SEBA Class 6 Maths Chapter 4 তথ্যৰ ব্যৱহাৰ

SEBA Class 6 Maths Chapter 4 তথ্যৰ ব্যৱহাৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Maths Chapter 4 তথ্যৰ ব্যৱহাৰ Question Answer Assamese Medium and select need one. Class 6 Maths Textbook Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Class 6 Mathematics Textbook Solutions.

SEBA Class 6 Maths Chapter 4 তথ্যৰ ব্যৱহাৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Mathematics Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Maths Solutions Assamese Medium for All Chapters, You can practice these here.

Chapter: 4

কৰি চাওঁ আহা 4.1

1. এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 জন শিক্ষার্থীক প্রতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ’ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ (বছৰৰ হিচাপত)

9910910111111109
99101011111111109
910101091212111312
910131391012121011

শিক্ষকে শিক্ষার্থীসকলৰ বয়সবোৰ ঊর্ধ্বক্রমত এনেদৰে সজাইছে-

9, 9, 9, 9, 9, 9, 9, 9, 9, 9, 9, 10, 10,10, 10,10, 10, 10, 10, 10, 10,10, 10, 11, 11, 11, 11, 11, 11, 11, 11, 11, 12, 12, 12, 12, 12, 13, 13, 13

ওপৰৰ সাজোনৰ পৰা তলত দিয়াবোৰৰ উত্তৰ দিয়া-

(ক) প্রতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষার্থীৰ সৰ্বনিম্ন বয়স ____________।

উত্তৰঃ 9.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) প্রতিভা সন্ধানী পৰীক্ষাৰ বাবে নির্বাচিত হোৱা শিক্ষার্থীৰ সৰ্বাধিক বয়স ___________।

উত্তৰঃ 13.

(গ) 9 বছৰ বয়সৰ ____________ জন শিক্ষার্থীক প্রতিভা সন্ধানী পৰীক্ষাৰ বাবে নির্বাচিত কৰা হৈছে। 

উত্তৰঃ 11.

(ঘ) 10 বছৰৰ অধিক ____________ জন শিক্ষার্থীক প্রতিভা সন্ধানী পৰীক্ষাৰ বাবে নির্বাচিত কৰা হৈছে। 

উত্তৰঃ 18.

2. ওপৰৰ তথ্যসমূহ আমি আন ধৰণে সজাই ল’ব পাৰোঁনে?

উত্তৰঃ হয়।

3. এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 গৰাকী শিক্ষার্থীক প্রতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ’ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ (বছৰৰ হিচাপত):

991091011111110999
1010111111111099101010
912121113129101313910
12121011

এতিয়া,

(a) 10 বছৰ, 11 বছৰ, 12 বছৰ আৰু 13 বছৰ বয়সৰ শিক্ষাৰ্থীৰ দাগচিহ্ন দিয়া।

(b) প্ৰতিটো বয়সৰ গোটৰ কাৰণে মুঠ শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা।

উত্তৰঃ (a) and (b)

বয়স (বছৰৰ হিচাপত)দাগচিহ্নশিক্ষাৰ্থীৰ সংখ্যা
911
1012
119
125
13lll3

তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ লিখা-

(i) 12 বছৰতকৈ কম বয়সৰ কিমান গৰাকী শিক্ষার্থী আছে?

উত্তৰঃ 32.

(ii) 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমান গৰাকী শিক্ষার্থী আছে?

উত্তৰঃ 14.

(iii) আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষার্থী আছে?

উত্তৰঃ 3.

(iv) কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম?

উত্তৰঃ 13 বছৰ।

(v) কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ বেছি?

