SEBA Class 6 Maths Chapter 2 ৰেখা আৰু কোণ

SEBA Class 6 Maths Chapter 2 ৰেখা আৰু কোণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Maths Chapter 2 ৰেখা আৰু কোণ Question Answer Assamese Medium and select need one. Class 6 Maths Textbook Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Class 6 Mathematics Textbook Solutions.

SEBA Class 6 Maths Chapter 2 ৰেখা আৰু কোণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Mathematics Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Maths Solutions Assamese Medium for All Chapters, You can practice these here.

Chapter: 2

কৰি চাওঁ আহা 2.1

1. কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা। এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা? এইবাৰ কাগজখিলাত আন দুটা নির্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা। এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা?

উত্তৰঃ এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা অংকন কৰিব পাৰি। দুটা নির্দিষ্ট বিন্দুৰ মাজেদি মাত্র এডালহে ৰেখা অংকন কৰিব পাৰি।

2. তলৰ চিত্ৰত দিয়া-ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামকৰণ কৰা।

ওপৰৰ চিত্ৰত 6 টা বিন্দু চিহ্নিত কৰা আছে। ইয়াৰে কোনবোৰ বিন্দু মাত্র এডাল ৰেখাখণ্ডত আছে আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিওৱা।

উত্তৰঃ 

মাত্র এডাল ৰেখাখণ্ডত থকা বিন্দু হ’ল P আৰু U

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

দুডাল ৰেখাখণ্ডত থকা বিন্দুসমূহ হ’ল Q, R, S আৰু T

3. তলৰ চিত্ৰত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামকৰণ কৰা।

ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদিবিন্দু A হয়নে? যদি নহয়, আদিবিন্দু A নোহোৱা ৰশ্মি চিনাক্ত কৰা।

উত্তৰঃ দিয়া চিত্ৰত ৰশ্মিসমূহ হ’ল- 

আটাইকেইডাল ৰশ্মিৰ আদিবিন্দু A নহয়।

4. তলৰ প্ৰত্যেকটোৰে এটাকৈ চিত্র অংকন কৰা:

উত্তৰঃ

উত্তৰঃ

উত্তৰঃ

(d) PQ ত A আৰু B বিন্দু দুটা আছে, কিন্তু C বিন্দুটো নাই।

উত্তৰঃ

(e) l ৰেখাত A আৰু B বিন্দু দুটা আছে, কিন্তু O বিন্দুটো নাই।

উত্তৰঃ

4. কাষৰ চিত্ৰটো চোৱা আৰু নামবোৰ লিখাঃ

(a) পাঁচটা বিন্দু।

(b) চাৰিডাল ৰশ্মি।

(c) পাঁচডাল ৰেখাখণ্ড।

কাষৰ চিত্ৰত মাত্র এডাল ৰেখা আছে। এই ৰেখাডালক বাৰু কি কি ভিন্ন নামেৰে নামকৰণ কৰিব পাৰি?

উত্তৰঃ (a) A, B, C E আৰু O বিন্দু।

6. কাষৰ চিত্ৰত OA এডাল ৰশ্মি। এই ৰশ্মিডাল P, Q আৰু R বিন্দুৰ মাজেৰে গৈছে।

উত্তৰঃ

উত্তৰঃ 

উত্তৰঃ হয় সূচায় কাৰণ এই আটাইকেইডাল বশ্মিবে আদিবিন্দু O আৰু গতিৰ দিশ একে।

কৰি চাওঁ আহা 2.2

1. তোমাৰ চৌপাশে চোৱাচোন। তাত বিভিন্ন আকৃতিয়ে সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ পাবা। তলত কিছুমান তেনে আকৃতিৰ চিত্ৰ দিয়া হৈছে-

