Class 8 Social Science Additional Chapter 5 সাগৰ-মহাসাগৰ

Class 8 Social Science Additional Chapter 5 সাগৰ-মহাসাগৰ Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 5 সাগৰ-মহাসাগৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 5 সাগৰ-মহাসাগৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download. for All Subject, You can practice these here.

সাগৰ-মহাসাগৰ

Chapter – 5

PART – I: GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ জলভাগে আগুৰি আছে?

উত্তৰঃ ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে।

২। নীলা গ্ৰহ বুলিলে কি বুজা?

উত্তৰঃ বেছি অংশ পানীয়ে আগুৰি আছে বাবেই আমাৰ পৃথিৱীখনক নীলা গ্ৰহ বুলি কোৱা হয়।

৩। জনমণ্ডল কিহেৰে গঠিত?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ নদী, হ্ৰদ, হিমবাহ, ভূগৰ্ভ, বায়ুমণ্ডল আদিত বিভিন্ন অৱস্থাত থকা পানীভাগেৰে জলমণ্ডল গঠিত।

৪। জলমণ্ডলত কিমান শতাংশ পানী সাগৰ-মহাসাগৰত পোৱা যায়?

উত্তৰঃ জলমণ্ডলত ৯৭ শতাংশ পানী সাগৰ-মহাসাগৰত পোৱা যায়।

৫। সাগৰৰ পানী কি?

উত্তৰঃ সাগৰৰ পানী লুণীয়া।

৬। গড় হিচাপে সাগৰৰ পানীৰ প্ৰতি কিমান ভাগ খনিজ লৱন আছে?

উত্তৰঃ গড় হিচাপে সাগৰৰ পানীৰ প্ৰতি ১০০০ ভাগেই খনিজ লৱন।

৭। ক্ৰান্তীয় অঞ্চলৰ সাগৰৰ পানী কি?

উত্তৰঃ ক্ৰান্তীয় অঞ্চলৰ সাগৰৰ পানী বেছি লুণীয়া।

৮। বিশ্ববিখ্যাত মানচিত্ৰ প্ৰস্তুত কৰোঁতা জনৰ নাম কি?

উত্তৰঃ বিশ্ববিখ্যাত মানচিত্ৰ প্ৰস্তুত কৰোঁতা জনৰ নাম হ’ল- ‘নেচনেল জিঅ’গ্ৰাফিক’।

৯। পৃথিৱীৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা পঞ্চম মহাসাগৰৰ নাম লিখা?

উত্তৰঃ পৃথিৱীৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা পঞ্চম মহাসাগৰৰ নাম হ’ল- দক্ষিণ মহাসাগৰ।

১০। দক্ষিণ মহাসাগৰখন কিমান ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত?

উত্তৰঃ দক্ষিণ মহাসাগৰখন ৬০ ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত।

১১। পৃথিৱীৰ উপৰিভাগৰ বিস্তৃৰ্ণ জলভাগক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ বিস্তৃৰ্ণ জলভাগক পাঁচটা ভাগত ভাগ কৰা হৈছে।

১২। মহাসাগৰ কেইখন? আৰু কি কি?

উত্তৰঃ মহাসাগৰ পাঁচখন।

(১) প্ৰশান্ত মহাসাগৰ।

(২) আটলাণ্টিক মহাসাগৰ।

(৩) ভাৰত মহাসাগৰ।

(৪) উত্তৰ মহাসাগৰ।

(৫) দক্ষিণ মহাসাগৰ।

১৩। সাগৰ বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে দেশ বা মহাদেশৰ ওচৰৰ মহাসাগৰৰ একোটা অংশকে সাগৰ বুলি কোৱা হয়।

১৪। আমাৰ দেশ ভাৰতৰ সীমা চুই থকা বংগোপসাগৰ তেনে এখন কি?

উত্তৰঃ আমাৰ দেশ ভাৰতৰ সীমা চুই থকা তেনে এখন উপসাগৰ।

১৫। উৎপত্তিৰ পৰা এতিয়ালৈকে পৃথিৱীয়ে কিমান বিলিয়ন বছৰ অতিক্ৰম কৰিছে?

উত্তৰঃ উৎপত্তিৰ পৰা এতিয়ালৈকে পৃথিৱীয়ে ৪৫৪ বিলিয়ন বছৰ অতিক্ৰম কৰিছে।

১৬। উৎপত্তিৰ সময়ত আৰু তাৰ বহুকাল পিছলৈকে পৃথিৱীখন এটি কি হিচাপে আছিল?

উত্তৰঃ উৎপত্তিৰ সময়ত আৰু তাৰ বহুকাল পিছলৈকে পৃথিৱীখন এটি উত্তপ্ত গেছীয় পিগু হিচাপে আছিল।

১৭। মহাসাগৰবোৰ অতি বিশাল আৰু গভীৰ যদিও ইয়াৰ পানীভাগ কি নহয়?

উত্তৰঃ মহাসাগৰবোৰ অতি বিশাল আৰু গভীৰ যদিও ইয়াৰ পানীভাগ স্থিৰ নহয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top