Class 5 Assamese Additional Chapter 3 অৰূপৰ আবেদন

Class 5 Assamese Additional Chapter 3 অৰূপৰ আবেদন Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 3 অৰূপৰ আবেদন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

অৰূপৰ আবেদন

Chapter – 3

ADDITIONAL QUESTION ANSWER

১। চিঠি আৰু আবেদনৰ মূল ভাগ কেইটা আৰু কি কি?

উত্তৰ: চিঠি আৰু আবেদনৰমূল ভাগ চাৰিটা। সেইকেইটা হ’ল –  শিৰোনামা, সম্বোধন, মূল অংশ আৰু সামৰণি ।

২। অৰূপৰ শ্ৰেণী শিক্ষয়িত্ৰী গৰাকীৰ নাম কি? 

উত্তৰ: ৰেহেনা খাতুন। 

৩। অৰূপ কিমান দিন স্কুলত অনুপস্থিত আছিল? 

উত্তৰ: অৰূপ দহদিন স্কুলত অনুপস্থিত আছিল। 

৪। অৰূপ ৰ দেউতাকৰ নাম কি আছিল? 

উত্তৰ: অৰূপৰ দেউতাকৰ নাম জগত হাজৰিকা আছিল।

৫। চিঠি কেই প্ৰকাৰৰ আৰু কি কি? 

উত্তৰ: চিঠি চাৰি প্ৰকাৰৰ আৰু সেই কেইবিধ হ’ল–

১। ব্যক্তিগত চিঠিপত্ৰ।

২। আৱেদন পত্ৰ।

৩। ব্যৱসায়িক চিঠি পত্ৰ।

৪। কাৰ্য্যালয় সম্বন্ধীয় চিঠি পত্ৰ। 

৬। আৱেদনক কি বুলি কয়?

(ক) চিঠি। 

(খ) দৰ্খাস্ত। 

(গ) পত্ৰ। 

উত্তৰ: (খ) দৰ্খাস্ত।

৭। অৰূপে পঢ়া স্কুলখনৰ নাম

(ক) ৰামেশ্বৰী বিদ্যালয়। 

(খ) ৰামানুজ বিদ্যালয়।

(গ) নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়।

উত্তৰ: নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়।

৮। অৰূপ কোন শ্ৰেণীৰ ছাত্ৰ

(ক) তৃতীয়। 

(খ) চতুৰ্থ। 

(গ) পঞ্চম। 

উত্তৰ: (গ) পঞ্চম।

৯। অৰূপৰ ৰূলনং কিমান আছিল?

(ক) ২

(খ) ৬

(গ) ৭

উত্তৰ: (গ) ৭

১০। কাল কাক বোলে?

(ক) ক্ৰিয়াৰ সময়ক। 

(খ) বৰ্তমান কালক। 

(গ) অতীত কালক। 

উত্তৰ: (ক) ক্ৰিয়াৰ সময়ক।

১১। প্ৰধানত কাল কেই প্ৰকাৰৰ?

(ক) ১

(খ) ৫

(গ) ৩

উত্তৰ: (গ) ৩

১২। পিতৃ মাতৃলৈ লিখা চিঠিত কিদৰে সম্বোধন কৰা হয়?

(ক) মাননীয়। 

(খ) মৰমৰ। 

(গ) পুজনিয়/পুজনিয়া। 

উত্তৰ: (গ) পুজনিয়/পুজনিয়া।

১৩। বন্ধুলৈ চিঠি লিখোঁতে কি বুলি সম্বোধন কৰা হয় ?

(ক) শ্ৰদ্ধেয়। 

(খ) মৰমৰ/ প্ৰিয়।

(গ) পুজনীয়/ পুজনিয়া। 

উত্তৰ: (গ) পুজনীয়/ পুজনিয়া।

১৪। অৰূপৰ পিতৃ নাম 

(ক) জগত হাজৰিকা।

(খ) মৃদুল বৰুৱা। 

(গ) জগত বৰুৱা।

উত্তৰ: (গ) জগত বৰুৱা।

১৫। অৰূপ কি শাখাৰ ছাত্ৰ

(ক) ক শাখা। 

(খ) খ শাখা। 

(গ) এটাও নহয়।

উত্তৰ: (ক) ক শাখা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top