Class 8 Social Science Additional Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা

Class 8 Social Science Additional Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download. for All Subject, You can practice these here.

ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা

Chapter – 6

PART – I: GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। ভু-ভাগত পোৱা মণিকসমূহ ক’ৰ পৰা উদ্ঘাটন কৰা হয়?

উত্তৰঃ ভু-ভাগত পোৱা মণিকসমূহ খনিৰ পৰা উদ্ঘাটন কৰা হয়।

২। খনিজ পদাৰ্থ বুলিলে কি বুজা?

উত্তৰঃ ভু-ভাগত পোৱা মণিকসমূহ খনিৰ পৰা উদ্ঘাটন কৰা হয় সেইবাবে এনে দ্ৰব্যসমূহক খনিজ পদাৰ্থ বুলি কোৱা হয়।

৩। খনিজ সম্পদ বুলিলে কি বুজা?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ খনিজ পদাৰ্থবোৰে মানুহৰ বিভিন্ন প্ৰয়োজন পূৰণ কৰে কাৰণে এইবোৰক খনিজ সম্পদ বুলি কোৱা হয়।

৪। খনিজ বলয় কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ খনিজ বলয় প্ৰধানকৈ ছয়টা ভাগত ভাগ কৰা হৈছে।

৫। খনিজ উদ্যোগ বুলিলে কি বুজা?

উত্তৰঃ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগসমূহকেই খনিজ উদ্যোগ বুলি কোৱা হয়।

৬। লো-তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহ কি কি?

উত্তৰঃ লো-তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহ হ’ল- আকৰিক লো, চূণশিল, ড’ল’মাইট, মেংগানিজ আৰু পোৰামাটি ইত্যাদি।

৭। ভাৰতৰ প্ৰধান লো-তীখা উদ্যোগসমূহ কি কি?

উত্তৰঃ ভাৰতৰ প্ৰধান লো-তীখা উদ্যোগসমূহ হ’ল- জামছেদপুৰৰ টাটা, লো-তীখা উদ্যোগ, বাৰ্ণপুৰ লো আৰু তীখা উদ্যোগ, ভদ্ৰাৱতী বিশ্বেশ্বৰায় লো আৰু তীখা উদ্যোগ ইত্যাদি।

৮। এলুমিনিয়াম সম্পদ পৃথিৱীৰ কিমান নম্বৰ স্থানত আছে?

উত্তৰঃ এলুমিনিয়াম সম্পদ পৃথিৱীৰ অষ্টম নম্বৰ স্থানত আছে।

৯। ভাৰতত প্ৰথম কপাহী বয়ন কল কেতিয়া স্থাপন কৰা হৈছে?

উত্তৰঃ ভাৰতত প্ৰথম কপাহী বয়ন কল ১৮১৮ চনত স্থাপন কৰা হৈছে।

১০। বৰ্তমান ভাৰত কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত কিমান নম্বৰ স্থানত আছে?

উত্তৰঃ বৰ্তমান ভাৰত কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত তৃতীয় নম্বৰ স্থানত আছে।

১১। ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে কিমান শতাংশ সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয়?

উত্তৰঃ ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে ১০.৭৯% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয়।

১২। বৰ্তমান ভাৰতৰ কপাহী বয়ন উদ্যোগ থকা মুখ্য কেন্দ্ৰসমূহ কি কি?

উত্তৰঃ বৰ্তমান ভাৰতৰ কপাহী বয়ন উদ্যোগ থকা মুখ্য কেন্দ্ৰসমূহ হ’ল- আহমেদাবাদ, ভিৱাণ্ডী, চোলাপুৰ, কোলহাপুৰ, নাগপুৰ, ইন্দোৰ আৰু উজ্জয়িনী।

১৩। প্ৰধান কপাহ উৎপাদনকাৰী ৰাজ্যসমূহ কোন কোন?

উত্তৰঃ প্ৰধান কপাহ উৎপাদনকাৰী ৰাজ্যসমূহ হ’ল- ভাৰতৰ মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু।

১৪। অতীজত মানুহে এঠাইৰ পৰা আন ঠাইলৈ কিদৰে অহা-যোৱা কৰিছিল?

উত্তৰঃ অতীজত মানুহে এঠাইৰ পৰা আন ঠাইলৈ খোজ কাঢ়ি অথবা হাতী, ঘোঁৰা, গাধ, ম’হ আদি জন্তুৰ সহায়ত অহা-যোৱা কৰিছিল।

১৫। পৰিবহন ব্যৱস্থা প্ৰধানকৈ কেইটা আৰু কি কি?

উত্তৰঃ পৰিবহন ব্যৱস্থা প্ৰধানকৈ তিনিটা। সেইবোৰ হ’ল- স্থলপথ, জলপথ আৰু আকাশীপথ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top