Class 5 Assamese Additional Chapter 11 অমলপ্ৰভা দাস

Class 5 Assamese Additional Chapter 11 অমলপ্ৰভা দাস Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 11 অমলপ্ৰভা দাস

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

অমলপ্ৰভা দাস

Chapter – 11

ADDITIONAL QUESTION ANSWER

১। অমলপ্ৰভা দাসে কেনেকুৱা ঘৰুৱা শিক্ষা পাইছিল?

উত্তৰ: সমাজসেৱা তথা দেশসেৱাৰ আদৰ্শ পাইছিল।

২। তেওঁ নিজকে ক’ত ক’ত বিলীন কৰিছিল? 

উত্তৰ: জাতিৰ পিতা মহাত্মা গান্ধী আৰু আচায্য বিনোৱাজীৰ আদৰ্শত নিজকে বিলীন কৰিছিল।

৩। তেঁও পঢ়া শুনাৰ লগতে আৰু কিহত পাৰ্গত আছিল?

উত্তৰ: নাচ – গানটো পাৰ্গত আছিল।

৪। অমলপ্রভা দাসে কিহৰ হকে কাম কৰি আহিছে? 

উত্তৰ: দেশৰ হকে কাম কৰি আহিছে।

৫। অমিপ্ৰভা দাসে কিমান বছৰত সূতা কাটিবলৈ শিকিলে?

(ক) ৫ বছৰ। 

(খ) ৭ বছৰ। 

(গ) ১০ বছৰ।

উত্তৰ: (গ) ১০ বছৰ।

৬। কাৰ মনলৈ অসংকাৰ ভাৱ আহিছিল ?

(ক) প্ৰধানমন্ত্ৰীৰ। 

(খ) অমলপ্ৰভাৰ। 

(গ) কবিৰ। 

উত্তৰ: (ক) প্ৰধানমন্ত্ৰীৰ।

৭। অমলপ্রভা দাস আজীৱন কি হৈ আছিল?

(ক) বিবাহিত। 

(খ) অবিবাহিত। 

(গ) স্বাৰ্থপৰ। 

উত্তৰ: (খ) অবিবাহিত।

৮। তেঁও কি বিষয়ত লেটাৰ লৈছিল?

(ক) অসমীয়াত।

(খ) ভূগোলত। 

(গ) ইংৰাজীত।

উত্তৰ: (খ) ভূগোলত।

৯। এম. এছ. চি. পাছ কৰা প্ৰথম মহিলা গৰাকী হল

(ক) ৰীনা ৰয়। 

(খ) অমলপ্রভা দাস। 

(গ) নলিনিৱলা।

উত্তৰ: (খ) অমলপ্রভা দাস।

১০। তেখেতে কিমান চনত বি. এছ. চি. পৰীক্ষা পাছ কৰিছিল?

(ক) ১৯২০

(খ) ১৯৩৩

(গ) ১৮৫৭

উত্তৰ: (খ) ১৯৩৩

১১। বিপ্লৱ কৰোঁতাজনক কি বুলি কোৱা হয়?

(ক) বিপ্লৱ।

(খ) বিপ্লৱী।

(গ) বিৰোধী।

উত্তৰ: (খ) বিপ্লৱী।

১২। নিজৰ ওপৰত নিৰ্ভৰ কৰা লোকক কি বুলি কোৱা হয়?

(ক) নিজ নিৰ্ভৰশীল।

(খ) নিৰ্ভৰশীল।

(গ) আত্মনিৰ্ভৰশীল।

উত্তৰ: (গ) আত্মনিৰ্ভৰশীল।

১৩। দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোকক কি বোলে?

(ক) দেশী। 

(খ) বিদেশী। 

(গ) শ্বহীদ। 

উত্তৰ: (গ) শ্বহীদ। 

১৪। নিষ্ঠা মানে কি ?

(ক) আশা। 

(খ) দৃঢ় ভক্তি। 

(গ) ৰৈ যোৱা।

উত্তৰ: (খ) দৃঢ় ভক্তি। 

১৫। অমলপ্রভা দাসে প্ৰাথমিক শিক্ষা ক’ত থাকি কৰিছিল?

(ক) নিজৰ ঘৰত। 

(খ) মাহীয়েকৰ ঘৰত। 

(গ) হোষ্টেলত। 

উত্তৰ: (খ) মাহীয়েকৰ ঘৰত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top