A letter in response to an advertisement in the newspaper for buying flat
To
The Advertiser,
……………………….
Dear Sir,
In response to your advertisement in…… Newspaper dated……in connection with the selling of flats, I inform you that I am interested to buying a flat at…….. Road. I shall be very glad if you kindly furnish me with the following information.
(i) The appropriate cost of the flat.
(ii) The floor space of the flat.
(iii) Number of bedrooms and other amenities available.
(iv) Mode of payment all at a time or by instalments. Any provision for loan.
(v) Bus routes available and school, college and other educational facilities.
Thanking you.
Applicants Address:
Yours sincerely.
………………………
ফ্লেট বিক্ৰয় সংক্ৰান্ত বিজ্ঞাপনৰ উত্তৰত চিঠি।
প্ৰতি,
বিজ্ঞাপনদাতা
মহাশয়,
যোৱা………তাৰিখে……….. কাকতত প্ৰকাশিত আপোনাৰ বিজ্ঞাপনৰ উত্তৰত জনাব বিচাৰিছো যে, মই………………. ৰোডত এটা ফ্লেট কিনিবলৈ আগ্ৰহী। নিম্নলিখিত বিষয়বোৰ মোক জনালে অতি আনন্দিত হ’ম।
১। এটা ফ্লেটৰ আনুমানিক মূল্য।
২। ফ্লেটৰ আয়তন।
৩। শোৱা কোঠাৰ সংখ্যা আৰু অন্যান্য সুযোগ-সুবিধা।
৪। ফ্লেটৰ মূল্য এবাৰতে নে কিস্তি কৰি দিব লাগিব।
৫। ৰাস্তাৰে বাছ চলাচল কৰে নে নাই আৰু স্কুল, কলেজ তথা অন্যান্য শিক্ষানুষ্ঠানৰ সুবিধা আছে নে নাই?
ধন্যবাদ।
পত্ৰলিখকৰ ঠিকনা
আপোনাৰ বিনীত
……………………..
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.