Class 5 Assamese Additional Chapter 10 তিনিটা মাছৰ কাহিনী

Class 5 Assamese Additional Chapter 10 তিনিটা মাছৰ কাহিনী Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 10 তিনিটা মাছৰ কাহিনী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

তিনিটা মাছৰ কাহিনী

Chapter – 10

ADDITIONAL QUESTION ANSWER

১। ‌বিলৰ কাষত কোনে কথা পাতি আছিল?

উত্তৰ: মাছৰীয়াকেইটামানে কথা পাতি আছিল।

২। মাছকেইটাক বিপদে কি বুলি মাতিছিল ?

উত্তৰ: হাত – বাউল দি মাতিছিল।

৩। মাছমৰীয়া সকলৰ কথাবোৰ কোনে শুনি আছিল?

উত্তৰ: অনাগতবিধতাই শুনি আছিল।

৪। “যদি আয়ুস শেষ হয় অন্য ঠাইলৈ গলেও মৃত্যু হবয়ে।” কথাষাৰ কোনে কৈছিল ? 

(ক) অনাগতবিধতাই। 

(খ) যদভৱিষ্যই। 

(গ) মাছমৰীয়াই। 

উত্তৰ: (খ) যদভৱিষ্যই।

৫। মাছমৰীয়া সকলে কিহেৰে মাছ মাৰিছিল?

(ক) বৰশী। 

(খ) হাতেৰে। 

(গ) জালেৰে। 

উত্তৰ: (গ) জালেৰে। 

৬। আঁকোৰগোঁজ কোন আছিল?

(ক) প্ৰত্যুতপন্নমতি। 

(খ) অনাগতবিধাতা। 

(গ) যদভৱিষ্যই। 

উত্তৰ: (গ) যদভৱিষ্যই।

৭। সাৱধানৰ কি নাই? 

(ক) জন্ম। 

(খ) মৰণ। 

(গ) উপকাৰ। 

উত্তৰ: মৰণ।

৮। দেশমাতৃৰ প্ৰতি আমি কি জনোৱা উচিত?

(ক) পতিয়ন। 

(খ) সম্মান। 

(গ) এলাস। 

উত্তৰ: (খ) সম্মান।

৯। চন্দন কি?

(ক) এবিধ মূল্যবান গছ। 

(খ) এবিধ মূল্যবান ফল। 

(গ) সঁজুলি। 

উত্তৰ: (ক) এবিধ মূল্যবান গছ।

১০। প্ৰবন্ধ লিখা ব্যক্তিক কি বুলি কোৱা হয়?

(ক) গল্পকাৰ। 

(খ) প্ৰবন্ধকাৰ। 

(গ) গীতিকাৰ। 

উত্তৰ: (খ) প্ৰবন্ধকাৰ।

১১। বানপানীয়ে মনোহৰ জীৱন কি কৰে।

(ক) বিশ্ববিশ্ৰুত।

(খ) সূচল। 

(গ) প্ৰখ্যাত। 

উত্তৰ: (ক) বিশ্ববিশ্ৰুত।

১২। অনাগত শব্দৰ অৰ্থ কি?

(ক) ভৱিষ্যত। 

(খ) অতীত। 

(গ) বৰ্তমান। 

উত্তৰ: (খ) অতীত।

১৩। বিনাশ শব্দৰ অৰ্থ হল

(ক) জন্ম। 

(খ) ধ্বংস। 

(গ) অমৰ। 

উত্তৰ: (খ) ধ্বংস।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top