ইয়াত থকা কোণবোৰ বিচাৰি উলিওৱা আৰু কোণবোৰৰ শীর্ষবিন্দু আৰু বাহুবোৰ চিহ্নিত কৰা।

উত্তৰঃ শিক্ষকৰ সহায়ত নিজে চেষ্টা কৰা।

2. কাষৰ চিত্ৰত গঠন হোৱা কোণৰ আকৃতিবোৰ দেখিছানে? প্রত্যেকটো চিত্ৰৰ পৰা অন্ততঃ দুটাকৈ কোণ বিচাৰি উলিওৱা আৰু কোণ গঠন কৰা বাহু আৰু শীর্ষবিন্দু চিহ্নিত কৰা।

উত্তৰঃ শিক্ষকৰ সহায়ত নিজে চেষ্টা কৰা।

3. PQ আৰু PR বাহুৱে গঠন কৰা এটা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীর্ষবিন্দু চিহ্নিত কৰা।

উত্তৰঃ

PQ আৰু PR বাহুৱে গঠন কৰা কোণটো হ’ল- ∠QPR

4. কাষৰ চিত্ৰত মুঠ কেইটা কোণ আছে?

উত্তৰঃ চিত্ৰত চিহ্নিত কৰা কোণ তিনিটা হ’ল- ∠AOB, ∠BOC আৰু ∠AOC

5. তলৰ চিত্ৰত চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম লিখা।

উত্তৰঃ ∠AOB আৰু ∠AOC [∠AOB and ∠AOC]

6. তোমাৰ বহীত A, B আৰু C তিনিটা বিন্দু এনেদৰে লোৱা যাতে বিন্দু তিনিটা একে ৰেখাত নাথাকে। ইয়াৰ পৰা তুমি-

(a) তিনিটা বিন্দু A, B আৰু C ৰ যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা? 

উত্তৰঃ তিনিডাল ৰেখা।

(b) উৎপন্ন হোৱা ৰেখাবোৰৰ নামকৰণ কৰা।

উত্তৰঃ AB; BC আৰু AC।

(c) ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে? উৎপন্ন হোৱা কোণৰ নামকৰণ কৰা। 

উত্তৰঃ তিনিটা কোন।

কোণকেইটাৰ নাম হ’ল- ∠A ∠B আৰু ∠C। ∠A ক∠CAB আৰু ∠BAC বুলিও লিখিব পাৰি। সেইদৰে ∠B কোণক ∠ABC আৰু ∠CBA আৰু ∠C কোণক ∠ACB আৰু ∠BCA বুলিও লিখিব পাৰি।

(d) তোমাৰ বহীত আৰু এটা বিন্দু ‘D’ এনেদৰে লোৱা যাতে, D বিন্দুটো কোনো ৰেখাত নাথাকে। এতিয়া, যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিবা?

উত্তৰঃ তিনিডাল ৰেখা

ৰেখা তিনিডাল হ’ল- AD, CD আৰু BD

(e) A, B, C আৰু D এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা তুমি কেইডাল ৰেখা পালা?

উত্তৰঃ ছডাল ৰেখা।

(f) A, B, C আৰু D বিন্দু সংযোগী সম্ভাব্য সকলোবোৰ ৰেখাই শীর্ষবিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমান? 

উত্তৰঃ শীর্ষবিন্দু চাৰিটাৰ প্ৰতিটোতে ও টাকৈ কোণ উৎপন্ন কৰে।

কৰি চাওঁ আহা 2.3

1. তলত এটা বৃত্তক 1, 2, 3, 4, 5, 6, 8, 9, 10 আৰু 12 টা সমান ভাগত ভাগ কৰা হৈছে। প্রতিটো ক্ষেত্রতে উৎপন্ন হোৱা কোণৰ ডিগ্রী মান কিমান হ’ব? তলত দিয়া বাকচৰ ভিতৰত চিহ্নিত কৰা কোণৰ ডিগ্রী মান লিখা।

উত্তৰঃ 360°.

উত্তৰঃ 180°.

উত্তৰঃ 120°.

(iv) 

উত্তৰঃ 90°.

উত্তৰঃ 72°.

উত্তৰঃ 60°.

উত্তৰঃ 45°.

(viii)

উত্তৰঃ 40°.

(ix)

উত্তৰঃ 36°.

(x) 

উত্তৰঃ 30°.

