SEBA Class 6 Maths Chapter 3 সংখ্যাৰ সৈতে খেলা

SEBA Class 6 Maths Chapter 3 সংখ্যাৰ সৈতে খেলা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Maths Chapter 3 সংখ্যাৰ সৈতে খেলা Question Answer Assamese Medium and select need one. Class 6 Maths Textbook Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Class 6 Mathematics Textbook Solutions.

SEBA Class 6 Maths Chapter 3 সংখ্যাৰ সৈতে খেলা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Mathematics Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Maths Solutions Assamese Medium for All Chapters, You can practice these here.

Chapter: 3

কৰি চাওঁ আহা 3.1

1. ওপৰত আলোচনা কৰা ধৰণেৰে একে ধৰণৰ আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদু কোষবোৰত থকা সংখ্যাবোৰ ৰং কৰা-

9843794473239712587875389479107456997

উত্তৰঃ 

9843794473239712587875389479107456997

2. ওপৰত আলোচনা কৰা ধৰণেৰে একে আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদু কোষবোৰ কেৱল চাৰিটা অংকবিশিষ্ট সংখ্যাৰে পূৰ কৰা।

3986683781057516

উত্তৰঃ 

398639907575683782208105854078547516

3. পুনৰাবৃত্তি নকৰাকৈ 1,000 আৰু 10,000 ৰ মাজৰ সংখ্যা ব্যৱহাৰ কৰি যিমান পাৰি সিমান ধৰণে তলত দিয়া যাদু কোষবোৰ গঠন কৰিবলৈ চেষ্টা কৰা-

ওপৰৰ তালিকাৰ 9 টা কোষত থকা সংখ্যাৰ ভিতৰত কিমানটা সংখ্যা ৰঙীণ হৈছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ চাৰি অংকৰ সৰু সংখ্যাটো 1000, চাৰি অংকৰ ডাঙৰ সংখ্যাটো 9999।

534554801212125510201010800096539666

4. ওপৰত আলোচনা কৰা ধৰণেৰে একে আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদু কোষবোৰ কেৱল চাৰিটা অংকবিশিষ্ট সংখ্যাৰে পূৰ কৰা।

উত্তৰঃ নিজে কৰা।

কৰি চাওঁ আহা 3.2

1. তলৰ সংখ্যাৰেখাবোৰত থকা সংখ্যাবোৰ পৰ্যবেক্ষণ কৰি বাকী থকা খালী ঠাইবোৰ পূৰ কৰিবলৈ চেষ্টা কৰা।

উত্তৰঃ

উত্তৰঃ

উত্তৰঃ 

কৰি চাওঁ আহা 3.3

1. অন্য পাঁচটা সংখ্যা লিখা যাৰ অংকৰ যোগফল 12

উত্তৰঃ 48, 57, 66, 129, 543.

2. দুটা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি, যাৰ অংক দুটাৰ যোগফল 12? 

উত্তৰঃ 93.

3. খালী ঠাই পূৰ কৰা।

(i) তিনিটা অংকবিশিষ্ট সংখ্যা 16 ___________ৰ অংকবোৰৰ যোগফল 13

উত্তৰঃ 6.

(ii) চাৰিটা অংকবিশিষ্ট সংখ্যা 2 ___________ 7 5 ৰ অংকবোৰৰ যোগফল 17

উত্তৰঃ 3.

(iii) পাঁচটা অংকবিশিষ্ট সংখ্যা ____________ 9 4 6 5 ৰ অংকবোৰৰ যোগফল 30

উত্তৰঃ 6.

(iv) ছটা অংকবিশিষ্ট সংখ্যা 5 ___________ 6 ___________ 38 ৰ অংকবোৰৰ যোগফল 31

উত্তৰঃ 2, 7.

(এনে ছটা অংকবিশিষ্ট সংখ্যা কিমান উলিয়াব পাৰিবা? চেষ্টা কৰি চোৱাচোন।)

উত্তৰঃ 5 3 6 6 3 8.

4. 3 টা অংকবিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল উলিওৱা, যদিহে অংকবোৰ ক্ৰমিক অযুগ্ম হয়। (উদাহৰণস্বৰূপে 135)

উত্তৰঃ সংখ্যাটো 579.

