Class 8 Social Science Additional Chapter 4 বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Class 8 Social Science Additional Chapter 4 বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 4 বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 4 বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download. for All Subject, You can practice these here.

বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Chapter – 4

PART – I: GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। কৃষিকাৰ্যক কেন্দ্ৰ কৰি মানুহে স্থায়ীভাৱে বসবাস কৰি কিহৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে?

উত্তৰঃ কৃষিকাৰ্যক কেন্দ্ৰ কৰি মানুহে স্থায়ীভাৱে বসবাস কৰি গাঁৱৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে।

২। গ্ৰাম্য বসতি অঞ্চলৰ প্ৰায় কিমান শতাংশ লোকে কৃষিকাৰ্যত নিয়োজিত হৈ থাকে?

উত্তৰঃ গ্ৰাম্য বসতি অঞ্চলৰ প্ৰায় ৭০ শতাংশ লোকে কৃষিকাৰ্যত নিয়োজিত হৈ থাকে।

৩। আমাৰ অসমৰ গ্ৰামাঞ্চলৰ মানুহে কি কি খেতি কৰে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ আমাৰ অসমৰ গ্ৰামাঞ্চলৰ মানুহে ধান, মৰাপাট, সৰিয়হ, তিল, মাহ আৰু বিভিন্ন শাক-পাচলিৰ খেতি কৰে।

৪। খেতি-বাতিৰ উপৰি গাঁৱৰ মানুহে আৰু কি কৰি জীৱন-নিৰ্বাহ কৰিছিল?

উত্তৰঃ খেতি-বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰিছিল।

৫। আমাৰ অসম কিহৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ আমাৰ অসম কৃষি-কাৰ্য প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।

৬। গাওঁসমূহৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানবোৰ কি কি?

উত্তৰঃ গাওঁসমূহৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানবোৰ হ’ল– নামঘৰ, মছজিদ, গীৰ্জা, সংঘ আদি থাকে।

৭। নগৰত কিমান শতাংশ লোকে উদ্যোগ, বাণিজ্য আৰু বিভিন্ন সেৱামূলক কাৰ্যৰ লগত জড়িত হৈ থাকে?

উত্তৰঃ নগৰত প্ৰায় ৭৫ শতাংশ লোকে উদ্যোগ, বাণিজ্য আৰু বিভিন্ন সেৱামূলক কাৰ্যৰ লগত জড়িত হৈ থাকে।

৮। নগৰীকৰণ প্ৰক্ৰিয়া বুলিলে কি বুজা?

উত্তৰঃ গ্ৰাম্য বসতিৰ পৰা নগৰীয়া বসতি বা সৰু নগৰে বিস্তাৰ লাভ কৰি ডাঙৰ নগৰ হোৱাৰ যি প্ৰক্ৰিয়া তাকে সৰল অৰ্থত নগৰীকৰণ প্ৰক্ৰিয়া বুলি কোৱা হয়।

৯। নগৰীকৰণ প্ৰক্ৰিয়াৰ ফলত কি হয়?

উত্তৰঃ নগৰীকৰণ প্ৰক্ৰিয়াৰ সহায়ত কোনো এখন ঠাইৰ অৰ্থনৈতিক কাম-কাজ, জনসংখ্যাৰ গঠন, ভাষা-সংস্কৃতি আদিৰো পৰিৱৰ্তন ঘটে।

১০। আমাৰ ভাৰতৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান আছে?

উত্তৰঃ আমাৰ ভাৰতৰ প্ৰাৰম্ভিক জনসংখ্যা ৫,৫০০ জন আছে।

১১। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰাৰম্ভিক জনসংখ্যা কিমান আছে?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰাৰম্ভিক জনসংখ্যা ২,৫০০ জন আছে।

১২। নগৰ বুলিলে কি বুজা?

উত্তৰঃ নগৰ বুলিলে কম জনসংখ্যা আৰু সীমিত কাৰ্যৰ পৌৰ প্ৰশাসনিক এলেকা একোটাক নগৰ বুলি কোৱা হয়।

১৩। মহানগৰ বুলিলে কি বুজা?

উত্তৰঃ আমাৰ দেশত এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসনিক এলেকাক মহানগৰ বুলি কোৱা হয়।

১৪। অতি মহানগৰ বুলিলে কি বুজা?

উত্তৰঃ এক নিযুতৰ পৰা পাঁচ নিযুত জনসংখ্যা থকা পৌৰবসতিক অতি মহানগৰ বুলি কোৱা হয়।

১৫। মেগাল’পলিছ বুলিলে কি বুজা?

উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকন্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগাল’পলিছ বুলি কোৱা হয়।

১৬। উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহ কেইটা?

উত্তৰঃ উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহ তিনিটা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top