কৰি চাওঁ আহা 2.4

1. সমকোণ হ’বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাঁটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব?

উত্তৰঃ 15 মিনিটৰ।

2. সৰলকোণ হ’বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাঁটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব?

উত্তৰঃ 30 মিনিট।

3. তালিকা 2ত থকা কোণবোৰক সূক্ষ্মকোণ, সমকোণ, স্থূলকোণ, সৰলকোণ, প্রবৃদ্ধকোণ আৰু সম্পূর্ণকোণত ভাগ কৰি এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ

সূক্ষ্মকোণসমকোনস্থূলকোণসৰলকোনপ্রবৃদ্ধকোণসম্পূৰ্ণকোন
ক্র. নং 2,3ক্র. নং 4ক্র. নং 5, 6ক্র. নং 7ক্র. নং 8,9,10,11 আৰু 12ক্র. নং 13
কি কৰিবাকি পালা তোমাৰ পৰ্যবেক্ষণ 
কম্পাচৰ সহায়ত এটা বৃত্ত অংকন কৰা এটা বৃত্তাকৃতি চিত্রটো অংকন কৰোঁতে কম্পাচৰ পেঞ্চিলডাল কিমান পাক ঘুৰালা?
উত্তৰঃ 1

চিত্ৰটোৰ কেন্দ্ৰত কিমান ডিগ্রী কোণ উৎপন্ন কৰিব?
উত্তৰঃ 360°
এই কোণটোৰ এটা বিশেষ নাম আছে। নামটো কি?
উত্তৰঃ সম্পূর্ণ কোণ।
চিত্রটো আঁকিবলৈ কম্পাচৰ পেঞ্চিল থক্য অংশটোক সম্পূর্ণ এপাকৰ কিমান অংশ ঘুৰাবা?
উত্তৰঃ 1/2

চিত্রটোত কেন্দ্রত কিমান ডিগ্রী কোণ উৎপন্ন কৰিব?
উত্তৰঃ 180°
এই কোণটোৰ এটা বিশেষ নাম আছে। নামটো কি?
উত্তৰঃ সৰল কোণ


চিত্ৰটোৰ এক চতুর্থাংশ আঁকিবলৈ কম্পাচৰ পেঞ্চিল থকা অংশটো সম্পূর্ণ এপাকৰ কিমান অংশ ঘুৰাবা?
উত্তৰঃ 1/4
চিত্ৰটোৰ এক চতুর্থাংশই কেন্দ্রত কিমান ডিগ্রী কোণ উৎপন্ন কৰিব?
উত্তৰঃ 90°
এই কোণটোৰ এটা বিশেষ নাম আছে। নামটো কি?
উত্তৰঃ সমকোণ
এতিয়া তুমি কৰা ভাঁজবোৰ খুলি দিয়া।তলত দিয়াৰ দৰে পোৱা যায়।
এটা বৃত্তাকৃতিৰ ক্ষেত্ৰৰ পৰা তুমি মুঠ কেইটা সমকোণ গঠন কৰিব পাৰিবা?
উত্তৰঃ 4
কৰি চাওঁ আহা 2.5

1. তলৰ চিত্ৰত কিছুমান কোণ দিয়া হৈছে। কোণবোৰ ভালকৈ পৰ্যবেক্ষণ কৰা আৰু তলৰ তালিকাখনৰ মতে কোণবোৰৰ শ্ৰেণীকৰণ কৰা।

উত্তৰঃ

সূক্ষ্মকোণসমকোনস্থূলকোণসৰলকোণপ্রবৃদ্ধকোণসম্পূর্ণকোণ
bacdfe

2. তলত সমদূৰত্বত থকা বিন্দুৰে গঠিত জালিকাৰ চিত্ৰ দিয়া হৈছে। ‘A’ বিন্দুটোক জালিকাৰ অন্য বিন্দুৰ লগত এনেদৰে লগ লগোৱা যাতে তলত দিয়া ধৰণে কোণ গঠন হয়। প্রতিটো ক্ষেত্রতে গঠন হোৱা কোণটো চিহ্নিত কৰা (প্রথম চিত্ৰত এটা কৰি দেখুওৱা হৈছে।)

3. যদি এটা সমকোণ আৰু এটা সূক্ষ্মকোণ একেলগ কৰোঁ তেন্তে গঠন হোৱা কোণটো কি কোণ হ’ব? 

