🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Letter Requesting Transfer of S/ B Account | চেভিংচ একাউণ্ট স্থানান্তৰৰ বাবে আবেদন

Letter Requesting Transfer of S/ B Account.

To

The Manager,

………. Bank address……….

Date_______

Sub: Letter Requesting Transfer of S/ B Account.

Dear Sir,

I have a savings account with your bank. As I have transferred to Tezpur, I request you to transfer the aforesaid account to your Tezpur Branch and I am sending herewith the passbook and the checkbook for your necessary action.

Thanking you,                       

Yours truly

___________

চেভিংচ একাউণ্ট স্থানান্তৰৰ বাবে আবেদন।

প্ৰতি,

ব্ৰাঞ্চ মেনেজাৰ

…………বেঙ্ক

 তাং……………. 

বিষয়: চেভিংচ একাউণ্ট স্থানান্তৰৰ বাবে আবেদন।

মহাশয়,

আপোনাৰ বেঙ্কৰ শাখাত মোৰ উপৰোক্ত একাউণ্ট আছে। বৰ্তমানে মই তেজপুৰলৈ কাৰ্যোপলক্ষে বদলি হৈছো। গতিকে মোৰ উপৰোক্ত একাউণ্টটো আপোনালোকৰ বেঙ্কৰ তেজপুৰ শাখালৈ স্থানান্তৰিত কৰাৰ কাৰণে আবেদন জনালো। এই পত্ৰৰ সৈতে মোৰ বৰ্তমান পাছবুক আৰু চেকবুক জমা দিলো। অনুগ্ৰহ কৰি অতি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

ধন্যবাদ।                            

ঠিকনা…………

আপোনাৰ বিশ্বাসী

চহী

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top