SEBA Class 6 Maths Chapter 1 গাণিতিক আর্হি

SEBA Class 6 Maths Chapter 1 গাণিতিক আর্হি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Maths Chapter 1 গাণিতিক আর্হি Question Answer Assamese Medium and select need one. Class 6 Maths Textbook Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Class 6 Mathematics Textbook Solutions.

SEBA Class 6 Maths Chapter 1 গাণিতিক আর্হি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Mathematics Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Maths Solutions Assamese Medium for All Chapters, You can practice these here.

Chapter: 1

কৰি চাওঁ আহা 1.1

1. তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পর্যবেক্ষণ কৰিলা?

উত্তৰঃ বিভিন্ন ধৰণৰ ফুল, ৰামধেনু, যোগাসন, চৰাই, নৃত্য, ইত্যাদি।

2. সেই আর্হিবোৰত থকা নিয়মবোৰ পর্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে?

উত্তৰঃ হয় নিশ্চয় পাৰি। ফুলৰ পাহিত, ৰামধেনুৰ বস্তুৰ বিভিন্ন তৰপসমূহত, বিভিন্ন নৃত্যত থকা ভংগিমা বা মুদ্রাৰ গণনা ইত্যাদি।

তলৰ তালিকাখনত কিছুমান প্রাথমিক আৰু আকর্ষণীয় আর্হি দিয়া হ’ল-

কিছুমান সংখ্যাৰ আর্হি

(i) 1, 1, 1, 1, 1, 1, 1, …সকলোবোৰ 1
(ii) 1, 3, 5, 7, 9, 11, 13,….অযুগ্ম সংখ্যা
(iii) 2, 4, 6, 8, 10, 12, 14, …যুগ্ম সংখ্যা
(iv) 1, 3, 6, 10, 15, 21, 28,…ত্রিভুজীয় সংখ্যা
(v) 1, 4, 9, 16, 25, 36, 49…বর্গ সংখ্যা 
(vi) 1, 8, 27, 64,125, 216,…ঘন সংখ্যা
(vii) 1, 2, 3, 5, 8, 13, 21,….বিৰাহাংক সংখ্যা
(viii) 1, 2, 4, 8, 16, 32,…2ৰ ঘাত
(ix) 1, 3, 9, 27, 81, 243,729,…3ৰ ঘাত
(x) 1,10,100,1000,10000,100000…..10ৰ ঘাত
(xi) 3,6,9,12,15,18,…3 ৰ গুণিতক
কৰি চাওঁ আহা 1.2

1. ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে?

উত্তৰঃ হয়, প্রত্যেকটো সংখ্যাৰ আৰ্হিত পৰৱৰ্তী সংখ্যাটোক আমি পূর্ববর্তী সংখ্যাটোৰ পন উলিয়াব পাৰোঁ।

2. প্রতিটো আৰ্হিৰ পৰৱৰ্তী পাঁচটা সংখ্যা লিখা।

উত্তৰঃ প্রত্যেকটো সংখ্যাৰ আৰ্হিৰ পৰৱৰ্তী পাঁচটা সংখ্যা হৈছে-

(i) 1, 1, 1, 1, 1

(ii) 15, 17, 19, 21, 23

(iii) 16, 18, 20, 22, 24

(iv) 36, 45, 55, 66, 78

(v) 49, 64, 81,100,121

(vi) 343, 512,729, 1000, 1331

(vii) 34, 55, 89, 144, 233

(viii) 64, 128, 256, 512, 1024

(ix) 2187, 6561, 19683, 59049, 177147

(xi) 21, 24, 27, 30, 33

3. সংখ্যাৰ আন কিছুমান আহি লিখিবলৈ চেষ্টা কৰা।

উত্তৰঃ স্বাভাৱিক সংখ্যা 1, 2, 3, 4…, মৌলিক সংখ্যা 2, 3, 5, 7…, 5ৰ গুণিতক 5, 10, 15, 20… আদি।

4. আটাইতকৈ সৰু স্বাাভাৱিক সংখ্যাটো কি?

উত্তৰঃ আটাইতকৈ সৰু স্বাাভাৱিক সংখ্যাটো হ’ল- 1

কৰি চাওঁ আহা 1.3

1. 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্র অংকন কৰা।

2. 1, 3, 6, 10, 15,… আর্হিটোক কিয় ত্রিভুজীয় বোলা হয়?