উত্তৰঃ স্থূলকোণ।

4. যদি দুটা সমকোণ আৰু এটা সূক্ষ্মকোণ একেলগ কৰোঁ তেন্তে গঠন হোৱা কোণটো কি কোণ হ’ব? 

উত্তৰঃ প্রবৃদ্ধ।

5. কাষৰ চিত্ৰটো চোৱা আৰু তাৰ পৰা তলৰ কোণৰ যোৰবোৰৰ কোনটো কোণ ডাঙৰ হ’ব কোৱা। কিয় ডাঙৰ হ’ব তাৰ যুক্তি দিয়া।

(a) ∠AOB আৰু ∠XOY

উত্তৰঃ ইয়াত ∠XOY কোণটো ∠AOB কোণৰ ভিতৰত আছে। গতিকে ∠AOB কোণটো ডাঙৰ।

(b) ∠AOB আৰু ∠XOB

উত্তৰঃ ইয়াত ∠XOB কোণটো ∠AOB কোণৰ ভিতৰত আছে। গতিকে ∠AOB কোণটো ডাঙৰ।

(c) ∠AOY আৰু AOX

উত্তৰঃ ইয়াত ∠AOX কোণটো ∠AOY কোণৰ ভিতৰত আছে। গতিকে ∠AOY কোণটো ডাঙৰ।

6. কাষৰ চিত্ৰটো চোৱা আৰু তলৰ কোনটো কোণ ডাঙৰ আৰু কিয় কোৱা? ∠XOY নে ∠AOB?

উত্তৰঃ ∠XOY এটা স্থূলকোণ আৰু ∠AOB এটা সূক্ষ্মকোণ। গতিকে ∠XOY, ∠AOB তকৈ ডাঙৰ।

7. তলৰ চিত্ৰসমূহ চাই উত্তৰ দিয়া।

(a) প্রতিটো চিত্রত থকা ত্রিভুজৰ সংখ্যা উলিওৱা। ত্রিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চানেকিটো লিখা।

উত্তৰঃ প্রথম চিত্ৰত ত্ৰিভুজৰ সংখ্যা: 1 = 1 × 1 

দ্বিতীয় চিত্ৰত ত্রিভুজৰ সংখ্যা: 1 + 3 = 4 = 2 × 2 

তৃতীয় চিত্ৰত ত্রিভুজৰ সংখ্যা: 1 + 3 + 5 = 9 = 3 × 3

(b) প্রতিটো চিত্রত থকা সূক্ষ্মকোণৰ সংখ্যা উলিওৱা।

উত্তৰঃ প্রথম চিত্ৰত থকা সূক্ষ্মকোণৰ সংখ্যা: 1 × 3 = 3 

দ্বিতীয় চিত্রত থকা সূক্ষ্মকোণৰ সংখ্যা: 4 × 3 = 12 

তৃতীয় চিত্রত থকা সূক্ষ্মকোণৰ সংখ্যা: 9 × 3 = 27

(c) এই চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰটোত কিমানটা সূক্ষ্মকোণ থাকিব?

উত্তৰঃ চানেকিটোৰ পৰৱৰ্তী চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা: 1 + 3 + 5 + 7 = 16

গতিকে সূক্ষ্মকোণৰ সংখ্যা: 16 × 3 = 48

(d) এই চিত্ৰসমূহৰ চানেকিটোৰ পঞ্চম স্থানত থাকিবলগীয়া চিত্ৰটোৰ কিমানটা সূক্ষ্মকোণ থাকিব?

