🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science Additional Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

Class 8 Social Science Additional Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

Chapter – 15

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। ভাৰতত প্ৰথম  ডাক টিকটৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰঃ ১৮৫৪ খ্ৰীষ্টাব্দত।

২। কাৰ দিনৰ পৰা ভাৰতবৰ্ষত মাটিৰ পট্টা দিয়াৰ নিয়ম হৈছিল?

উত্তৰঃ হেষ্টিংছ।

৩। পূৰ্বতে মুছলমান সকলে ক’ত শিক্ষা গ্ৰহণ কৰিছিল?

উত্তৰঃ মাদ্ৰাছাত।

৪। কোনে সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল?

উত্তৰঃ লৰ্ড উইলিয়াম বেনক্টিংকে।

৫। কাৰ দিনত ভাৰতত সংস্কৃত সাহিত্যৰ পুনৰুত্থান হৈছিল?

উত্তৰঃ লৰ্ড ডেলহাউচৰ দিনত।

৬। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতী।

৭। পূৰ্বতে হিন্দু সকলে কত শিক্ষা গ্ৰহণ কৰিছিল?

উত্তৰঃ টোল বা গুৰুকুলত।

৮। নিয়ন্ত্ৰণ বোৰ্ড’ৰ সভাপতি কোন?

উত্তৰঃ ছাৰ চাৰ্লছ উড।

৯। লৰ্ড কাৰ্ণৱালিছৰ কাৰ্য্যবিধি খনক কি বুলি জনা যায়? 

উত্তৰঃ কৰ্ণৱালিছ সংহিতা বুলি জনা যায়। 

১০। ভাৰতত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ লৰ্ড কাৰ্ণৱালিছ।

১১। ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল?

উত্তৰঃ কলিকতাৰ তাজ সুন্দৰী দেৱী এ।

১২। ব্ৰহ্ম‌ সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ৰাজা ৰামমোহন ৰয়।

১৩। কিমান চনত আৰু ক’ত প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১৮৬৭ খ্ৰীষ্টাব্দ (মহাৰাষ্ট্ৰত)।

১৪। অসমত কিমান চনত চিৰস্থায়ী বন্দবস্ত আৰম্ভ হৈছিল?

উত্তৰঃ ১৮২৬ চনত চিৰস্থায়ী বন্দবস্ত আৰম্ভ হৈছিল।

১৫। পূৰ্বতে ভাৰতীয় শিক্ষাৰ মূলতঃ কি আছিল?

উত্তৰঃ ধৰ্ম মূলতঃ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top