Class 8 Social Science Additional Chapter 16 অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান

Class 8 Social Science Additional Chapter 16 অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 16 অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 16 অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান

Chapter – 16

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। কিমান শতিকাৰ মাজ ভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰপৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থান হোৱা বুলি কোৱা হয়?

উত্তৰঃ ওঠৰ শতিকাৰ মাজ ভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰপৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থান হোৱা বুলি কোৱা হয়।

২। লক্ষ্মীসিংহৰ পুত্ৰৰ নাম কি?

উত্তৰঃ লক্ষ্মীসিংহৰ পুত্ৰৰ নাম গৌৰীনাথ সিংহ।

৩। কিমান খ্ৰীষ্টাব্দত মোৱামৰীয়াসকলে সুযোগ লাভ কৰিলে?

উত্তৰঃ ১৭৮২ খ্ৰীষ্টাব্দত মোৱামৰীয়াসকলে সুযোগ লাভ কৰিলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কিমান খ্ৰীষ্টাব্দত মোৱামৰীয়াসকলে পুনৰ বিদ্ৰোহ আৰম্ভ কৰিলে?

উত্তৰঃ ১৭৮৬ খ্ৰীষ্টাব্দত মোৱামৰীয়াসকলে পুনৰ বিদ্ৰোহ আৰম্ভ কৰিলে।

৫। কিমান খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছে কেপ্তেইন ৱেলছক অসমলৈ পঠিয়াই দিয়ে?

উত্তৰঃ ১৭৯২ খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছে কেপ্তেইন ৱেলছক অসমলৈ পঠিয়াই দিয়ে।

৬। কিমান খ্ৰীষ্টাব্দত কেপ্তেইন ৱেলছ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে?

উত্তৰঃ ১৭৯৪ খ্ৰীষ্টাব্দত কেপ্তেইন ৱেলছ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে।

৭। অসমৰ ইতিহাস ৰচনাৰ কি বুলি গণ্য কৰা হয়?

উত্তৰঃ অসমৰ ইতিহাস ৰচনাৰ মূল্যবান সমল বুলি গণ্য কৰা হয়।

৮। অসমৰ চহকী বুলি কি সম্পদক কোৱা হয়?

উত্তৰঃ অসমৰ চহকী বুলি প্ৰাকৃতিক সম্পদক কোৱা হয়।

৯। ব্ৰহ্মদেশখনক বৰ্তমান কি নামেৰে জনা যায়?

উত্তৰঃ ব্ৰহ্মদেশখনক বৰ্তমান ম্যানমাৰ নামেৰে জনা

১০। ব্ৰহ্মদেশৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃ ব্ৰহ্মদেশৰ প্ৰকৃত নাম ‘বাম্বা’ বা ‘বৰ্মা’ আছিল।

১১। মানৰ প্ৰথম আক্ৰমণ কেতিয়া সংঘটিত কৰা হৈছিল?

উত্তৰঃ মানৰ প্ৰথম আক্ৰমণ ১৮১৭ খ্ৰীষ্টাব্দত সংঘটিত কৰা হৈছিল।

১২। মানৰ দ্বিতীয় আক্ৰমণ কেতিয়া সংঘটিত কৰা হৈছিল?

উত্তৰঃ মানৰ দ্বিতীয় আক্ৰমণ ১৮১৯ খ্ৰীষ্টাব্দত সংঘটিত কৰা হৈছিল।

১৩। মানৰ তৃতীয় আক্ৰমণ কেতিয়া সংঘটিত কৰা হৈছিল?

উত্তৰঃ মানৰ তৃতীয় আক্ৰমণ ১৮২১ খ্ৰীষ্টাব্দত সংঘটিত কৰা হৈছিল।

১৪। কিমান খ্ৰীষ্টাব্দত তৎকালীন গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে?

উত্তৰঃ ১৮২৪ খ্ৰীষ্টাব্দত তৎকালীন গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে।

১৫। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ খ্ৰীষ্টাব্দত ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত কৰা হৈছিল।

১৬। কেন্দ্ৰীয় ব্ৰহ্মদেশৰ ৰাজধানী নাম কি?

উত্তৰঃ কেন্দ্ৰীয় ব্ৰহ্মদেশৰ ৰাজধানী নাম হ’ল আভা।

১৭। আভাৰ বৰ্তমান নাম কি?

উত্তৰঃ আভাৰ বৰ্তমান নাম হ’ল ইনৱা।

১৮। ইয়াণ্ডাবুৰ ঠাইখন আভাৰ পৰা কিমান কিল’মিটাৰ নিলগত?

উত্তৰঃ ইয়াণ্ডাবুৰ ঠাইখন আভাৰ পৰা ৮০ কিল’মিটাৰ নিলগত।

১৯। ব্ৰহ্মদেশৰ ইংৰাজ সৈন্যদলৰ সেনাপতি কোন আছিল?

উত্তৰঃ ব্ৰহ্মদেশৰ ইংৰাজ সৈন্যদলৰ সেনাপতি হ’ল চাৰ আর্চিবেল কেম্বল চাহাব।

২০। কিমান খ্ৰীষ্টাব্দৰপৰা কিমান খ্ৰীষ্টাব্দৰলৈ অসম দেশ বৃটিছৰ অধীনত আছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দৰপৰা ১৯৪৭ খ্ৰীষ্টাব্দৰলৈ অসম দেশ বৃটিছৰ অধীনত আছিল।

২১। মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিল।

২২। কিমান খ্ৰীষ্টাব্দৰপৰা বৃটিছে অসমত সাম্ৰাজ্যবাদৰ পাতনি মেলিছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দৰপৰা বৃটিছে অসমত সাম্ৰাজ্যবাদৰ পাতনি মেলিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top