উত্তৰঃ চানেকিটোৰ পঞ্চম স্থানত থাকিবলগীয়া ত্রিভুজৰ সংখ্যা: 1 + 3 + 5 + 7 + 9 = 25 

গতিকে সূক্ষ্মকোণৰ সংখ্যা: = 25 × 3 = 75 

কৰি চাওঁ আহা 2.6

1. কোণমান যন্ত্ৰৰ সহায়ত তলৰ চিত্ৰত থকা কোণবোৰৰ মান নির্ণয় কৰা।

(i)

উত্তৰঃ

(ii)

উত্তৰঃ

(iii)

উত্তৰঃ

(iv)

উত্তৰঃ

উত্তৰঃ

উত্তৰঃ 

(vii)

উত্তৰঃ

উত্তৰঃ

(ix)

উত্তৰঃ

(x) 

উত্তৰঃ

(xi) 

উত্তৰঃ

(xii)

উত্তৰঃ

2. কোণমান যন্ত্ৰৰ সহায়ত তলত দিয়া কোণবোৰ অংকন কৰা।

(a) 25⁰

(b) 45⁰

(c) 70⁰

(d) 90⁰

(e) 120⁰

(f) 170⁰

(g) 180⁰

(h) 210⁰

(i) 240⁰

(j) 270⁰

(k) 310⁰

(l) 360⁰

উত্তৰঃ শিক্ষকৰ সহায় লৈ নিজে কৰা। 

3. কোণমান যন্ত্ৰৰ সহায়ত কাষত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা।

তুমি পোৱা কোণবোৰক সূক্ষ্মকোণ, স্থূলকোণ, সমকোণ আৰু প্রবৃদ্ধকোণ হিচাপে শ্রেণীবিভাজন কৰা।

(a) ∠POQ

উত্তৰঃ (a) ∠POQ = 29⁰ , সূক্ষ্মকোণ

(b) ∠POR

উত্তৰঃ (b) ∠POR = 90⁰ , সমকোণ

(c) ∠POS

উত্তৰঃ (c) ∠POS = 120⁰ স্থূলকোণ

(d) ∠POT

উত্তৰঃ (d) ∠POT = 160⁰ , প্রবৃদ্ধকোণ

কৰি চাওঁ আহা 2.7

1. কাষৰ চিত্ৰটোলৈ মন কৰা। চিত্ৰৰ পৰা তলত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা।

(a) ∠AOD

উত্তৰঃ (a) ∠AOD = 80⁰ + 10⁰ + 30⁰ = 120⁰

(b) ∠BOC

উত্তৰঃ (b) ∠BOC = 90⁰ – 80⁰ = 10⁰

(c) ∠COD

উত্তৰঃ (c) ∠COD = 90⁰ – 60⁰ = 30⁰

(d) ∠BOD

উত্তৰঃ (d) ∠BOD = 10⁰ + 30⁰ = 40⁰

(e) ∠BOE

উত্তৰঃ (e) ∠BOE = 40⁰ + 60⁰ = 100⁰

2. একেটা শীর্ষবিন্দুৰ পৰা দুটা সূক্ষ্মকোণ, দুটা সমকোণ আৰু দুটা স্থূলকোণ গঠন হোৱা এটা চিত্র অংকন কৰা।

উত্তৰঃ সূক্ষ্মকোণ।

3. ‘Y’ বৰ্ণটো এনেদৰে অংকন কৰা যাতে বৰ্ণটোৱে উৎপন্ন কৰা কোণবোৰৰ মাপ ক্রমে 150⁰, 60⁰ আৰু 150⁰ হয়। যদি দুয়োফালে থকা 150⁰ কোণৰ মাপক 10⁰ কৈ হ্রাস কৰা হয়, তেন্তে মাজত থকা কোণটোৰ মাপ কিমান হ’ব?

উত্তৰঃ 

যদি দুয়োফালে থকা 150⁰ কোণৰ মাপক 10⁰ কৈ হ্রাস কৰা হয় তেনেহ’লে মাজৰ কোণ 60⁰ ৰ লগত 10⁰ + 10⁰ = 20⁰ যোগ হ’ব। অর্থাৎ মাজৰ কোণটো হ’ব 60⁰ + 20⁰ = 80⁰

4. ইংৰাজী বর্ণমালাৰ কোনবোৰ আখৰত থকা ৰেখাখগুবোৰে সমকোণৰ সৃষ্টি কৰে? 