সংখ্যাটোৰ যোগফল 5 + 7 + 9 = 21

5. 3 টা অংকবিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল নিৰ্ণয় কৰা, যদিহে অংকবোৰ ক্ৰমিক যুগ্ম হয়।

উত্তৰঃ সংখ্যাটো 246.

সংখ্যাটোৰ যোগফল 2 + 4 + 6 = 12

6. ওপৰৰ দুটা সমস্যাত (প্রশ্ন নং 4 আৰু 5ত) কিবা আর্হি দেখা পাইছানে? অংকবোৰৰ যোগফলবোৰ কোনো নির্দিষ্ট সংখ্যাৰে বিভাজ্য হয়নে?

উত্তৰঃ অযুগ্ম সংখ্যাৰ অংকবোৰৰ যোগফল অযুগ্ম আৰু যুগ্ম সংখ্যাৰ অংকবোৰৰ যোগফল সদায় যুগ্ম।

7.ওপৰত উল্লেখ কৰা (4 আৰু 5নং প্ৰশ্নৰ) সংখ্যাবোৰৰ অংকবোৰৰ ক্রম ওলোটাকৈ লিখিও যোগফল উলিয়াবলৈ চেষ্টা কৰা।

উত্তৰঃ সংখ্যাটো 579.

সংখ্যাটোৰ অংকবোৰৰ ওলোটাকৈ যোগফল 9 + 7 + 5 = 21

সংখ্যাটো 246

সংখ্যাটোৰ অংকবোৰৰ ওলোটাকৈ যোগফল 6 + 4 + 2 = 12

কৰি চাওঁ আহা 3.4

1. 78, 489 আৰু 3467 ৰ পৰা পেলিন্দ্রমিক সংখ্যা উলিয়াবলৈ চেষ্টা কৰা।

উত্তৰঃ

2. প্রহেলিকাটো সমাধান কৰা:

মই এটা 5 অংকৰ পেলিন্দ্ৰম।

মোৰ একক অংকটো দহক অংকতকৈ এক কম।

একক আৰু দহক স্থানৰ অংকৰ পূৰণফলটো শতকৰ ঘৰৰ অংক।

আটাইকেইটা অংকৰ যোগফল 16।

মোক বিচাৰি উলিওৱা!

উত্তৰঃ 5 অংকৰ পেলিন্দ্ৰম সংখ্যাটো হ’ল 23632 য’ত এককৰ স্থানৰ অংকটো দহক স্থানৰ অংকটোতকৈ 1 কম। একক আৰু দহক স্থানৰ অংকৰ পূৰণফলটো শতকৰ ঘৰৰ অংক। আটাইকেইটা অংকৰ যোগফল 2 + 3 + 6 + 3 + 2 = 16

3. 5 অংকবিশিষ্ট আটাইতকৈ সৰু পেলিন্দ্ৰম সংখ্যা আৰু আটাইতকৈ ডাঙৰ পেলিন্দ্ৰম সংখ্যা দুটাৰ যোগফল কিমান? সংখ্যা দুটাৰ পাৰ্থক্য কিমান?

উত্তৰঃ 5 টা অংকবিশিষ্ট আটাইতকৈ সৰু পেলিন্দ্রম সংখ্যাটো = 10001

5 টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ পেলিন্দ্রম সংখ্যাটো = 99999

সংখ্যা দুটাৰ যোগফল = 99999 + 10001 = 110000

সংখ্যা দুটাৰ পার্থক্য = 99999 – 10001 = 89998

কৰি চাওঁ আহা 3.5

1. 4 টা অংকৰ সংখ্যা 1435, 8751 আৰু 8632ৰ বাবে ওপৰৰ প্রক্রিয়াটো চেষ্টা কৰা।

উত্তৰঃ ধৰো, A = 1435

B = 5341

D = B – A

= 5341 – 1435 = 3906

পুনৰ, A = 0369

B = 9630

D = B – A

= 9630 – 0369 = 8261 

পুনৰ, A = 1268

B = 8621

D = B – A

= 8621 – 1268 = 7353

পুনৰ, A = 3357

B = 7533

D = B – A

= 7533 – 3357 = 4176

পুনৰ, A = 1467

B = 7641

D = B – A

= 7641 – 1467 = 6174

গতিকে, যিকোনো 4 টা অংকৰ সংখ্যাৰ বাবে (যাৰ অন্ততঃ দুটা অংক বেলেগ) যদি আমি ওপৰৰ দৰে একেদৰে আগবাঢ়ো, তেন্তে সদায়েই 6174 সংখ্যাটো পাম। সেইবাবে ইয়াক কাপ্রেকাৰ ধ্ৰুৱক বুলি কোৱা হয়।

