Class 5 Assamese Chapter 14 সৰু ছোৱালী আৰু পাখী

Class 5 Assamese Chapter 14 সৰু ছোৱালী আৰু পাখী, Class 5 Assamese Chapter 14 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board সৰু ছোৱালী আৰু পাখী Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 14 সৰু ছোৱালী আৰু পাখী

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Solutions for All Subject, You can practice these here.

সৰু ছোৱালী আৰু পাখী

Chapter – 14

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

১। উত্তৰ দিয়া: 

(ক) সৰু ছোৱালীয়ে পখীক কি কি দিব বুলি কৈছে?

  • কোঁচ ভৰাই
  • থাকিবলৈ
  • খাবলৈ

উত্তৰ: সৰু ছোৱালজনীয়ে পখীক কোঁচ ভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাহ আৰু খাবলৈ পকা ফল দিব বুলি কৈছে।

(খ) সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে?

উত্তৰ: সৰু ছোৱালজনীয়ে পখীৰ সুৱলা গীত শুনি আনন্দিত হবৰ বাবে পখীক বাৰে বাৰে পখীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছিল।

(গ) সৰু ছোৱালজনীয়ে কিয় পখীজনীক গীত গাবলৈ মাতিছে?

উত্তৰ: পখীৰ সুৱলা গীত শুনি আনন্দ উপভোগ কৰিবলৈ পখীজনীক গীত গাবলৈ মাতিছে।

২। পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা।

উত্তৰ: কবি ভৈৰৱ চন্দ্ৰ খটনীয়াৰে “ সৰু ছোৱালী আৰু পখী ” পদ্যটোত এজনী সৰু ছোৱালী আৰু পখীৰ মাজৰ এটা সুন্দৰ সম্বন্ধ প্ৰকাশ কৰিব যত্ন কৰিছে। 

সৰু ছোৱালজনীয়ে পখীৰ সুৱলা মাতৰ গীত শুনি ভাল পাই বাবে বাৰে বাৰে পখীজনীক মাতিছিল। সৰু ছোৱালীজনীয়ে পখীক কোঁচ ভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাহ আৰু খাবলৈ পকা ফল দিব বুলিও কৈছে। 

৩। তলত দিয়া শব্দৰ অৰ্থ শব্দসম্ভাৰ আৰু অভিধান চাই লিখা।

উদৰ, সাউৎকৰে, একেচিপে, সুললিত, হৰষিত, ততালিকে।

উত্তৰ: 

শব্দ অৰ্থ 
উদৰপেট 
সাউৎকৰে সোনকালে 
একেচিপে একে বোলে
সুললিত শুৱলা 
হৰষিতআনন্দিত 
ততালিকে তৎক্ষণাৎ 

৪। চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে?

উত্তৰ: চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পুৰাই খোৱাবলৈ, ফল দিবলৈ, থাকিবলৈ সোণোৱালী বাহ সাজি দিবলৈ গাত লৈছে।

1 thought on “Class 5 Assamese Chapter 14 সৰু ছোৱালী আৰু পাখী”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top