উত্তৰঃ E, F, H, L আৰু T য়ে।

5. তলত তিনিটা ত্রিভুজৰ চিত্ৰ দিয়া আছে। প্রত্যেকটো ত্রিভুজৰে প্ৰতিটো কোণ চিহ্নিত কৰা আছে। কোণমান যন্ত্ৰৰ সহায়ত প্রথম ত্রিভুজটোৰ তিনিওটা কোণৰ মাপ নিৰ্ধাৰণ কৰি যথাস্থানত মাপবোৰ লিখি লোৱা। এতিয়া তুমি পোৱা মাপবোৰৰ যোগফল উলিওৱা। যোগফল কিমান পালা? দ্বিতীয় আৰু তৃতীয় ত্রিভুজৰ ক্ষেত্ৰতো তিনিওটা কোণৰ মাপ নিৰ্ধাৰণ কৰি যোগফল উলিওৱা। তুমি উলিওৱা যোগফলৰ মাজত কিবা সামঞ্জস্য দেখিলানে? অন্য কিছুমান ত্রিভুজ অংকন কৰি প্রত্যেকৰে তিনিওটা কোণৰ মাপ কোণমান যন্ত্ৰৰ সহায়ত নিৰ্ধাৰণ কৰি যোগফল উলিওৱা। ইয়াৰ পৰা ত্রিভুজৰ তিনিওটা কোণৰ যোগফলৰ বিষয়ে কিবা অনুমান কৰিব পাৰিছানে? (পৰৱৰ্তী শ্ৰেণীত ইয়াৰ বিষয়ে বিতংকৈ পাবা।)

উত্তৰঃ প্রত্যেকটো ত্রিভুজৰ কোণ তিনিটাৰ সমষ্টি 180°।

ত্রিভুজৰ প্রতিটো অন্তঃকোণৰ মাপৰ যোগফল 180°

6. অশোক চক্রত 24 ডাল দণ্ড থাকে। দুডাল ওচৰা-ওচৰিকৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ ডিগ্রী মাপ কিমান হ’ব? যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূলকোণৰ ডিগ্ৰী মাপ কিমান হ’ব?

উত্তৰঃ দুডাল দণ্ডৰ মাজত 15° কোণ হ’ব আৰু যিকোনো দণ্ডৰ মাজৰ সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূলকোণৰ ডিগ্রী মাপ হ’ব- 165°।

প্রহেলিকা 1: মই এটা সূক্ষ্মকোণ। যদি মোৰ মাপটো তুমি দুগুণ কৰা, তেতিয়া মই এটা সমকোণ হওঁ। যদি মোৰ মাপটো তুমি তিনিগুণ কৰা, মই এটা স্থূলকোণ হৈ পৰো। যদি মোৰ মাপটো তুমি চাৰিগুণ কৰা, তেতিয়া মই এটা সৰলকোণ হওঁ। মোৰ মাপ কিমান ক’ব পাৰিবানে?

প্রহেলিকা 2: মই এটা সূক্ষ্মকোণ। যদি মোৰ মাপটো তুমি দুগুণ কৰা, তেতিয়া তুমি এটা সূক্ষ্মকোণ পাবা। যদি মোৰ মাপটো তুমি তিনিগুণ কৰা, তেতিয়াও তুমি এটা সূক্ষ্মকোণ পাবা। যদি মোৰ মাপটো তুমি চাৰিগুণ কৰা, তেতিয়াও এটা সূক্ষ্মকোণ পাবা। কিন্তু যদি মোৰ মাপটো তুমি পাঁচগুণ কৰা, তেতিয়া তুমি এটা স্থূলকোণ পাবা। মোৰ মাপৰ সম্ভাব্য মান কি কি হ’ব পাৰে?

উত্তৰঃ প্রহেলিকা 1: 45º

প্রহেলিকা 2: 22.5° তকৈ সৰু কিন্তু 18° তকৈ ডাঙৰ মাপৰ হ’ব লাগিব।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top