Class 8 Social Science Additional Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

Class 8 Social Science Additional Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ Notes and select needs one.

Class 8 Social Science Additional Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download. for All Subject, You can practice these here.

জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

Chapter – 2

PART – I: GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা?

উত্তৰঃ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনকে জনসংখ্যাৰ বৃদ্ধি বুলি কোৱা হয়।

২। ২০০১ চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ২০০১ চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা ২,৬৬,৩৮,৪০৭ জন।

৩। ২০১১ চনত লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ২০১১ চনত লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা ৪৫,৩০,৮৬৫ জন আছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ২০০৮ চনৰ হিচাপ মতে পৃথিৱীৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ২০০৮ চনৰ হিচাপ মতে পৃথিৱীৰ মুঠ জনসংখ্যা ৬৬৮ কোটি।

৫। জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত এছিয়া কিমান নম্বৰ স্থানত আছিল?

উত্তৰঃ প্ৰথম নম্বৰ স্থানত আছিল।

৬। ২০২০ চনৰ হিচাপ মতে এছিয়াৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ২০২০ চনৰ হিচাপ মতে এছিয়াৰ মুঠ জনসংখ্যা ৪,৬৪১ নিযুত আছিল।

৭। পৃথিৱীৰ মুঠ জনসংখ্যা কিমান শতাংশ আছিল?

উত্তৰঃ পৃথিৱীৰ মুঠ জনসংখ্যা ৬০ শতাংশ আছিল।

৮। আফ্ৰিকাৰ জনসংখ্যা কিমান নিযুত আছিল?

উত্তৰঃ আফ্ৰিকাৰ জনসংখ্যা ১৩৪১ নিযুত আছিল।

৯। জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীৰ কেইটা অঞ্চল চিনাক্ত কৰিব পাৰি?

উত্তৰঃ জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীৰ ৪ টা অঞ্চল চিনাক্ত কৰিব পাৰি।

১০। চাৰিটা ঘন বসতিপূৰ্ণ অঞ্চলত পৃথিৱীৰ মুঠ কিমান শতাংশ লোকে বসতি কৰে?

উত্তৰঃ চাৰিটা ঘন বসতিপূৰ্ণ অঞ্চলত পৃথিৱীৰ মুঠ ৭৫ শতাংশ লোকে বসতি কৰে।

১১। জনপ্ৰব্ৰজন কাক বোলে?

উত্তৰঃ কিছুসংখ্যক লোকে কৰ্মসূত্ৰে বা আন কোনো কাৰণত অন্য এখন ঠাইলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যক জনপ্ৰব্ৰজন বোলে।

১২। ২০১১ চনত লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ৩,১১,৬৯,২৭২ জন।

১৩। ২০০১ ৰ পৰা ২০১১ চনলৈ এই দহ বছৰৰ ভিতৰত জনসংখ্যাৰ বৃদ্ধি কিমান আছিল?

উত্তৰঃ ৪৫,৩০,৮৬৫ জন।

১৪। ১৬৫০ চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ৫০ কোটি।

১৫। ১৮০০ চনৰপৰা দ্ৰুতভাৱে জনসংখ্যাৰ বৃদ্ধি হৈ ১৯৫০ চনত কিমান আছিল?

উত্তৰঃ ২৫২ কোটি।

১৬। মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলিলে কি বুজা?

উত্তৰঃ মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলি কোৱা হয়।

১৭। পৃথিৱীৰ মুঠ জনসংখ্যা ৬০ শতাংশ লোকে কিমানখন ৰাষ্ট্ৰৰ বাসিন্দা?

উত্তৰঃ ১০ খন ৰাষ্ট্ৰৰ বাসিন্দা।

১৮। জনসংখ্যাৰ ফালৰপৰা বাংলাদেশ আৰু ৰাছিয়া কিমান নম্বৰ স্থানত আছে?

উত্তৰঃ জনসংখ্যাৰ ফালৰপৰা বাংলাদেশ আৰু ৰাছিয়া অষ্টম আৰু নৱম নম্বৰ স্থানত আছে।

১৯। জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত এছিয়া কিমান নম্বৰ স্থানত আছে?

উত্তৰঃ জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত এছিয়া প্ৰথম নম্বৰ স্থানত আছে।

২০। ইউৰোপৰ জনসংখ্যা কিমান নিযুত আছিল?

উত্তৰঃ ইউৰোপৰ জনসংখ্যা ৪৪৭.৭ নিযুত আছিল।

২১। উত্তৰ আমেৰিকাৰ জনসংখ্যা কিমান নিযুত আছিল?

উত্তৰঃ উত্তৰ আমেৰিকাৰ জনসংখ্যা ৫৯২ নিযুত আছিল।

২২। দক্ষিণ আমেৰিকাৰ জনসংখ্যা কিমান নিযুত আছিল?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ জনসংখ্যা ৪৩০.৭৫ নিযুত আছিল।

২৩। এই চাৰিটা ঘন বসতিপূৰ্ণ অঞ্চলত পৃথিৱীৰ মুঠ কিমান জনসংখ্যাই বসতি কৰে?

