Class 8 Social Science Additional Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

Class 8 Social Science Additional Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

Chapter – 15

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। ভাৰতত প্ৰথম  ডাক টিকটৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰঃ ১৮৫৪ খ্ৰীষ্টাব্দত।

২। কাৰ দিনৰ পৰা ভাৰতবৰ্ষত মাটিৰ পট্টা দিয়াৰ নিয়ম হৈছিল?

উত্তৰঃ হেষ্টিংছ।

৩। পূৰ্বতে মুছলমান সকলে ক’ত শিক্ষা গ্ৰহণ কৰিছিল?

উত্তৰঃ মাদ্ৰাছাত।

৪। কোনে সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল?

উত্তৰঃ লৰ্ড উইলিয়াম বেনক্টিংকে।

৫। কাৰ দিনত ভাৰতত সংস্কৃত সাহিত্যৰ পুনৰুত্থান হৈছিল?

উত্তৰঃ লৰ্ড ডেলহাউচৰ দিনত।

৬। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতী।

৭। পূৰ্বতে হিন্দু সকলে কত শিক্ষা গ্ৰহণ কৰিছিল?

উত্তৰঃ টোল বা গুৰুকুলত।

৮। নিয়ন্ত্ৰণ বোৰ্ড’ৰ সভাপতি কোন?

উত্তৰঃ ছাৰ চাৰ্লছ উড।

৯। লৰ্ড কাৰ্ণৱালিছৰ কাৰ্য্যবিধি খনক কি বুলি জনা যায়? 

উত্তৰঃ কৰ্ণৱালিছ সংহিতা বুলি জনা যায়। 

১০। ভাৰতত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ লৰ্ড কাৰ্ণৱালিছ।

১১। ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল?

উত্তৰঃ কলিকতাৰ তাজ সুন্দৰী দেৱী এ।

১২। ব্ৰহ্ম‌ সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ৰাজা ৰামমোহন ৰয়।

১৩। কিমান চনত আৰু ক’ত প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১৮৬৭ খ্ৰীষ্টাব্দ (মহাৰাষ্ট্ৰত)।

১৪। অসমত কিমান চনত চিৰস্থায়ী বন্দবস্ত আৰম্ভ হৈছিল?

উত্তৰঃ ১৮২৬ চনত চিৰস্থায়ী বন্দবস্ত আৰম্ভ হৈছিল।

১৫। পূৰ্বতে ভাৰতীয় শিক্ষাৰ মূলতঃ কি আছিল?

উত্তৰঃ ধৰ্ম মূলতঃ।

১৬। ৰামকৃষ্ণ মিচন কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল? 

উত্তৰঃ স্বামী বিবেকানন্দই (১৮৯৭) চনত প্ৰতিষ্ঠা কৰিছিল।

১৭। কাৰ প্ৰচেষ্টাত এংলোঁ অৰিয়েন্টেল স্থাপিত হৈছিল? 

উত্তৰঃ ছাৰ ছৈয়দ আহমেদ খানৰ প্ৰচেষ্টাত।

১৮। ভাৰতত কোনে প্ৰথমবাৰৰ গড়কাপ্তানী বিভাগ স্থাপন কৰিছিল?

উত্তৰঃ লৰ্ড ডেলহাউচি।

১৯। বাণাৰসীত কোনে সংস্কৃত কলেজ স্থাপন কৰিছিল?

উত্তৰঃ জনাথন দনকন।

২০। অ-প্ৰাপ্ত বয়স্ক বিধৱাক পুনৰ বিয়া দিয়াটো এটা প্ৰধান দ্বায়িত্ব বুলি কোন সমাজে কৈছিল?

উত্তৰঃ ব্ৰহ্ম সমাজ। 

২১। সত্যৰত প্ৰকাশ নামৰ কিতাপ কোনে লিখিছিল? 

উত্তৰঃ স্বামী দয়ানন্দ স্বৰস্বতিই। 

২২। ৰামকৃষ্ণ পৰমহংস এজন কি আছিল? 

উত্তৰঃ পূজাৰী। 

২৩। এংলোঁ অৰিয়েন্টেল নামৰ কলেজ খনত কি বিষয়তৰ ওপৰত গুৰুত্ব দিয়া হৈছিল? 

উত্তৰঃ বিজ্ঞান।

২৪। স্বামী দয়ানন্দ স্বৰস্বতিৰ প্ৰকৃত নাম কি আছিল? 

উত্তৰঃ মূল শংকৰ।

২৫। কিহৰ লগত সংগতি ৰাখি স্বামী দয়ানন্দ স্বৰস্বতিয়ে সত্যৰথ প্ৰকাশ নামৰ গ্ৰন্থ লিখিছিল? 

উত্তৰঃ সমাজ সংস্কাৰৰ লগত।

২৬। আলিগড় আন্দোলন কোনে কৰাইছিল? 

উত্তৰঃ ছাৰ চৈয়দ আহমদ খান।

২৭। এংলোঁ অৰিয়েন্টেল নামৰ কলেজৰ স্থাপন কোনে কৰিছিল? 

উত্তৰঃ ছাৰ চৈয়দ আহমদ খান। 

২৮। অসমৰ কোন দুখন জিলাত চিৰস্থায়ী বন্দবস্ত আৰম্ভ হৈছিল? 

উত্তৰঃ গোৱালপাৰা আৰু চিলেট।

২৯। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ ৰামকৃষ্ণ পৰমহংস।

৩০। কাৰ দিনত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল?

উত্তৰঃ লৰ্ড ডেলহাউচিৰ দিনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top