Class 5 Assamese Additional Chapter 6 জোনাকৰ জেউতি

Class 5 Assamese Additional Chapter 6 জোনাকৰ জেউতি Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 6 জোনাকৰ জেউতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

জোনাকৰ জেউতি

Chapter – 6

ADDITIONAL QUESTION ANSWER

১। পুথিভঁৰাল কাক বোলে?

উত্তৰ: বিভিন্ন ধৰণৰ কিতাপ পত্ৰ, আলোচনী, খবৰ – কাকত, তথ্য – পাতি আদি য’ত গোটাই ৰখা হয় তাকে পুথিভঁৰাল বোলে। 

২। মুকুটহঁতৰ গাওঁবুঢ়া জনৰ নাম কি আছিল ?

(ক) শ্ৰী যুত মানিক চন্দ্ৰ বৰুৱা।

(খ) নীলকান্ত। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) ৰতন পায়েং। 

উত্তৰ: (ক) শ্ৰী যুত মানিক চন্দ্ৰ বৰুৱা।

৩। শ্ৰী যুত কমল বৰুৱা কোন আছিল?

(ক) শিক্ষক। 

(খ) অৱসপ্ৰাপ্ত শিক্ষক। 

(গ) প্ৰধান শিক্ষক।

উত্তৰ: (খ) অৱসপ্ৰাপ্ত শিক্ষক।

৪। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম আছিল

(ক) জোনাক।

(খ) ৰত্নোদধি।

(গ) নালন্দি। 

উত্তৰ: (খ) ৰত্নোদধি।

৫। কাৰ তত্বাৱধানত আৰোহনত এটি শিশু পুথিভঁৰাল আছে?

(ক) ভবেন্দ্ৰনাথ শইকীয়া। 

(খ) মানিক চন্দ্ৰ বৰুৱা। 

(গ) নীলকান্ত।

উত্তৰ: (ক) ভবেন্দ্ৰনাথ শইকীয়া।

৬। নীলকান্তক সকলোৱে কি বুলি কয়?

(ক) পুথভঁৰালী। 

(খ) কিতাপৰ পোক। 

(গ) নীল।

উত্তৰ: (খ) কিতাপৰ পোক।

৭। নিয়ৰ মুকুতৰ কোন আছিল?

(ক) ভায়েক। 

(খ) ককায়েক। 

(গ) মৰমৰ বন্ধু। 

উত্তৰ: (গ) মৰমৰ বন্ধু।

৮। কিতাপ পঢ়িলে কি হয়?

(ক) জ্ঞান বাঢ়ে। 

(খ) জ্ঞান ক্ষয় হয়। 

(গ) মগজুৰ অনিষ্ট হয়। 

উত্তৰ: (ক) জ্ঞান বাঢ়ে।

৯। বিজ্ঞানে আমাক কৰপৰা মুক্ত কৰে?

(ক) জ্ঞানৰ পৰা।

(খ) বিদ্যাৰ পৰা। 

(গ) অন্ধবিশ্বাসৰ পৰা।

উত্তৰ: (গ) অন্ধবিশ্বাসৰ পৰা।

১০। পুথিভঁৰালৰ অন্য এটা নাম কি?

(ক) নীলকান্ত। 

(খ) কিতাপলয়। 

(গ) গ্ৰন্থগাৰিক। 

উত্তৰ: (গ) গ্ৰন্থগাৰিক। 

১১। হিৱেনচাঙ কোন আছিল ?

(ক) পণ্ডিত। 

(খ) সোণাৰী। 

(গ) চীন পৰিব্ৰাজক। 

উত্তৰ: (গ) চীন পৰিব্ৰাজক।

২২। হিৱেনচাঙে নালন্দা বিশ্ববিদ্যালয়ত কি পঢ়াইছিল?

(ক) তৰ্ক শাস্ত্ৰ। 

(খ) যোগ শাস্ত্ৰ। 

(গ) দৰ্শন শাস্ত্ৰ।

উত্তৰ: (খ) যোগ শাস্ত্ৰ। 

২৩। বিদ্যালয়ত হৰিৰ উপস্থিতি।

(ক) ভাল।

(খ) বেয়া।

(গ) নিয়মীয়া। 

উত্তৰ: (গ) নিয়মীয়া।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top