উত্তৰঃ এই চাৰিটা ঘন বসতিপূৰ্ণ অঞ্চলত পৃথিৱীৰ মুঠ ৭৫ শতাংশ লোকে বসতি কৰে।

২৪। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ আছিল?

উত্তৰঃ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।

২৫। ৰাজ্যখনৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন আছিল?

উত্তৰঃ ৩৮২ জন আছিল।

২৬। উৎস স্থান বুলিলে কি বুজা?

উত্তৰঃ প্ৰব্ৰজনকাৰীসকলে যি স্থানৰপৰা যায় সেই ঠাইক উৎস স্থান বুলি কোৱা হয়।

২৭। সোতৰশ শতিকাৰ মাজভাগলৈ পৃথিৱীত মানুহৰ সংখ্যা কিমান কোটিৰ ওচৰ চাপিছিল?

উত্তৰঃ সোতৰশ শতিকাৰ মাজভাগলৈ পৃথিৱীত মানুহৰ সংখ্যা ৫০ কোটিৰ ওচৰ চাপিছিল।

২৮। জনসংখ্যাৰ বিস্ফোৰণ বুলিলে কি বুজা?

উত্তৰঃ ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যা ক্ষিপ্ৰ গতিত বৃদ্ধি হ’বলৈ ধৰে জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হয়।

২৯। জনসংখ্যা ফালৰপৰা পৃথিৱীৰ ভিতৰত ভাৰত কিমান নম্বৰ স্থানত আছে?

উত্তৰঃ জনসংখ্যা ফালৰপৰা পৃথিৱীৰ ভিতৰত ভাৰত দ্বিতীয় স্থানত আছে।

৩০। ২০২০ চনত ভাৰতৰ জনসংখ্যা কিমান কোটি আছিল?

উত্তৰঃ ২০২০ চনত ভাৰতৰ জনসংখ্যা ১৩৬ কোটি আছিল।

৩১। অসমৰ জনসংখ্যা ১৯০১ চনত কিমান লাখ আছিল?

উত্তৰঃ ৩২ লাখ আছিল।

৩২। ১৯০১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন আছিল?

উত্তৰঃ ১৯০১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪১ জন আছিল।

৩৩। ২০২০ চনৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা দেশখনৰ নাম কি?

উত্তৰঃ ২০২০ চনৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা দেশখনৰ নাম হ’ল- নাইজেৰিয়া।

৩৪। সম্পদ বুলিলে কি বুজা?

উত্তৰঃ মানুহৰ প্ৰয়োজন পূৰ কৰিব পৰা বিভিন্ন প্ৰাকৃতিক বস্তুক সম্পদ বুলি কোৱা হয়।

৩৫। শ্ৰেষ্ঠ সম্পদ বুলিলে কি বুজা?

উত্তৰঃ মানুহৰ বুদ্ধি-বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা এনেবোৰ গুণৰ বাবে মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয়।

৩৬। জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ বিভিন্ন ঠাইত ঘন অথবা পাতলীয়াকৈ মানুহে বসতি কৰি আছে, ইয়াক জনসংখ্যাৰ বিতৰণ বুলি কোৱা হয়।

৩৭। কেন্দ্ৰীভৱন বুলিলে কি বুজা?

উত্তৰঃ কিছুমান অঞ্চলত মানুহৰ বসতি অতি ঘন হ’বলৈ ধৰা প্ৰক্ৰিয়াক কেন্দ্ৰীভৱন বুলি কোৱা হয়।

৩৮। জনসংখ্যাৰ থূপীকৰণৰ ভিত্তিত পৃথিৱীৰ প্ৰধান কেইটা ঘন বসতি অঞ্চল আছে?

উত্তৰঃ চাৰিটা ঘন বসতি অঞ্চল আছে।

৩৯। ব্যৱহাৰৰ ফলত প্ৰাকৃতিক সম্পদসমূহৰ পৰিমাণ দিনক দিনে কি হৈ আহিছে?

উত্তৰঃ কমি আহিছে।

৪০। ২০২০ চনৰ অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ২০২০ চনৰ অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা ১৭.৭০ শতাংশ আছিল।

৪১। ২০২০ চনৰ অনুসৰি ৰাছিয়াৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ১.৮৭ শতাংশ আছিল।

৪২। পৃথিৱীৰ ভিতৰত জনবহুল দেশ কেইখন?

উত্তৰঃ তিনিখন।

৪৩। ২০২০ চনৰ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ৪.২৫ শতাংশ আছিল।

৪৪। জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা?

উত্তৰঃ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঠাই এখনত ঘটা জনসংখ্যাৰ বৃদ্ধিক বুজায়। জনসংখ্যাৰ বৃদ্ধি মানে ইয়াৰ সংখ্যাগত বৃদ্ধি আৰু বিকাশত বুজা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top