Class 8 Social Science Additional Chapter 17 ১৮৫৭ চনৰ বিদ্ৰোহ

Class 8 Social Science Additional Chapter 17 ১৮৫৭ চনৰ বিদ্ৰোহ Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 17 ১৮৫৭ চনৰ বিদ্ৰোহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 17 ১৮৫৭ চনৰ বিদ্ৰোহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

১৮৫৭ চনৰ বিদ্ৰোহ

Chapter – 17

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। কিমান খ্ৰীষ্টাব্দত অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আদি কাৰণত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল?

উত্তৰঃ ১৮৫৭ খ্ৰীষ্টাব্দত অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আদি কাৰণত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।

২। প্ৰাক্ বৃটিছ যুগৰ ভাৰতবৰ্ষ এখন কি দেশ?

উত্তৰঃ প্ৰাক্ বৃটিছ যুগৰ ভাৰতবৰ্ষ এখন গ্ৰাম্য প্ৰধান কৃষিভিত্তিক দেশ।

৩। উপনিৱেশ বুলিলে কি বুজা?

উত্তৰঃ মানুহে ব্যৱসায়-বাণিজ্য বা অন্য কাৰণত দল বান্ধি বিদেশত স্থায়ীভাৱে বাস কৰিবলৈ লোৱা ব্যৱস্থাকে উপনিৱেশ বুলি কোৱা হয়।

৪। ঔপনিৱেশিক নীতি বুলিলে কি বুজা?

উত্তৰঃ উপনিৱেশৰ লগত সংযুক্ত ৰাজনৈতিক বা অৰ্থনৈতিক নীতিকে ঔপনিৱেশিক নীতি বুলি কোৱা হয়।

৫। কিমান চনত পলাশী যুদ্ধৰ ফলাফল কৰিছিল?

উত্তৰঃ ১৭৫৭ চনত পলাশী যুদ্ধৰ ফলাফল কৰিছিল।

৬। কিমান চনত বিদ্ৰোহৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৮৫৭ চনত বিদ্ৰোহৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।

৭। কিমান চনত কোম্পানী আইনে এখন আইনৰ যোগেদি সাগৰ যাত্ৰা বাধ্যতামূলক কৰি সৈন্যসকলৰ মনত গভীৰ অসন্তুষ্টি সৃষ্টি কৰিছিল?

উত্তৰঃ ১৮৫৬ চনত কোম্পানী আইনে এখন আইনৰ যোগেদি সাগৰ যাত্ৰা বাধ্যতামূলক কৰি সৈন্যসকলৰ মনত গভীৰ অসন্তুষ্টি সৃষ্টি কৰিছিল।

৮। চিপাহী শব্দটো কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ চিপাহী শব্দটো বৃটিছ সকলে সৈন্যসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল।

৯। কিমান চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল।

১০। কিমান চনত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এইবিধ গুলি ব্যৱহাৰৰ প্ৰতিবাদ কৰিছিল?

উত্তৰঃ ১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এইবিধ গুলি ব্যৱহাৰৰ প্ৰতিবাদ কৰিছিল।

১১। কিমান তাৰিখে বেৰেকপুৰৰ সেনা-ছাউনীত গুলি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে?

উত্তৰঃ ২৯ মাৰ্চ তাৰিখে বেৰেকপুৰৰ সেনা-ছাউনীত গুলি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

১২। ভাৰতৰ সম্ৰাট বুলি কাক ঘোষণা কৰা হয়?

উত্তৰঃ মোগল সম্ৰাট বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতৰ সম্ৰাট বুলি ঘোষণা কৰা হয়।

১৩। চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ মংগল পাণ্ডে আছিল।

১৪। কিমান চনত বিদ্ৰোহ সফল নহ’ল?

উত্তৰঃ ১৮৫৭ চনত বিদ্ৰোহ সফল নহ’ল।

১৫। কিমান চনত কোম্পানী চৰকাৰে ভাৰতবৰ্ষৰ শাসন ক্ষমতা হেৰুৱায়?

উত্তৰঃ ১৮৫৭ চনত কোম্পানী চৰকাৰে ভাৰতবৰ্ষৰ শাসন ক্ষমতা হেৰুৱায়।

১৬। কিমান খ্ৰীষ্টাব্দত অসমত ৰাজপাট বিচাৰি আহোম ৰাজপৰিয়ালৰ গোমধৰ কোঁৱৰে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল?

উত্তৰঃ ১৮২৮ খ্ৰীষ্টাব্দত অসমত ৰাজপাট বিচাৰি আহোম ৰাজপৰিয়ালৰ গোমধৰ কোঁৱৰে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।

১৭। প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল?

উত্তৰঃ প্ৰথম অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱান।

১৮। কিমান চনৰ বিদ্ৰোহৰ সুযোগ গ্ৰহণ কৰি অসমতো সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলালে?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্ৰহণ কৰি অসমতো সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলালে।

১৯। কিমান চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটত ফাঁচি দিয়া হৈছিল?

উত্তৰঃ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিয়া হৈছিল।

২০। কিমান শতিকাৰ ষষ্ঠ দশকৰপৰা অসমত এলানি কৃষক বিদ্ৰোহে গা কৰি উঠিছিল?

উত্তৰঃ ১৯ শতিকাৰ ষষ্ঠ দশকৰপৰা অসমত এলানি কৃষক বিদ্ৰোহে গা কৰি উঠিছিল।

২১। অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল?

উত্তৰঃ অসমৰ কৃষক বিদ্ৰোহসমূহ ‘ৰাইজ মেলসমূহে’ পৰিচালনা কৰিছিল।

২২। ফুলগুৰি ধেৱা কেতিয়া সংঘটিত কৰা হৈছিল?

উত্তৰঃ ১৮৬১ চনত সংঘটিত কৰা হৈছিল।

২৩। কিমান চনত কৃষক বিদ্ৰোহ প্ৰতিবাদ কৰিছিল?

উত্তৰঃ ১৮৯৪ চনত কৃষক বিদ্ৰোহ প্ৰতিবাদ কৰিছিল।

২৪। কিমান চনত বিদ্ৰোহক এটা সাধাৰণ ‘চিপাহী বিদ্ৰোহ’ হিচাপে অভিহিত কৰিছে?

উত্তৰঃ ১৮৫৭ চনত বিদ্ৰোহক এটা সাধাৰণ ‘চিপাহী বিদ্ৰোহ’ হিচাপে অভিহিত কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top