রতি মিটাৰত 24 টকা হাৰত বেৰ দিয়াৰ খৰচ নিৰ্ণয় কৰা।
উত্তৰঃ উদ্যানখনৰ দৈর্ঘ্য = 180 মিটাৰ
উদ্যানখনৰ প্ৰস্থ = 145 মিটাৰ
∴ উদ্যানখনৰ পৰিসীমা = 2 (দীঘ + প্রস্থ)
= 2 (180 + 145) মিটাৰ
= 2 × 325 = 650 মিটাৰ
বেৰ দিয়াৰ খৰচ = 650 × 24
= Rs. 15,600 টকা
8. অৰুণে 65 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে। ৰীণাই 70 মিটাৰ দৈৰ্ঘ্যৰ আৰু 55 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে। কোনে কম দূৰত্ব অতিক্ৰম কৰিছে?
উত্তৰঃ বর্গাকৃতিৰ উদ্যানখনৰ পৰিসীমা = 4 × 65 = 620 মিটাৰ
আয়তাকৃতিৰ উদ্যানখনৰ পৰিসীমা = 2(70 + 55) মিটাৰ
= 2 × 125m
= 250m
∴ ৰীণাই অৰুণতকৈ (620 – 250) = 370 মিটাৰ কম দূৰত্ব অতিক্রম কৰিছে।
9. অনুপমে 14 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল প্রেক্ষাগৃহৰ মজিয়াখন বর্গাকৃতিৰ টাইলছ ব্যৱহাৰ কৰি ঢাকিব বিচাৰিছে। যদি প্রতিটো বর্গাকৃতি টাইলছৰ বাহু 2 মিটাৰ হয়, তেন্তে প্রেক্ষাগৃহৰ মজিয়াখন ঢাকিবলৈ প্রয়োজন হোৱা টাইলছৰ সংখ্যা নির্ণয় কৰা।
উত্তৰঃ মজিয়াখনৰ দীঘ = 14 m
মজিয়াখনৰ প্ৰস্থ = 12 m
∴ মজিয়াখনৰ কালি = (L × B)
= (14 × 12 বর্গ মি.
= 168 বর্গ মি.
বর্গাকৃতিৰ টাইলচৰ বাহুৰ দীঘ = 2 মিটাৰ
∴ বর্গাকৃতিৰ টাইলচৰ কালি = 2 × 2 sq.m
= 4 sq.m
মজিয়াখন ঢাকিবলৈ প্রয়োজন হোৱা টাইলছৰ সংখ্যা = 168 ÷ 4 = 42
10. 11 মিটাৰ দীঘল আৰু 6 মিটাৰ বহল মাটি এডোখৰত ফুল ৰুবৰ কাৰণে 2 মিটাৰ দীঘৰ বৰ্গাকাৰ 6 ডোখৰ মাটি চহোৱা হৈছে। বাকী থকা মাটিখিনিৰ কালি কিমান?
উত্তৰঃ মাটিডোখৰৰ দৈর্ঘ্য = 11 মিটাৰ
মাটিডোখৰৰ প্ৰস্থ = 6 মিটাৰ
∴ মাটিডোখৰৰ কালি = (11 × 6) = 66 sq.m
2 মিটাৰ দীঘৰ বৰ্গাকাৰ 6 ডোখৰ মাটিৰ কালি = (2 × 2) × 6 মিটাৰ
= (2 × 2) × 6
= 4 × 6 = 24 sq. m.
∴ বাকী থকা মাটিৰ কালি = (66 – 24) sq. m = 42 sq. m

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.