Class 5 Assamese Additional Chapter 4 পিঠাৰ মেল

Class 5 Assamese Additional Chapter 4 পিঠাৰ মেল Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 4 পিঠাৰ মেল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

পিঠাৰ মেল

Chapter – 4

ADDITIONAL QUESTION ANSWER

১। ‘ পিঠাৰ মেল ‘ পাঠটিৰ লেখক কোন? 

উত্তৰ: ‘ পিঠাৰ মেল ‘ পাঠটিৰ লেখক হ’ল অতুল চন্দ্ৰ হাজৰিকা।

২। উৰুকা কি? 

উত্তৰ: বিহুৰ আগদিনাক উৰুকা বোলা হয়।

৩। অসমৰ জাতীয় উৎসৱ কি? 

উত্তৰ: অসমৰ জাতীয় উৎসৱ হৈছে বিহু।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বিহুৰ আগদিনাক কি বোলে?

(ক) উৰুকা।

(খ) বিহু।

(গ) আগবিহু।

উত্তৰ: (ক) উৰুকা।

৫। বিহু কেইবিধ?

(ক) ২ 

(খ) ৮

(গ) ৩

উত্তৰ: (গ) ৩

৬। বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি বিধক কি বোলে?

(ক) দলা।

(খ) মুঢ়া। 

(গ) পাচি। 

উত্তৰ: (গ) পাচি।

৭। বস্তু সামৰি থোৱা কোঠাক কি বোলে?

(ক) ভঁৰাল। 

(খ) ৰোম। 

(গ) মোনা। 

উত্তৰ: (ক) ভঁৰাল।

৮। কবিতাটোত পিঠাবোৰে কত বহি আছিল?

(ক) বিছনাত। 

(খ) কোঠাত। 

(গ) পাচিত। 

উত্তৰ: (গ) পাচিত।

৯। পিঠাবোৰে বহি কি কৰি আছিল?

(ক) কথা পাতি আছিল।

(খ) চাহ খাই আছিল। 

(গ) শুই আছিল।

উত্তৰ: (ক) কথা পাতি আছিল।

১০। পাটি শব্দৰ অৰ্থ কি?

(ক) ঢাৰি বা পাতি।

(খ) শাৰী অৰ্থত। 

(গ) পাত। 

উত্তৰ: (ক) ঢাৰি বা পাতি।

১১। পাঁতি শব্দৰ অৰ্থ কি?

(ক) ঢাৰি বা পাতি।

(খ) শাৰী অৰ্থত। 

(গ) পাত। 

উত্তৰ: (খ) শাৰী অৰ্থত।

১২। বিদ্যাই কি? 

(ক) পৰম ধন। 

(খ) পৰম দুখ। 

(গ) এটাও নহয়।

উত্তৰ: (খ) পৰম দুখ।

১৩। দৈ কি দি বনোৱা হয়?

(ক) পিঠাগুৰি দি। 

(খ) আম দি। 

(গ) গাখীৰ দি। 

উত্তৰ: (গ) গাখীৰ দি।

১৪। তিল পিঠা কি কৰে?

(ক) ভাজে। 

(খ) পোৰে। 

(গ) এটাও নহয়। 

উত্তৰ: (খ) পোৰে।

১৫। বহাগ বিহুৰ আন এটা নাম কি?

(ক) ৰঙালী। 

(খ) বহাগী। 

(গ) ভোগালী। 

উত্তৰ: (ক) ৰঙালী।

১৬। মাঘ বিহুৰ আন এটা নাম কি? 

(ক) ৰঙালী। 

(খ) কঙালী। 

(গ) ভোগালী। 

উত্তৰ: (গ) ভোগালী।

১৭। কাতি বিহুৰ আন এটা নাম কি?

(ক) ৰঙালী। 

(খ) ভোগালী। 

(গ) কঙালী। 

উত্তৰ: (গ) কঙালী।

১৮। বহাগ বিহুত কি কৰা হয়? 

(ক) হুঁচৰি গাই। 

(খ) মেজি জ্বলা়ই। 

(গ) তুলসীৰ তলত চাকি জ্বলাই। 

উত্তৰ: (ক) হুঁচৰি গাই।

১৯। পাচিত বহি কোনে কথা পাতি আছিল ?

(ক) বিস্কুট। 

(খ) পিঠাবোৰে।

(গ) লুচি।

উত্তৰ: (খ) পিঠাবোৰে।

২০। চুঙা পিঠাই কাক ঘপৰাই মাতিলে?

(ক) খোলাচাপৰীয়া বাই। 

(খ) মিঠাই। 

(গ) লুচি। 

উত্তৰ: (ক) খোলাচাপৰীয়া বাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top