Class 5 Assamese Additional Chapter 1 অসম আমাৰ ৰূপহী

Class 5 Assamese Additional Chapter 1 অসম আমাৰ ৰূপহী Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Additional Chapter 1 অসম আমাৰ ৰূপহী Question Answer can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 1 অসম আমাৰ ৰূপহী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

অসম আমাৰ ৰূপহী

Chapter – 1

ADDITIONAL QUESTION ANSWER

১। ড০ ভূপেন হাজৰিকৰ জন্ম কত আৰু কেতিয়া হৈছিল ? 

উত্তৰ: ড০ ভূপেন হাজিকাৰ জন্ম ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ ত শদিয়াত হৈছিল। 

২। হাজৰিাদেৱৰ দ্বাৰা ৰচিত প্ৰথম গীতটিৰ নাম লিখা। 

উত্তৰ: ড০ ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰথম গীতটি হল ” কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে তান” । 

৩। “মানুহে মানুহৰ বাৱে…” গীতটি কাৰ ৰচনা?

উত্তৰ: উক্ত গীতটি ড০ ভূপেন হাজৰিকাৰ ৰচনা। 

৪। ড০ ভূপেন হাজৰিকাৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰ: ৫ নৱেম্বৰত মুম্বাইত। 

৫। “অসম আমাৰ ৰূপহী” পাঠটি কৰ পৰা লোৱা হৈছে?

উত্তৰ: ড০দিলীপ কুমাৰ দত্তৰ “ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ ” ৰ পৰা লোৱা হৈছে।

৬। আই বুলি কোৱা হৈছে

(ক) ৰামধেনুক।

(খ) অসম দেশক।

(গ) দিল্লীক।

উত্তৰ: (খ) অসম দেশক।

৭। শৰৎ নিশাই আইৰ কেশ কিহেৰে সজাই

(ক) ৰামধেনুৰে।

(খ) তৰাৰে।

(গ) তেলেৰে।

উত্তৰ: (খ) তৰাৰে।

৮। পাহাৰ – ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? 

(ক) তৰাই।

(খ) ৰামধেনুৱে।

(গ) লখিমীয়ে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰ: (খ) ৰামধেনুৱে।

৯। অসমৰ পৰিবেশ কেনেকুৱা

(ক) নীলা।

(খ) সেউজীয়া।

(গ) ঠাণ্ডা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰ: (খ) সেউজীয়া।

১০। আৰম্ভণি শব্দৰ বিপৰীত অৰ্থ কি

(ক) বিচ্ছেদ।

(খ) বিদেশ।

(গ) শেষ।

উত্তৰ: (গ) শেষ।

১১। যি চিত্ৰ আঁকে তেঁওক কি বোলে?

(ক) সোণাৰী।

(খ) কুমাৰ।

(গ) চিত্ৰকৰ।

উত্তৰ: (গ) চিত্ৰকৰ।

১২। যি ৰসেৰে পৰিপূৰ্ণ তাক কি বোলে?

(ক) ৰসগোল্লা।

(খ) ৰাস।

(গ) ৰসাল।

উত্তৰ: (গ) ৰসাল।

১৩। যিয়ে গীত লিখে তেওঁক কি বোলে?

(ক) ঔপন্যাসিক।

(খ) পদ্যকাৰ।

(গ) গীতিকাৰ।

উত্তৰ: (গ) গীতিকাৰ।

১৪। ড০ ভূপেন হাজৰিকাৰ জন্ম কত হৈছিল?

(ক) ডিব্ৰুগড়।

(খ) শিৱসাগৰ।

(গ) শদিয়া।

উত্তৰ: (গ) শদিয়া।

১৫। ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন উপাধি পাইছিল?

(ক) ২০০১

(খ) ২০০৫

(গ) ২০০৮

উত্তৰ: (গ) ২০০৮ 

১৬। তেখেতৰ কিমান চনত মৃত্যু হৈছিল?

(ক) ২০০১

(খ) ২০১১

(গ) ২০১২

উত্তৰ: (খ) ২০১১

১৭। তেখেতে কিমান চনত পদ্মভূষণ লাভ কৰিছিল?

(ক) ২০০১

(খ) ২০০২

(গ) ২০০৩

উত্তৰ: (ক) ২০০১

১৮। তেখেতৰ মৃত্যু ক’ত হৈছিল ?

(ক) ডিব্ৰগড়।

(খ) দিল্লী।

(গ) মুম্বাই।

উত্তৰ: (গ) মুম্বাই।

১৯। “মানুহে মানুহৰ বাবে…” গীতটিৰ ৰচয়িতা কোন?

(ক) জুবিন গাৰ্গ।

(খ) ভূপেন হাজৰিকা।

(গ) খগেন মহন্ত।

উত্তৰ: (খ) ভূপেন হাজৰিকা।

২০। যি সোণৰ নিচিনা বৰণৰ

(ক) সোণাৰী।

(খ) সোণোৱালী।

(গ) ৰসাল।

উত্তৰ: (খ) সোণোৱালী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top