উত্তৰঃ 10 বছৰ।

4. 30 গৰাকী শিক্ষাৰ্থীৰ ঘৰৰ সদস্যৰ সংখ্যা তলত দিয়া ধৰণৰ:

5, 4, 6, 6, 8, 7, 4, 5, 10, 6, 6, 4, 7, 8, 6, 4, 10, 8, 7, 7, 6, 5, 5, 7, 10, 7, 8, 4, 8, 6

সদস্যৰ সংখ্যাবোৰ ক্ৰমানুসাৰে সজাই দাগচিহ্নৰ সহায়েৰে দেখুওৱা।

উত্তৰঃ 4, 4, 4, 4, 4, 5, 5, 5, 5, 5, 6, 6, 6, 6, 6, 6, 6, 7, 7, 7, 7, 7, 7, 8, 8, 8, 8, 8, 10, 10, 10.

পৰিয়ালৰ সদস্যৰ সংখ্যাদাগচিহ্নশিক্ষার্থীৰ সংখ্যা
45
5llll4
67
76
85
10lll3
কৰি চাওঁ আহা 4.2

1. এখন দোকানত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা তলত দেখুওৱা হৈছে:

(a) আটাইতকৈ বেছি চাইকেল কোনটো বাৰত বিক্ৰী হৈছিল?

উত্তৰঃ বৃহস্পতি বাৰ।

(b) গোটেই সপ্তাহটোত মুঠ কেইখন চাইকেল বিক্রী হৈছিল?

উত্তৰঃ 29 খন।

(c) সমান সংখ্যক চাইকেল বিক্ৰী হোৱা বাৰ কেইটা কি কি?

উত্তৰঃ মঙ্গল আৰু বুধবাৰ।

(d) শনিবাৰে কেইখন চাইকেল বিক্রী হৈছিল?

উত্তৰঃ 2 খন।

(e) আটাইতকৈ বেছি আৰু আটাইতকৈ কম বিক্ৰী হোৱা চাইকেলৰ পৰিমাণৰ মাজত পার্থক্য কিমান?

উত্তৰঃ 6 খন।

2. কোনো এটা শ্ৰেণীৰ গণিত, অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়সমূহ ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা তলত দিয়া ধৰণৰঃ (এজন শিক্ষার্থীয়ে যিকোনো এটা মাত্র বিষয়হে প্রিয় বিষয় হিচাপে ল’ব পাৰিব)

বিষয়শিক্ষাৰ্থীৰ সংখ্যা
গণিত8
অসমীয়া12
বিজ্ঞান7
সমাজ অধ্যয়ন8
ইংৰাজী6

1 = এগৰাকী শিক্ষাৰ্থী।

(a) শ্ৰেণীটোৰ মুঠ শিক্ষার্থীৰ সংখ্যা কিমান?

উত্তৰঃ 41.

(b) আটাইতকৈ বেছি আৰু আটাইতকৈ কম শিক্ষার্থীয়ে ভাল পোৱা বিষয় দুটা কি কি?

উত্তৰঃ অসমীয়া আৰু ইংৰাজী।

(c) বিজ্ঞান আৰু ইংৰাজী দুয়োটা বিষয় একেলগে ভাল পোৱা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান?

উত্তৰঃ 13.

(d) গণিত বিষয়টো ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান?

উত্তৰঃ 8.

(e) ইংৰাজী বিষয়ৰ তুলনাত অসমীয়া বিষয়টো ভালপোৱা শিক্ষার্থীৰ সংখ্যা কিমান?

উত্তৰঃ ইংৰাজীৰ তুলনাত অসমীয়া ভাল পোৱা শিক্ষার্থীৰ সংখ্যা-জন 6 জন বেছি। 

2. এখন গাঁৱৰ পাঁচ ঘৰ মানুহৰ ঘৰত থকা পোহনীয়া প্ৰাণীৰ সংখ্যা তলত দিয়া ধৰণৰ-

ঘৰৰ গৰাকীৰ নামপোহনীয়া প্ৰাণীৰ সংখ্যা
বুধিন10
কনমাই8
গোমচেং5
নাজ্মা8
নিশা11

এতিয়া, যিকোনো এটা প্রতীক লৈ উক্ত তথ্যসমূহ সচিত্র লেখৰ সহায়ত দেখুওৱা আৰু লগতে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(a) কাৰ ঘৰত আটাইতকৈ বেছি প্রাণী আছে?

