Class 8 Social Science Additional Chapter 14 ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

Class 8 Social Science Additional Chapter 14 ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 14 ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 14 ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

Chapter – 14

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। কিমান শতিকাৰ শেষ আৰু কিমান শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা পালন কৰিছিল?

উত্তৰঃ সোতৰ শতিকাৰ শেষ আৰু ওঠৰ শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা পালন কৰিছিল।

২। কিমান খ্ৰীষ্টাব্দত ঔৰংজেৱৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৭০৭ খ্ৰীষ্টাব্দত ঔৰংজেৱৰ মৃত্যু হৈছিল।

৩। কিমান খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ-পূব উপকূলত ফৰাচী জাহাজ অৱৰুদ্ধ কৰি পণ্ডিচেৰীলৈ ভাবুকিৰ সৃষ্টি কৰিলে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ১৭৪৫ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ-পূব উপকূলত ফৰাচী জাহাজ অৱৰুদ্ধ কৰি পণ্ডিচেৰীলৈ ভাবুকিৰ সৃষ্টি কৰিলে।

৪। কিমান খ্ৰীষ্টাব্দত অষ্ট্ৰিয়াত উত্তৰাধিকাৰী যুদ্ধ আৰম্ভ হৈছিল?

উত্তৰঃ ১৭৪০ খ্ৰীষ্টাব্দত অষ্ট্ৰিয়াত উত্তৰাধিকাৰী যুদ্ধ আৰম্ভ হৈছিল।

৫। কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলিলে কি বুজা?

উত্তৰঃ ইউৰোপত দুই জাতিৰ মাজত হোৱা সন্ধিৰ লগে লগে ভাৰততো বৃটিছ আৰু ফৰাচীৰ মাজত সন্ধি হয়। সেই সন্ধি মৰ্মে ফৰাচীসকলে বৃটিছৰপৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাই দিয়ে। এই ঘটনাকে ইতিহাসত কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি জনা যায়।

৬। কিমান খ্ৰীষ্টাব্দত সম্ৰাট ষষ্ঠ চাৰ্লছৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৭৪০ খ্ৰীষ্টাব্দত সম্ৰাট ষষ্ঠ চাৰ্লছৰ মৃত্যু হৈছিল।

৭। কিমান খ্ৰীষ্টাব্দত হায়দৰাবাদৰ নিজামৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৭৪৮ খ্ৰীষ্টাব্দত হায়দৰাবাদৰ নিজামৰ মৃত্যু হৈছিল।

৮। কৰ্ণাটকৰ নৱাব চান্দ চাহিবেও ফৰাচীসকলক পণ্ডিচেৰীৰ আশে পাশে প্ৰায় কিমানখন গাঁৱৰ কৰ্তৃত্ব সমৰ্পণ কৰিছিল?

উত্তৰঃ ৮০ খন গাঁৱৰ কৰ্তৃত্ব সমৰ্পণ কৰিছিল।

৯। কিমান খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা সাত বছৰীয়া ৰণৰ প্ৰতিক্ৰিয়া ভাৰততো দেখা দিয়ে?

উত্তৰঃ ১৭৫৬ খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা সাত বছৰীয়া ৰণৰ প্ৰতিক্ৰিয়া ভাৰততো দেখা দিয়ে।

১০। কিমান খ্ৰীষ্টাব্দত নতুন ফৰাচী গৱৰ্ণৰ তথা সেনাধ্যক্ষ লালিয়ে মাদ্ৰাজত থকা বৃটিছৰ চেণ্ট ডেভিদ দুৰ্গ জয় কৰে?

উত্তৰঃ ১৭৫৮ খ্ৰীষ্টাব্দত নতুন ফৰাচী গৱৰ্ণৰ তথা সেনাধ্যক্ষ লালিয়ে মাদ্ৰাজত থকা বৃটিছৰ চেণ্ট ডেভিদ দুৰ্গ জয় কৰে।

১১। কি যুদ্ধই ভাৰতবৰ্ষত ফৰাচী প্ৰভাৱ লুপ্ত কৰিলে বুলি ক’ব পাৰি?

উত্তৰঃ ৱান্দিয়াছৰ যুদ্ধই ভাৰতবৰ্ষত ফৰাচী প্ৰভাৱ লুপ্ত কৰিলে বুলি ক’ব পাৰি।

১২। কিমান খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবৰ্দি খাঁৰ মৃত্যু হয়?

উত্তৰঃ ১৭৫৬ খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবৰ্দি খাঁৰ মৃত্যু হয়।

১৩। কিমান খ্ৰীষ্টাব্দত কৰ্ণেল ৰবাৰ্ট ক্লাইৱে ফৰাচী অধিকৃত চন্দ্ৰন নগৰ দখল কৰিছিল?

উত্তৰঃ ১৭৫৭ খ্ৰীষ্টাব্দত কৰ্ণেল ৰবাৰ্ট ক্লাইৱে ফৰাচী অধিকৃত চন্দ্ৰন নগৰ দখল কৰিছিল।

১৪। কিমান খ্ৰীষ্টাব্দত মোগল সম্ৰাট আৰু অযোধ্যাৰ নৱাবৰ সৈতে সন্ধি হয়?

উত্তৰঃ ১৭৬৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট আৰু অযোধ্যাৰ নৱাবৰ সৈতে সন্ধি হয়।

১৫। সম্ৰাটে কিমান লাখ টকা কোম্পানীৰপৰা পাব বুলি চুক্তিবদ্ধ হয়?

উত্তৰঃ সম্ৰাটে ২৬ লাখ টকা কোম্পানীৰপৰা পাব বুলি চুক্তিবদ্ধ হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top