Class 5 Assamese Additional Chapter 5 ডক্টৰ বাণীকান্ত কাকতি Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.
Class 5 Assamese Additional Chapter 5 ডক্টৰ বাণীকান্ত কাকতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.
ডক্টৰ বাণীকান্ত কাকতি
Chapter – 5
ADDITIONAL QUESTION ANSWER
১। ড০ বাণীকান্ত কাকতিৰ জন্ম কত আৰু কেতিয়া হৈছিল?
উত্তৰ: কাকতি দেৱৰ জন্ম ১৮৯৪ চনৰ ১৫ নৱেম্বৰত, বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত হৈছিল।
২। কাকতি দেৱে পি. এইচ. ডি. কৰপৰা কৰিছিল?
উত্তৰ: তেওঁ পি. এইচ. ডি. ১৯৩৫ চনত কলিকতা বিশববিদ্যালয়ৰ পৰা কৰিছিল।
৩। ড০ বাণীকান্ত ককতিয়ে ৰচনা কৰা দুখন গ্ৰন্থ ৰ নাম উল্লেখ কৰা।
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ’ল – ‘ পুৰণি অসমীয়া সাহিত্য ‘ আৰু ‘ পখিলা ‘।
৪। ড০ বাণীকান্ত কাকতি কিহৰ ডিগ্ৰীধাৰী আছিল?
উত্তৰ: ড০ বানিকান্ত কাকতি ভাষা – বিজ্ঞানৰ ডক্তৰেট ডিগ্ৰীধাৰী আছিল।
৫। ড০ বাণীকান্ত ককতিয়ে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল ?
উত্তৰ: ড০ বাণীকান্ত কাকতি ছাত্ৰাৱস্থাৰ পৰা সাহিত্য চৰ্চা কৰিছিল।
৬। বাণীকান্ত কাকতিৰ পিতৃ নাম কি আছিল?
(ক) মিত্ৰদেৱ মহন্ত।
(খ) ললিতৰাম কাকতি।
(গ) ললিতৰাম বৰুৱা।
উত্তৰ: (খ) ললিতৰাম কাকতি।
৬। জোক কি?
(ক) বেক্টেৰিয়া।
(খ) এবিধ ক্ষুদ্ৰ জীৱ।
(গ) চৰাই।
উত্তৰ: (খ) এবিধ ক্ষুদ্ৰ জীৱ।
৭। যি একান্ত মনে চিন্তা কৰে তেওঁক কি বোলে?
(ক) ছাত্ৰ।
(খ) একাগ্র।
(গ) ছাত্ৰী।
উত্তৰ: (খ) একাগ্র।
৮। ভাষাৰ ৰূপ কেইটা?
(ক) ১ টা।
(খ) ২ টা।
(গ) ৩ টা।
উত্তৰ: (খ) ২টা।
৯। ডাক্তৰৰ ভূমিকা পালন কৰিবলৈ কি কিনি আনিছিল?
(ক) হোমিপেথিক চিকিৎসাৰ পুথি।
(খ) ডাক্তৰৰ পোচাক।
(গ) এটাও নহয়।
উত্তৰ: হোমিপেথিক চিকিৎসাৰ পুথি।
১০। বাণীকান্ত কাকতি কেনেধৰণৰ মানুহ আছিল ?
(ক) দৃঢ়্মনা ব্যক্তি।
(খ) আত্মসম্মানবোধ সম্পন্ন ব্যক্তি।
(গ) দৃঢ়মনা আৰু আত্মসম্মানবোধ সম্পন্ন ব্যক্তি।
উত্তৰ: (গ) দৃঢ়মনা আৰু আত্মসম্মানবোধ সম্পন্ন ব্যক্তি।
১১। তেঁও কম সময়ৰ ভিতৰতে কি আহৰণ কৰিছিল?
(ক) চিকিৎসা বিদ্যাৰ অ , আ, ক, খ।
(খ) উপাধি।
(গ) সম্মান।
উত্তৰ: (ক) চিকিৎসা বিদ্যাৰ অ , আ, ক, খ।
১২। সেই সময়ত ডক্তৰেট ডিগ্ৰী লাভ কৰা লোকৰ সংখ্যা কিহৰ আগত লেখিব পাৰি?
(ক) আঙুলিৰ আগত।
(খ) মানুহৰ আগত।
(গ) সকলোতকৈ ওপৰত।
উত্তৰ: (ক) আঙুলিৰ আগত।
১৩। বাণীকান্ত কাকতিয়ে কোনখন কলেজত অধ্যাপনা কৰিছিল?
(ক) কানৈ কলেজত।
(খ) কটন কলেজত।
(গ) এখনো নহয়।
উত্তৰ: (খ) কটন কলেজত।
১৪। প্ৰকৃততে বাণীকান্ত কাকতি কিহৰ ডিগ্ৰীধাৰী আছিল?
(ক) ডক্তৰেট।
(খ) বাণিজ্যিক।
(গ) কলা শাখত।
উত্তৰ: (ক) ডক্তৰেট।
১৫। তেখেতে ওৰেটো জীৱন কি কৰিছিল?
(ক) সমাজ সেৱা।
(খ) অধ্যাপনা।
(গ) জ্ঞান অৰ্জন।
উত্তৰ: (গ) জ্ঞান অৰ্জন।
১৬। ভাষা চৰ্চা কৰা লোকক কি বুলি কোৱা হয়?
(ক) গীতিকাৰ।
(খ) ভাষা – বিজ্ঞানী।
(গ) ঔপন্যাসিক।
উত্তৰ: (খ) ভাষা – বিজ্ঞানী।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

