Class 5 Assamese Additional Chapter 7 ফুলকোঁৱৰৰ গীত

Class 5 Assamese Additional Chapter 7 ফুলকোঁৱৰৰ গীত Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 7 ফুলকোঁৱৰৰ গীত

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

ফুলকোঁৱৰৰ গীত

Chapter – 7

ADDITIONAL QUESTION ANSWER

১। ফুলনি বাগিচাখন কাৰ আছিল ? 

উত্তৰ: মালিনীৰ।

২। বাটৰ বাটৰুৱাই হৰি হৰি কিয় কৈছিল?

উত্তৰ: ফুলবোৰ তিৰ বিৰ কৰি থকা দেখি বাটৰ বাতৰুৱাই হৰি হৰি কৈছিল।

৩। ফুলৰ বাগিচাখন কিমান পুৰণি ? 

উত্তৰ: বাৰে বছৰীয়া পুৰণি।

৪। ফুলবোৰ ফুলালে

(ক) মালীনিয়ে। 

(খ) ফুলকোঁৱৰে। 

(গ) বাটৰুৱায়ে। 

উত্তৰ: (খ) ফুলকোঁৱৰে।

৪। ফুলকোঁৱৰে ছমাহৰ বাট কিমান দিনত পাৰ কৰিলে ?

(ক) এদিনত। 

(খ) দুদিনত। 

(গ) তিনিদিনত। 

উত্তৰ: (ক) এদিনত।

৫। গোলাপ ফুলৰ পাহি কেনেকুৱা ৰঙা?

(ক) পাতল ৰঙা। 

(খ) টিক টিকীয়া ৰঙা।

(গ) গোলাপী ৰঙা।

উত্তৰ: (খ) টিক টিকীয়া ৰঙা।

৬। ককা আৰু নাতিলৰা কবিতাটো কোনে ৰচনা কৰিছিল?

(ক) লক্ষ্মীনাথ বেজবৰুৱাই। 

(খ) যতীন্দ্ৰনাথ দুৱৰাই। 

(গ) মিত্ৰদেৱ মহন্তই। 

উত্তৰ: (খ) যতীন্দ্ৰনাথ দুৱৰাই।

৭। টিপা মানে কি?

(ক) জোঙা অস্ত্ৰ। 

(খ) আঙুলিৰে বা হাতেৰে মৰা ছেপা। 

(গ) সঁজুলি। 

উত্তৰ: (খ) আঙুলিৰে বা হাতেৰে মৰা ছেপা।

৮। শাল মানে কি?

(ক) এমুৰ – জোঙা ছুটি খুঁটি।

(খ) শংখ। 

(গ) টোপোলা। 

উত্তৰ: (ক) এমুৰ – জোঙা ছুটি খুঁটি।

৯। চলি মানে কি? 

(ক) চাঁচি এৰুওৱা পাতল কাঠ।

(খ) জোঙা অস্ত্ৰ। 

(গ) লাঠি। 

উত্তৰ: চাঁচি এৰুওৱা পাতল কাঠ।

১০। শূল মানে কি?

(ক) জোঙা অস্ত্ৰ। 

(খ) তৰোৱাল। 

(গ) শংখ। 

উত্তৰ: (ক) জোঙা অস্ত্ৰ।

১১। শখা মানে কি?

(ক) শংখ। 

(খ) সখী। 

(গ) লাঠি। 

উত্তৰ: (ক) শংখ।

১২। তমস্কাৰ মানে কি ?

(ক) উৎসা। 

(খ) পৰিপাতি। 

(গ) ভাগ্য। 

উত্তৰ: (খ) পৰিপাতি।

১৩। ‘আমাৰো মইনা শুব’ এই গীতটো কি গীত?

(ক) আইৰ নাম।

(খ) বিয়াহৰ গীত। 

(গ) নিচুকনি গীত।

উত্তৰ: (গ) নিচুকনি গীত।

১৪। ‘মাৰাৰ অলংকাৰ থোৱা কাতি কৰি’ কি গীত?

(ক) বিয়া নাম। 

(খ) আই নাম। 

(গ) বনগীত।

উত্তৰ: (ক) বিয়া নাম।

১৫। ‘চ’ তে গৈয়ে গৈয়ে বহাগে পালেহি ’ কি গীত? 

(ক) বনগীত।

(খ) বিহুগীত। 

(গ) নিচুকনি গীত। 

উত্তৰ: (খ) বিহুগীত।

১৬। ককা আৰু নাতিলৰা একেলগে বহি কি কৰিছে ? 

(ক) কথা পাতিছে। 

(খ) বালিঘৰ সাজিছে। 

(গ) চাহ খাইছে। 

উত্তৰ: (খ) বালিঘৰ সাজিছে। 

১৭। ‘পকাধানৰ মাজে মাজে সৰু সৰু আলি ঐ’ কি গীত?

(ক) বিয়া গীত। 

(খ) বন গীত। 

(গ) বিহু গীত। 

উত্তৰ: (খ) বন গীত।

১৮। ৰামচন্দ্ৰই কি অলংকাৰ পঠাইছে

(ক) ফুলৰ। 

(খ) ৰূপৰ। 

(গ) সুৱৰ্ণৰ। 

উত্তৰ: (গ) সুৱৰ্ণৰ।

১৯। ধনাত্মক শব্দৰ আন এটা নাম কি? 

(ক) অনুকাৰ।

(খ) উপমা। 

(গ) অনুৰূপ।

উত্তৰ: (ক) অনুকাৰ।

২০। ঘোঁৰাটো কিহৰ আছিল?

(ক) সোণৰ। 

(খ) কাঠৰ। 

(গ) ৰূপৰ। 

উত্তৰ: (খ) কাঠৰ।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top