[8751 আৰু 8632 সংখ্যা দুটা একে পদ্ধতি ব্যৱহাৰ কৰি নিজে চেষ্টা কৰা।]

2. 4 টা অংকবিশিষ্ট আৰু কেইটামান সংখ্যা লৈ ‘কাপ্ৰেকাৰ ধ্রুৱক’ পাবলৈ যত্ন কৰা। 

উত্তৰঃ ধৰোঁ, A = 1234

B = 4321

D = B – A

= 4321 – 1234

= 3087

পুনৰ, A = 0378

B = 8730

D = B – A = 8730 – 0378

= 8352

পুনৰ, A = 2358

B = 8532

D = B – A = 8532 – 2358

= 6174

পুনৰ, A = 1467

B = 7641

D = B – A = 7641 – 1467

= 6174

পুনৰাই 6174 পালোঁ। গতিকে এইটো কাপ্রেকাৰ ধ্ৰুৱক।

3. 9632 সংখ্যাটোৰ পৰা ‘কাপ্ৰেকাৰৰ ধ্ৰুৱক’ পাবলৈ কেইটা স্তৰ পাৰ হ’ব লাগিব?

উত্তৰঃ ধৰো, A = 2369

B = 9632

D = B – A

= 9632 – 2369 = 7263

পুনৰ, A = 2367

B = 7632

D = B – A

= 7632 – 2367 = 5265

পুনৰ, A = 2556

B = 6552

D = B – A

= 6552 – 2556 = 3996

পুনৰ, A = 3699

B = 9963

D = B – A

= 9963 – 3699 = 6264

পুনৰ, A = 2466

B = 6642

D = B – A

= 6642 – 2466 = 4176

পুনৰ, A = 1467

B = 7641

D = B – A

= 7641 – 1467 = 6174

গতিকে 6 টা স্তৰৰ পিছত কাপ্ৰেকাৰ ধ্ৰুৱক 6174 পোৱা গৈছে।

4. কিছুমান 3 টা অংক বিশিষ্ট সংখ্যা লৈ একে কেইটা স্তৰৰ মাজেৰে কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ যত্ন কৰা। তুমি কি পালা? নিজৰ বন্ধুৰ সৈতে আলোচনা কৰা।

উত্তৰঃ ধৰাহ’ল সংখ্যাটো 371

A = 137

B = 371

D = B – A

= 731 – 137 = 594.

পুনৰ, A = 459

B = 954

D = B – A

= 954 – 459 = 495

পুনৰ, A = 459

B = 954

D = B – A

= 954 – 459 = 495

শেষৰ স্তৰ দুটাত একেই ফলাফল 495 পোৱা গৈছে। এই সংখ্যাটোক তিনিটা অংকৰ কাপ্ৰেকাৰ ধ্ৰুৱক বুলি কোৱা হয়।

1089 সংখ্যাটো

3 টা অংকৰে গঠিত সংখ্যাৰ সৈতে জড়িত 1089 এটা আকর্ষণীয় সংখ্যা। টা অংকৰ এটা সংখ্যা 375 লোৱা। (মনত ৰাখিবা যে, এইক্ষেত্ৰত তিনিটা অংকবিশিস্ট সংখ্যাটোৰ প্ৰথম আৰু তৃতীয় অংকৰ মাজৰ পাৰ্থক্য অন্ততঃ 2 হ’ব লাগিব।)

ধৰাহ’ল,

A = 375

B = 573 (A সংখ্যাটোৰ অংকৰ ক্ৰম সলনি কৰা হৈছে)

C = 573 – 375 (ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি)