(b) আটাইতকৈ বেছি আৰু আটাইতকৈ কম প্ৰাণীৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান?

(c) নিশাৰ ঘৰৰ প্ৰাণীৰ সংখ্যা গোমচেঙৰ ঘৰৰ প্ৰাণীৰ সংখ্যাতকৈ কিমান বেছি?

(d) 5 টাতকৈ বেছি প্রাণী কাৰ কাৰ ঘৰত আছে?

উত্তৰঃ

ঘৰৰ গৰাকীৰ নামপোহনীয়া প্ৰাণীৰ সংখ্যা
বুধিন10
কনমাই8
গোমচেং5
নাজ্মা8
নিশা11

1 = এটা ঘৰচীয়া জন্তু।

(a) নিশা।

(c) 6.

(b) 6.

(d) বুধিন, কণমাই, নাজমা, নিশা।

4. এজন পাচলি ব্যৱসায়ীৰ সপ্তাহটোৰ প্ৰথম চাৰিটা বাৰত বিক্ৰী হোৱা পাচলিৰ পৰিমাণ (কি.গ্রা. হিচাপত) তলত দিয়া ধৰণৰঃ

বাৰপাচলিৰ পৰিমাণ (কিগ্রা)
সোমবাৰ6
মঙ্গলবাৰ8
বুধবাৰ5
বৃহস্পতিবাৰ8

উপযুত্ত প্রতীক ব্যৱহাৰ কৰি উত্ত তথ্যখিনি সচিত্র লেখৰ সহায়ত প্রকাশ কৰা।

উত্তৰঃ

বাৰপাচলিৰ পৰিমাণ (কিগ্রা)
সোমবাৰ6
মঙ্গলবাৰ8
বুধবাৰ5
বৃহস্পতিবাৰ8

1 = এক কিলোগ্ৰাম শাক-পাচলি।

কৰি চাওঁ আহা 4.3

1. পলিঅ’ টিকাকৰণৰ বাবে বছৰ অনুসৰি পাঁচটা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণৰ (এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা তথ্য)।

বছৰ20142015201620172018
কেঁচুৱাৰ সংখ্যা570680720780800

1 একক দৈর্ঘ্য = 100 টা কেঁচুৱা হিচাপে লৈ তথ্যখিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(a) কোনটো চনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱাক পলিঅ’ৰ টিকাকৰণ কৰা হৈছিল?

(b) 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ’ৰ টিকাকৰণ কৰা হৈছিল?

(c) পাঁচটা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ’ৰ টিকাকৰণ গ্রহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান?

উত্তৰঃ

(a) 2018 চনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱাক পলিঅ’ৰ টিকাকৰণ কৰা হৈছিল।

(b) 2015 আৰু 2016 চনত মুঠ (680 + 720) = 1400 কেঁচুৱাক পলিঅ’ৰ টিকাকৰণ কৰা হৈছিল।

(c) পাঁচটা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ’ৰ টিকাকৰণ গ্রহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পার্থক্য হ’ল = (800 – 570) = 230

2. ‘বিশ্ব পৰিৱেশ দিৱস’ 5 জুনৰ দিনা ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষার্থীসকলে প্রত্যেকেই মিলি গছৰ পুলি ৰূলে। প্রত্যেক শ্ৰেণীৰ শিক্ষার্থীয়ে ৰোপণ কৰা গছৰ পুলিৰ সংখ্যাৰ তালিকাখন তলত দিয়া ধৰণৰ:

শ্ৰেণীষষ্ঠসপ্তমঅষ্টমনৱমদশম
গছপুলিৰ সংখ্যা50756080110

উপযুক্ত স্কেল ব্যৱহাৰ কৰি উক্ত তথ্যখিনিৰ দণ্ডচিত্র অংকন কৰা।

উত্তৰঃ

3. হৰেণৰ এখন কিতাপৰ দোকান আছে। তেওঁৰ প্ৰতি মাহে বিক্ৰী হোৱা কিতাপৰ সংখ্যা তলত দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হ’ল (কেৱল বছৰটোৰ প্ৰথম চাৰিমাহৰ বাবে)।

উক্ত দণ্ডচিত্রটো পর্যবেক্ষণ কৰি তালিকাখন প্রস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(a) কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্রী হ’ল?

