🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 5 Assamese Additional Chapter 2 পখী আৰু মানুহ

Class 5 Assamese Additional Chapter 2 পখী আৰু মানুহ Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 2 পখী আৰু মানুহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

পখী আৰু মানুহ

Chapter – 2

ADDITIONAL QUESTION ANSWER

১। কাক খেতিয়কৰ পৰম বন্ধু বুলি কোৱা হয়?

উত্তৰ: চৰাই – চিৰিকটি বোৰক খেতিয়কৰ পৰম বন্ধু বুলি কোৱা হয়।

২। মধুকৰৰ পত্নীৰ নাম কি আছিল? 

উত্তৰ: মধুকৰৰ পত্নীৰ নাম মাধৱী আছিল। 

৩। ৰজা সৰ্বধনুক মধুকৰে কি উপহাৰ দিছিল?

উত্তৰ: মধুকৰে ৰজা সৰ্বধনুক এজাক চৰাই উপহাৰ হিচাপে দিছিল। 

8। সাধুটোত মানুহৰ উপকাৰী প্ৰাণী হৈছে?

(ক) চৰাই – চিৰিকটি। 

(খ) সাপ।

(গ) গৰু।

উত্তৰ: (ক) চৰাই – চিৰিকটি।

৫। ৰজা সৰ্বধনু কেনেকুৱা আছিল

(ক) এলেহুৱা। 

(খ) চিকাৰ প্ৰিয়।

(গ) বুদ্ধিয়ক।

উত্তৰ: (খ) চিকাৰ প্ৰিয়।

৬। তেওঁৰ প্ৰিয় খাদ্য আছিল

(ক) মাছ।

(খ) পাচলি।

(গ) চৰাইৰ মাংস।

উত্তৰ: (গ) চৰাইৰ মাংস।

৭। মাধৱীৰ স্বামীৰ নাম কি?

(ক) সৰ্বধনু।

(খ) অশোক।

(গ) মধুুকৰ।

উত্তৰ: (গ) মধুুকৰ।

৮। খেতি কোনে নষ্ট কৰে?

(ক) কীট – পতংগ।

(খ) চৰাই।

(গ) মাছ।

উত্তৰ: (ক) কীট – পতংগ।

৯। ন + ৱ = ?

(ক) নৱ।

(খ) ন্ৱ। 

(গ) ৱণ।

উত্তৰ: ন্ৱ।

১০। সৰ্বধনু পিছলৈ গৈ কি হব লগা হয়?

(ক) সোণাৰী।

(খ) কুমাৰ।

(গ) ভিক্ষাৰী।

উত্তৰ: (গ) ভিক্ষাৰী।

১১। গ + ৱ = ? 

(ক) গৱ। 

(খ) গ্ৰ। 

(গ) গ্ৱ। 

উত্তৰ: (গ) গ্ৱ।

১২। ৰজাই কিহেৰ চিকাৰ কৰিছিল ?

(ক) লাঠি।

(খ) ধনু – কাড়। 

(গ) দা। 

উত্তৰ: (খ) ধনু – কাড়।

১৩। তেঁও কেতিয়া চিকাৰ কৰিছিল?

(ক) সোমবাৰে। 

(খ) সদায়। 

(গ) দেওবাৰে।

উত্তৰ: (খ) সদায়।

১৪। বহুবচনত কোনটো?

(ক) মানুহ। 

(খ) মনুহটো। 

(গ) মানুহবোৰ।

উত্তৰ: (গ) মানুহবোৰ।

১৫। ৰজাই শেষত চৰাইজাক মেলি দিলে ?

(ক) কোঠাত। 

(খ) ৰাজ্যত। 

(গ) দুয়োটাৰ এটাও নহয়।

উত্তৰ: (খ) ৰাজ্যত। 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top