= 198

D = 891

E = C + D

= 198 + 891

= 1089

গতিকে, আমি দেখা পালোঁ যে যিকোনো 3টা অংকৰ সংখ্যা (যাৰ প্ৰথম আৰু তৃতীয় অংকৰ মাজৰ পাৰ্থক্য অন্ততঃ 2) লৈ যদি আমি ওপৰত উল্লেখ কৰা প্রক্রিয়াকেইটা প্রয়োগ কৰোঁ, তেন্তে সদায়েই ‘1089’ সংখ্যাটো পাম।

কৰি চাওঁ আহা 3.6

1. তিনিটা অংকবিশিষ্ট সংখ্যা 281, 164 আৰু 752 ৰ বাবে ওপৰৰ প্রক্রিয়াটো চেষ্টা কৰা। 

উত্তৰঃ ধৰাহ’ল,

A = 752

B = 257 (A সংখ্যাটোৰ অংকৰ ক্ৰম সলনি কৰা হৈছে)

C = 752 – 257 (ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি)

= 495

D = 594

E = C + D

= 495 + 594 = 1089

কৰি চাওঁ আহা 3.7

1. তলৰ 24-ঘণ্টীয়া ঘড়ীৰ সময়বোৰক 12-ঘণ্টাৰ সময়লৈ পৰিবৰ্তন কৰা।

5:10 hrs, 11:45 hrs, 15:40 hrs, 18:20 hrs, 17:45 hrs, 22:10 hrs

উত্তৰঃ 5:10 am., 11:45 am, 3:40 pm, 6:20 pm, 5:45pm, 10:10 pm.

2. তলৰ 12-ঘণ্টীয়া ঘড়ীৰ সময়বোৰ 24-ঘণ্টাৰ ঘড়ীৰ সময়লৈ পৰিবৰ্তন কৰা।

1: 45 a.m., 4:45 p.m., 3:20 p.m., 9:35 p.m.

উত্তৰঃ 1: 45 hours, 16:45 hours; 15:20 hours, 21:35 hours.

3. 12-ঘণ্টীয়া ঘড়ী আৰু 24-ঘণ্টীয়া ঘড়ীৰ সময় লিখা যিয়ে পেলিন্দ্রম আৰ্হি অনুসৰণ কৰে।

উত্তৰঃ 10:01 am., 12:21pm, 14:41 hours, 15: 51 hours

4. 24. ঘণ্টীয়া ঘড়ীৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ পেলিন্দ্ৰমিক সংখ্যা গঠন কৰিব পৰা সময়কেইটা লিখা।

উত্তৰঃ আটাইতকৈ সৰু পেলিন্দ্ৰমিক সংখ্যা 00:00 hrs.

আটাইতকৈ ডাঙৰ পেলিন্দ্ৰমিক সংখ্যা 23:32 hrs

5. এনে কিছুমান সময় লিখা যিবিলাক 24-ঘণ্টীয়া ঘড়ীৰ পৰা 12-ঘণ্টীয়া ঘড়ীৰ সময়লৈ পৰিবৰ্তন কৰিলে পেলিন্দ্ৰমিক সংখ্যা গঠন কৰে।

উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।

তাৰিখ লিখাৰ বিভিন্ন আৰ্হি আছে। তলৰ আৰ্হিসমূহ পর্যবেক্ষণ কৰোঁ আহা।
তাৰিখ লিখাৰ ব্ৰিটিছ আর্হিটো হ’ল দিন-মাহ-বছৰ।
উদাহৰণস্বৰূপে: 22/12/1887
তাৰিখ লিখাৰ আমেৰিকান আর্হিটো হ’ল মাহ-দিন-বছৰ।
উদাহৰণস্বৰূপে: 03/14/2025
তাৰিখ লিখাৰ আন্তৰাষ্ট্ৰীয় প্রামাণিকৰণ সংস্থা (ISO)ৰ আৰ্হিটো হ’ল বছৰ-মাহ-দিন।
উদাহৰণস্বৰূপে: 1643/01/04
কৰি চাওঁ আহা 3.8

1. কলাট্জ ক্যানজ্যাংচ্চ্যাৰৰ ওপৰত ভিত্তি কৰি 18, 25, 31, 42 আৰু 100 সংখ্যাকেইটাৰ কাৰণে এটা আকৃতি গঠন কৰা।

উত্তৰঃ নিজে চেষ্টা কৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top