Class 5 Assamese Additional Chapter 9 ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.
Class 5 Assamese Additional Chapter 9 ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.
ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল
Chapter – 9
ADDITIONAL QUESTION ANSWER
১। লোকৰ চৰুৰ ভজা মাছ কোনে চুৰ কৰি খাই ?
উত্তৰ: খকুৱাই চুৰ কৰি খাই।
২। দুয়োটাৰ মাজত খৰিয়াল হোৱা চকী খন কাৰ আছিল?
উত্তৰ : চকীখন গাঁও বুঢ়াৰ আছিল।
৩। গাঁওবুঢ়াৰ ঘৈনিয়েকে কাক লগত লৈ সোমাই আহে?
উত্তৰ অকুমনিক লগত লৈ সোমাই আহে।
৪। গীৰিহঁতিনীয়ে থালত কি কি খাব দিয়ে ?
উত্তৰ: ভাত আৰু মাছ খাব দিয়ে।
৫। কুকুৰ আৰু মেকুৰীয়ে পনীয়া বস্তু কেনেকৈ খাই?
উত্তৰ: জিভাৰে চেলেকি খাই।
৬। কুকুৰ মেকৰীয়ে কেনেকৈ পানী খাবলৈ আৰম্ভ কৰিলে।
(ক) টপ – টপাই।
(খ) চপ – চপাই।
(গ) জপ – জপাই।
উত্তৰ: (খ) চপ – চপাই।
৭। মেকুৰীয়ে কিহলৈ ভই খাই
(ক) মাটিলৈ।
(খ) পানীলৈ।
(গ) বায়ুলৈ।
উত্তৰ: (খ) পানীলৈ।
৮। কুকুৰ মেকুৰী দুয়োটা কি প্ৰাণী
(ক) ঘৰচীয়া।
(খ) বনৰীয়া।
(গ) এটাও নহয়।
উত্তৰ: (ক) ঘৰচীয়া।
৯। ভতুৱাই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত কি কৰে ?
(ক) খাই
(খ) শুৱে
(গ) পহৰা দিয়ে।
উত্তৰ: (গ) পহৰা দিয়ে।
১০। মেকুৰীয়ে কি মাৰি গৃহস্থক সহায় কৰে?
(ক) কুকুৰ।
(খ) নিগনি।
(গ) মানুহ।
উত্তৰ: (খ) নিগনি।
১১। আজি কালি চুৰ ডকাইত ধৰা কায্যত পুলিচেও কাক ব্যৱহাৰ কৰে?
(ক) কুকুৰ।
(খ) মেকুৰী।
(গ) বাঘ।
উত্তৰ: (ক) কুকুৰ।
১২। মেকুৰীয়ে কেনেকুৱা ঠাইত শুবলৈ ভাল পায়?
(ক) মাটিত।
(খ) গাতত।
(গ) কোমল ঠাইত।
উত্তৰ: (গ) কোমল ঠাইত।
১৩। যি বনত থাকে তাক কি বোলে?
(ক) ঘৰচীয়া।
(খ) বনৰীয়া।
(গ) মাংভোজী।
উত্তৰ: (খ) বনৰীয়া।
১৪। যাৰ খক আছে তাক কি বোলে?
(ক) ভতুৱা।
(খ) খকুৱা।
(গ) জ্ঞানী।
উত্তৰ: (খ) খকুৱা।
১৫। যি বেছিকৈ ভাত খাই তাক কি বোলে?
(ক) ভতুৱা।
(খ) খকুৱা।
(গ) ভাৱৰীয়া।
উত্তৰ: (ক) ভতুৱা।
১৬। গাঁৱৰ মুখিয়ালক কি বোলে?
(ক) সভাপতি।
(খ) প্ৰধান মন্ত্ৰী।
(গ) গাওঁবুঢ়া।
উত্তৰ: (গ) গাওঁবুঢ়া।
১৭। পৃথিৱী ৰ প্ৰতিশব্দ
(ক) মা।
(খ) ধৰণি।
(গ) গৃহ।
উত্তৰ: (খ) ধৰণি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

