Class 5 Assamese Additional Chapter 8 ৰঙৰ ৰহস্য

Class 5 Assamese Additional Chapter 8 ৰঙৰ ৰহস্য Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 8 ৰঙৰ ৰহস্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

ৰঙৰ ৰহস্য

Chapter – 8

ADDITIONAL QUESTION ANSWER

১। আদিম মানুহ কিহৰ প্ৰতি আকৰ্ষিত আছিল ?

উত্তৰ: আদিম মানুহ ৰঙৰ প্ৰতি আকৰ্ষিত আছিল।

২। সাতোটা ৰং মিলি কিহৰ পোহৰ হয়?

উত্তৰ: বগা পোহৰ হয়।

৩। ইংৰাজীৰ সাতোটা ৰং বুজোৱা শব্দটো কি?

উত্তৰ: VIBGYOR

৪। ঘৰিঁয়ালে সকলোঁ বস্তুৰ ৰং কেনেকুৱা দেখে

(ক) বগা।

(খ) কলা।

(গ) মটীয়াহ। 

উত্তৰ: (গ) মটীয়াহ।

৫। আদিম মানুহে ৰঙীন ছবি আঁকিছিল

(ক) ৰাস্তাত। 

(খ) বেৰত। 

(গ) মাটিত। 

উত্তৰ: বেৰত।

৬। সূৰ্যৰ পোহৰত কেইটা ৰং থাকে

(ক) ২ টা।

(খ) ৫ টা।

(গ) ৭ টা।

উত্তৰ: ৭ টা।

৭। ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম হ’ল 

(ক) ছাৰ আইজাক নিউটন। 

(খ) ষ্টিফেন হকিং। 

(গ) আইনষ্টাইন।

উত্তৰ: (ক) ছাৰ আইজাক নিউটন। 

৮। মৌ মাখিয়ে কি ৰং ধৰিব নোৱাৰে

(ক) বগা। 

(খ) ৰঙা।

(গ) কলা। 

উত্তৰ: (খ) ৰঙা।

৯। ছাৰ আইজাক নিউটনৰ জন্ম কেতিয়া হৈছিল

(ক) ১৬৪২

(খ) ১৮২৬

(গ) ১৯৪০

উত্তৰ: (খ) ১৮২৬

১০। নিউটনৰ জন্ম ক’ত হৈছিল?

(ক) ভাৰতত। 

(খ) ইংলেণ্ডত। 

(গ) থাইলেণ্ডত। 

উত্তৰ: (খ) ইংলেণ্ডত।

১১। নিউটনে কাৰ অবিহনে ডাঙৰ দীঘল হৈছিল?

(ক) পিতৃৰ। 

(খ) মাতৃৰ। 

(গ) পিতৃ – মাতৃৰ। 

উত্তৰ: (গ) পিতৃ – মাতৃৰ।

১২। নিউটন কাৰ লগত ডাঙৰ দীঘল হৈছিল?

(ক) পিতৃ। 

(খ) মাতৃ। 

(গ) আইতাক।

উত্তৰ: আইতাক।

১৩। গছৰ পৰা আপেল পৰাত কি আৱিষ্কাৰ হৈছিল?

(ক) মাধ্যকৰ্ষন তত্ত্ব। 

(খ) দূৰবীক্ষন। 

(গ) ৰং। 

উত্তৰ: (ক) মাধ্যকৰ্ষন তত্ত্ব।

১৪। নিউটন পঢ়াত কেনেকুৱা আছিল

(ক) একান্তৰ। 

(খ) মনোযোগী। 

(গ) অমনোযোগী। 

উত্তৰ: (গ) অমনোযোগী।

১৫। ৰঙা আৰু নীলা ৰং মিহলালে কি ৰং হয়?

(ক) বেঙুনীয়া। 

(খ) হালধীয়া। 

(গ) নীল। 

উত্তৰ: (ক) বেঙুনীয়া।

১৬। ৰঙা আৰু হালধীয়া ৰং মিহলালে কি ৰং হয়?

(ক) হালধীয়া। 

(খ) ৰঙা। 

(গ) মটীয়া। 

উত্তৰ: (গ) মটীয়া।

১৭। ৰঙৰ খেল কবিতাটো কোনে ৰচনা কৰিছিল?

(ক) নৱকান্ত বৰুৱা। 

(খ) মিত্ৰদেৱ মহন্ত। 

(গ) যতীন্দ্ৰ নাথ দুৱৰা।

উত্তৰ: (ক) নৱকান্ত বৰুৱা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top