উত্তৰঃ ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্রী হ’ল।

(b) এপ্রিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্রী হ’ল?

উত্তৰঃ এপ্রিল আৰু মাৰ্চ মাহত মুঠ কিতাপ বিক্রী হ’ল- 80 + 60= 140 খন।

(c) জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান?

উত্তৰঃ জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য হ’ল- (80 – 60) = 20 খন।

4. কোনো এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সোমবাৰৰ উপস্থিতিৰ সংখ্যা তলত দিয়া ধৰণৰঃ

শ্ৰেণীষষ্ঠসপ্তমঅষ্টমনৱমদশম
শিক্ষৰ্থীৰ সংখ্যা6558754035

ওপৰৰ তালিকাখনৰ তথ্যসমূহৰ দণ্ডচিত্র অংকন কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(a) কোনটো শ্রেণীত শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম আছিল?

(b) সেইদিনাখন স্কুলত উপস্থিত থকা শিক্ষার্থীৰ মুঠ সংখ্যা কিমান আছিল?

(c) নৱম আৰু দশম শ্রেণীৰ শিক্ষার্থীৰ উপস্থিতিৰ মুঠ সংখ্যা কিমান?

উত্তৰঃ

(a) দশম শ্ৰেণীত শিক্ষার্থীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম আছিল।

(b) সেইদিনাখন স্কুলত উপস্থিত থকা শিক্ষার্থীৰ মুঠ সংখ্যা আছিল = 65 + 58 + 75 + 40 + 35 = 275 জন।

(c) নৱম আৰু দশম শ্ৰেণীৰ শিক্ষার্থীৰ উপস্থিতিৰ মুঠ সংখ্যা হ’ল- 40 + 35 = 75 জন।

2. যোৱা 5 বছৰত এখন বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যা তলৰ তালিকাখনত দেখুওৱা হ’ল-

বছৰ20082009201020112012
ছাত্ৰীৰ সংখ্যা200350400250420

তালিকাখনত দিয়া তথ্যসমূহৰ দণ্ডচিত্র অংকন কৰা।

উত্তৰঃ

কৰি চাওঁ আহা 4.4

1. যদি তোমালোকে পৃথিৱীত থকা পৰ্বতবোৰৰ উচ্চতাৰ তথ্য দৃশ্যমানভাৱে উপস্থাপন কৰিব বিচাৰা তেন্তে তোমালোকে উলম্ব দণ্ড নে অনুভূমিক দণ্ড ব্যৱহাৰ কৰিবা? কিয়?

উত্তৰঃ পৰ্বতৰ উচ্চতা দৃশ্যমান কৰাৰ ক্ষেত্ৰত আমি উলম্ব দণ্ড ব্যৱহাৰ কৰিবলৈ বিচাৰিম, কাৰণ পৰ্বতৰ উচ্চতাৰ জোখ ভূমিৰ পৰা উলম্ব দিশত লোৱা হয়।

2. তোমালোকৰ এলেকাত থকা 0-9, 10-19, 20-29, 30-39, 40-49 বয়সৰ লোকৰ সংখ্যাৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা আৰু দৃশ্যগতভাৱে আকর্ষণীয় দণ্ড ব্যৱহাৰ কৰি ইয়াক উপস্থাপন কৰা। (কেৱল 20 টা পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ কৰা)

উত্তৰঃ 

শ্ৰেণী অন্তৰাল0-910-1920-2930-3940-49
জনসংখ্যা100150200250300

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top