উত্তৰঃ 1, 3, 6, 10, 15ৰ প্ৰত্যেকটো সংখ্যাই একো একোটা ত্রিভুজ আকৃতি গঠন কৰে।

3. এনেকুৱা এটা সংখ্যা লিখা, যিটো ত্রিভুজীয় আৰু বৰ্গ সংখ্যা।

উত্তৰঃ 36

4. 1ৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা, যিটো বর্গ সংখ্যাও হয়, আৰু ঘন সংখ্যাও হয়?

উত্তৰঃ 64

5. তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা।

উত্তৰঃ 

উত্তৰঃ

উত্তৰঃ

উত্তৰঃ

কৰি চাওঁ আহা 1.4

1. ওপৰত দিয়া ধৰণে 1 + 2 + 3 + 4 + 5 + 6 + 7 + 6 + 5 + 4 + 3 + 2 + 1 = 49ক

চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰা।

উত্তৰঃ

1 + 2 + 3 + 4 + 5 + 6 + 7 + 6 + 5 + 4 + 3 + 2 + 1 = 49

2. একে ধৰণৰ চিত্ৰ 11 লৈ অংকন কৰিলে যোগফল কি পাবা?

উত্তৰঃ 1 + 2 + 3 + 4 + 1

3. তলৰ আৰ্হিবোৰ চিনাক্ত কৰি পৰৱৰ্তী কেইটামান আৰ্হিৰ যোগফল উলিয়াবলৈ চেষ্টা কৰা (1, 1 + 3 ,1 + 3 + 5, 1 + 3 + 5 + 7, 1 + 3 + 5 + 7 + 9, 1 + 3 + 5 + 7 + 9 + 11,….)

উত্তৰঃ 1 + 3 + 5 + 7 + 9 + 11 + 13

1 + 3 + 5 + 7 + 9 + 11 + 13 + 15

1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17

1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19

4. ওপৰোক্ত আৰ্হি উপযুক্ত চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা।

উত্তৰঃ

কৰি চাওঁ আহা 1.5

ওপৰৰ 3নং তালিকাত দেখুওৱা আৰ্হিবোৰ লক্ষ্য কৰা আৰু তলৰ কথাখিনি মন কৰা।

1. আকৃতিৰ আৰ্হিবোৰ চাই প্ৰতিটো আৰ্হিৰ লগত জড়িত আন কিছুমান আর্হি আঁকিবলৈ চেষ্টা কৰা।

উত্তৰঃ 

2. ওপৰত থকা আকৃতিৰ আৰ্হিবোৰত কিবা লক্ষ্য কৰিছানে? ইয়াৰ পৰৱৰ্তী কেইটামান আকৃতি অংকন কৰা।

উত্তৰঃ 

3. 3 নং তালিকাৰ আৰ্হিবোৰ চিনাক্ত কৰা।

উত্তৰঃ (i) প্ৰথমটো আকৃতিৰ আৰ্হিত ত্ৰিভুজৰ ঠাকৰ সংখ্যা হৈছে ক্রমান্বয়ে

1, 1 + 3, 1 + 3 + 5, 1 + 3 + 7, 1 + 3 + 7 + 9, 1 + 3 + 7 + 9 + 11…….

(ii) দ্বিতীয়টো আকৃতিৰ আৰ্হিত গছৰ শাখাৰ সংখ্যা হৈছে ক্রমান্বয়ে 

1, 1 + 2, 1 + 2 + 4, 1 + 2 + 4 + 8, 1 + 2 + 4 + 8 + 16,……

(iii) তৃতীয়টো আকৃতিৰ আৰ্হিত আকৃতিৰ সংখ্যা হৈছে 

1 + 4, 1 + 4 + 4, 1 + 4 + 4 + 4, 1 + 4 + 4 + 4 + 4……

(iv) চতুৰ্থটো আকৃতিৰ আৰ্হিত বাহুৰ সংখ্যা হৈছে ক্রমান্বয়ে 

8, 8 + 8, 8 + 8 + 8, 8 + 8 + 8 + 8, 8 + 8 + 8 + 8 + 8

(v) পঞ্চমটো আকৃতিৰ আৰ্হিত মৌচাকৰ সংখ্যা হৈছে ক্রমান্বয়ে 

1, 1 + 6, 1 + 6 + 12, 1 + 6 + 12 + 18, 1 + 6 + 12 + 18 + 24,…….

4. প্রকৃতিৰ পৰা কিছুমান বিশেষ আর্হি উলিয়াবলৈ চেষ্টা কৰা।

উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top